KTurtle/C3/Control-Execution/Assamese
From Script | Spoken-Tutorial
Visual Cue | Narration | |
---|---|---|
00.01 | নম্সকাৰ দৰ্শক সকল | |
00.03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | |
00.10 | এই টিউটৰিয়েলত আমি শিকিম
| |
00.13 | 'while' loop আৰু
| |
00.15 | 'for' loop | |
00.17 | এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো . | |
00.32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .
| |
00.38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
| |
00.45 | এতিয়া KTurtleৰ নতুন Application খোলা যাওক .
| |
00.48 | Dash homeত ক্লীক কৰক .
| |
00.50 | Search barত, লিখক KTurtle.
| |
00.53 | optionত ক্লীক কৰক. KTurtle Application খোলে. | |
00.59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. | |
01.05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে
| |
01.10 | প্রোগ্রাম সঞ্চালনৰ নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. | |
01.16 | লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. | |
01.25 | Eg. “while” loop আৰু “for” loop | |
01.30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক | |
01.34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে | |
01.42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
} | |
01.56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. | |
01.59 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো | |
02.07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | |
02.13 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক | |
02,18 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | |
02,25 | আমি কোডটো ব্যাখ্যা কৰো. | |
02,27 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . | |
02,32 | ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় | |
02,38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় | |
02,43 | ' $ এক্স = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
| |
02,52 | এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' keyword message " "
'“message” কমান্ডে ইনপুট হিচাবে ' " স্ট্রিং " লয় | |
03,04 | ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. | |
03,11 | while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে | |
03,17 | $x=$x+3' য়ে $x by 3 variable ৰ মান বঢ়ায় | |
03,27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | |
03,35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
| |
03,42 | forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে | |
03,52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে. | |
04,01 | আমি প্রোগ্রামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক.
| |
04,05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো .
| |
04,11 | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে. | |
04,17 | “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়. | |
04,22 |
“for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক | |
04,26 | “for” লুপ এটা কাউন্টিং লুপ হয় .
| |
04,29 | প্রতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
| |
04,34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. | |
04,41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো .
| |
04,46 | for variable = start number to end number { Statement}' | |
04,55 | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও. | |
04,59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো
| |
05,05 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
| |
05,14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
| |
05,20 | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. | |
05,25 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | |
05,32 | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. | |
05,34 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . | |
05,39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে | |
05,44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. | |
05,52 | for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে . | |
06.01 | $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে. | |
06,12 | ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . | |
06,19 |
print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে | |
06,26 | forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
| |
06,34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . | |
06,48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে . | |
06,54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় | |
07,04 | “print” কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়.
| |
07,13 | আমি প্রোগ্রামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো.
| |
07,17 | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়. | |
07,27 | Turtle য়ে কেনভাচত 15 steps আগলৈ যায় . | |
07,32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো
| |
07,37 | আমি সংক্ষেপ কৰো. | |
07,40 | এই টিউটোৰিয়েলত আমি
| |
07,44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , | |
07,47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক
| |
07,54 | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক
| |
07,58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
| |
08.03 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
| |
08.08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
| |
08.12 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |
08.17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
| |
08.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
| |
08.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
| |
08.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |
08.36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
| |
08.41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
| |
08.48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
| |
08.54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |