PERL/C2/for-for-each-loops/Assamese
From Script | Spoken-Tutorial
| Visual Cue | Narration |
|---|---|
| 00.01 | নমস্কাৰ.পার্ল'ত ' 'foreach Loops ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম |
| 00.06 | এই টিউটোৰিয়েলত. আমি শিকিম: 'পার্লত for লুপ আৰু |
| 00.11 | ' 'পার্লত 'Foreach লুপ |
| 00.13 | আমি 'উবুন্টু Linux 12.04 অপাৰেটিং সিস্টেম আৰু 'পার্ল 5.14.2 ব্যবহাৰ কৰিছো |
| 00.21 | আমি gedit' টেক্সট এডিটৰো' ব্যবহাৰ কৰিম |
| 00.25 | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
| 00.29 | আপোনাৰ উচৰত 'পার্লত ভেৰিয়েবল' আৰু 'মন্তব্যৰ মৌলিক জ্ঞান থাকিব লাগিব |
| 00.33 | নহলে 'স্পকেন টিউটোৰিয়েল' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
| 00.40 | 'পার্লে আমাক বিভিন্ন মানৰ বাবে এটা শর্ত বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো loops ব্যবহাৰ কৰি কৰা হয়. |
| 00.49 | পার্লত বিভিন্ন ধৰনৰ loops আছে; |
| 00.52 | for loop |
| 00.53 | foreach loop' |
| 00.54 | while loop & |
| 00.55 | ' do-while loop' |
| 00.56 | এই টিউটোৰিয়েলত আমি for আৰু 'foreach লুপ চাম |
| 01.01 | '' 'পার্লত for loopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়. |
| 01.07 | for loopৰ সিনট্যাক্স নিম্নৰুপে দিয় হল: |
| 01.10 | for space ব্ৰেকেট খোলক variable initialization semicolon condition semicolon increment |
| 01.20 | ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ টিপক |
| 01.22 | কাৰ্লী বন্ধনী খোলক |
| 01.24 | কোডক একাধিক বাৰ কার্যকৰ কৰা হব |
| 01.28 | কাৰ্লী বন্ধনী বন্ধ কৰক |
| 01.30 | এতিয়া আমি for loop এটা উদাহৰণ চাও. |
| 01.33 | 'টার্মিনাল খোলক আৰু টাইপ কৰক; 'gedit forLoop.pl space & (ampersand) |
| 01.42 | এন্টাৰ টিপক |
| 01.43 | এইটোৱে gedit'ত forLoop.pl ফাইল খুলিব. |
| 1.48 | কোডৰ নিম্নলিখিত টাইপ কৰক; hash exclamation mark slash u s r slash bin slash perl' |
| 01.58 | এন্টাৰ টিপক |
| 02.00 | ' for space ব্ৰেকেট খোলক dollar i equals to zero semicolon space dollar i less than or equal to four semicolon space dollar i plus plus ব্ৰেকেট বন্ধ কৰক' |
| 02.18 | স্পেচ |
| 02.19 | কাৰ্লী বন্ধনী খোলক আৰু এন্টাৰ টিপক |
| 02.21 | লিখক print space double quote Value of i colon space dollar i slash n double quote বন্ধ কৰকsemicolon |
| 02.35 | আৰু এন্টাৰ টিপক |
| 02.36 | এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক |
| 02.39 | ফাইল খন চেভ কৰিবলৈ Ctrl+S টিপক |
| 02.42 | for loop য়ে কি কৰে ব্যাখ্যা কৰা যাক. |
| 02.46 | i ভেৰিয়েবলক শূন্য লৈ সক্রিয়া (initialized) কৰা হৈছে. |
| 02.50 | পিছত, conditionটো প্ৰশিক্ষন কৰা হৈছে. |
| 02.53 | এই ক্ষেত্রেত conditionটো i less than or equal to 4. |
| 02.59 | এই শর্তটো যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব. |
| 03.05 | ইয়াৰ মানে প্রথম'print স্তেটমেন্ট "Value of i colon 0" |
| 03.11 | 'টার্মিনেলত' প্রদর্শন কৰা হব. |
| 03.14 | ইয়াৰ পিছত i ভেৰিয়েবল টো '1ৰ দ্বাৰা মান বৃদ্ধি হয় '. |
| 03.18 | আৰু for' loop condition টো আকৌ এবাৰ প্ৰশিক্ষন কৰা হয়. |
| 03.23 | এই লুপটো প্রস্থান কৰিব যেতিয়া i ৰ মান '4তকৈ দাঙৰ হব |
| 03.29 | এই ক্ষেত্রেত for লোপ i = 0, 1, 2, 3, 4ৰ বাবে কার্যকৰ কৰা হব |
| 03.38 | যিমোট '5 বাৰ হয়. |
| 03.41 | এতিয়া টার্মিনেললৈ যাওক |
| 03.44 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক: |
| 03.48 | perl hyphen c forLoop dot pl |
| 03.54 | আৰু এন্টাৰ টিপক |
| 03.56 | ইয়াত এটা বার্তা প্রদর্শন কৰে |
| 03.58 | forLoop.pl syntax OK |
| 04.01 | সেয়ে আমাৰ উচৰত কোনো চেনটেক্চ নাই |
| 04.03 | এতিয়া perl forLoop dot pl টাইপ কৰি পাৰ্ল স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক |
| 04.11 | এইয়া আউটপুট টার্মিনেলত দেখোৱা হব. |
| 04.16 | এতিয়া আমি foreach loop দেখা যাওক. |
| 04.19 | আমি যদি এটা 'অ্যাৰে বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach লুপৰ ব্যবহাৰ কৰিব পাৰো |
| 04.25 | সিনট্যাক্স হল: foreach space dollar variable স্পেচ ব্ৰেকেটত at the rate array স্পেচ |
| 04.35 | কাৰ্লী বন্ধনী খোলক |
| 04.37 | ' perform action on each element of an array এন্টাৰ টিপক |
| 04.42 | কাৰ্লী বন্ধনী বন্ধ কৰক |
| 04.44 | 'অনুগ্রহ কৰি লক্ষ্য কৰক:' আমি অ্যাৰে. অ্যাৰেৰ আৰম্ভৰ আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক সংজ্ঞা আদি আৱৰণ কৰিম. |
| 04.52 | এতিয়া আমি ' 'foreach লুপৰ এটা উদাহৰণ চাও. |
| 04.56 | 'টার্মিনেল'খোলক আৰু 'gedit foreachLoop dot pl স্পেচ ampersand আৰু এন্টাৰ টিপক |
| 05.08 | এইটোৱে 'geditত foreachLoop.pl ফাইলটো খুলিব. |
| 05.12 | নিম্নলিখিত কোড লিখক |
| 05.15 | ' hash exclamation mark slash u s r slash bin slash perl' আৰু এন্টাৰ টিপক |
| 05.25 | ' at the rate myarray space is equal to space ব্ৰেকেট খোলক ten comma twenty comma thirty ব্ৰেকেট বন্ধ কৰক semicolon' |
| 05.39 | এন্টাৰ টিপক |
| 05.41 | ' foreach space dollar var space ব্ৰেকেট খোলক at the rate myarray ব্ৰেকেট বন্ধ কৰক space' |
| 05.52 | কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক |
| 05.56 | ' print space double quote Element of an array is colon dollar var slash n close double quote semicolon |
| 06.13 | এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক |
| 06.17 | ফাইলখন চেভ কৰিবলৈ 'Ctrl +এচ প্রেস কৰক. |
| 06.20 | এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে 'myArray' ঘোষণা কৰা হয়. |
| 06.27 | ইয়াত 3 টা উপাদান আছে 10. 20 আৰু 30 |
| 06 .33 | Foreach লুপৰ প্রতিটো পুনৰাবৃত্তিত ডলাৰ varত এটা অ্যাৰেৰ একক উপাদান থাকিব |
| 06.40 | এটা অ্যাৰেৰ প্রতিটো উপাদানৰ বাবে 'Foreach কিৱৰ্দে এই লুপটো পুনৰাবৃত্তি কৰে. |
| 06.47 | তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি myArray' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব. |
| 06.55 | Back-slash n য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব |
| 07.00 | ইয়াৰ মানে প্রথম 'উপাদান'' 10'টো টার্মিনেলত প্রদর্শন কৰা হব. |
| 07.06 | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় |
| 07.12 | এই লুপটোৱে myArrayত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব. |
| 07.17 | এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক |
| 07.24 | 'perl hyphen c foreachLoop dot pl আৰু এন্টাৰ টিপক |
| 07.32 | এই লাইনটো টার্মিনালত দেখোৱা হব |
| 07.36 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ নাই. |
| 07.38 | সেয়ে আমি 'পার্ল স্ক্রিপ্ট দেখোৱাও . |
| 07.41 | টাইপ কৰক perl foreachLoop dot plআৰু এন্টাৰ টিপক |
| 07.48 | এইয়া আউটপুট টার্মিনালত দেখোৱা হব. |
| 07.54 | সেয়ে for' loop আৰু foreach loopৰ বাবে ইমানেই |
| 07.57 | আমি সংক্ষেপ কৰো. |
| 07.59 | এই টিউটোৰিয়েলত আমি শিকিছো |
| 08.02 | পার্লত for loop আৰু foreach loop |
| 08.06 | কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. |
| 08.07 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - |
| 08.10 | ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক |
| 08.13 | ইয়াক 5 বাৰ প্ৰইন্ট কৰ |
| 08.16 | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু |
| 08.32 | 'Foreach' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক |
| 08.36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 08.40 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08.43 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08.48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 08.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 08.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09.07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09.12 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09.20 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09.31 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
| 09.34 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 09.36 | যোগদানৰ বাবে ধন্যবাদ। |