LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Assamese
From Script | Spoken-Tutorial
| Visual Cues | Narration |
| 00,02 | LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00,08 | এই টিউটোৰিয়েলটিত আপোনি শিকিব: |
| 00,11 | বস্তূ কাট,কপি, পেস্ট কৰা। |
| 00,14 | হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা। |
| 00,17 | বস্তুবোৰ সুসজ্জিত কৰা। |
| 00,19 | বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা। |
| 00,21 | এটি দলত প্রতিটি বস্তু সম্পাদন কৰা। |
| 00,24 | এটআ দলতে বস্তুবোৰ অতৰুৱাওক। |
| 00,28 | ইয়াত আমিউবুন্টুলিনাক্স সংস্কৰণ ১০.০৪আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ব্যবহাৰ কৰিছো। |
| 00,37 | ডেস্কটপত সংৰক্ষিত "WaterCycle"ফাইলটি খোলা যাওক। |
| 00,42 | এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি আৰু পেস্ট কৰো। |
| 00,47 | প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু"কপি"ত ক্লিক কৰা। |
| 00,54 | তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক,কনটেক্সট মেনুৰ বাবে আকৌএবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক। |
| 01,02 | কিন্তু আমিকেবল এটিমাত্র মেঘ দেখিব পাৰো! |
| 01,05 | আমি কপি আৰু পেস্ট কৰা মেঘটি কত ? |
| 01,08 | কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্তহয়! |
| 01,13 | এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক। |
| 01,17 | একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক। |
| 01,21 | মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "কপি" ক্লিক কৰক। |
| 01,26 | আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক। |
| 01,30 | এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক। |
| 01,37 | আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো। |
| 01,41 | CTRL + C এটা বস্তু কপি কৰিবৰ বাবে। |
| 01,44 | Ctrl + Vএটা বস্তু পেস্ট কৰিবৰ বাবে। |
| 01,47 | Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে। |
| 01,50 | মেঘ নির্বাচন কৰক আৰু CTRL আৰু Cকী-দুটা একেলগে টিপক। |
| 01,55 | মেঘটি কপি কৰা হৈছে । |
| 01,57 | পেস্ট কৰিবৰ বাবে Ctrlআৰু Vকী-দুটা একেলগে টিপক। |
| 02,02 | এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক । |
| 02,08 | এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । |
| 02,11 | আপোনা ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক । |
| 02,14 | প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক । |
| 02,18 | প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক । |
| 02,22 | চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে । |
| 02,25 | এটি বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে। |
| 02,31 | যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক। |
| 02,36 | এই মেঘৰ আকাৰ হ্রাস কৰো । |
| 02,38 | সেয়ে প্রথমে এইটোক নির্বাচন কৰক । |
| 02,40 | এতিয়া handlesবোৰ দেখা য়ায়. |
| 02,43 | পিছত, য়েতিলৈকে arrowheadsদেখা য়ায় কার্সাৰটি কোনো এটা handlesউপৰত স্থাপন কৰা |
| 02,50 | এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক. |
| 02,5৭ | মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক |
| 03,00 | arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক select কৰক |
| 03,04 | এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক |
| 03,07 | কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু transparent এৰো প্ৰদর্শিত হব । |
| 03,14 | এটিয়া,কীবোর্ডেৰ"শিফ্ট" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক |
| 03,25 | যদি Shift কী টিপে, তেনেহলে আপনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব । |
| 03,32 | এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "ডাইনামিক Resizing" বোলা হয় |
| 03.38 | ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো । |
| 03,42 | আমি পৰবর্তী টিউটোৰিয়ালত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম । |
| 03,47 | একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাক । |
| 03,52 | আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডেৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক। |
| 03,59 | ড্ৰ উইন্ডোৰ তলট “Status” বাৰ চাওক |
| 04,03 | লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো, মাত্রা পৰিবর্তিত হয় । |
| 04,09 | “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় । |
| 04,16 | এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক । |
| 04,20 | মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক । |
| 04,29 | সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ । |
| 04,36 | একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক । |
| 04,44 | এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 04,49 | এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰতর সো ক্লিক কৰক । |
| 04,55 | “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক । |
| 04,58 | মেঘ ৪ তিয়া সূর্যৰ পিছত আছে। |
| 05,02 | “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় । |
| 05,07 | এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 05,12 | কনটেক্সট মেনু সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক । |
| 05,18 | মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ ৰ দুয়োটাৰ পিছত আছে । |
| 05,23 | “Send to Back” য়ে এটা বস্তুক শেষ স্তৰলৈ পঠায় । |
| 05,28 | এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে । |
| 05,32 | মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো, “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক । |
| 05,40 | “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে । |
| 05,44 | তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক। |
| 05,52 | “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে। |
| 05,57 | এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক । |
| 06,01 | স্লাইড ত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে । |
| 06,07 | পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক । |
| 06,10 | এই কামৰ বাবে , মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক । |
| 06,23 | এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক । |
| 06,26 | এটি বর্গাকাৰ, একটি স্তাৰ ,একটি বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক। |
| 06,32 | প্রতিটি বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক । |
| 06,38 | লক্ষ্য কৰক, প্রতিটি বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় । |
| 06,44 | এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক । |
| 06,53 | তাৰ পিছত, এই জল চক্র চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক । |
| 06,59 | আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি । |
| 07,05 | আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো। |
| 07,11 | এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে । |
| 07,15 | গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "ব্লক এৰোচিহ্ন" নির্বাচন কৰক । |
| 07,21 | ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক "স্প্লিট অ্যাৰো " । |
| 07,28 | পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক । |
| 07,35 | আপোনি গাছৰ এটি কান্ড আৰু দুটি শাখাৰ সৈতে অঙ্কন কৰিছে । |
| 07,39 | শাখাত গাছৰ পাত যোগ কৰা যাওক । |
| 07,42 | অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক । |
| 07,45 | তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " . |
| 07,51 | এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, বাও মাউসৰ বোতাম ধৰি ৰাখি আৰু আকৃতিটি আঁকাৰ বাবে বাও ফালে টানক । |
| 08,01 | সেয়ে গছটোত পাত যোগ হৈ গৈছে ! |
| 08,04 | আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম । |
| 08,09 | আকৃতিটি নির্বাচন কৰক । |
| 08,11 | কীবোর্ড ত, কপি কৰিবৰ বাবে Ctrl আৰু C কী দুটি টিপক । |
| 08,15 | তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V কী দুটি টিপক । |
| 08,19 | এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক । |
| 08,22 | আমি এটি গাছ অঙ্কন কৰিছো ! |
| 08,25 | এবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ক । |
| 08,28 | মাত্ৰ কান্ড-টিহে তললৈ গৈছে, পাতবোৰ নহয়! |
| 08,32 | ইয়াত গাছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 08,38 | গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক । |
| 08,41 | শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় । |
| 08,47 | এটি দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় । |
| 08,53 | প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে । |
| 08,58 | তাৰপিছত, অঙ্কন টুলবাৰ পৰা "সিলেক্ট " ক্লিক কৰক। |
| 09,02 | কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক । |
| 09,05 | এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় । |
| 09,11 | আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব। |
| 09,14 | নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে । |
| 09,20 | অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে, তাৰপিছত প্রতিটি বস্তুৰ উপৰত ক্লিক কৰিব। |
| 09,28 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "গ্রুপ" নির্বাচন কৰক । |
| 09,32 | এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক । |
| 09,36 | হ্যান্ডলবোৰপ্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ । |
| 09,40 | এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় । |
| 09,45 | এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈি, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক । |
| 09,52 | এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 09,56 | সেহতক আকৌ দলবদ্ধ কৰা যাওক । |
| 09,58 | Shift কী টিপক আৰু বস্তুবোৰক এটৰ পিছত এটা নির্বাচন কৰক । |
| 10,03 | সো ক্লিক কৰক আৰু নির্বাচন কৰক 'গ্রুপ' । |
| 10,06 | এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় । |
| 10.10 | সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক । |
| 10,17 | এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ? |
| 10.23 | আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক, যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় । |
| 10,30 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । |
| 10,33 | "এন্টাৰ গ্রুপ" নির্বাচন কৰক । |
| 10,35 | লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় । |
| 10,39 | মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে । |
| 10,43 | উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো । |
| 10,51 | এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক । |
| 10,56 | এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়। |
| 11,02 | সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব । |
| 11,05 | দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" . |
| 11,13 | আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো । |
| 11,16 | গছটি নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক । |
| 11,21 | কার্সাৰটি এটা ৰি চাইজিঙএৰোচিহ্নত পৰিবর্তিত হয়। |
| 11,24 | এৰোটিক ভিতৰলৈ টানি আনক । |
| 11,26 | আমি সম্পূর্ণ গছৰ আকাৰ ছোট করেছি ! |
| 11,29 | এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক । |
| 11,32 | গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক । |
| 11,39 | এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব । |
| 11,41 | এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম । |
| 11,45 | সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক । |
| 11,51 | মনত ৰাখক যে, প্রতিটো গাছ তিনটা বস্তুৰে তৈয়াৰ কৰা হৈছে। |
| 11,55 | প্রতিটো গাছ নিজেই এটি দল হয়। |
| 11,58 | আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো। |
| 12,01 | এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক । |
| 12,04 | জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰক । |
| 12,12 | এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন" টুলবাৰ পৰা"বেসিক শেপস" নির্বাচন কৰক । |
| 12,18 | ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ" নির্বাচন কৰক । |
| 12.24 | এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো । |
| 12,28 | এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো । |
| 12,34 | "অঙ্কন" টুলবাৰ পৰা, "কার্ভ" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক | |
| 12,42 | তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক । |
| 12,49 | এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবহ জলৰ নিচিনা দেখে । |
| 12,56 | ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো। |
| 13,03 | অঙ্কন টুলবাৰ পৰা, "সিলেক্ট" ক্লিক কৰক। |
| 13,07 | এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক। |
| 13,16 | সো ক্লিক কৰক আৰু গ্রুপ নির্বাচন কৰক। |
| 13,18 | এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো। |
| 13,23 | ইয়াতে আপোনাৰ বাবেএটি অনুশীলনী আছে। |
| 13,26 | আপোনি নিজেই এই ছবি তৈয়াৰ কৰক। |
| 13,30 | ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। |
| 13,33 | এই টিউটোৰিয়ালটিত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে, |
| 13.39 | বস্তুক কাট, কপি, পেস্ট কৰা। |
| 13,42 | হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা । |
| 13,46 | বস্তু সুসজ্জিত কৰা |
| 13,48 | দলবদ্ধ আৰু দলমুক্ত কৰা। |
| 13,50 | এটি দলতে বস্তুবোৰক সম্পাদনা কৰা। |
| 13,53 | এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা। |
| 13,57 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 14,01 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 14,04 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 14,08 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 14,11 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 14,14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 14.18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 14.24 | কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ। |
| 14.28 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 14.36 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 14.47 | আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |