Linux/C2/Basics-of-System-Administration/Assamese

From Script | Spoken-Tutorial
Revision as of 15:57, 12 November 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search

Linux – Basics of System Administration

Time Narration 00:02 নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে। 00:09 এই tutorial’ত আমি শিকিম- 00:13 adduser 00:14 su 00:16 usermod 00:17 userdel 00:18 id 00:19 du 00:20 df 00:22 মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।. 00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক। 00:35 যিটো এই website’ত পোৱা যায়। 00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ। 00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব। 00:53

“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে।

01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত। 01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও। 01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে। 01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম। 01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷ 01:32 “Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি। 01:45 মই আগতেই “Terminal” খুলি থৈছো। 01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক। 01:58 আপোনাক password খোজিব। 02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম। 02:07 Terminal’ত type কৰা password দেখা নেপায়। 02:11 সেই কাৰণে password সাৱধানে type কৰিব। 02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব। 02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি। 02:34 Command type কৰক। 02:36 sudo space adduser space duck, আৰু Enter টিপক।. 02:45 আমি “duck” নামৰ নতুন user এটা বনালো। 02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়। 02:58 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব। 03:05 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম। 03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক। 03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ। 03:26 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল। 03:31 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব। 03:35 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম। 03:46 Enter. 03:47 মই নিশ্বিত কৰিম “y” টিপি। 03:51 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়। 03:55 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই। 04:00 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক 04:04 “ls space /(slash) home” 04:09 আৰু Enter টিপক। 04:11 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়। 04:17 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user। 04:23 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও। 04:26 এতিয়া পাছৰ command’তো হ’ল “su”। 04:30 “su” মানে “Switch User”. 04:34 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।. 04:39 ব’লক আমি এতিয়া Terminal যাও। 04:43 Command enter কৰক। 04:45 “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক। 04:53 আপোনাক password খোজা হ’ব। 04:56 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে। 05:04 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়। 05:14 Logout কৰিবলৈ type কৰক 05:17 “logout” আৰু Enter টিপক। 05:22 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয়। 05:31 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো। 05:35

“usermod” command’এ

05:37 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে 05:46 Password নাইকিয়া কৰা। 05:50 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা। 05:55 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ। 05:57 মই terminal’লৈ গৈ লও। 05:59 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক। 06:05 এতিয়া command prompt’ত, লিখক 06:09 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck 06:33 আৰু Enter টিপক। 06:37 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত। 06:46 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে। 06:52 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো। 06:57 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে। 07:04 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো। 07:12 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো। 07:20 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো। 07:22 Terminal’ত type কৰক 07:25 “id” আৰু Enter টিপক। 07:29 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো 07:37 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো। 07:43 ব’লক আমি type কৰো, “id space -(hyphen)u” 07:49 আৰু enter টিপো। 07:50 এতিয়া আমি অকল userবোৰৰ id দেখা পাম। 07:55 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া? 08:00 সেয়া ওলিয়াবলৈ, আমি type কৰিম 08:02 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম। 08:13 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম। 08:20 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো। 08:24 Type কৰক “ id space -(hyphen)g”. 08:29 য়াতো আমি group idবোৰ দেখা পাম। 08:32 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক 08:38 “id space -(hyphen) (capital)G” আৰু Enter টিপক। 08:46 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো। 08:50 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক। 08:53 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে। 08:57 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো। 09:00

“userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো। 

09:07 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো। 09:09 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”. 09:22 মই -(hyphen)r option ব্যৱহাৰ কৰিছো। 09:25 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়। 09:30 ব’লক Enter টিপি চাও্ঁ কি হয়। 09:34 এতিয়া user “duck” কাট খাই গ’ল। 09:38 Type কৰি পৰীক্ষন কৰক। 09:41 “ls space /(slash)home” আৰু Enter টিপক। 09:47 আমি গম পাম যে user account “duck” কাট খালে। 09:53 ব’লক আমি slides’লৈ ঘুৰি যাও। 09:56

Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল  “df” আৰু “du” ।

10:03 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে। 10:08 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে। 10:13 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক। 10:19 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও। 10:26 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক। 10:33 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই। 10:38 It also shows the space mounted on in a human readable format. 10:46 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো। 10:50 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে। 10:57 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ। 11:04 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো। 11:11 “home folder” যাবলৈ terminal’ত type কৰক 11:15 “cd space /(slash) home” আৰু Enter টিপক। 11:20 তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক। 11:33 This command will give you a report on the txt files available in the directory along with its file sizes. 11:43 Assignment হিছাপে, command prompt’ত type কৰক 11:47 “du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়। 11:59 ব’লক আমি slides বুৰলৈ ঘূৰি যাও। 12:01 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো: 12:03 “adduser” command’এ নতুন user নায়। 12:06 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে। 12:09 “usermod” command’এ user account settings পৰিবৰ্তন কৰে। 12:12 “userdel” command’এ user account delete কৰে। 12:15

id command to know the information about user ids and group ids. 

12:20 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়। 12:24 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়। 12:27 This brings us to the end of this tutorial on “Basics of system administration” 12.33 url’ত থকা video’এ 12:37 Spoken Tutorial project’ সাৰাংশ দিয়ে। 12:40 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে। 12:44 আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব। 12:53 Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ। Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India. 13:03 More information is available on this url. 13:08 This script has been contributed by ----------------------(name of the translator) 13:12 and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching.






Time Narration
00:02 Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
00:09 এই tutorial’ত আমি শিকিম-
00:13 adduser
00:14 su
00:16 usermod
00:17 userdel
00:18 id
00:19 du
00:20 df
00:22 মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।.
00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক।
00:35 যিটো এই website’ত পোৱা যায়।
00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ।
00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব।
00:53 “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে।
01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত।
01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও।
01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে।
01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম।
01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷
01:32 “Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি।
01:45 মই আগতেই “Terminal” খুলি থৈছো।
01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক।
01:58 আপোনাক password খোজিব।
02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম।
02:07 Terminal’ত type কৰা password দেখা নেপায়।
02:11 সেই কাৰণে password সাৱধানে type কৰিব।
02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব।
02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি।
02:34 Command type কৰক।
02:36 sudo space adduser space duck, আৰু Enter টিপক।.
02:45 আমি “duck” নামৰ নতুন user এটা বনালো।
02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়।
02:58

অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব।

03:05

আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম।

03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক।
03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ।
03:26 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল।
03:31 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব।
03:35 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম।
03:46 Enter.
03:47 মই নিশ্বিত কৰিম “y” টিপি।
03:51 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়।
03:55 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই।
04:00 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক
04:04 “ls space /(slash) home”
04:09 আৰু Enter টিপক।
04:11 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়।
04:17 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user।
04:23 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও।
04:26 এতিয়া পাছৰ command’তো হ’ল “su”।
04:30 “su” মানে “Switch User”.
04:34 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।.
04:39 ব’লক আমি এতিয়া Terminal যাও।
04:43 Command enter কৰক।
04:45 “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক।
04:53 আপোনাক password খোজা হ’ব।
04:56 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে।
05:04 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়।
05:14 Logout কৰিবলৈ type কৰক
05:17 “logout” আৰু Enter টিপক।
05:22 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত
“vinhai” হয়।
05:31 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো।
05:35 “usermod” command’এ
05:37 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
05:46 Password নাইকিয়া কৰা।
05:50 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা।
05:55 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ।
05:57 মই terminal’লৈ গৈ লও।
05:59 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক।
06:05 এতিয়া command prompt’ত, লিখক
06:09 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck
06:33 আৰু Enter টিপক।
06:37 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত।
06:46 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে।
06:52 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো।
06:57 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে।
07:04 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
07:12 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
07:20 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো।
07:22 Terminal’ত type কৰক
07:25 “id” আৰু Enter টিপক।
07:29 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো
07:37 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো।
07:43 ব’লক আমি type কৰো, “id space -(hyphen)u”
07:49 আৰু enter টিপো।
07:50 এতিয়া আমি অকল userবোৰৰ id দেখা পাম।
07:55 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?
08:00 সেয়া ওলিয়াবলৈ, আমি type কৰিম
08:02 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম।
08:13 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম।
08:20 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো।
08:24 Type কৰক “ id space -(hyphen)g”.
08:29 য়াতো আমি group idবোৰ দেখা পাম।
08:32 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
08:38 “id space -(hyphen) (capital)G” আৰু Enter টিপক।
08:46 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো।
08:50 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক।
08:53 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে।
08:57 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো।
09:00 “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো।
09:07 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো।
09:09 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.
09:22 মই -(hyphen)r option ব্যৱহাৰ কৰিছো।
09:25 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়।
09:30 ব’লক Enter টিপি চাও্ঁ কি হয়।
09:34 এতিয়া user “duck” কাট খাই গ’ল।
09:38 Type কৰি পৰীক্ষন কৰক।
09:41 “ls space /(slash)home” আৰু Enter টিপক।
09:47 আমি গম পাম যে user account “duck” কাট খালে।
09:53 ব’লক আমি slides’লৈ ঘুৰি যাও।
09:56 Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du” ।
10:03 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে।
10:08 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে।
10:13 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক।
10:19 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও।
10:26 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক।
10:33 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই।
10:38 It also shows the space mounted on in a human readable format.
10:46 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো।
10:50 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে।
10:57 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ।
11:04 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো।
11:11 “home folder” যাবলৈ terminal’ত type কৰক
11:15 “cd space /(slash) home” আৰু Enter টিপক।
11:20 তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক।
11:33 This command will give you a report on the txt files available in the directory along with its file sizes.
11:43 Assignment হিছাপে, command prompt’ত type কৰক
11:47 “du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়।
11:59 ব’লক আমি slides বুৰলৈ ঘূৰি যাও।
12:01 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
12:03 “adduser” command’এ নতুন user নায়।
12:06 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে।
12:09 “usermod” command’এ user account settings পৰিবৰ্তন কৰে।
12:12 “userdel” command’এ user account delete কৰে।
12:15 id command to know the information about user ids and group ids.
12:20 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়।
12:24 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়।
12:27 This brings us to the end of this tutorial on “Basics of system administration”
12.33 url’ত থকা video’এ
12:37 Spoken Tutorial project’ সাৰাংশ দিয়ে।
12:40 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে।
12:44 আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব।
12:53 Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ।

Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India.

13:03 More information is available on this url.
13:08 This script has been contributed by ----------------------(name of the translator)

13:12 and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching.

Contributors and Content Editors

Mousumi, Pratik kamble