Thunderbird/C2/Introduction-to-Thunderbird/Assamese
From Script | Spoken-Tutorial
Time | Narration | |||
---|---|---|---|---|
00.00 | মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম | |||
00,04 | এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু
| |||
00,09 | থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম | |||
00,13 | আমি আৰু শিকিম কিভাবে : | |||
00.15 | নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া | |||
00,20 | ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা | |||
00,26 | মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট. | |||
00,29 | ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে. | |||
00,35 | ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে | |||
00,39 | আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ . | |||
00,42 | ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে. | |||
00,47 | থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে. | |||
00,50 | আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি | |||
01.01 | আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি | |||
01.04 | সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক .
| |||
01,09 | আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে | |||
01,12 | তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল .
| |||
01,18 | ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো. | - | 01,26 | যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে. |
01,33 | উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক. | - | 01,40 | আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে. |
01,46 | মোজিলা থান্ডাৰবার্ড | |||
01,48 | মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় .
| |||
01,56 | এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক . | |||
02.02 | মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব . | |||
02,08 | আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে | |||
02,15 | আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব | |||
02,19 | থান্ডাৰবার্ড আৰম্ভ কৰা যাওক. | |||
02,22 | প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক. | |||
02,29 | অনুসন্ধান বক্স প্রদর্শিত হব . | |||
02,31 | এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব . | |||
02,37 | অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক. | |||
02,40 | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব | |||
02,43 | উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক. | |||
02,49 | মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব | |||
02,53 | প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক . | |||
02,59 | মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে. | |||
03,05 | ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ. | |||
03,11 | উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে. | |||
03,18 | থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে . | |||
03,21 | বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে. | |||
03,26 | আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে | |||
03,33 | সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত. | |||
03.41 | এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে | |||
03,44 | এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল: | |||
03,48 | STUSERONE এট জিমেইল ডট কম
STUSERTWO এট ইয়াহু ডট কম |
- | 03,56 | আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় . |
04.02 | ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো. | |||
04,07 | আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ? | |||
04,11 | প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক . | |||
04,14 | নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com . | |||
04,21 | এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড. | - | 04,30 | জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক. |
04,40 | সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক. | |||
04,48 | পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো . | |||
04,53 | তাৰপিছত Save Changes ক্লিক কৰক. | |||
04,56 | জিমেইল উইন্ডো প্রদর্শিত হব . | |||
04,58 | POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় ! | |||
05.02 | জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো. | |||
05,08 | থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক. | |||
05,15 | থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়. | |||
05,19 | আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম | |||
05,26 | প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক. | |||
05,31 | প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক. | |||
05,36 | থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় . | |||
05,39 | Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক. | |||
05:48 | কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক. | |||
05,56 | OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক . | |||
0600 | এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক | |||
06,05 | অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক. | |||
06,12 | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব . | |||
06,17 | STUSERONE হিসাবে নাম লিখক.
| |||
06,20 | STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক . | |||
06,27 | আৰু অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক. | |||
06,32 | পিছত Continueত ক্লিক কৰক | |||
06,36 | মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় . | |||
06,42 | পৰবর্তী নির্বাচন কৰক POP 3 . | |||
06,46 | কেতিয়াবা এটা এৰৰ বার্তা , | |||
06,49 | থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে | |||
06,53 | ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়. | |||
06,59 | এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক. | |||
07,04 | এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক | |||
07,08 | জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়. | |||
07,12 | যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো. | |||
07,19 | এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক | |||
07,24 | নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক. | |||
0730 | যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়. | |||
07,36 | এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে. | |||
07,41 | সেয়ে ক্ৰিয়েট একাউন্ট ক্লিক কৰো. | |||
07,44 | এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে . | |||
07,52 | জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়. | |||
07,56 | মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে . | |||
08,04 | এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়. | |||
08,09 | এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক. | |||
08,18 | থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক . | |||
08,22 | ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়. | |||
08,27 | জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়. | |||
08,36 | ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক. | |||
08,39 | বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় . | |||
08,43 | বার্তা ত ডাবল ক্লিক কৰা যাওক. | |||
08,46 | ই এটা নতুন ট্যাব খুলে . | - | 08,49 | ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক. |
08,55 | এটি বার্তা কম্পোজ কৰো আৰু STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক | |||
09,03 | মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক. | |||
09,07 | ৰাইট ডায়লগ বক্স প্রদর্শিত হব. | |||
09.10 | ফ্ৰম ফিল্দে আপনাৰ নাম আৰু জিমেইল আইডি প্রদর্শন কৰে. | |||
09,14 | টু ফিল্দত STUSERTWO এট ইয়াহু ডট ইন লিখক | |||
09.20 | হাই বোলি টেক্সট টাইপ কৰা যাওক! মেইলৰ বদিত এতিয়া থান্ডাৰবার্ডত মোৰ এটা ইমেইল একাউন্ট আছে. | |||
09,29 | এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো . | |||
09,33 | এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়. | |||
09,40 | টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ. | - | 09,47 | টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো.
|
09,55 | টেক্সট ৰ ৰং পৰিবর্তন হৈছে. | |||
09,58 | এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! . | |||
10.04 | স্মাইলি তালিকাৰ পৰা, স্মাইল ক্লিক কৰক. এটা স্মাইলি ভৰোৱা হৈছে . | |||
10.11 | আপোনি আপোনাৰ মেইলত বানান চেক কৰিবও পাৰে. | |||
10.15 | have বানানটি heve লৈ পৰিবর্তন কৰা যাওক. | |||
10.20 | স্পেলিঙ ক্লিক কৰক আৰু English US নির্বাচন কৰক | |||
10,24 | চেক বানান ডায়লগ বক্স প্রদর্শিত হয়, ভোল বানানটো হাইলাইট কৰে. | |||
10.30 | ই সঠিক বানান প্রদর্শন কৰে. Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ ক্লিক কৰক. | |||
10.38 | বানান পছন্দ সেট কৰিবলৈ, প্রধান মেনুৰ পৰা, সম্পাদনা আৰু পছন্দসমূহত (Preferences) ক্লিক কৰক. | |||
10.44 | Preferences.dialog বক্সৰ পৰা Composition ক্লিক কৰক. | |||
10,48 | আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক | |||
10.54 | এতিয়া মেইল পঠাবলৈ, কেবল চেন্দ বাটনত ক্লিক কৰক. | |||
10.59 | এটা Subject Reminder বস্তু ডায়লগ বক্স প্রদর্শিত হয়. | |||
11.03 | ইয়াৰ কাৰন হল যে এই মেইলৰ বাবে আমি এটা বিষয় এন্টাৰ কৰা নাচিলো. | |||
11.07 | এটা চাবজেক্ট লাইন নোহোৱাকে মেইল পঠাবলৈ, আপোনি Send Without Subject ত ক্লিক কৰিব পাৰে | |||
11.13 | Cancel Sending ক্লিক কৰক . | |||
11,16 | এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম. | |||
11,21 | Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক. | |||
11.29 | আমি STUSERTWO@yahoo.in একাউন্ট খুলিব লাগিব আৰু ইনবক্স চেক কৰো . | |||
11.37 | সেয়ে ইয়াহু লগইন কৰা যাওক | |||
11.47 | ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক. আপোনাৰ পাসওয়ার্ড টাইপ কৰক. | |||
11.56 | ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল পোৱা দেখায় ! | |||
12.03 | এইটোক খুলিবলৈ মেইলত ক্লিক কৰক. | |||
12.05 | আপোনি Reply বাটন ব্যবহাৰ কৰি মেইলৰ উত্তৰ দিব পাৰি , কিন্তু ইয়াত এটি নতুন মেইল কম্পোজ কৰো . | |||
12.13 | Composeত ক্লিক কৰা যাওক | |||
12,16 | To field ত, STUSERONE এট জিমেইল ডট কম ঠিকানাটো লিখক | |||
12.23 | বিষয় ক্ষেত্রত, অভিনন্দন লিখক ! | |||
12.27 | আপোনি মেইলত এটি নতুন অ্যাকাউন্ট পোৱা দেখি ভাল লাগিছে | |||
12,32 | Send বাটন ক্লিক কৰক আৰু ইয়াহু পৰা লগ আউট কৰক . | |||
12.37 | এই ব্রাউজাৰ বন্ধ কৰো. | |||
12.39 | এতিয়া থান্ডাৰবার্ড পৰীক্ষা কৰা যাওক. | |||
12,42 | Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক. | |||
12,48 | বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক. | |||
12,53 | ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় . | |||
12,58 | মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়. | |||
13,03 | আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে . | |||
13,07 | আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি ইমেইল মেসেজ সফলভাবে sent, received আৰু viewed কৰিছো | |||
13,14 | থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক . | |||
13.19 | আপোনি মজিলা থান্ডাৰবার্ডৰ পৰা প্ৰস্থান কৰিব. | |||
13.22 | এই থান্ডাৰবার্ড টিউটোৰিয়েলৰ শেষলৈ আহিলো. | |||
13,26 | এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো . | |||
13.35 | আমি আৰু শিকিলো কিভাবে : | |||
13.37 | নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,
কম্পোজ আৰু মেইল বার্তা পঠোৱা, বার্তা পোৱা আৰু পড়া , থান্ডাৰবার্ডৰ লগ আউটকৰা. | |||
13,46 | ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে. | |||
13,49 | মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক | |||
13.52 | ইনস্টল কৰক আৰু আৰম্ভ কৰক . | |||
13.54 | থান্ডাৰবার্ডত এটি ইমেইল অ্যাকাউন্ট কনফিগাৰ কৰক' | |||
13.58 | এই অ্যাকাউন্ট ব্যবহাৰ কৰি মেইল পঠোৱা আৰু পোৱা. চোৱা কি ঘটে | |||
14.06 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
| |||
14.09 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |||
14,12 | যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |||
14.16 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | |||
14.18 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | |||
14,22 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |||
14,26 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |||
14,32 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |||
14,36 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |||
14.44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |||
14,55 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |