LibreOffice-Suite-Draw/C2/Fill-objects-with-color/Assamese

From Script | Spoken-Tutorial
Revision as of 08:41, 12 May 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
00.00 লিবাৰ অফিচত ৰঙৰ সৈতে অবজেক্টস ভৰোৱা স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম .
00,06 এই টিউটোৰিয়েলত , আপোনি শিকিব কিভাবে :
00,09 ৰঙ, গ্রেডিয়েন্ট , হ্যাচিং আৰু বিটম্যাপ সৈতে বস্তুবোৰ পূৰণ কৰে
00.15 সেয়ে পাত ব্যাকগ্রাউন্ডে
00,17 নতুন ৰ তৈয়াৰ কৰে

 

00,20 আমাি ফাইল WaterCycle খোলি আৰম্ভ কৰা যাওক.

 

00,24 আপোনি বস্তুবোৰ   
00,25 ৰঙ
00,26 গ্রেডিয়েন্ট
00,29 লাইনৰ নমুনা বা হ্যাচিং আৰু
00,32 ছবিৰে পূৰণ কৰিব পাৰে
00,33 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো .
00,42 আমি WaterCycle ডায়াগ্রামটো ৰঙ কৰো .
00,46 সূর্যৰ পৰবর্তীত থকা  দুটা মেঘক ৰঙ দি আৰম্ভ কৰো. আমি সিহতক বগাৰ সৈতে তাক পূৰণ কৰো .
00,54 সূর্য পিছত থকা মেঘটো নির্বাচন কৰো.
00,56 কনটেক্সট মেনু দেখিবলৈ  সো ক্লিক কৰো আৰু " এৰিয়া " ত ক্লিক কৰো .


01.01 " এৰিয়া " ডায়লগ বক্স প্রদর্শন কৰা হয়.
01,05 " এৰিয়া " ট্যাবত ক্লিক কৰক আৰু " ফিল " বিকল্পৰ অধীনত, " ৰঙ " নির্বাচন কৰক.
01,13 স্ক্রোল ডাউন কৰক আৰু "হুৱাইট " এ ক্লিক কৰক.
01,16 ওক ক্লিক কৰক. <Pause>
01,19 একে ভাবে, আমি অন্যান্য মেঘক ৰঙ কৰিম.
01,24 হুৱাইট  আৰু ৰঙৰ এলাকা অধীনত সো ক্লিক কৰক.
01,30 প্রতিটো মেঘক ৰঙ কৰাতো দীর্ঘ সময় লাগিব.
01,33 এইটো কাম কৰিবলৈ এটি সহজ উপায় হয় সিহতক গ্রুপ কৰাতো .
01,38 তাৰে গ্ৰে ৰঙত থকা দুটা মেঘক ৰঙ কৰো যিহেতু সিহত rain-bearing মানে বৰষুন দিয়া মেঘ হয়  .
01,46 প্রথমে সিহতক গ্রুপ কৰো .
01,48 Shift কী টিপক আৰু প্রথম মেঘত ক্লিক কৰক আৰু তাৰ পিছত দ্বিতীয়টোত ক্লিক কৰক.
01,54 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু গ্রুপ ত ক্লিক কৰক.
01,58 মেঘবোৰ গ্রুপ হৈছে.
02,00 আকৌ , কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
02,07 " এৰিয়া " ডায়লগ বাক্সত, " ফিল " বিকল্প অধীনত থকা " এৰিয়া " ট্যাবত ক্লিক কৰক " ৰঙ " নির্বাচন কৰক আৰু তললৈ স্ক্রল কৰক আৰু " গ্রে 70% " ৰঙত  ক্লিক কৰক.
02,23 ওকেত ক্লিক কৰক. <Pause>
02,25 একে ভাবে ত্রিভুজ " ব্ৰাওন 3 "ক ৰঙ কৰা ​​যাওক .
02,37 এতিয়া আমি আকৌ, একেভাবে " ব্ৰাওন 4"ত আয়তক্ষেত্র ৰঙ কৰা যাওক .
02,48 একেভাবে, সূর্যক  হালধীয়া ৰঙ দিয়া যাওক.
02,58 পিছত, অন্যান্য ত্রিভুজ আৰু ক্রৰেখা ৰঙ কৰা যাওক  যি " turquoise 1 "ৰঘৰ সৈতে পানীক প্রতিনিধিত্ব কৰে
03,05 যিহেতো সিহতক একেই ফৰ্মেতিঙৰ প্রয়োজন হয়, সিহতক  দলবদ্ধ কৰো যদি ইতিমধ্যে সিহত দলবদ্ধ হোৱা নাই .
03,12 সিহতক ৰঙ কৰিবলৈ, আগৰ নিচিনা একেই পদক্ষেপ অনুসৰণ কৰা যাওক - সোন ক্লিক কৰক , এলাকা , এলাকা ট্যাব , ফিল , ৰঙ,  turquoise ১ .
03,27 "লক্ষ্য কৰক যে অবজেক্ট" পানীত , ত্রিভুজ আৰু বক্রৰেখা প্রান্তৰেখা প্রদর্শিত হয়.
03,35 ছবিটো ভাল দেখিবলৈ , এই প্রান্তৰেখা অদৃশ্য কৰা যাওক .
03.41 বস্তু নির্বাচন কৰক, কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু " লাইন" ক্লিক কৰক.
03,48 " লাইন" ডায়লগ বক্স প্রদর্শন কৰা হয়.
03,52 " লাইন " ট্যাবত ক্লিক কৰক.
03,55 " লাইন বৈশিষ্ট্য "ত  " স্টাইল" ড্রপ ডাউন বক্সত ক্লিক কৰক আৰু " অদৃশ্য " নির্বাচন কৰক.
04,03 ওকেত ক্লিক কৰক.
04,05 পানী বস্তুৰ সীমাৰেখা অদৃশ্য হৈ যায়.
04,09 এতিয়া , আমি গাছ ৰঙ কৰো  .
04,14 আমি বাও অধিকাংশ গছ নির্বাচন কৰো.
04,16 কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু " এন্টাৰ গ্রুপ" ক্লিক কৰক .
04,23 এতিয়া, গছক সম্পাদনা কৰা যাওক .
04,26 সোফালৰ পাতক নির্বাচন কৰো.
04,30 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.

 

04,36 " এৰিয়া " ডায়লগ বক্সত .
04,38 " এৰিয়া " ট্যাবত ক্লিক কৰক
04,40 "ফিল" অধীনত ৰঙ নির্বাচন কৰক .
04,44 স্ক্রোল ডাউন কৰক আৰু " Green 5" ত ক্লিক কৰক.
04,47 ওকেত ক্লিক কৰক.
04,49 আমি বাও পাতৰ বাবে একেই কৰো
04,57 পিছত ট্রিৰ ট্রাঙ্ক ৰঙ কৰা যাওক .
05,05 Y আকৃতি এৰো নির্বাচন কৰক , কনটেক্সট মেনু বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.

 

05,08 লক্ষ্য কৰক যে সকলো নির্বাচন খিনি" এৰিয়া " ডায়লগ বক্সত অপৰিবর্তিত ৰাখা হয়
05,15 সেয়ে " ৰঙ " নির্বাচন কৰো.
05,18 নীচে স্ক্রোল ডাউন কৰক আৰু " ব্রাউন 1" ত ক্লিক কৰক.
05,21 ওকেত ক্লিক কৰক.
05,23 আমি গছক ৰঙ কৰো!
05,26 গ্রুপৰ পৰা প্রস্থান কৰিবলৈ, সো ক্লিক কৰক আৰু  " Exit গ্রুপ" নির্বাচন কৰক.
05,31 আমি একেই ভাবে অন্যান্য গছৰ ৰঙ কৰিবলৈ পাৰো .
05,36 আমি অন্যান্য গছ মুছিব পাৰো , ৰঙ হৈ থকা গছদাল কপি  পেস্ট কৰি আৰু আকাঙ্ক্ষিত অবস্থানলৈ নিয়ক .
05,44 এই ভাবে ই অনেক সহজ হয়, নহয় জানো?
05,49 এতিয়া আমি  " সূর্য " পৰবর্তীত মেঘ এটিত " ছা " যোগ কৰো.
05,55 দ্ৰৱিঙ টুলবাৰ পৰা নিৰ্বাচন কৰিবলৈ Select ক্লিক কৰো আৰু তাৰপিছত সিহতক গ্রুপ কৰাও.*****
06,03 বগা মেঘ গ্রুপ নির্বাচন কৰক আৰু কনটেক্সট মেনু বাবেসো ক্লিক কৰক আৰু  " এৰিয়া " ক্লিক কৰক.
06,10 " এৰিয়া " ডায়লগ বাক্সত, " শ্যাডো " ট্যাবত ক্লিক কৰক.
06,15 বৈশিষ্ট্যত, ব্যবহাৰ কৰা শ্যাডো বক্স চেক কৰক.
06,20 অন্যান্য ক্ষেত্র এখন সক্রিয় হয়.
06,24 " “Position মানে অবস্থান ত" , তলৰ সো কোনৰ অপশনটি ক্লিক কৰক.
06,29 “Position য়ে ছা প্রদর্শিত হোৱা যেগাখিনিক সংজ্ঞায়িত কৰে.
06,33 ৰঙৰ ক্ষেত্রত, গ্রে নির্বাচন কৰক.
06,36 ওকেত ক্লিক কৰক.
06,39 এটি ছা প্রতিটি বগা মেঘৰ পিছত প্রদর্শন কৰা হয়.
06,44 এতিয়া মেঘ বোৰ আৰু বাস্তবসম্মত বনোৱা যাওক .
06,48 গ্ৰে মেঘ গ্রুপক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু এৰিয়া " নির্বাচন কৰক.
06.55 " এৰিয়া " ডায়লগ বাক্সত, " এৰিয়া " ট্যাব নির্বাচন কৰক. " ফিল ৰ অধিনত " গ্রেডিয়েন্ট " ক্লিক কৰক.
07,02 এতিয়া Gradient 1 নির্বাচন কৰক.
07,04 ওকেত ক্লিক কৰক.
07,06 মেঘৰ এতিয়া  আৰু এটি বাস্তবসম্মত গ্ৰে ছায় আছে!
07,11 . এটি আকৃতি নির্বাচন কৰক - মেঘ গ্রুপ বোলি . কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
07,19 এৰিয়া ট্যাব অপশন দেখিন পাৰে.
07,23 ফিলৰ অধীনত, আপোনি 4 অপশন দেখিব পাৰিব -
07,27 ৰ, গ্রেডিয়েন্ট , হ্যাচিং আৰু  বিটম্যাপ .
07,32 লক্ষ্য কৰক যে এই প্রতিটো অপশনৰ বাবে ডায়লগ বক্সত সংশ্লিষ্ট ট্যাব আছে  .
07,39 এই ট্যাবে আমাক নতুন স্টাইল তৈয়াৰ কৰা আৰু সংৰক্ষণ কৰিবলৈ অনুমতি দিয়ে.
07,43 ৰঙৰ ট্যাবত ক্লিক কৰক.
07,46 প্রোপার্টি অধীনত  ,ৰঙ ড্রপ ডাউন পৰা Red 3 নির্বাচন কৰো .
07,53 তাৰপিছত , আৰজিবি নির্বাচন কৰো আৰু দেখোৱাৰ দৰে আৰ, জি আৰু বি বাবে মান লিখক .
08.01 আৰ, জি আৰু বি কোনো ৰঙত ৰঙা , সেউজীয়া অৰু নীলা অনুপাতৰ বাবে হয়
08,08 আমি  আৰ বাবে ২০০,  জি বাবে 100 আৰু বি বাবে ৫০ লিখিম
08,16 ইয়াত আমি ৰঙ সলনি কৰিবলৈ ৰঙা, সেউজীয়া অৰু নীলা ৰ অনুপাত  পৰিবর্তন কৰো .
08,22 আৰজিবি ক্ষেত্র উপৰত প্রিভিউ বাক্স চাওক .
08,28 প্রথম প্রিভিউ বক্সে আসল ৰঙ প্রদর্শন কৰে.
08,31 পৰবর্তী ৰঙ ক্ষেত্রত দ্বিতীয় প্রিভিউ বক্সে আমি পৰিবর্তন কৰা দেখোৱায়.
08,37 নামৰ ক্ষেত্রত ইয়াৰ বাবে একটি নাম টাইপ কৰো.

 

08,41 “New red”বোলি নাম লিখো
08,44 Add বাটন ক্লিক কৰক.
08,46 নতুন ৰঙ তালিকাযলৈ যুক্ত হয়.
08,49 ওকেত ক্লিক কৰো.
08,51 আমি এটি নতুন ৰঙ তৈয়ৰ কৰিছো !
08,54 CTRL আৰু জেড টিপি , এই কর্ম আনডো কৰো
08,59 মেঘৰ ৰঙ আকৌ এবাৰ বগা হয় .
09,03 এৰিয়া " ডায়লগ বক্সত ট্যাব ব্যবহাৰ কৰি তুমি তোমাৰ নিজৰ গ্রেডিয়েন্ট আৰু "  হ্যাচিং  তৈয়াৰ কৰিব পাৰে
09.10 গ্রেডিয়েন্ট হৈছে  ছা যি এটাৰ পৰা অন্য এটা ৰঙৰলৈ মিশ্রণ হয় .
09,14 উদাহৰণস্বৰুপে, ৰঙৰ ছা  নীলা পৰা সেউজীয়া হৈ যায় .
09,18 হ্যাচিং সূক্ষ্ম সমান্তৰাল লাইন ব্যবহাৰ কৰি তৈয়াৰ কৰা হয় যি অঙ্কনত এটি ছায়াকৰণ বা texture হয় .
09,24 এতিয়া ড্রলৈ এটা বিটম্যাপ আমদানি কৰা শিকো .
09,28 প্রধান মেনু পৰা, ফৰমেট নির্বাচন কৰো আৰু Area মানে এলাকা ক্লিক কৰো.
09,33 আগত দেখোৱাৰ দৰে এৰিয়া ডায়লগ বক্স প্রর্দশিত হয়, বিটম্যাপ ট্যাবত ক্লিক কৰক
09,39 এতিয়া Import বোতামত ক্লিক কৰক .
09,42 Import ডায়লগ বক্স প্রদর্শিত হয়.
09,45 ব্রাউজ অৰু এটি বিটম্যাপ নির্বাচন কৰক.
09,48 ওপেন বাটন ক্লিক কৰক. - 09,50 ড্র য়ে বিটম্যাপৰ বাবে এটি নাম লেখিবলৈ অনুৰোধ জনায়  .
09,55 নাম " NewBitmap " প্রবেশ কৰা যাওক.
09,58 ওকেত ক্লিক কৰক.
10.00   বিটম্যাপ এতিয়া ড্রপ ডাউন তালিকাত প্ৰৰ্দশিত হয় ।
10,04 প্রস্থান কৰিবলৈ OK ক্লিক কৰক ।
10,07 এতিয়া মেঘবোৰ লক্ষয় কৰক ।
10.10 CTRL আৰু Z টিপি ইয়াক আনডু কৰো ।
10,14 অবজেক্ট  "ওৱাটাৰ"ক ফিল কৰিবলৈ, বিটম্যাপ ব্যবহাৰ কৰো।
10,19 এতিয়া পানী আৰু বাস্তবসম্মত কৰা যাওক ।
10,22 এইতৌ কৰিবলৈ দলবদ্ধ ত্রিভুজ আৰু বক্রৰাখা নির্বাচন কৰক ।
10,26 কনটেক্সট মেনুৰ বাবে, সো ক্লিক কৰক অৰু "এৰিয়া" নির্বাচন কৰক ।
10,31 "এৰিয়া" ডায়লগ বাক্সত, "বিটম্যাপ" ট্যাবত ক্লিক কৰক ।
10,36 বিটম্যাপ তালিকাখন তললৈ স্ক্রোল কৰক আৰু "ওকেত" নির্বাচন কৰক ।
10,41 OK ক্লিক কৰক ।
10,43 এতিয়া পানী দেখাত আৰু বাস্তবসম্মত হয় !
10,46 এই টিউটোৰীয়ালটি ইয়াতে ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
10,50 বস্তুবোৰ আঁকক আৰু ৰঙ, গ্রেডিয়েন্ট, হ্যাচিং আৰু বিটম্যাপৰে ভৰাওক ।
10,57 Transparency ট্যাব ব্যবহাৰ কৰক আৰু বস্তুৰ উপৰত তাৰ প্রভাব চাওক।
11,02 এতিয়া আকাশখন ৰঙ কৰা যাওক । এইটো খুবে সহজ !
11,06 আমি গোতেই পাঠটোত মাত্ৰ এটি বেঘগ্ৰাওন্দ দিম ।
11,10 কোনো বস্তু যাতে নির্বাচিত হোৱ নাই তাৰ বাবে পাঠটিত কার্সাৰত ক্লিক কৰক ।
11,15 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
11,21 পেজ  সেটআপ" দাইলগ বক্স প্ৰৰ্দশিত হৈছে। 
11,25 "Background" টেব ক্লিক কৰক অাৰু "Fill"ৰ অধিনত "Color" নির্বাচন কৰক ।
11,30 কালাৰ "নীল ৮" ৰঙ নির্বাচন কৰক ।
11,34 OK ক্লিক কৰক ।
11,36 ড্র সকলো পাঠবোৰৰ বাবে এই বেগগ্ৰাওন্দ সেটিঙ্চ থাকে নে নাই সোধে, পটভূমির এই সেটিং সব পৃষ্ঠার জন্য প্রয়োগ করতে হবে কিনা ।
11,41 NO ক্লিক করুন ।
11,44 এতিয়া নির্বাচিত লৰা পৃষ্ঠাতহে  বেগগ্ৰাওন্দ ৰঙ আছে ।
11,48 আপনি বস্তুবোৰ ৰঙৰ সৈতে নভৰাবলৈও বাছনি কৰিব পাৰে ।
11,52 মাওন্তেন নির্বাচন কৰা যাওক ।
11,55 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু Area নির্বাচন কৰক ।
11,59 "Area" ডায়লগ বাক্সত, "Area" ট্যাবটি নির্বাচন কৰক ।
12,04 "Fill"-ত "None" নির্বাচন কৰক ।
12,06 OK ক্লিক কৰক ।
12,08 বস্তুবোৰ কোনো ৰঙেৰে ভৰি থকা নাই আৰু আউটলাইনবোৰ হে বাগগ্ৰাওন্দত দেখা হৈছে ।
12.15 এইটো কাৰ্য আনডো কৰিবলৈ, Ctrl + Z কি-দুটি টিপক ।
12,20 আপনি ফম্যাট মেনু থেকেও এই সমস্ত বিকল্পগুলি ব্যবহাৰ কৰিব পাৰে।
12,25 মনে ৰাখক , কোনো পৰিবর্তন কৰাৰ পিছত, আপনাৰ ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + s কী-দুটি একসলগে টিপক ।  
12,34 অথবা, Automatic Save বিকল্পটিৰ মান নিদিষ্ট কৰক যাতে পৰিবর্তনগুলি স্বয়ংক্রিয়ভাবে সংৰক্ষিত হয় ।
12,41 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
12,43 যে ছবিটি আপনি তৈয়াৰ কৰক, সেটি ৰঙ কৰক ।
12,45 পৃষ্ঠায় একটি পটভূমি দিন ।
12,47 কিছু নতুন ৰং তৈয়াৰ কৰক ।
12,50 ইয়াতে LibreOffice ড্রৰ এই টিউটোৰিয়ালটি সমাপ্ত হল ।
12,54 এই টিউটোৰিয়ালটিতে আমি শিকিছো: ৰং, গ্রেডিয়েন্ট, হ্যাচিং আৰু বিটম্যাপ ব্যবহাৰ কৰো ।
13,01 বস্তু ভৰাও ।
13,03 পটভূমি তৈয়াৰ কৰা আৰু
13,05 নতুন শৈলী তৈয়াৰ কৰক ।
13,07 নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটি দেখক ।
13,10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
13,13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
13,18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
13,20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
13,23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
13,27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
13,33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
13,38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13,45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13.56 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya