Java/C2/User-Input/Assamese
From Script | Spoken-Tutorial
Time' | Narration
|
00:02 | BufferedReader ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম। |
00:09 | এই টিউটোৰিয়েলত আমি শিকিম |
00:11 | জাভাত ইউজাৰ ইনপুট লোৱা। |
00:13 | InputStreamReader আৰু BufferedReader ৰ সম্পর্কে। |
00:17 | টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ |
00:19 | এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক। |
00:24 | আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক। |
00:27 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:35 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো। |
00:44 | এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম ! |
00:48 | এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়। |
00:53 | ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে। |
00:59 | BufferedReader ব্যবহাৰ কৰিবলৈ, আমি java.io প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে। |
01:05 | এই তিনটি ক্লাস হল:
|
01:12 | আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব । |
01:18 | এতিয়া ইনপুট কিভাবে লোৱা হয়? |
01:21 | সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব। |
01:26 | ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব। |
01:31 | আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। |
01:35 | এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও। |
01:39 | তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি InputStreamReader নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব। |
01:45 | আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন। |
01:49 | যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো, আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম । |
01:54 | সেয়ে Eclipse লৈ যাও। |
01:56 | আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো । |
02:00 | আমি java.io প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম। |
02:04 | সেয়ে ক্লাসৰ আগত লিখক import space java dot io dot star সেমিকোলন |
02:14 | ই InputStreamReader, BufferedReader আৰু IOException ক্লাস ইম্পোর্ট কৰায় |
02:20 | এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম। |
02:25 | আমি যি কোনো মেথডত BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব। |
02:31 | সেয়ে মেন মেথডৰ পিছত লিখক throws স্পেস IOException. |
02:42 | এতিয়া, ইয়াৰ মানে কি বুজায়? |
02:45 | Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে। |
02:52 | Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি throws কীওয়ার্ড ব্যবহাৰ কৰো। |
02:57 | Throws এটা কীওয়ার্ড যি Exception handling ৰ সময়ত ব্যবহৃত কৰা হয়। |
03:00 | যেতিয়া আমি জানো যে Exception এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়। |
03:05 | যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে। |
03:10 | Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো। |
03:16 | আমি Exception Handling সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম। |
03:20 | এতিয়া, আমি InputStreamReader নামৰ অবজেক্ট তৈয়াৰ কৰো। |
03:24 | তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী। |
03:44 | প্রথম বন্ধনীত লিখক, System dot in আৰু তাৰপিছত সেমিকোলন। |
03:52 | InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে |
04:01 | System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়। |
04:10 | ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়। |
04:17 | ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো । |
04:22 | সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী। |
04:36 | বন্ধনীৰ ভিতৰত, InputStreamReader ৰ অবজেক্ট লিখক যি isr হয় . |
04:43 | এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে। |
04:48 | BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে । |
04:54 | Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে। |
05:01 | এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো। |
05:06 | প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক। |
05:14 | লিখক String স্পেস str সেমিকোলন |
05:19 | এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক। |
05:23 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন। |
05:33 | ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম, |
05:37 | str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। |
05:45 | readLine মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব । |
05:51 | এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক । |
06:01 | সেয়ে লিখক int স্পেস n সেমিকোলন। |
06:05 | ইউজাৰক তাৰ বয়স লিখবলৈ কওক। |
06:08 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। |
06:21 | ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল str1 তৈয়াৰ কৰক। |
06:31 | এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। |
06:45 | এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন। |
07:05 | Integer এটা ক্লাস হয় আৰু parseInt হল তাৰ মেথড। |
07:11 | এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে। |
07:18 | এতিয়া name আৰু ageৰ আউটপুট প্রদর্শন কৰক। |
07:22 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The name is + str সেমিকোলন। |
07:38 | পিছৰ লাইনত লিখক, System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The ages + n আৰু সেমিকোলন। |
07:50 | এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো। |
07:55 | সেয়ে Control আৰু F11 কী টিপক। |
08:00 | আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয় |
08:03 | সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম Ramu এন্টাৰ টিপক। |
08:08 | আপনাক বয়স লিখিবলৈ সোধা হয়। |
08:11 | আমি ইয়াত 20 লিখিম আৰু এন্টাৰ টিপক। |
08:13 | আমি নিম্নৰুপে আউটপুট পাও |
08:15 | The name is Ramu |
08:16 | আৰু The age is 20. |
08:18 | এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো । |
08:24 | এই টিউটৰিয়েলত আমি শিকিছো |
08:26 | InputStreamReader সম্পর্কে, |
08:28 | BufferedReader সম্পর্কে, |
08:29 | আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা। |
08:33 | আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। |
08:42 | ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক. আউটপুটক কনসোলত প্রদর্শন কৰক। |
08:49 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:54 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:57 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:02 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:04 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
09:11 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:18 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:21 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:27 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:36 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |