PERL/C2/for-for-each-loops/Assamese

From Script | Spoken-Tutorial
Revision as of 15:58, 3 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
00.01 নমস্কাৰ. Perl (পার্ল')ত ' 'foreach Loops ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম
00.06 এই টিউটোৰিয়েলত. আমি শিকিম: Perl (পার্ল')'ত for loop আৰু
00.11 ' Perl (পার্ল')'ত 'Foreach loop
00.13 আমি 'Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু 'Perl 5.14.2 ব্যবহাৰ কৰিছো
00.21 আমি gedit' text editor (টেক্সট এডিটৰো)' ব্যবহাৰ কৰিম
00.25 আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ (text editor) ব্যবহাৰ কৰিব পাৰিব.
00.29 আপোনাৰ উচৰত ' Perl (পার্ল')'ত variable (ভেৰিয়েবল) আৰু 'comments (মন্তব্য)ৰ মৌলিক জ্ঞান থাকিব লাগিব
00.33 নহলে 'স্পকেন টিউটোৰিয়েল' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক
00.40 (Perl)'পার্লে আমাক বিভিন্ন মানৰ বাবে এটা শর্ত (condition) বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো loops ব্যবহাৰ কৰি কৰা হয়.
00.49 Perl (পার্ল)ত বিভিন্ন ধৰনৰ loops আছে;
00.52 for loop
00.53 foreach loop'
00.54 while loop &
00.55 ' do-while loop'
00.56 এই টিউটোৰিয়েলত আমি for আৰু 'foreach loop চাম
01.01 Perl (পার্ল)ত' forloopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়.
01.07 for loopৰ সিনট্যাক্স (syntax) নিম্নৰুপে দিয় হল:
01.10 for space ব্ৰেকেট খোলক variable initialization semicolon condition semicolon increment
01.20 ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ টিপক
01.22 কাৰ্লী বন্ধনী খোলক
01.24 কোডক একাধিক বাৰ কার্যকৰ কৰা হব
01.28 কাৰ্লী বন্ধনী বন্ধ কৰক
01.30 এতিয়া আমি for loop এটা উদাহৰণ চাও.
01.33 'টার্মিনাল খোলক আৰু টাইপ কৰক; 'gedit forLoop.pl space & (ampersand)
01.42 এন্টাৰ টিপক
01.43 এইটোৱে gedit'forLoop.pl ফাইল খুলিব.
1.48 কোডৰ নিম্নলিখিত টাইপ কৰক; hash exclamation mark slash u s r slash bin slash perl'
01.58 এন্টাৰ টিপক
02.00 ' for space ব্ৰেকেট খোলক dollar i equals to zero semicolon space dollar i less than or equal to four semicolon space dollar i plus plus ব্ৰেকেট বন্ধ কৰক'
02.18 স্পেচ
02.19 কাৰ্লী বন্ধনী খোলক আৰু এন্টাৰ টিপক
02.21 লিখক print space double quote Value of i colon space dollar i slash n double quote বন্ধ কৰকsemicolon
02.35 আৰু এন্টাৰ টিপক
02.36 এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক
02.39 ফাইল খন চেভ কৰিবলৈ Ctrl+S টিপক
02.42 for loop য়ে কি কৰে ব্যাখ্যা কৰা যাওক
02.46 i ভেৰিয়েবলক শূন্য লৈ সক্রিয়া (initialized) কৰা হৈছে.
02.50 পিছত, conditionটো প্ৰশিক্ষন কৰা হৈছে.
02.53 এই ক্ষেত্রেত conditionটো i less than or equal to 4.
02.59 এই শর্তটো (condition) যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব.
03.05 ইয়াৰ মানে প্রথম'print স্তেটমেন্ট "Value of i colon 0"
03.11 'টার্মিনেলত' প্রদর্শন কৰা হব.
03.14 ইয়াৰ পিছত i ভেৰিয়েবল টো '1ৰ দ্বাৰা মান বৃদ্ধি হয় '.
03.18 আৰু for' loop condition টো আকৌ এবাৰ প্ৰশিক্ষন কৰা হয়.
03.23 এই লুপটো প্রস্থান কৰিব যেতিয়া i ৰ মান '4তকৈ দাঙৰ হব
03.29 এই ক্ষেত্রত for loopi = 0, 1, 2, 3, 4ৰ বাবে কার্যকৰ কৰা হব
03.38 যিমোট '5 বাৰ হয়.
03.41 এতিয়া টার্মিনেললৈ যাওক
03.44 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক:
03.48 perl hyphen c forLoop dot pl
03.54 আৰু এন্টাৰ টিপক
03.56 ইয়াত এটা বার্তা প্রদর্শন কৰে
03.58 forLoop.pl syntax OK
04.01 সেয়ে আমাৰ উচৰত কোনো চেনটেক্চ নাই
04.03 এতিয়া perl forLoop dot pl টাইপ কৰি পাৰ্ল (Perl) স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক
04.11 এইয়া আউটপুট টার্মিনেলত দেখোৱা হব.
04.16 এতিয়া আমি foreach loop দেখো.
04.19 আমি যদি এটা 'Array (অ্যাৰে) বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach লুপৰ ব্যবহাৰ কৰিব পাৰো
04.25 সিনট্যাক্স হল: foreach space dollar variable স্পেচ ব্ৰেকেটত at the rate array স্পেচ
04.35 কাৰ্লী বন্ধনী খোলক
04.37 ' perform action on each element of an array এন্টাৰ টিপক
04.42 কাৰ্লী বন্ধনী বন্ধ কৰক
04.44 'অনুগ্রহ কৰি লক্ষ্য কৰক:' আমি অ্যাৰে (array) অ্যাৰেৰ আৰম্ভৰ (array initialization) আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক (array) সংজ্ঞা আদি আৱৰণ কৰিম.
04.52 এতিয়া আমি ' 'foreach লুপৰ এটা উদাহৰণ চাও.
04.56 'টার্মিনেল'খোলক আৰু 'gedit foreachLoop dot pl স্পেচ ampersand আৰু এন্টাৰ টিপক
05.08 এইটোৱে 'geditforeachLoop.pl ফাইলটো খুলিব.
05.12 নিম্নলিখিত কোড লিখক
05.15 ' hash exclamation mark slash u s r slash bin slash perl' আৰু এন্টাৰ টিপক
05.25 ' at the rate myarray space is equal to space ব্ৰেকেট খোলক ten comma twenty comma thirty ব্ৰেকেট বন্ধ কৰক semicolon'
05.39 এন্টাৰ টিপক
05.41 ' foreach space dollar var space ব্ৰেকেট খোলক at the rate myarray ব্ৰেকেট বন্ধ কৰক space'
05.52 কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক
05.56 ' print space double quote Element of an array is colon dollar var slash n দবল কোট বন্ধ কৰকsemicolon
06.13 এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক
06.17 ফাইলখন চেভ কৰিবলৈ 'Ctrl + s প্রেস কৰক.
06.20 এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে 'myArray' ঘোষণা কৰা হয়.
06.27 ইয়াত 3 টা উপাদান আছে 10, 20 আৰু 30
06 .33 Foreach loop(লুপ)ৰ প্রতিটো পুনৰাবৃত্তিত (ডলাৰ) dollar varত এটা (array) অ্যাৰেৰ একক উপাদান থাকিব
06.40 এটা (array) অ্যাৰেৰ প্রতিটো উপাদানৰ বাবে 'Foreach (keyword)কিৱৰ্দে এই লুপটো পুনৰাবৃত্তি কৰে.
06.47 তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি myArray' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব.
06.55 Back-slash n য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব
07.00 ইয়াৰ মানে প্রথম '(উপাদান')element '10টো' টার্মিনেলত প্রদর্শন কৰা হব.
07.06 তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয়
07.12 এই লুপটোৱে myArrayত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব.
07.17 এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক (compilation or syntax errors) প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক
07.24 'perl hyphen c foreachLoop dot pl আৰু এন্টাৰ টিপক
07.32 এই লাইনটো টার্মিনালত দেখোৱা হব
07.36 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ (compilation or syntax errors) নাই.
07.38 সেয়ে আমি 'Perl (পার্ল) স্ক্রিপ্ট দেখোৱাও .
07.41 টাইপ কৰক perl foreachLoop dot plআৰু এন্টাৰ টিপক
07.48 এইয়া আউটপুট টার্মিনালত দেখোৱা হব.
07.54 সেয়ে for' loop আৰু foreach loopৰ বাবে ইমানেই
07.57 আমি সংক্ষেপ কৰো.
07.59 এই টিউটোৰিয়েলত আমি শিকিছো
08.02 Perl (পার্ল)ত'for loop আৰু foreach loop
08.06 কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.
08.07 ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে -
08.10 ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক
08.13 ইয়াক 5 বাৰ প্ৰইন্ট কৰক
08.16 এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু
08.32 'Foreach' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক
08.36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
08.40 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08.43 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08.48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08.55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09.07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09.12 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09.20 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09.31 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে.
09.34 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09.36 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble