Java/C2/Primitive-type-conversions/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00:01 | জাভাতে Type Conversionৰ কথ্য টিউটোৰিয়েল আপনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম |
00:08 | * এটা ডেটা টাইপৰ পৰা অন্য এতাৰলৈ কিভাবে ৰুপান্তৰ কৰা। |
00:13 | * দুই ধৰনৰ কনভার্সন যাৰ নাম ইমপ্লিসিট আৰু এক্সপ্লিসিট কনভার্সন আৰু |
00:18 | * স্ট্রিখ সংখ্যায়লৈ কিভাবে ৰুপান্তৰ কৰে। |
00:23 | ইয়াত আমি
|
00:33 | এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত ডেটা টাইপৰ সম্পর্কে জানা উচিত। |
00:38 | নহলে, প্রাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইটত পৰিদর্শন কৰক। |
00:47 | টাইপ কনভার্সনৰ মানে এটা ডেটা টাইপৰ পৰা অন্য এটাৰলৈ ৰুপান্তৰ কৰা। |
00:53 | এইটো দেখা যাওক। |
00:55 | Eclipse লৈ যাও। |
01:02 | ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্রয়োজনীয় skeleton আছে। |
01:07 | আমি TypeConversion নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়ালৈ মেন মেথড যুক্ত কৰিছো । |
01:13 | এতিয়া কিছো ভ্যাৰিয়েবল তৈয়াৰ কৰা যাওক। |
01:19 | int a ইকুয়াল টু 5
float b b ইকুয়াল টু a |
01:33 | আমি দুটি ভ্যাৰিয়েবল তৈয়াৰ কৰিছো , a যি একটি ইন্টিজাৰ অৰু b যি একটি ফ্লোট হয় । |
01:39 | আমি ফ্লোট ভ্যাৰিয়েবলত ইন্টিজাৰৰ ভ্যালু সংৰক্ষণ কৰিছো। |
01:43 | এতিয়া ফ্লোট ভ্যাৰিয়েবলত কি আছে তাক দেখা যাওক । |
01:48 | System dot out dot println (b); ' |
01:58 | ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। |
02:07 | আমি দেখিব পাৰো যে ইন্টিজাৰ 5 ফ্লোট 5.0 লৈ সলনি কৰা হৈছে |
02:13 | এই ধৰনে কনভার্সনক ইমপ্লিসিট কনভার্সন বোলা হয়। |
02:17 | নামৰ লগে লগে, সেই ভ্যালুটো স্বয়ংক্রিয়ভাবে ডেটা টাইপৰ অনুসাৰে পৰিবর্তিত হয়। |
02:24 | এতিয়া একেই মেথড ব্যবহাৰ কৰি, float ক int লৈ সলনি কৰক। |
02:30 | 5 মুছি পেলাওক, float b ইকুয়াল টু 2.5f আৰু b ক a ত সংৰক্ষণ কৰো আৰু a ৰ মান প্রিন্ট কৰো। |
02:50 | ফাইলটি সংৰক্ষণ কৰক। |
02:56 | আমি দেখো যে ইয়াত এটা এৰৰ আছে। |
03:00 | এৰৰ ম্যাসেজে কয় যেType mismatch: cannot convert from float to int. |
03:06 | ইয়াৰ অর্থ হয় যে ইমপ্লিসিট কনভার্সন কেবল intৰ পৰা floatলৈ কৰাহে সম্ভব হয় কিন্তু অন্যান্য উপায়েৰে নহয়। |
03:13 | float ক int লৈ ৰুপান্তৰ কৰিবলৈ এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিব লাগিব |
03:17 | এইটি কিভাবে কৰা যায় তাক দেখা যাওক। |
03:23 | আমি এইটো ভ্যাৰিয়েবলৰ পূর্বে প্রথম বন্ধনীত int ব্যবহাৰ কৰি কৰো। |
03:34 | এই স্টেটমেন্টে কয় যে b ভ্যাৰিয়েবলৰ ডেটা int ডেটা টাইপৰলৈ ৰুপান্তৰিত হব লাগিব আৰু a ত সংৰক্ষিত হয় |
03:43 | ফাইলটি সংৰক্ষণ কৰক ৰান কৰক । |
03:51 | আমি দেখিব পাৰো যে, float ভ্যালু intৰ লৈ ৰুপান্তৰিত হৈছে । |
03:56 | কিন্তু ডেটা টাইপৰ অনুসাৰে, ডেটাখিনি সেইমতে পৰিবর্তন কৰা হৈছে। |
04:01 | int ৰ পৰা floatলৈ ডেটা ৰুপান্তৰ কৰিবলও এক্সপ্লিসিট কনভার্সন ব্যবহৃত হয়। |
04:07 | পূর্ববর্তী উদাহৰণটো চেষ্টা কৰো। |
04:10 | int a =5, float b, b = (float) a |
04:32 | System.out.println(b); |
04:36 | ইন্টিজাৰক ফ্লোটৰলৈ্ৰুপান্তৰিত কৰিবলৈ এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিছো । |
04:42 | ফাইলটি সংৰক্ষণ কৰো আৰু ৰান কৰো । |
04:51 | আমি দেখো যে int ভ্যালু float ভ্যালুলৈ ৰুপান্তৰিত হৈছে। |
04:58 | এতিয়া চাও যে যেতিয়া character ক integerলৈ ৰুপান্তৰিত কৰো তেতিয়া কি ঘটে। |
05:06 | int a, char c ইকুয়াল টু উদ্ধৃতি চিনহত m; |
05:24 | a ইকুয়াল টু (int) c |
05:32 | System dot out dot println ' (a); |
05:36 | আমি ক্যাৰেক্টাৰ m ক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছি আৰু মান প্রিন্ট কৰিছো । |
05:43 | এটি সংৰক্ষণ কৰো আৰু ৰান কৰো। |
05:53 | আমি দেখিব পাৰো যে আউটপুট হল 109 যি m ৰ আস্কী ভ্যালু হয় । |
05:58 | ইয়াৰ অর্থ হল যে যেতিয়া char ক int ৰলৈ ৰুপান্তৰিত কৰা হয়, ইয়াৰ আস্কী ভ্যালু সংৰক্ষিত হোৱা থাকে। |
06:03 | ইয়াক এটি সংখ্যা দ্বাৰা চেষ্টা কৰা যাওক |
06:06 | char c = 5 |
06:11 | এটি সংৰক্ষণ কৰক আৰু ৰান কৰো । |
06:18 | আমি দেখিব পাৰো যে, আউটপুট হল 53 যি ক্যাৰেক্টাৰ 5ৰ আস্কী ভ্যালু হয় । |
06:24 | এইটো সংখ্যা 5 নহয়। |
06:26 | সংখ্যাটি পাবলৈ,আমি স্ট্রিং ব্যবহাৰ কৰিব লাগিব আৰু ইন্টিজাৰলৈ ৰুপান্তৰ কৰিব লাগিব। |
06:31 | এতিয়া এইটো কিভাবে কৰে চাও। |
06:33 | মেন ফাংশনক পৰিস্কাৰ কৰক। |
06:38 | লিখক |
06:40 | String sHeight string form of height ইকুয়াল টু ডাবল উদ্ধৃতিত 6. |
06:58 | int h ইকুয়াল টু এক্সপ্লিসিট কনভার্সন int of sHeight আৰু |
07:11 | System dot out dot println h ফাইলটি সংৰক্ষণ কৰক। |
07:27 | মান 6ৰ সৈতে এটা স্ট্রিং ভ্যাৰিয়েবল তৈয়াৰ কৰিছো আৰু তাক ইন্টিজাৰলৈ ৰুপান্তৰ কৰিবলৈ চেষ্টা কৰিছি কিন্তু আমি দেখো যে তাত এটি এৰৰ অছে। |
07:37 | আৰু এৰৰ ম্যাসেজ কয় যে Cannot cast from String to int. |
07:42 | যাৰ মানে স্ট্রিংক ৰুপান্তৰ কৰিবলৈ, ইমপ্লিসিট বা এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিব নোৱাৰো । |
07:48 | ইয়াক অন্য মেথডৰ দ্বাৰা অাবশ্যই কৰিব লাগিব. সেইবোৰক ব্যবহাৰ কৰো। |
07:58 | int sHeight মুছি পেলাওক আৰু লিখক Integer dot parseInt sHeight. |
08:21 | ফাইলটি সংৰক্ষণ কৰুন আৰু ৰান কৰক। |
08:29 | আমি দেখি যে ভ্যালুটো সফলভাবে এটি ইন্টিজাৰলৈ ৰুপান্তৰিত কৰা হৈছে। |
08:35 | এইটো কৰিবলৈ আমি ইন্টিজাৰ মডিউলৰ parseInt মেথড ব্যবহাৰ কৰো। |
08:41 | এতিয়া চাও কি হয় যদি তাত এটাত চে আধিক সংখ্যা থাকে যেনে 6543 |
08:49 | ফাইলটি সংৰক্ষণ কৰক আৰু এইটি ৰান কৰক |
08:55 | আমি দেখো যে স্ট্রিংত সংগ্রহিত সংখ্যাটো আৰু এবাৰ সফলভাবে ইন্টিজাৰলৈ ৰুপান্তৰিত হৈছে। |
09:03 | এতিয়া চাও কি হয় যদি স্ট্রিং এটা ফ্লোটিং পয়েন্ট নম্বৰ হব। |
09:10 | 6543 ক 65.43 লৈ সলনি কৰক। সেয়ে আমাৰ উচৰত স্ট্রিংত ফ্লোটিং পয়েন্ট নম্বৰ আছে আৰু আমি ইয়াক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছো । |
09:22 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
09:31 | আমি দেখো যে তাত এটা এৰৰ আছে. ই ঘটে কাৰণ আমি এটা স্ট্রিং যত ফ্লোটিং পয়েন্ট নম্বৰ থাকে, ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিব নোৱাৰে । |
09:41 | এইটোক ফ্লোটৰ লৈ ৰুপান্তৰ কৰিব লাগিব, এইটোক কিভাবে কৰে তাক চাও। |
09:45 | প্রথমে ডেটা টাইপ float হব লাগিব। |
09:51 | দ্বিতীয়তে আমি float . parsefloat ব্যবহাৰ কৰিম। |
10:07 | আমি ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্রিংক প্রকৃত ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত কৰিবলৈ ফ্লোট ক্লাসৰ Parsefloat মেথড ব্যবহাৰ কৰিম। |
10:18 | ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। আমি দেখিব পাৰো যে ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্রিং সফলভাবে ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত হৈছে। |
10:33 | আৰু এইভাবে যি আমি ইমপ্লিসিট আাৰু এক্সপ্লিসিট কনভার্সন কৰো আৰু স্ট্রিংক নম্বৰলৈ ৰুপান্তৰিত কৰো। |
10:45 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
10:48 | এই টিউটৰিয়েলত আমি শিকিলো দেটা এটা টাইপৰ পৰা আন টো লৈ ৰুপান্তৰ কৰা . |
10:54 | implicit আৰু explicit conversion মানে কি |
10:57 | আৰু stringsক নম্বৰ লৈ কেনেকৈ ৰুপান্তৰ কৰে . |
11:01 | কাৰ্যয় হিচাবে Integer.toString আৰুFloat.toString. ৰ বাবে পঢ়ক |
11:07 | আৰু চাওক সিহতে কি কৰে |
11:14 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:20 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:23 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:27 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
11:31 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11:34 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:40 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:44 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:50 | 'এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:55 | এই পাঠটি আৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে, আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |