LaTeX/C2/Letter-Writing/Assamese
From Script | Spoken-Tutorial
Time | Narration | |
---|---|---|
0:00 | সকলোকে আদৰণি জনালো। এই Tutorial ৰ সহায়ত Latex ব্যৱহাৰ কৰি আখৰ লিখিব শিকোৱা হব। | |
0:06 | আপোনালোকে ইয়াত ৩ খন Window দেখাপাব: | |
0:08 | Latex ব্যৱহাৰ কৰি এই ৩ টা Typesetting স্পশ্ত ভাবে প্রদৰশন কৰিব পাৰি: | |
0:13 | Source file বনাবলৈআৰু Compilation প্রকৃয়া জানিবলৈ PDF file খোলক PDF Reader ৰ সহায়েৰে. | |
0:22 | মইMac-OS-X ত “Skim” নামৰ PDF Reader ব্যৱহাৰকৰিছো, কাৰণ ই Compilation ৰ পিছতপ্রতিটো নতুন PDF file স্বয়ংকৃয়ভাবেload কৰিলয়. | |
0:34 | Linux আৰু Windows ৰ কাৰণেওএকেধৰণ বহু PDF Reader পোৱাযায়. | |
0:42 | প্রথমতেআমি Source file লৈগৈপ্রতিটো Command এ কিকিকৰেপর্য্যবেক্ষণ কৰিম. | |
0:47 | প্রথম শাৰিয়ে কৈছে যে প্রতিটো শব্দDocument Class ত থাকে. | |
0:54 | প্রতিটো শব্দ ৰ জোখ ১২ পইন্ত ৰ সমানহব. | |
0:57 | Letter খনৰ ১ম ভাগে “from address” বুজাব । ইয়াক দুই বান্ধোনৰ মাজত পোৱা যাব । | |
1:07 | ফলাফল সমুহ আমি সো-হাত ৰ উপৰ ফালেOutput File ত দেখাপাম । | |
1:14 | দুটা একেলগে থকা slash এ এটা নতুন শাৰি আৰম্ভ হোৱা বুজাব । | |
1:19 | যদি মই ইয়াৰ দুয়োটা Slash নহোৱা কৰি দিও- | |
1:25 | Save কৰক, তাৰ পিছত Compile কৰক pdflatex ৰ সহায়ত । | |
1:37 | আপোনালোকে ধৰিব পাৰিছে যে, সেই দুয়োটা শাৰি এটা শাৰিলৈ সলনি হয় । | |
1:43 | যোৱা বাৰ দুটা Slash ৰ সহায়ত আমি latex ৰ দ্বাৰা শাৰি এটা ভাগ কৰিছিলো । | |
1:49 | এতিয়া এই ওলটা Slash সমুহ ইয়াত নাই, সেয়েহে এতিয়া latex এ নাযানে যে এতিয়া সি শাৰিটো ইয়াতে ভাঙি বলাগিব । | |
1:56 | এতিয়া মই আকৌ Slash বোৰ পুণৰ তাতে প্রয়োগ কৰিলো । | |
2:04 | Save আৰু Compile কৰক । | |
2:08 | এইটো জানিব লগিয়া কথা যে, প্রতিতো সাল-সলনি ৰ পিছত আৰু Compilation ৰ আগত আমি প্রতিবাৰ Save কৰিম । | |
2:15 | এতিয়া আমি এটা “Empty Address” দিয়াৰ পাছত কি হয় চাম । | |
2:21 | এতিয়া মই ইয়ালৈ আহিম, | |
2:24 | দাগ দিয়ক, | |
2:27 | একেবাৰে শেষৰ শাৰিলৈ যাওক, delete কৰক, save কৰক আৰু compile কৰক । | |
2:37 | এতিয়া আপোনালোকে দেখা পাব“ from address” নোহোৱা হৈ গৈছে তাৰ পৰা । | |
2:44 | বিশেষ দ্রৱনিয়তা :আজি কালি সকলোবোৰ তাৰি খস্বয়ং কৃয় ভাবে আমেৰিকা নস্তাইল অর্থাত – “মাহ – দিন – বছৰ” ত লিখাহয় । | |
2:54 | ইয়াৰ command হ’ল “slash date slash today” । | |
3:02 | আমি তথ্য বিলাক দেখা পোৱাৰ পৰা বাধা দিবলৈ এখন Empty List ৰ প্রয়োগ কৰা হয়, যি ধৰনে কৰা হব । | |
3:12 | সংৰক্ষন কৰক । | |
3:17 | কম্পাইল কৰক । | |
3:18 | তথ্য বিলাক নাইকিয়া হৈগল । | |
3:20 | ধৰা যাওক কি আমি নিজৰ তথ্য ভৰাব খুজিছো, তেতিয়া হলে তথ্য বিলাক এই ধৰনে লিখা যাব : | |
3:30 | ৯ জুলাই ২০০৭, সংৰক্ষন কৰক, কম্পাইল কৰক । | |
3:40 | তথ্য বিলা পাই গল । | |
3:43 | এই বিলাক তথ্যৰ ওপৰতে এই Tutorial খন বনোৱা হৈছে । | |
3:47 | কম্পাইল কৰা পাছত আমি Indian format তো output file ত দেখা পোবা যাব । | |
3:53 | address তো পোনৰ প্রয়োগ কৰা যাওক । | |
4:02 | আৰু documentতো আগৰ অবস্তা লৈ recompile কৰা হল । | |
4:08 | signature commands argumentতো letterৰ তলত দেছা পোৱা যায় । | |
4:17 | প্রথম document খন আৰম্ভ কৰা হয় আৰু তাৰ পাছত letterখন । | |
4:22 | প্রথম ‘to address’আহে । ইয়াক দেখা পোৱা যায় output ৰ উপৰৰ বাও কোণত । | |
4:30 | ইয়াক Mr. N. K. Sinha লৈ পঠোৱা হৈছে । | |
4:34 | command ‘slash opening’ব্যৱহাৰ হয় গ্রাহক গৰাকীৰ ঠিকণা দিবলৈ । | |
4:40 | আপোনালোকে ধৰিব পাৰিছে যে প্রত্যেক latex commands এদাল reverse slash সৈতে আৰম্ভ হয় । | |
4:48 | letter খনৰ শব্দ খিনি পাছত আহে । | |
4:53 | ||
প্রথমে আৱম্ভ কৰা হয় এটা নতুন পংতি পৰা latex ত এদাল খালি শাৰিৰ সহায়ত যি ধৰনে এইয়াত দেখোৱা হৈছে । | 5:00 | মোক ইয়ালে আহিব দিয়ক । এতিয়া এই বাক্য শাৰীৰ প্ৰথমখিনি ‘we are’ হৈছে ইয়াতে। |
5:07 | এতিয়া খোলো আহক। আহক এতিয়া ইয়াক পাছৰ বাক্য শাৰীলৈ লৈ যাওঁ। | |
5:12 | মই এটি খালী শাৰী এৰিলো। ইয়াক সংৰক্ষন কৰো আহক। | |
5:17 | ইয়াক কম্পাইল কৰক । | |
5:19 | এতিয়া আপুনি দেখা পাইছে যে এইটো এটা নতুন দফালৈ গৈছে গৈ। | |
5:25 | এটা নতুন দফাৰ সৈতে, চিঠি খন দুই পৃষ্ঠাৰ হৈছে । | |
5:29 | আমি চাও, যদি font sizeটো 10 লৈ কমাব পাৰো, আমি চিঠি খন পুনৰ এক পৃষ্ঠালৈ নিব পাৰো । | |
5:37 | আমি এতিয়াই কৰো আহক । | |
5:42 | সংৰক্ষন কৰক । | |
5:48 | কম্পাইল কৰক । | |
5:49 | আপুনি দেখা পাব যে চিঠি খন পুনৰ এক পৃষ্ঠাৰ হৈছে । | |
5:54 | মই আকৌ font sizeটো 12 ptলৈ লৈ গৈছোঁ । | |
6:00 | আৰু মই এই দফাটা অলপ আতৰ কৰি দিছো । | |
6:06 | মই এইটো কমপাইল(Compile) কৰিছো । | |
6:12 | থিক আছে । | |
6:14 | মই এতিয়া itemize পৰিৱেশটো বুজাব খুজিছো, যিটো আৰম্ভণী আৰু অন্তিম itemize commandৰ সহায়ত উত্পন্ন কৰা হৈছে । | |
6:29 | slash itemৰে আৰম্ভ হোৱা প্ৰতিটো কথা bulleted ৰূপত দেখা পোৱা গৈছে । | |
6:37 | ইয়াত bullets বিলাকৰ স্থানত নম্বৰ পাব পাৰি নেকি? | |
6:41 | তাৰ বাবে itemizeটো enumerateলৈ ৰূপান্তৰ কৰিব লাগিব, যিটো মই এতিয়া কৰিব ওলাইছো । | |
6:46 | মই এতিয়া ইয়াক enumerateলৈ ৰূপান্তৰ কৰিম । | |
6:53 | সংৰক্ষন কৰক । | |
7:00 | অ হয়টো ! যিমান পাৰি সিমান বাৰ save কৰিব লাগে । | |
7:05 | মই আকৌ কম্পাইল কৰিব ওলাইছো । | |
7:09 | আপোনি দেখিব যে বোলেটবোৰ এতিয়া নম্বৰ হৈ যাব। | |
7:15 | বন্ধ কৰোতে মই ‘Yours sincerely’ যোগ কৰিলো, যি ইয়াতে আহিছে। | |
7:22 | আমি আগতেই চিগ্নেচাৰৰ কথা কৈছো। | |
7:26 | অবশেষত, cc কমান্দে এই চিঠিখনত বেলেগক মাৰ্ক কৰে। | |
7:35 | ‘এন্ড লেতাৰ’ কমান্দেৰে মই চিঠিখন শেষ কৰিম আৰু তাৰপিছত দক্যুমেন্ত সমাপ্ত কৰিম ‘এন্ড দক্যুমেন্ত’ কমান্দেৰে। | |
7:44 | নিজ ইচ্ছা অনুসৰি ইয়াৰ কন্তেন্ত্ মদিফাই কৰি চাব পাৰে। | |
7:48 | সুন্নিশিত কৰক যে এটা সময়ত এটা বস্তুয়ে সলনি কৰা যাওক আৰু কম্পাইলেছন কৰা খিনি শুদ্ধ হৈছে নে নাই চাওক | |
7:58 | যদিও মই MAC’ৰ চিঠি লিখাৰ পদ্ধতিৰ কথা ক’লো, একেটা চ’ৰ্চ ফাইল সকলো লেতেক্স চিচতেমত কাম কৰেই, লিনাক্স আৰু ৱিনদৌজটো কাম কৰে। | |
8:10 | ইয়াৰে আমি এই তিউতৰিয়েলৰ শেষলৈ আহিলো। | |
8:13 | শুনাৰ বাবে ধন্যবাদ। | |
8:14 | মই প্রজ্ঞান বেজবৰুৱা NITS Mirza’ৰ চাইন অফ কৰিছো। গুদ বাই। | |