Inkscape/C3/Design-a-CD-label/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | নমস্কাৰ দৰ্শক সকল. Inkscape ব্যবহাৰ কৰি Design a CD label এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | এটা CD label টেমপ্লেট তৈয়াৰ কৰা। |
00:11 | CD label ডিসাইন কৰা। |
00:13 | PNG ৰুপত ফাইল সংৰক্ষণ কৰা। |
00:16 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
00:18 | উবুন্টু লিনাক্স 12.04 OS |
00:21 | Inkscape সংস্কৰণ 0.48.4 |
00:25 | Inkscape খুলো। |
00:27 | File ত টিপক আৰু তাৰপিছত Document properties ত। |
00:32 | প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 পিক্সেলত সলাওক। |
00:37 | ডায়ালগ বাক্স বন্ধ কৰক। |
00:40 | Rectangle টুল ব্যবহাৰ কৰি এটা বর্গক্ষেত্র বনাওক। ইয়াৰ ৰঙ ৰঙা কৰক। |
00:45 | selector টুলত টিপক। |
00:47 | Tool controls bar ত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 ত সলাওক। |
00:54 | ইয়াৰ পিছতEllipse টুল ব্যবহাৰ কৰি এটা বৃত্ত আঁকক। |
00:58 | আৰু এবাৰ, selector টুলত টিপক। |
01:01 | Tool controls bar ত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 ত সলাওক। |
01:07 | উভয় বৃত্ত আৰু বর্গক্ষেত্র নির্বাচন কৰক। |
01:11 | Object মেনুত যাওক। |
01:13 | Align and Distribute ত টিপক। |
01:16 | Relative to বিকল্প Page ত সেট কৰক। |
01:19 | অবজেক্ট কেন্দ্রত বিন্যস্ত কৰক। |
01:22 | Path মেনুত যাওক। Difference নির্বাচন কৰক। |
01:26 | এতিয়া আৰু এটা বৃত্ত আঁকক। |
01:28 | আৰু এবাৰ, selector টুলত টিপক। |
01:31 | উচ্চতা আৰু প্রস্থ প্যাৰামিটাৰ 85 ত সলাওক। |
01:35 | Align and Distribute ব্যবহাৰ কৰি এটা পৃষ্ঠাৰ কেন্দ্রত সাৰিবদ্ধ কৰক। |
01:41 | উভয় আকাৰ নির্বাচন কৰক। |
01:44 | যিহেতু এইটো এটা টেমপ্লেট, আমি ইয়াৰ ৰঙ সদায় সলাও। |
01:49 | সেয়ে এইটো এতিয়া দৃশ্যমান নহবও পাৰে। |
01:51 | Layer মেনুত যাওক আৰু Layers ত টিপক। |
01:55 | বর্তমান লেয়াৰৰ নাম CD টেমপ্লেটত সলাওক। |
02:00 | ভুলবশত, লেয়াৰৰ এলিমেন্টৰ গতিবিধি এড়াবলৈ লেয়াৰ লক কৰক। ***************** |
02:05 | এতিয়া, আৰু এটা লেয়াৰ তৈয়াৰ কৰো আৰু এইটোৰ নাম CD design দিয়ক। |
02:10 | এইটোক CD টেমপ্লেট লেয়াৰৰ তলত ৰাখক। |
02:13 | এতিয়া আমাৰ CD টেমপ্লেট প্রস্তুত। |
02:16 | আমি ভবিষ্যতত বিভিন্ন CD বনাবলৈ এইটো ব্যবহাৰ কৰিব পাৰো। |
02:20 | আমি SVG ফাইল সংৰক্ষণ কৰো। |
02:23 | File ত যাওক আৰু Save As ত টিপক। |
02:26 | আমি এইটো Desktop ত সংৰক্ষণ কৰিম। |
02:29 | আমি CD template হিসাবে ফাইলৰ নাম লিখিম আৰু Save ত টিপিম। |
02:35 | এতিয়া আমি CD design লেয়েৰত কাম কৰিম। |
02:39 | এতিয়া এটা ব্যাকগ্রাউন্ড ডিসাইন কৰো। |
02:41 | ইয়াৰ বাবে, Rectangle টুল ব্যবহাৰ কৰি এটা বর্গক্ষেত্র আঁকিম। |
02:46 | যিহেতু ৰঙ বগা হয়, এইটো দৃশ্যমান নহবও পাৰে। |
02:49 | ইয়াৰ ৰঙ হালকা নীলালৈ সলাওক। |
02:52 | Selector টুলত টিপক। |
02:56 | তাৰপিছত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425ত সলাওক। |
03:01 | এইটোক কেন্দ্রত সাৰিবদ্ধ কৰক। |
03:03 | এতিয়া আমি সীমাৰ মধ্যে ব্যাকগ্রাউন্ডৰ ৰঙ চাব পাৰো। |
03:08 | এতিয়া এটা গ্রাফিক চিত্রণ ডিজাইন কৰো। |
03:11 | এটা সেউজীয়া গ্রেডিয়েন্ট আঁকক। |
03:14 | Bezier টুল নির্বাচন কৰক আৰু এটা বক্র চিত্রণ আঁকক। |
03:19 | ইয়াৰ পিছতSpoken tutorial লোগো ইম্পোর্ট কৰো। |
03:23 | লোগো কোড ফাইল লিঙ্কত দিয়া হৈছে। |
03:27 | File ত যাওক আৰু Import ত টিপক। |
03:32 | লোগোৰ আকাৰ সলাওক আৰু এটা চিত্রণৰ উপৰত ৰাখক। |
03:37 | লোগোৰ সোফালে Spoken Tutorial লিখক। |
03:41 | ফন্টৰ আকাৰ 20 ত সলাওক। |
03:44 | পিছৰ লাইনত লিখক "Partner with us...help bridge the digital divide". |
03:51 | ফন্টৰ আকাৰ 8 ত সলাওক। |
03:54 | আমি CD লেবেলৰ তলৰ অংশত যোগাযোগৰ বিবৰণ লিখিম। |
03:59 | আমাৰ আগত সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা যোগাযোগৰ বিবৰণ কপি কৰো। |
04:05 | এতিয়া এইটোক তলৰ এলাকাত পেস্ট কৰক। |
04:08 | Contact us বোল্ড কৰক আৰু এইটোক কেন্দ্রত সাৰিবদ্ধ কৰক। |
04:13 | টেক্সটৰ ৰঙ নীলালৈ সলাওক। |
04:16 | ইয়াৰ পিছত, আমি CD লেবেলৰ সোফালে কিছু ইমেজ যোগ কৰিম। |
04:21 | মই ইতিমধ্যে এটা ইমেজ কোলাজ বনায় ঠৈছো আৰু মোৰ Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
04:26 | একেই চিত্র আপোনাৰ কোড ফাইল লিঙ্কত দিয়া হৈছে। |
04:30 | সেই ফোল্ডাৰ ছেক কৰক যত এইটো সংৰক্ষণ কৰা আছে। |
04:34 | এতিয়া File ত টিপক তাৰপিছত Import ত আৰু অবশেষত Image1 নির্বাচন কৰক। |
04:40 | এতিয়া ইমেজ ইয়াতে ইম্পোর্ট হৈছে। আৰু এবাৰ ইমেজৰ আকাৰ সলাওক। |
04:48 | মই এইটো CD লেবেলৰ সোফালে ৰাখিছো। |
04:51 | এতিয়া File আৰু Save As ত টিপি SVG ফাইল সংৰক্ষণ কৰক। |
04:57 | আমি ফাইলৰ নাম ST CD label লিখিম আৰু Save ত টিপিম। |
05:03 | এতিয়া আমাৰ CD লেবেল প্রস্তুত। |
05:06 | এতিয়া PNG ফৰম্যাটত ফাইল এক্সপোর্ট কৰা শিকো। |
05:10 | File ত যাওক আৰু Export Bitmap ত টিপক। |
05:14 | এটা নতুন ডায়লগ বাক্স খুলিব। |
05:16 | Export area ৰ তলত Page ট্যাবত টিপক। |
05:21 | Bitmap size ৰ তলত dpi 300 ত সলাওক। |
05:26 | তাৰপিছত Browse বোতামত টিপক। |
05:29 | আমি ফাইল সংৰক্ষণৰ স্থান হিসাবে Desktop নির্বাচন কৰিম। |
05:33 | আমি ফাইলৰ নাম হিসাবে ST-CD-label লিখিম আৰু Save ত টিপিম। |
05:42 | অবশেষত, Export বোতামত টিপক। |
05:46 | এতিয়া Desktopত যাওক আৰু আমাৰ ফাইল ছেক কৰক। |
05:50 | আমাৰ CD label এইৰকমে দেখাত হয়। |
05:53 | সংক্ষিপ্তকৰণ কৰো। |
05:55 | এই টিউটোৰিয়েলত আমি শিকিছো এটা CD label টেমপ্লেট তৈয়াৰ কৰা। |
06:00 | CD label ডিসাইন কৰা। |
06:02 | PNG ফৰম্যাটত ফাইল সংৰক্ষণ কৰা। |
06:05 | ইয়াতে আপোনাৰ বাবে নির্দেশিত কাম আছে। |
06:07 | Inkscape এৰ বাবে এটা CD label তৈয়াৰ কৰক। |
06:10 | আপোনাৰ সম্পন্ন কাম এই ৰকমে হোৱা উচিত। |
06:13 | এই লিঙ্কত উপলব্ধ ভিডিওটা প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক। |
06:19 | স্পোকেন টিউটোৰিয়েলপ্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
06:27 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
06:29 | স্পোকেন টিউটোৰিয়েলপ্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
06:35 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
06:39 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |