Java/C2/Logical-Operations/Assamese

From Script | Spoken-Tutorial
Revision as of 12:52, 25 April 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

{ | সীমানা = 1 | | টাইম ' | | ' আখ্যান ' | - | 00:02 | জাভাত ' লজিক্যাল অপাৰেটৰ্চ ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .

| - | 00:07 | এই টিউটোৰিয়েলত, আপোনি ' লজিকাল অপাৰেটৰ্চৰ সম্পর্কে শিকিব

| - | 00:11 | ' কিভাবে লজিক্যাল অপাৰেটৰ্চ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশন প্ৰশিক্ষন কৰে আৰু প্রথম বন্ধনী ব্যবহার কৰি প্রাধান্য (precedence)  অগ্রাহ্য (override) করার উপায় '

| - | 00:20 | এই টিউটোরিয়াল বাবে আমি ব্যবহাৰ কৰিছো

' উবুন্টু 11.10 ' ,

' JDK 1.6 '

' ইক্লিপ্চ 3.7 '

| - | 00:30 | এই টিউটোরিয়ালটো অনুসরণ কৰিবলৈ  আপোনি ' জাভাত ৰিলেশনেল অপারেটৰ্চৰ ' উপৰত জ্ঞান থাকা উচিত

| - | 00:35 | না হলে প্রদর্শন করা হয়েছে , প্রাসঙ্গিক টিউটোরিয়াল জন্য, আমাদের ওয়েবসাইট দেখার জন্য অনুগ্রহ করে .

| - | 00:40 | লজিক্যাল অপারেটর multiple conditions প্ৰশিক্ষন কৰিবলৈ ব্যবহার করা হয়' .

| - | 00:48 | ইয়াতে জাভাত উপলব্ধ লজিক্যাল অপারেটৰৰ এখন তালিকা আছে

| - | 00:54 | and, or, not আমি বিষদভাবে তাৰ প্রতিটোকে তদন্ত কৰিম. Eclipseলৈ পৰিবর্তন কৰক.

| - | 01:04 | ইয়াত আমি Eclipse IDE আৰু বাকি  কোড বোৰৰ বাবে প্রয়োজন skeleton (কঙ্কাল) আছে.

| - | 01:10 | আমি Logical Operators নামৰ এটি বর্গ তৈয়াৰ কৰিছো আৰু main method যোগ কৰিছো

| - | 01:15 | কিছু ভেরিয়েবল তৈয়াৰ কৰা যাওক.

| - | 01:20 | 'boolean b ; ' | - | 01:23 | আমি bত conditionৰ (অবস্থাৰ) ফলাফল সংৰক্ষণ কৰিম ;

| - | 01:29 |int age is equalto 11

| - | 01:35 | int weight isequalto 42

| - | 01:42 | আমাৰ উচৰত এজন ব্যক্তিৰ বয়স আৰু ওজন আছে.

| - | 01:46 | আমি ব্যক্তিজন  18yrs বয়সৰ তলত আৰু কমেও 40kgs হয় নে নহয় সেয়া প্ৰশিক্ষন কৰিম .


| - | 01:52 | চাও কিভাবে কৰে .

| - | 01:57 | b is equal toage less than 18 ampersand ampersand weight greater than equal to 40


| - | 02.19 | এই স্তেটমেন্তেত দুটা এক্সপ্রেশন আছে আৰু তাৰ মাজত এটি ডবল ampersand প্রতীক আছে.

| - | 02:24 | ই বয়স 18ত কৈ কম হয় নে নহয় আৰু ওজন টো  40ৰ সমান  বা তাতোতকৈ বেছি হয় নে নহয় তাকে প্ৰশিক্ষন কৰে.


| - | 02:31 | এই অপারেশনক and ' অপারেশন বোলা হয়.

| - | 02:35 | এতিয়া আমি value b ক প্ৰীন্ট কৰো  .

| - | 02:40 | System dot out dot println(b);

| - | 02:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক

| - | 02:56 | আমি যেনে চাব পাৰো  আউটপুট ' সত্য ' হয় কাৰন দয়োটা শর্ত সন্তুষ্ট হয় *****.


| - | 03:02 | এতিয়া weight ওজন টো সলনি কৰো যাতে এটা condition সন্তুষ্ট নহয় আৰু কোডটো পুনৰায়  ৰান কৰা যাওক. | - | 03:08 |'42 ক 32 লৈ সলনি কৰক | - | 03:14 | ' সংৰক্ষণ কৰক আৰু ৰান কৰক '

| - | 03:21 | আউটপুট এতিয়া false মিথ্যা হয়


| - | 03:24 | ইয়াৰ কাৰন হল যে  বয়স 18 কৈ কম হোৱা conditionটো সন্তুষ্ট হয়

| - | 03:29 | কিন্তু ওজন 40কৈ বেছি বা সমান হোৱা conditionটো  সন্তুষ্ট নহয় **

| - | 03:34 | ' ফলাফল টো true হবলৈ and ' অপাৰেশন ৰ দোয়োটা  condition ' 'true হোৱাটো  প্রয়োজন হয় | - | : 03:39 | সেয়ে আমি আমাৰ আউটপুট হিসাবে মিথ্যা false পাও

| - | 03:43 | এনেদৰে , একটি ডবল ampersand প্রতীক ব্যবহাৰ কৰি আমি সঞ্চালন 'আৰু ' অপাৰেশন কৰিব পাৰো   | - | 03:53 | ধৰা হওক আমাৰ উচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি  conditionবোৰৰ পৰা খালি এটা condition সন্তুষ্ট হয় .


| - | 03.59 | অর্থাৎ, আমি প্রথম শর্ত বা দ্বিতীয় শর্ত true হয় নে নহয় চাব লাগিব


| - | 04:05 | এইটো  'or অপাৰেশন ব্যবহাৰ কৰি কৰা হয়.

| - | 04:09 | আমি প্রথমে আগৰ অবস্থান টো মোছি পেলাও .


| - | 04:15 | আৰু টাইপ কৰক


| - | 04:17 | age less than equal to 15 pipe pipe weight less than equal to 30 | - | 04:35 | দুটা শর্ত আছে আৰু তাৰে মাজত এটি ডবল পাইপ চিহ্ন আছে.

| - | 04:40 | এই স্টেটমেন্টে দুটা অবস্থানৰ পৰা এটা conditionও যদি সন্তুষ্ট হয়, তাকে পৰীক্ষা কৰে.

| - | 04:46 | আউটপুটতো দেখিবলৈ কোড ৰান কৰা যাওক . সংৰক্ষণ কৰক আৰু ৰান কৰক

| - | 04:54 | আমি দেখো যে আউটপুট True হয় | - | 04:57 | ইয়াৰ কাৰন হল যে or  অপাৰেশন, and অপাৰেশনৰ নিচিনা দোয়োটা  condition true হোৱা দৰকাৰ নহয়.  | - | 05:03 | ইয়াক মাত্ৰ এটা condition true হোৱা প্রয়োজন হয়

| - | 05:06 | সেয়ে যিহেতো বয়সৰ বাবে conditionটো সন্তুষ্ট হয়, যদিও ওজনৰ বাবে conditionটো সন্তুষ্ট নহয়.

| - | 05:13 | আমি আউটপুট true হিসাবে পাও

| - | 05:18 | এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দোয়োটা অবস্থান false মিথ্যা হয় আৰু ফলাফলটো চাওক  .

  | - | 05:25 | '11 'ক  '17 লৈ সলনি কৰক


| - | 05:30 | ' সংৰক্ষণ কৰক আৰু ৰান কৰক

| - | 05:36 | এতিয়া দোয়োটা অবস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটতো  false মিথ্যা হয়

| - | 05:41 | এই ভাবে , আমি এটা or' অপাৰেশন কৰিবলৈ এটি ডবল PIPE প্রতীক ব্যবহাৰ কৰো - | 05:50 | এতিয়া ধৰা হওক, আমি মানোহবোৰ যি 15 বছৰ বয়সকতকৈ ডাঙৰ আৰু উজনত 30kilo কৈ বেছি হয় তাকে প্ৰশিক্ষন কৰা প্রয়োজন হয়

| - | 05:57 | অর্থাৎ, আমি ঠিক কৰি থোৱা conditionৰ সঠিক বিপৰীত চেক কৰা প্রয়োজন হয় .

| - | 06:03 | এই পরিস্থিতিতে , আমি not ' অপাৰেশন ব্যবহাৰ কৰো   | - | 06:07 | প্রথমে বন্ধনীত conditionটো ৰাখক .

| - | 06:17 |আৰু  অবস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক .

| - | 06:25 | বিস্ময়বোধক চিহ্ন ব্যবহাৰ কৰি, আমি বন্ধনীৰ ভিতৰত conditionৰ সঠিক বিপৰীতৰ বাবে চেক কৰো.

 

| - | 06:32 | যিহেতু তাৰ আগৰ আউটপুটতো  false আছিলে এতিয়া ই  true হোৱা আবশ্যক হয় . আমাি চাও

| - | 06:38 | ' সংৰক্ষণ কৰক আৰু ৰান কৰক


| - | 06:44 | আমি যেনে চাব পাৰো, আউটপুট আগৰটোৰ পৰা বিপৰীত হয়

| - | 06:48 | এইভাবে Exclamation চিহ্ন ব্যবহাৰ কৰি আমি not অপাৰেশন সঞ্চালন কৰো . এতিয়া ধৰা হওক আমি   15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিছাৰো

| - | 06:58 | অথবা 18 বছৰ বয়সতকৈ সৰু আৰু 40kiloতকৈ কম উজন হোৱা মানুহ .


| - | 07:04 | আমি এই অবস্থা সম্পর্কে কিভাবে যাও তাকে চাও

| - | 07:07 | তাৰ আগৰ শর্ত মোছি পেলাওক আৰু টাইপ কৰক

| - | 07:12 | ' age less than 15

| - | 07:15 | ' or age less than 18

| - | 07:24 | and weight less than 40


| - | 07:33 | আমি যেন চাব পাৰো, শর্তটো  নিজেই confusing মানে বিভ্রান্তিকৰ হয়  .


| - | 07:36 | আৰু or অপাৰেশন নে and অপাৰেশনে প্রথমে সম্পন্ন কৰে আমি নাজানো


| - | 07:42 | ই অপাৰেটৰৰ প্রাধান্য উপৰত নির্ভৰ কৰে.


| - | 07:46 | এই পৰিস্থিতিত, আমি প্রাধান্য মুছি পেলাবলৈ  বন্ধনী ব্যবহাৰ কৰো আৰু conditionটোও পৰিষ্কাৰ কৰো.

| - | 07:53 | সেয়ে প্রথম বন্ধনী যোগ কৰা যাওক.


  | - | 08:06 | কোডটো ৰান কৰা যাওক save run ************* | - | 08:13 | এতিয়া যদিও প্রথম অবস্থান যি 15 বছৰ বয়সতকৈ কম হয়, সন্তুষ্ট নহলেও,


| - | 08:20 | দ্বিতীয় অবস্থান , যি


| - | 08:22 | বয়স 18কৈ কম আৰু ওজন 40তকৈ কম, সন্তুষ্ট হয় .

| - | 08:27 | সেয়ে, আউটপুট True হয় . | -

| 08:30

| এটি নিয়ম হিসাবে, অস্পষ্টতা পৰ বাচিবলৈ আৰু এক্সপ্রেশন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যবহাৰ কৰক .


| -

| 08:36

| | আৰু এইভাবে যি আমি একাধিক অবস্থাৰ বাবে প্ৰশিক্ষন কৰিবলৈ লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰো

| -

| 08:44

| ইয়াতে এই টিউটোৰিয়েল শেষলৈ আহিলে.


| -

| 08:47

| আমি লজিকাল অপাৰেটৰ সম্পর্কে শিকিছো, কিভাবে' 'লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশনৰ বাবে চেক কৰে' আৰু


| -

| 08:54

| 'কিভাবে প্রথম বন্ধনী ব্যবহাৰ কৰি  precedence ক বাতিল কৰে ***


| -

| 09:00

| এই টিউটোতৰিয়েলৰ বাবে এটি নিয়োগ হিসাবে,

| -

| 09:02

| চাওক, যদি এই  দুই এক্সপ্রেশনে, সমতুল্য দেখোৱাই?

|- | 09:10 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|- | 09:18 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

|- | 09:23 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |- | 09:30 |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|- | 09:36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |- | 09:40 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |- | 09:46 | 'এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|- | 09:52 |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।



|}

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble