KTouch/S1/Configuring-Settings/Assamese

From Script | Spoken-Tutorial
Revision as of 14:44, 26 April 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.00 KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম
00.04 এই টুটৰীয়েলত অামি শিকিম কেনেকৈ
00.08 ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা
00.13 ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা .
00.20 ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো .
00.27 অাহক KTouch খোলো.
00.33 আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও.
00.40 ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক,
00.48 মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয়
00.52 শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয় - 00,56 এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে ! - 01.02 এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ. - 01.07 এতিয়া টাইপিং আৰম্ভ কৰো
01.09 এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো. - 01.14 শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় . - 01.17 আপনি আৰু কি দেখিছে? - 01.19 Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে - 01.23 আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক. - 01.27 প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক - 01.31 ট্রেনিং বিকল্প কি ? - 01.33 আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো. - 01.41 আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো. - 01.47 প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. - 01.52 কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়. - 01.56 কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক. - 02.02 সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে. - 02.06 টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক . - 02.13 সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি : - 02.15 টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ,  Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক. - 02.24 অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক . - 02.27 ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে. - 02.31 আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম . - 02.36 আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক - 02.46 টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক . - 02.50 সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি : - 02.53 টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক. - 03.00 পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক - 03.06 Applyত ক্লিক কৰক. OKত ক্লীক কৰক . - 03.09 পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো  . - 03.14 Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক. - 03.20 টাইপ কৰা আৰম্ভ কৰা যাওক . - 03.23 মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়. - 03.30 Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে . - 03.38 আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক. - 03.40 গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে - 03.47 ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা. - 03.54 এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক. - 03.59 Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয়  . - 04.02 শুদ্ধিৰ শতকৰাও দেখোৱাই. - 04.05 আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে? - 04.11 এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো. - 04.15 Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে ! - 04.18 ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব - 04.22 আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো . - 04.31 লেভেল টো 3 লৈ পৰিবর্তিত হৈছে ! - 04.33 লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো - 04.39 সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম - 04.47 মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে . - 04.52 আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি? - 04.55 Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়. - 05.02 " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক. - 05.07 Current ট্রেনিং সেশনত ক্লিক কৰক. - 05.12 এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়. - 05.22 Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়. - 05.31 Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে - 05.38 এই ডাইলগ বাক্স বন্ধ কৰা যাওক. - 05.41 আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে. - 05.45 short cut keys কি হয়? - 05.47 short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা . - 05.56 আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক. - 06.01 প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক  " শর্ট কাট " - 06.06 কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়. - 06.10 অনুসন্ধান বাক্সত Lecture Statistics লিখক . - 06.16 Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয়  - 06.24 এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক  . - 06.30 মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে.  OK ত ক্লিক কৰক. - 06.38 এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়. - 06.45 প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক. - 06.49 KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে . - 06.53 আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো . - 06.58 প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক. - 07.03 কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব. - 07.07 বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক - 07.15 আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক - 07.22 Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়. - 07.26 অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো - 07.30 এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ  কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় . - 07.38 আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো . - 07.43 আপোনাৰ বাবে এটি কাৰ্জয়. - 07.46 কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক. - 07.50 কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক. - 07.56 এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক - 08.00 অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক
08.04 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
08.07 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08.10 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08.15 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08.17 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08.20 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.23 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08.29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08.33 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08.41 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08.52 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble