BASH/C3/Using-File-Descriptors/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00.01 | মৰমৰ বন্ধুসকল, ইউজিং ফাইল দেচক্ৰিপটৰচ (Using file descriptors)ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00.08 | এই টিউটৰিয়েলটোত, আমি শিকিম |
00.11 | * output file descriptor (আউতপুত ফাইল দেচক্ৰিপটৰ) এটা সংযুক্ত কৰিবলৈ |
00.14 | * input file descriptor (ইনপুত ফাইল দেচক্ৰিপটৰ) এটা সংযুক্ত কৰিবলৈ |
00.17 | * file descriptor(ফাইল দেচক্ৰিপটৰ) (fd) টো বন্ধ কৰিবলৈ |
00.19 | * কিছু উদাহৰণৰ সহায়ত |
00.23 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
00.29 | যদি নহয়, সঙ্গত শিকনিৰ (relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট (website) পৰিদৰ্শন কৰক, http://www.spoken-tutorial.org |
00.35 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00.38 | * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) |
00.43 | * GNU BASH(বেচ) তাঙৰণ 4.2 |
00.46 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00.54 | আহক আমি এটা পৰিচয়ৰ সৈতে আৰম্ভ কৰো |
00.56 | আমি ইতিমধ্যে পূৰ্বৰ টিউট’ৰিয়েলত file descriptors (ফাইল দেচক্ৰিপটৰচ)ৰ বিষয়ে অধ্যয়ন কৰি আহিছো |
01.02 | * 0, 1 আৰু 2 হৈছে stdin, stdout আৰু stderrৰ বাবে বিশিষ্ট file descriptors (ফাইল দেচক্ৰিপটৰচ) |
01.15 | * File descriptors (ফাইল দেচক্ৰিপটৰচ)বিলাক i/o redirection(ৰিদাইৰেকচনৰ)বাবে ব্যৱহাৰ হয় |
01.20 | এটা আউতপুত ফাইলত ফাইল দেচক্ৰিপটৰ এটা সংযুক্ত কৰাৰ গাঠণিটো হৈছে: |
01.25 | exec [ফাইল দেচক্ৰিপটৰ] গ্ৰেটাৰ দেন চিহ্ন ফাইলনেম |
01.31 | আহক এটা উদাহৰণ চাওঁ |
01.33 | মোৰ fdassign dot(দত) sh নামৰ ক’ড ফাইল এটা আছে |
01.43 | প্ৰথম শাৰীটো হৈছে shebang line(চিবেং শাৰী) |
01.49 | exec কমান্ডটোৱে বৰ্তমান shell process(চেল প্ৰচেচ)টোৰ স্থান পৰিবৰ্তন কৰে |
01.56 | ই এটা নতুন প্ৰক্ৰিয়া নিৰ্মান নকৰাকৈ বৰ্তমান চেল (shell )টোৰ স্থানত কাৰ্যকৰী হ’ব |
02.04 | আমি জানো যে 0, 1,আৰু 2 হৈছে বিশিষ্ট file descriptors (ফাইল দেচক্ৰিপটৰচ) |
02.09 | যি কোনো নতুনকৈ খোলা ফাইলৰ বাবে, আমাৰ ওচৰত অতিৰিক্ত file descriptors (ফাইল দেচক্ৰিপটৰচ) 3 ৰ পৰা 9লৈকে আছে |
02.19 | ইয়াত, 3 টো হৈছে file descriptor (ফাইল দেচক্ৰিপটৰ) |
02.22 | ই আউতপুতটো output(আউতপুত) dot(দত) txt ফাইলটোত লিখিব |
02.30 | "Welcome to BASH learning" (ওৱেলকাম টু বেচ লাৰনিং) ষ্ট্ৰিংটো output(আউতপুত) dot(দত) txt ফাইলটোলৈ পঠোৱা হৈছে |
02.36 | এইটো file(ফাইল) descriptor(দেচক্ৰিপটৰ) 3ৰ দ্বাৰা কৰা হয় |
02.42 | এইটো ফাইল এটালৈ ষ্ট্ৰিংগ এটা ৰিদাইৰেক্ত কৰাৰ সৈতে একে |
02.49 | প্ৰতিটো নতুন ষ্ট্ৰিংগ ফাইলটোলৈ সংযুক্ত হ’ব |
02.52 | উদাহৰণ স্বৰূপে: |
02.54 | আমি output(আউতপুত) dot(দত) txt ফাইলত বৰ্তমান system date (চিষ্টেম দেত)টো সংযুক্ত কৰিম |
03.00 | গাঠণিটো হৈছে: date(দেত) SPACE(স্পেছ) greater-than symbol(গ্ৰেটাৰ দেন চিহ্ন) ampersand sign(এম্পাৰচেন্দ চিহ্ন) 3 |
03.13 | ইয়াত আমি file(ফাইল) descriptor(দেচক্ৰিপটৰ)টো বন্ধ কৰো |
03.16 | এই শাৰীটোৰ পাছত, descriptor (দেচক্ৰিপটৰ)টোৱে output(আউতপুত) dot(দত) txt ফাইলটোত একো লিখিব নোৱাৰিব |
03.23 | আহক ক’ডটো কাৰ্যকৰী কৰো আৰু আউতপুতটো চাওঁ |
03.26 | CTRL+ALT+T কীজ ব্যৱহাৰ কৰি টাৰ্মিনেলটো খোলক |
03.34 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) fdassign dot(দত) sh |
03.41 | লিখক: dot(দত) slash(শ্লাচ) fdassign dot(দত) sh |
03.46 | এতিয়া আমি cat(কেত) space(স্পেছ) output(আউতপুত) dot(দত) txt লিখি আউতপুতটো পৰীক্ষা কৰো |
03.56 | আমি দেখিছো যে Welcome to BASH learnin(ওৱেলকাম টু বেচ লাৰনিং) আৰু বৰ্তমান system date(চিষ্টেম দেত)টো দৰ্শিত হৈছে |
04.05 | এদিতৰটোলৈ ঘূৰি যাওঁ আহক |
04.11 | এতিয়া মই দেচক্ৰিপটৰটো বন্ধ হোৱাৰ পাছত শেষত echo (ইক’) লিখিম |
04.17 | লিখক: echo(ইক’) দ্বৈত উৰ্ধকমাৰ ভিতৰত Hi উৰ্ধকমাৰ পাছত space(স্পেছ) greater than (গ্ৰেটাৰ দেন চিহ্ন) ampersand (এম্পাৰচেন্দ চিহ্ন) 3 |
04.31 | ছেভত টিপক |
04.35 | আহক স্ক্ৰিপ্তটো আকৌ এবাৰ কাৰ্যকৰী কৰো আৰু কি হয় চাওঁ |
04.38 | টাৰ্মিনেলত, আপ এৰ’ কীটো দুবাৰ টিপি পূৰ্বৰ dot(দত) slash(শ্লাছ) fdassign dot(দত) sh কমান্ডটো পুনৰ মাতক |
04.50 | এন্টাৰ টিপক |
04.52 | আমি এটা ভুল দেখিম |
04.55 | Bad(বেদ) file(ফাইল) descriptor(দেচক্ৰিপ্তৰ) |
04.58 | আহক এই ভুলটো ঠিক কৰো |
05.00 | এদিতৰটোলৈ ঘূৰি আহক |
05.03 | মই ক’ডটোৰ শেষ শাৰীটো কাট কৰিম আৰু ইয়াক date command(দেত কমান্ড)টোৰ তলত পেষ্ট কৰিম |
05.11 | ছেভত টিপক |
05.13 | আহক ক’ডটো আকৌ এবাৰ কাৰ্যকৰী কৰো । টাৰ্মিনেলত |
05.19 | পূৰ্বৰ dot(দত) slash(শ্লাচ) fdassign.sh কমান্ডটো পুনৰ মাতক |
05.24 | এন্টাৰ টিপক |
05.26 | এতিয়া output(আউত্পুত) dot(দত) txt ফাইলটো খোলক |
05.29 | লিখক: cat(কেত) space(স্পেছ) output(আউতপুত) dot(দত) txt |
05.41 | আমি আউতপুতটো চাব পাৰো |
05.43 | ষ্ট্ৰিংগ Hi টো শেষত দৰ্শিত হৈছে |
05.49 | এতিয়া আমি ইনপুত ফাইলটোত file descriptor(ফাইল দেচক্ৰিপ্তৰ)টো সংযুক্ত কৰিম |
05.54 | আহক আমি উদাহৰণ এটা চাওঁ |
05.56 | মোৰ fdread dot(দত) shনামৰ ফাইল এটা আছে |
06.03 | আহক ইয়াৰ দ্বাৰা আগবাঢ়ো |
06.07 | এইটো হৈছে exec কমান্ড |
06.13 | ইয়াত আমি output(আউতপুত) dot(দত) txt ফাইলটো পঢ়িম |
06.19 | exec 3 lesser(লেচাৰ) than(দেন) symbol(চিম্বল) output(আউতপুত) dot(দত) txt শাৰীটোৱে পঢ়িবৰ বাবে ফাইলটো খুলিব |
06.30 | cat(কেত) কমান্ডটোৱে ফাইলটোৰ বিষয় বস্তুটো দৰ্শিত কৰিব |
06.35 | আৰু অৱশেষত আমি file descriptor (ফাইল দেচক্ৰিপ্তৰ)টো বন্ধ কৰিম |
06.39 | এতিয়া আহক এই shell script (চেল স্ক্ৰিপ্ত)টো কাৰ্যকৰী কৰো |
06.42 | টাৰ্মিনেলত, মই প্ৰমপ্তটো খালি কৰো |
06.47 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) fdread dot(দত) sh |
06.55 | লিখক dot(দত) slash(শ্লাচ) fdread dot(দত) sh |
07.01 | আমি টাৰ্মিনেলত আউতপুতটো চাব পাৰো |
07.05 | output(আউতপুত) dot(দত) txtৰ বিষয় বস্তুটো দৰ্শিত হৈছে |
07.10 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07.13 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
07.16 | আহক আমি মূলভাৱ চাওঁ |
07.17 | এই টিউটৰিয়েলত আমি শিকিলো, |
07.19 | * output file descriptor (আউতপুত ফাইল দেচক্ৰিপটৰ)টো সংযুক্ত কৰিবলৈ |
07.22 | * input file descriptor (ইনপুত ফাইল দেচক্ৰিপটৰ)টো সংযুক্ত কৰিবলৈ |
07.26 | *file descriptor (ফাইল দেচক্ৰিপটৰ)টো বন্ধ কৰিবলৈ |
07.28 | এটা অনুশিলনী হিচাবে, |
07.30 | file descriptors (ফাইল দেচক্ৰিপটৰচ) ব্যৱহাৰ কৰি test(টেষ্ট) dot(দত) txtটোত কিছু শাৰী সংযুক্ত কৰিবলৈ চেষ্টা কৰক |
07.36 | file descriptors (ফাইল দেচক্ৰিপটৰচ) ব্যৱহাৰ কৰি ফাইলটোৰ বিষয় বস্তুটো দৰ্শিত কৰক |
07.41 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07.45 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07.48 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
07.53 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07.58 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
08.02 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
08.10 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
08.14 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
08.22 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
08.28 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
08.33 | মই মৌচুম হাজৰিকা |
08.37 | সংযোগ কৰাৰ বাবে ধন্যবাদ |