Linux/C2/General-Purpose-Utilities-in-Linux/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
0:00 | নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই টিউটোৰীয়েলটিত আমি আপনাক স্বাগত জনাইছো । |
0:06 | এই টিউটোৰিয়েলটিত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে পৰিচিত হম । |
0:14 | এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে । |
0:21 | আমি দেখা কম্মান্দ টো হৈছে echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স কমান্ড case sensitive হয় । |
0:29 | উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে। |
0:36 | এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক |
0:43 | Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কেিবলৈ সাহায্য কৰে। |
0:48 | এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে। |
0:52 | টার্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্রক্রিয়া ব্যাখ্যা কৰা হৈছে । |
0:58 | প্রম্পটত echo space hello world লিখক . এন্টাৰ টিপক । |
1:08 | এইটোৱে স্ক্রিনত hello world লেখাটি প্রিন্ট কৰে। |
1:14 | আমি echo কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো । |
1:19 | প্রম্পটত echo space dollar ডাঙৰ ফলাত shell লিখক. এন্টাৰ টিপক । |
1:30 | এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে |
1:36 | আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম। |
1:42 | ইয়াৰ বাবে আমি লিনাক্সত -e (hyphen e)option (বিকল্প) ব্যবহাৰ কৰিব লাগিব । |
1:46 | সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় । |
2:03 | এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি prompt মেচেজ বিচাৰো, promptঅত লিখক echo space minus e single quote t Enter a Command back slash c আৰু এন্টাৰ টিপক । |
2:32 | আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে । |
2:38 | আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে। |
2:43 | এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. promptঅত লিখক uname space hyphen r আৰু এন্টাৰ টিপক । |
2:58 | আপোনাৰ username জানিবলৈ, promptত লিখক who space am space I আৰু এন্টাৰ টিপক । |
3:11 | ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়. |
3:21 | কেতিয়াবা আপোনাৰ login passwordটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে। |
3:28 | ইয়াৰ বাবে passwd কমান্ড আছে । prompt ত লিখক ।
p-a-s-s-w-d আৰু এন্টাৰ টিপক । |
3:37 | আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান password লিখিবলৈ সোধিব। |
3:43 | আমি ইয়াত আমাৰ system ৰ বর্তমান password টাইপ কৰিম। |
3:48 | যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন password লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব |
4:02 | কিন্তু কি হব যদি আমি বর্তমানৰ password পাহৰি যাও? |
4:06 | তেতিয়াও বর্তমানৰ password নাজানাকৈ password পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল
root user দ্বাৰা কৰিব পৰা যাব |
4:1৪ | এতিয়া root user কোন হয় ? |
4:18 | এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়। |
4:22 | উইন্ডোজত administrator status -প্রাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় । |
4:30 | আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে । |
4:36 | টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক । |
4:42 | এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব। |
4:45 | আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে। |
4:54 | প্রম্পটত লিখকdate space plus 'percent' sign capital T আৰু এন্টাৰ টিপক । |
5:07 | এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ(hh: mm: ss) ফৰম্যাটেত সময় দেখায় । |
5:12 | প্রম্পটত লিখক date space plus 'percentage sign small h আৰু এন্টাৰ টিপক । |
5:23 | এইটোৱে মাহৰ নাম দিয়ে। |
5:25 | প্রম্পটত লিখক date space plus percentage sign small m আৰু এন্টাৰ টিপক । |
5:38 | এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ০২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে এইটোক মিলাওক। |
5:50 | প্রম্পটত লিখক date space plus percentage sign small y আৰু এন্টাৰ টিপক । |
6:01 | এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায় । |
6:05 | উদাহৰনস্বৰুপে প্রম্পটত লিখক date space plus double quotesত percentage small h percentage সৰু ফলা y আৰু এন্টাৰ টিপক । |
6:34 | ইয়াত ফেব্রুয়াৰী ১১ দেখাইছে। |
6:39 | অনয়এটি সম্পর্কযুক্ত কমান্ড হল- cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে । |
6:48 | বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক । |
6:56 | যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওকdecember 2070 প্রম্পটত লিখক ‘ cal ' space ১২ space ২০৭০ আৰু এন্টাৰ টিপক । |
7:13 | এইটোৱে ডিসেম্বৰৰ ২০৭০ৰ ক্যালেন্ডাৰ দেখায় । |
7:19 | পৰবর্তী আলোচনাৰ পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক । |
7:26 | লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়? |
7:34 | দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় । |
7:48 | পিছত ডিৰেক্টৰী কি হয়? |
7:52 | এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়। |
7:58 | এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে। |
8:04 | এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় । |
8:08 | লিনাক্স কম্পিউটাৰত আমি যেতিয়া login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে থাকো । home directory চাবলৈ প্রম্পটত লিখকecho space dollar HOME capitalত আৰু এন্টাৰ টিপক। |
8:27 | পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ present working directory বোঝায় । প্রম্পটত pwd লিখক আৰু এন্টাৰ টিপক । |
8:42 | এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো ।ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে |
8:56 | ls কমান্ড লিখক আৰু এন্টাৰ টিপক। |
9:01 | আউটপুট-টি লক্ষ্য কৰক । |
9:04 | ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় । . |
9:08 | ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক option আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক ls space minus minus all আৰু এন্টাৰ টিপক । |
9:24 | এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ( ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম । |
9:33 | যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বোচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো। |
9:40 | কমান্ড প্রম্পটত লিখক ls space minus small l আৰু এন্টাৰ টিপক । |
9:50 | এই অপশনৰবিভন্ন অংশৰ ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত । |
10:06 | ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম |
10:11 | স্ক্রিনত এই সমস্ত তথ্যবোৰ প্রদর্শন কৰাৰ পৰিবর্তে, আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো। প্রকৃততে, এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো। |
10:23 | ধৰক আমি লিখো কমান্ড প্রম্পটত
ls space minus small l space right angle bracket space fileinfo আৰু এন্টাৰ টিপক । |
10:46 | এতিয়া সমস্ত ফাইল আৰু ডিরেক্টরী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে । |
10:54 | কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে আমাৰ উচৰত cat কম্মন্দ আছে । লিখক cat space তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক । |
11:12 | এতিয়া আপনি ফাইলটির ভিতৰৰ লেখাখিনি দেখিব পাৰে । cat ৰ অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে promptত cat space right angle bracket space filename ধৰক file1 আৰু এন্টাৰ টিপক । |
11:36 | যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটি ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে । |
11:42 | তেনেহলে ইয়াত কিছু লেখা যাওক । |
11:50 | এইবাৰ ইনপুটৰ শেষক বোঝাবলৈ এন্টাৰ টিপক । |
11:56 | এতিয়া Ctrl আৰু D কী-দুটি একলগে টিপক । |
12:05 | যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক overwrite কৰি দিব। |
12:13 | আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat space double right angle bracket space file1 আৰু এন্টাৰ টিপক । |
12:36 | অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই |
12:50 | এই টিউটোৰিয়েলৰ শেষলৈ আহিলো. কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
13:02 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
13:10 | এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|