Skill-Development--InStore-Promoter/C2/Interacting-with-a-customer/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. আৰু Interacting with the customerৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনইছো. |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম |
00:09 | কার্যকৰ বিক্রিৰ বাবে যোগাযোগ দক্ষতাৰ প্রয়োজন |
00:14 | শোনা আৰু প্ৰশ্ণ কৰা দক্ষতা উন্নতি কৰা |
00:17 | এজন গ্রাহকক পণ্যদ্রব্য বিক্রি কৰিবলৈ প্রয়োজনীয় পদক্ষেপ |
00:22 | প্রদর্শন কৰা আৰু প্রদর্শনত(display) হ্যান্ডসেট উন্নত কৰা |
00:26 | উত্পাদিত বস্তুটো কিনিবলৈ ওয়াক-ইন(walk-in) গ্রাহকক প্রভাবিত কৰা. |
00:31 | এটা কার্যকৰ যোগাযোগৰ বাবে, 'দোকানৰ প্রোমোটাৰে' চাৰিটা গুৰুত্বপূর্ণ বিষয়ৰ উপৰত ফোকাস কৰিবলৈ লাগিব.
সেইয়া হল: |
00:39 | গ্রাহকৰ যোগাযোগৰ শৈলী বোজা |
00:44 | যোগাযোগত স্বচ্ছতা |
00:46 | শুনাৰ শিল্পকলা |
00:49 | প্রশ্ন সোধাৰ শিল্পকলা |
00:51 | সেয়ে, এখন দোকানত এটা টিপিক্যাল দৃশ্য সৈতে আৰম্ভ কৰা যাওক. |
00:56 | এজন গ্রাহকে দোকানত সোমায় আৰু প্রদর্শন কাউন্টাৰ (display counter. ) মাধ্যমেৰে ব্রাউজ কৰা আৰম্ভ কৰে. |
01:00 | এজন 'প্রোমোটাৰে' 'এই সময়ত " কি কৰা উচিত? |
01:03 | প্রথমে, গ্রাহকক উত্পাদিত বস্তু চাবলৈ অনুমতি দিয়ক আৰু তাক নিজস্ব পৰীক্ষা কৰিবলৈও অনুমতি দিয়ক |
01:10 | অন্তত 2 মিনিটৰ বাবে, 'প্রোমোটাৰে' সাময়িক বিৰতি বা গ্রাহকক বিৰক্ত নকৰা উচিত. |
01:17 | দোকানত গ্রাহক সোমোয়াৰ পিছত সহ্য নীৰবতা হৈ থকা মানে গ্রাহকক বোধসময় প্রদান কৰি তৃপ্তিকৰ অনুভব কৰা |
01:25 | এতিয়া 'প্রোমোটাৰে' বিক্রি কৰা কথা পাতিব পাৰে. |
01:30 | 'প্রোমোটাৰে' গ্রাহকৰ প্রয়োজন সন্তুষ্ট কৰাত সাহায্য কৰিবলৈ আন্তৰিক আগ্রহেৰে ইঙ্গিত দিব লাগিব. |
01:36 | এইটো এটা হাহিৰ (SMILE) সৈতে আৰম্ভ কৰিব পাৰে. |
01:39 | আৰু এটা সহজ প্রশ্ন যেনে * "আপোনি কি ধৰনৰ ফোন বিছাৰিছে?" |
01:46 | "আপোনি ফোনৰ নির্দিষ্ট ব্র্যান্ড বিছাৰিছে নেকি?" |
01:49 | যেতিয়া যোগাযোগ কৰা হয়, এজন গ্রাহকৰ পছন্দৰ ভাষাত কথা পাতা এটা ভাল অভ্যাস হয়. |
01:55 | যেনে: গ্রাহকে হিন্দিত কথা পাতিলে, হিন্দিত যোগাযোগ কৰক. |
02:02 | সকলো সময়তে, 'প্রোমোটাৰে' গ্রাহকক অস্বস্তিদায়ক নোহোৱা কৰিব লাগে. |
02:07 | সিধা সিধা চকুৰে যোগাযোগ আৰু হাতৰ গতিয়ে গ্রাহকক নিশ্চিন্ত বোধ কৰিবলৈ সাহায্য কৰে. |
02:14 | ভাল কণ্ঠ আৰু বক্তৃতা অভ্যাস এই পর্যায়ত গুৰুত্বপূর্ণ হয়. |
02:19 | সহজ প্রশ্নৰ সৈতে আৰম্ভ কৰাত গ্রাহকে আপোনাক উপকাৰী তথ্য দিব পাৰে. |
02:26 | 'প্রোমোটাৰে সকলো সময়তে গ্রাহকক সাবধানেৰে শুনা প্রয়োজন হয়. |
02:30 | এজন গ্রাহকে যদি “fancy” ফোন বিছাৰে, তেনেহলে সেই গ্রাহকৰ বাবে “fancy” মানে কি হয়. |
02:36 | ইয়াক "“active listening” 'বোলা হয়. |
02:40 | “active listening”'ক প্রদর্শন কৰিবলৈ উপায়টো হৈছে পুনৰাবৃত্তি বা শব্দান্তৰে অর্থপ্রকাশ কৰা, যি গ্রাহকৰ দ্ৱাৰা ভাষান্তৰ কৰা হয়. |
02:48 | এইটোৱে গ্রাহকৰ মনত এটা ইতিবাচক ইমেজ তৈয়াৰ কৰে. |
02:53 | 'প্রোমোটাৰে' এনে ধৰনৰ প্রশ্নও সুধিব পাৰে যেনে- |
02:56 | আপোনি আপোনাৰ ফোন কিহৰ বাবে ব্যবহাৰ কৰে? |
02:58 | এটা ফোনত আপোনি কি ধৰনৰ বৈশিষ্ট্য বিছাৰে? |
03:01 | ফোনটোৰ বাবে আপোনাৰ বাজেট কি? |
03:04 | আপোনি touch screen ফোন বা qwerty কীপ্যাড 'ফোন' বিছাৰে নেকি? |
03:10 | 'বৈশিষ্ট্য' , সুবিধা আৰু 'লাভে' 'গ্রাহকক পণ্যদ্রব্যবোৰ ভালকৈ চাবলৈ সাহায্য কৰে. |
03:17 | 'বৈশিষ্ট্য' বোৰ হৈছে এটা পণ্যৰ গুণাবলী বা বৈশিষ্ট্য. |
03:21 | 'গ্রাহকে বৈশিষ্ট্যৰ বাহিৰে সুবিধাবোৰোও কিনে. |
03:26 | 'প্রোমোটাৰে' গ্রাহকক তাৰ প্রয়োজন অনুসৰে সন্তুষ্ট হোৱাকৈ সঠিক পণ্য দেখোৱাই |
03:32 | সি / তাই এ পৰিষ্কাৰভাবে কব পাৰে যে গ্রাহকৰ দ্বাৰা প্রকাশ কৰা প্রয়োজন অনুসৰি কোনটো পণ্য(product) দ্বাৰা গ্রাহক সন্তুষ্ট হব পাৰে. |
03:40 | সেয়ে, 'প্রোমোটাৰে ব্যাপকভাবে গ্রাহকে বিছৰা পণ্যৰ ধৰণ চিহ্নিত কৰিবলৈ গ্রাহকক সাহায্য কৰিব পাৰে. |
03:48 | যেনে: গ্রাহকে বিবেচনা কৰা মতে সমস্ত পণ্যৰ দামৰ পৰিসীমা বা ব্র্যান্ডত, পোৱা যায় . |
03:56 | প্রশ্ন যেনে: |
03:58 | গ্রাহকে ফোন ব্যবহাৰ কৰিবলৈ কিভাবে পৰিকল্পনা কৰে? |
04:01 | মোবাইলটো নিজৰ বাবে নে অন্য কোনোবাক উপহাৰ দিয়াৰ বাবে? |
04:06 | দ্রুতভাবে অপশনবোৰ সীমিত কৰিবলৈ সাহায্য কৰে. |
04:10 | কেতিয়াবা, গ্রাহকে এটা পণ্য কিনাৰ সম্পর্কে ৰিজার্ভেশন (সংৰক্ষণ) কৰি ৰাখে. |
04:15 | ইয়াৰ কাৰনে এই যে গ্ৰাহকে চাগে |
04:19 | মূল্য, |
04:20 | পণ্য (product), |
04:22 | দোকান আৰু তাৰ সেৱা, |
04:23 | অথবা 'দোকানৰ প্রোমোটাৰৰ সৈতে সন্তুষ্ট হোৱা নাই. |
04:27 | অমীমাংসিত গ্রাহকৰ সৈতে প্ৰেছাৰৰতকৈ পুনৰায় নিশ্চিতভাবে কাম কৰা ভাল হয়. |
04:32 | ৰিজার্ভেশন হ্যান্ডলিংৰ (পৰিচালনা কৰা) বাবে সবতচে ভাল উপায় হৈছে আৰাম কৰি আৰু শুনা ( relax and listen). |
04:39 | গ্রাহকক সম্পূর্ণৰুপে তাৰ অনুভূতিবোৰ ভাষাত কবলৈ অনুমতি দিয়ক আৰু তাৰপিছত প্রতিক্রিয়া কৰক. |
04:46 | প্রথমে, গ্রাহকৰ প্রতিক্রিয়া অস্বাভাবিক নহয় বোলি সম্মত কৰক. |
04:51 | তাৰপিছত প্রতিবাদকক(objection) এটা সুবিধালৈ দেখোবাওক. |
04:55 | দুই ধাপ (two-step) পদ্ধতিৰ সৈতে ভাল মানে মূল্য সমূহ ৰিজাৰ্ভেছনক পৰিচালনা কৰা হয়. |
05:00 | প্রথমে, 'দোকান প্রোমোটাৰে' গ্রাহকৰ দৃষ্টিকোণৰ পৰা ৰিজার্ভেশনত চোৱাটো চেষ্টা কৰা উচিত. |
05:07 | উদাহৰন স্ৱৰুপে- প্রোমোটাৰে অনুৰোধ কৰিব পাৰে যে |
05:10 | "যদি আপোনি ইয়াৰ অনুৰুপ মডেলক অন্যান্য ব্র্যান্ডৰ সদৃশত কম মূল্যত থকা পাইছে নেকি ?" বা |
05:16 | "আপোনি অন্য দোকানত কম মূল্যত এই মডেলটো দেখিছে নেকি? |
05:21 | আপোনি মোক আনুগ্ৰহ কৰি কব পাৰিবনে যদি এইটো একেই বৈশিষ্ট্যৰ সৈতে সেই একেই মডেল হয়? |
05:25 | মনত ৰাখিব, সমস্ত গ্রাহকে এটা কম দামী পণ্য কিনিব বিছাৰে. |
05:31 | কিন্তু অতিৰিক্ত সুবিধা তাত নির্দিষ্ট কৰাত গ্রাহকে এটা উচ্চ মূল্য দিব পাৰে. |
05:37 | যেনে - পণ্যৰ স্থায়িত্ব |
05:41 | দোকানৰ দ্বাৰা উপলব্ধ সেৱা |
05:43 | ক্রেডিট(Credit) প্রাপ্যতা |
05:45 | ৰিটাৰ্ণ পলিচি.( Return policy ) |
05:47 | বিভিন্ন শ্রেণীত বিভক্ত দ্রব্যয়ে (assortment) এখন দোকানত এজন গ্রাহকক সম্পূর্ণ সাজসজ্জা কিনাত সক্ষম কৰে. |
05:53 | ৰিজাৰ্ভেছন হ্যান্ডেল কৰিবলৈ দ্বিতীয় উপায়টো হৈছে এটা নিম্ন মূল্যৰ সৈতে পণ্য পৰামর্শ কৰা. |
06 00 | কিভাবে 'দোকান প্রোমোটাৰে', গ্রাহকে কিনিবলৈ প্রস্তুত আছে নে নাই জানে? |
06:04 | গ্রাহকৰ মৌখিক বা অ মৌখিক যোগাযোগৰ পৰা পোৱা কিনা সংকেতে ইঙ্গিত দিয়ে যে তেখেতলোক কিনিবলৈ প্রস্তুত |
06:11 | গ্রাহকৰ মুখখন চাই গম পাই যে প্রায়েই কিনিবলৈ প্রস্তুত নাই. |
06:16 | গ্রাহকৰ বেছিকৈ বিচাৰ কৰা ভাবে হব পাৰে, পণ্যদ্রব্য বিক্রি নহব পাৰে. |
06:25 | গ্রাহকৰ অমৌখিক ইঙ্গিতে কয় যে স্টোৰ প্রোমোটাৰে বিক্রি কৰিবলৈ চেষ্টা কৰা উচিত যেনে |
06:33 | এটা 'স্টোৰ প্রোমোটাৰৰ' পণ্যদ্রব্যক অতৰুৱাৰ প্রচেষ্টাত প্রতিৰোধ কৰা. |
06:38 | পণ্যদ্রব্যক বাৰে বাৰে অধ্যয়ন কৰি চোৱা,পুনঃপৰীক্ষা, আৰু বিভিন্ন দৃষ্টিকোণৰ পৰা চোৱা. |
06:45 | আইটেমটোক চোৱাত উত্তেজিত হোৱা. |
06:51 | দ্বিতীয় বা তৃতীয় বাৰৰ বাবে এটা পণ্যক হ্যান্ডলিং বা ব্যবহাৰ কৰা. |
06:56 | যেতিয়া বিক্রি কৰোতা আৰু কিনা জনে বিক্রি হোৱা শর্তাবলীৰ সৈতে সম্মত হয় তেতিয়া এটা বিক্রিৰ বন্ধ ঘটে |
07:02 | আৰু কিনাজনে লেনদেন কৰাৰ বাবে এটা দৃঢ় প্রতিশ্রুতি লয়. |
07:06 | বিক্রি বন্ধ কৰা প্রক্রিয়াটো এটা প্রাকৃতিক পৰিসমাপ্তি হব লাগে. |
07:11 | বিক্রিয় প্রক্রিয়াত অাৰম্ভৰ পৰা শেষৰ লৈকে “trial close”' টেকনিকৰ লাভ উঠাওক. |
07:17 | ইয়াৰ পৰা এইটো নিশ্চিত কৰে যে বিক্রিয় কলৰ শেষৰলৈকে গ্রাহকে কিবা নহয় কিবা কিনিব. |
07:24 | "“trial close”"ৰ উদাহৰণ হল - |
07:27 | "স্যাৰ, আপোনি আপোনাৰ পছন্দ সম্পর্কে আবদ্ধ হয়?" |
07:30 | "মই কি আকৌ এবাৰ সকলো বৈশিষ্ট্য প্রদর্শন কৰাও নেকি?" |
07:34 | মিটিংৰ শেষ হোৱাৰ উছৰা উছৰিলৈকে trial close ব্যবহাৰ কৰি আপোনি বিক্রিয় প্রক্রিয়া নিয়ন্ত্রণ কৰিব পাৰে. |
07:40 | এতিয়া শেষৰ প্রশ্নটো সন্মোখত ৰাখক: |
07:43 | "মই বিলিংৰ বাবে এই পণ্যক গ্রহণ কৰো নে?" |
07:46 | অথবা "আপোনি নগদ বা কার্ডৰ মাধ্যমেৰে বিল পৰিশোধ কৰিব নে?" |
07:49 | অথবা "আপোনি সম্পূর্ণ পৰিশোধ কৰিব নে আপোনি কিস্তি প্রকল্প পাব বিছাৰে?" |
07:56 | এটা সময়ত মাত্র এটা প্রশ্ন সোধক আৰু গ্রাহকৰ প্রতিক্রিয়াৰ বাবে অপেক্ষা কৰক. |
08:01 | এটা প্রশ্ন সোধাত সেই সময়ত কিছু টান হৈ থাকিব পাৰে. |
08:06 | গ্রাহকে মন কৰি উত্তৰ দিয়া পর্যন্ত ধৈর্য ধৰি অপেক্ষা কৰক. |
08:12 | কিনোতা জনক ধন্যবাদ |
08:13 | তেখেতলোকক আশ্বস্ত দিয়ক যে তেখেতলোকে এটা মহান পছন্দ কৰিছে |
08:16 | আৰু, সেৱা, ইত্যাদিৰ বিষয়ে আলোচনা কৰি অাগলৈ যাওক |
08:19 | যদি গ্রাহক অমীমাংসিত হয়, তেনেহলে তেখেতক শুনক. |
08:24 | আৰু নিশ্চিত কৰক যে ভাববিনিময় এতিয়াও খোলা আছে. |
08:28 | এই ভাবে 'স্টোৰ প্রোমোটাৰে' 'গ্রাহকৰ চকুত ভাল সুনাম বিকশিত কৰিব. |
08:34 | গ্রাহকে এই সময়ত নিকিনিবও পাৰে. |
08:37 | কিন্তু পিছলে যেতিয়া কিনিব বিছাৰিব তেতিয়া আহিব. |
08:40 | এজন 'স্টোৰ প্রোমোটাৰে তেখেতৰ দোকানলৈ উভতি অহাকৈ সেই গ্রাহকৰ সৈতে দীর্ঘময় সম্পর্ক
নির্মাণৰ বাবে ক্রমবর্ধমানভাবে গুৰুত্বপূর্ণ. |
08:50 | শুভেচ্ছা হৈছে ৰিটেইলাৰ বা স্টোৰ প্রোমোটাৰৰ কাৰনে থকা গ্রাহকৰ মনোভাবৰ মান . |
08:58 | সুনাম নির্মাণৰ বাবে পদ্ধতিবোৰ হৈছে: |
09:01 | গ্রাহকৰ আগ্রহক প্রধানতম ৰখা, |
09:04 | গ্রাহকৰ ৰায়ক পুনর্ব্যক্ত কৰা |
09:07 | পণ্যদ্রব্যৰ যথাযথ ব্যবহাৰৰ নিশ্চিত, |
09:09 | গ্রাহকৰ অভিযোগক চোৱা আৰু |
09:11 | যিমান লাগে তাতচেও বেছি চাৰভিচ প্ৰদান কৰা. |
09:16 | পণ্য কিনাৰ পিছত বিলিংৰ প্রক্রিয়া আহে. |
09:20 | বিলিং প্রক্রিয়াত গ্রাহকক চেল কাউন্টাৰ পৰা বিলিং কাউন্টাৰলৈ অনা বোধ প্ৰয়োজন হয়. |
09:28 | প্ৰভাবশালী চেল প্ৰোমোটাৰে ভোগতান কৰাৰ আগত অতিৰিক্ত পণ্য লেনদেনৰ বিষুয়ে কয়. |
09:36 | অতিৰিক্ত সমব্ধিত বস্তু বেছাৰ প্ৰোমোটাৰৰ দায়িত্ব হয় কাৰন গ্রাহকৰ লগত প্ৰোমোটাৰে যি কথা পাতে. |
09:45 | এই ধৰনৰ বস্তুয়ে সাধাৰণতে প্রধান পণ্যক প্রশংসা কৰে. |
09:49 | উদাহৰণস্বৰুপে, সম্প্রসাৰিত ওয়্যাৰান্টি, অতিৰিক্ত ব্যাটাৰী, অতিৰিক্ত সংগ্রহস্থল, কভাৰ, সামগ্ৰী ইত্যাদি |
10:00 | গ্রাহকক আশ্বাস দিয়ক যে সেই আইটেমবোৰ সচায়েই সহায়ক হয় . |
10:05 | অবশেষত বিলিংৰ কাৰনে আগোৱাই যাওক. |
10:08 | বিলিংৰ পিছত, এটা হাহিৰে গ্রাহকক পণ্যৰ লগতে সেই অনয় বস্তুবোৰো দিয়ক! |
10:18 | ইয়াতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিলো |
10:22 | সংক্ষেপে |
10:23 | এই টিউটোৰিয়েলত আমি গ্রাহকক সক্রিয়ভাবে শুনিবলৈ আৰু যোগাযোগ কৰিবলৈ শিকিছো |
10:29 | গ্রাহকৰ সন্দেহ আৰু আপত্তিবোৰও অতৰুৱা |
10:33 | গ্রাহকক পণ্য আৰু তাৰ লগতে আৰু কিছো বস্তু কিনিবলৈ কোৱা |
10:38 | নিম্নলিখিত লিঙ্কৰ পৰা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ দিয়ে. |
10:44 | ডাউনলোড কৰি চাওক. |
10:46 | স্পোকেন টিউটোৰিয়েল টিমে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰাত সার্টিফিকেট দিয়ে. বিস্তাৰিত জানাৰ বাবে, আমালৈ লিখক. |
10:57 | স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা নিহিত হয়. |
11:04 | আই আই টি বম্বেৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনৰ পৰা বিদায় লৈছো. দেখাৰ বাবে ধন্যবাদ. |