Geogebra/C2/Symmetrical-Transformation-in-Geogebra/English-timed
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | নমস্কাৰ বন্ধুসকল। জীয়োজেব্রাত প্ৰতিসম ৰুপান্তৰৰ(Symmetrical-Transformation) এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
00:06 | এই টিউটোৰিয়েলত আমি প্ৰতিসম ৰুপান্তৰ(Symmetrical transformations) শিকিম যেনে- |
00:11 | ৰেখা প্ৰতিসাম্য (Line symmetry) |
00:12 | ঘূর্ণন প্ৰতিসাম্য (Rotation symmetry) |
00:13 | লগতে, স্কেল আৰু positionৰ দ্বাৰা চিত্রৰ বৃদ্ধি কৰাও শিকিম। |
00:17 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:21 | যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:26 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10 |
00:31 | জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো। |
00:35 | আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। |
00:37 | Reflect Object about Line |
00:39 | Rotate Object around Point by Angle |
00:42 | Dilate object from a Point by Factor |
00:45 | Semicircle through Two points |
00:47 | Regular Polygon and |
00:49 | Perpendicular bisector |
00:51 | ৰুপান্তৰৰ(Transformation) সংজ্ঞা। |
00:53 | জ্যামিতিক চিত্রৰ প্ৰতিসম ৰুপান্তৰ হল- |
00:57 | স্থানাঙ্ক তল (coordinate plane)ৰ উপৰৰ অবস্থান, আকাৰ বা আকৃতিৰ পৰিবর্তন। |
01:02 | মূল চিত্ৰক 'object' বোলা হয়। |
01:04 | ৰুপান্তৰিত চিত্ৰক 'image' বোলা হয়। |
01:07 | প্ৰতিফলন প্ৰতিসাম্যক(Reflection symmetry). |
01:09 | ৰেখা প্ৰতিসাম্য-ও( Line symmetry) বোলা হয়। |
01:11 | এইটো হল প্ৰতিসাম্যৰ এক ধৰন, যত এটাৰ অর্ধাংশ ইটোৰ অর্ধাংশৰ প্ৰতিফলন হয়। |
01:15 | আপোনি চিত্ৰক ভাঁজ কৰিব পাৰে আৰু উভয় অর্ধাংশক সঠিকভাবে মিলাব পাৰে। |
01:20 | ৰেখা প্ৰতিসাম্য সেই ৰেখা হয়, যাৰ উপৰত চিত্ৰ প্ৰতিফলিত হয়। |
01:24 | জীয়োজেব্রা উইন্ডোত যোৱা যাওক। |
01:27 | Dash home >>Media Apps>>Type ত >> Education নির্বাচন কৰক >> আৰু জীয়োজেব্রা চাওক। |
01:37 | এই টিউটোৰিয়েলৰ বাবে আমি বীজগাণিতিক (Algebric) ভিউ বন্ধ কৰিছো। |
01:40 | বীজগাণিতিক (Algebric) ভিউত close বোতামত টিপক। |
01:47 | “Line of symmetry”ৰ সৈতে আৰম্ভ কৰা যাওক। |
01:50 | প্ৰথমে এটা সমবাহু(equilateral) ত্রিভুজ গঠন কৰক। |
01:53 | টুলবাৰ পৰা “Regular Polygon” টুল নির্বাচন কৰক। |
01:57 | অঙ্কন প্যাডত বিন্দু 'A', 'B' ত টিপক, আৰু দিশৰ সংখ্যাৰ বাবে 3 লিখক। |
02:08 | এটা সমবাহু ত্রিভুজ 'ABC' তৈয়াৰ হৈ গৈছে। |
02:11 | এতিয়া ত্রিভুজৰ এক ফালে এটা উল্লম্ব দ্বিখণ্ডক আঁকা যাওক। |
02:15 | “Perpendicular Bisector Tool” নির্বাচন কৰক আৰু AC ত টিপক। |
02:26 | Point টুল নির্বাচন কৰক আৰু ত্রিভুজৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক। |
02:31 | কোনো এক শীর্ষৰ ফালে বিন্দু D ক স্থানান্তৰিত কৰক। |
02:38 | বিন্দু Dৰ উপৰত ৰাইট ক্লিক কৰক আৰু Trace ON নির্বাচন কৰক। |
02:43 | টুলবাৰ পৰা “Reflect Object about Line” টুল নির্বাচন কৰক। |
02:48 | বিন্দু D ত টিপক। |
02:49 | এইটোৱে বিন্দু D ক লক্ষণীয় কৰিব। |
02:52 | perpendicular Bisector (উল্লম্ব দ্বিখণ্ডক)ত টিপক। |
02:55 | এইটোৱে উল্লম্ব দ্বিখণ্ডকতৰ অন্য ফালে প্ৰতিফলিত ছবি D ক প্ৰদর্শিত কৰিব। |
03:01 | বিন্দু D, 'D'ৰ প্ৰতিবিম্বিত ছবি। |
03:04 | বিন্দু D'ৰ বাবে Trace On নির্বাচন কৰক। |
03:08 | Move টুলৰ ব্যবহাৰ কৰি ত্রিভুজৰে বিন্দু D ক স্থানান্তৰিত কৰক। |
03:11 | টুলবাৰত Move টুলৰ তলত প্ৰথম বিকল্পত টিপক। |
03:22 | মাউস দি চিত্রক(figure) টিপক। |
03:25 | ত্রিভুজক ট্রেস কৰি এফালে টানি আনক। |
03:28 | এতিয়া মাউস বোতামক এৰি দিয়ক। |
03:31 | আপোনি কি লক্ষ্য কৰিলে? |
03:32 | ইয়াত উল্লম্ব দ্বিখণ্ডক হল প্ৰতিসাম্য ৰেখা। |
03:36 | D হল অবজেক্ট আৰু D 'হল চিত্ৰ। |
03:39 | এটা ৰেখা বৰাবৰ এটা অর্ধবৃত্ত প্ৰতিফলিত কৰক। |
03:43 | এটা অর্ধবৃত্ত আঁকা যাওক। |
03:44 | “Semicircle through Two points” টুলত টিপক, বিন্দু E আৰু তাৰপিছত F ক চিহ্নিত কৰক। |
03:56 | segment Between two Pointsত টিপক। |
04:02 | বিন্দু G আৰু H ক চিহ্নিত কৰক, এটা ৰেখা টানা হৈছে। |
04:06 | ৰেখাৰ বৈশিষ্ট্যাবলী পৰিবর্তন কৰক। |
04:08 | ৰেখাৰ উপৰত ৰাইট ক্লিক কৰক, Object propertiesৰ উপৰত টিপক, Styleৰ উপৰত টিপক আৰু স্টাইল পৰিবর্তন কৰক। |
04:21 | টুলবাৰ পৰা “Reflect Object about Line” টুল নির্বাচন কৰক। |
04:27 | অর্ধবৃত্ত EFৰ উপৰত টিপক। |
04:31 | ৰেখা GHৰ উপৰত টিপক। |
04:34 | এইটোৱে ৰেখা GHৰ অনয় প্রান্তত প্ৰতিফলিত ছবি E'F 'প্ৰদর্শিত কৰিব, চিত্ৰটো এতিয়া কেনে দেখাত হৈছে? এইটো এটা বৃত্তৰ নিচিনা দেখাত হয়। |
04:45 | এতিয়া এই ফাইল সংৰক্ষণ কৰো। |
04:47 | “File”>> "Save As"ত টিপক। |
04:50 | আমি ফাইলৰ নাম "Line-symmetry" লিখিম, আৰু "Save"ত টিপক। |
05:05 | ইয়াৰ পিছত, “Rotate the Object around a Point by Angle” সম্পর্কে শিকিম। |
05:12 | ঘূর্ণনতৰ(Rotation) সংজ্ঞা। |
05:15 | ঘূর্ণন এটা ৰুপান্তৰ(transformation) হয়, যি চিত্ৰক এটা নির্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি এটা কোণলৈ ঘোৰায়। |
05:21 | যদি চিত্ৰ অপৰিবর্তিত প্ৰদর্শিত হয়, তেনেহলে চিত্ৰটোত ঘূর্ণন প্ৰতিসাম্য আছে। |
05:29 | আপোনি অবজেক্টক যিকোনো ডিগ্রী মাপত ঘোৰাব পাৰে, ঘূর্ণন ঘড়িৰ কাঁটাৰ ফালে আৰু বিপৰীত দিশৰ ফালে হব পাৰে। |
05:39 | নতুন জীয়োজেব্রা উইন্ডো খোলক। |
05:41 | “File” >> New টিপক। |
05:47 | এটা বর্গক্ষেত্ৰ গঠন কৰক। |
05:49 | টুলবাৰ পৰা “Regular Polygon” টুলৰ উপৰত টিপক। |
05:55 | অঙ্কন প্যাডত টিপক। |
05:57 | বিন্দু 'A' আৰু ' B'ক চিহ্নিত কৰক। |
05:59 | এটা ডায়লগ বাক্স প্ৰর্দশিত হব। |
06:01 | OK ত টিপক। |
06:03 | এটা বর্গক্ষেত্ৰ 'ABCD' তৈয়াৰ হৈ গৈছে। |
06:05 | “Rotate Object around a Point by Angle” টুলৰ উপৰত টিপক। |
06:13 | বর্গক্ষেত্ৰ 'ABCD' ত টিপক। |
06:16 | এইটোৱে বর্গক্ষেত্ৰক লক্ষণীয় কৰিব। |
06:18 | এতিয়া যি কোনো এটা শীর্ষত টিপক। |
06:20 | আমি 'A'-ত টিপিম। |
06:23 | এটা ডায়লগ বাক্স প্ৰর্দশিত হব। |
06:25 | কোণ(Angle ) ক্ষেত্রত "60" লিখক। |
06:30 | প্ৰথম ড্ৰপ ডাউন তালিকাৰ পৰা "°"(Degree) নির্বাচন কৰক। |
06:35 | “clockwise” বিকল্প নির্বাচন কৰক। OK টিপক। |
06:40 | এইটোৱে 60° কোণৰ সৈতে নির্বাচন বিন্দুত বর্গক্ষেত্ৰক ঘড়িৰ কাঁটাৰ ফালে ঘোড়াব। |
06:44 | ঘুর্ণিত চিত্ৰ 'A `B`C`' D' গঠিত হৈছে। |
06:49 | Move টুল ব্যবহাৰ কৰি এই চিত্ৰটোক আশে পাশে ঘোৰাওক। |
07:00 | ইয়াৰ পিছত, “Dilate or enlarge object from point by factor” |
07:09 | প্ৰসাৰণ(Dilation) |
07:11 | প্ৰসাৰণ বা পৰিবর্ধন এটা ৰুপান্তৰ(Dilation or enlargement is a transformation )। |
07:14 | যত মান গুণক(scale factor) ব্যবহাৰ কৰি চিত্রৰ বিস্তাৰ(enlarged) কৰা হয়। |
07:23 | “Polygon” টুলৰ ব্যবহাৰ কৰি ত্রিভুজ আঁকক। |
07:28 | E, F, G আৰু ত্রিভুজক সম্পূর্ণ কৰাৰ বাবে এবাৰ E টিপক। |
07:36 | New Point টুলত টিপক, আৰু... |
07:40 | বিন্দু 'H' ক চিহ্নিত কৰক। |
07:44 | “Dilate Object from Point by Factor” টুলৰ উপৰত টিপক। |
07:51 | ত্রিভুজ 'EFG' ত টিপক। |
07:54 | এইটোৱে ত্রিভুজক লক্ষণীয় কৰিব। |
07:55 | বিন্দু 'H' টিপক। |
07:57 | এটা ডায়লগ বাক্স প্ৰর্দশিত হব। |
08:00 | সংখ্যা ক্ষেত্রত(number field) মান 2 লিখক। |
08:04 | OK টিপক। |
08:09 | এইটোৱে অবজেক্টৰ দ্বিগুণ - বিস্তাৰ বা সম্প্ৰসাৰন(dilate or enlarge) কৰিব। |
08:16 | Segment Between two Pointsত টিপক, বিন্দু H,E,E' ক যুক্ত কৰক। |
08:33 | বিন্দু H,G,G' ক যুক্ত কৰক। |
09:01 | বিন্দু H,F,F' ক যুক্ত কৰক। |
09:15 | ইয়াত আপোনি দেখিব পাৰে যে H হল প্ৰসাৰণ(dilation) বিন্দু। |
09:21 | আপোনি গুণকৰ(Factor) মান লিখি ইচ্ছা মতে, অবজেক্টক সম্প্ৰসাৰন কৰিব পাৰে। |
09:28 | এতিয়া এই ফাইলক সংৰক্ষিত কৰো। |
09:30 | “File”>> "Save As" টিপক। |
09:33 | আমি ফাইলৰ নাম "Dilate-triangle" লিখিম। |
09:48 | "Save" বোতামত টিপক, ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
09:55 | সংক্ষেপে... |
09:58 | এই টিউটোৰিয়েলত আমি শিকিছো, |
10:00 | ৰেখাৰ প্ৰতিফলন(Reflection) সম্পর্কে। |
10:02 | বিন্দুৰ সাপেক্ষে এটা অবজেক্টৰ ঘূর্ণন। |
10:05 | মান গুণকৰ(scale factor) দ্বাৰা অবজেক্টৰ পৰিবর্ধন(Enlargement) কৰা। |
10:09 | নির্দেশিত কাম হিসাবে আপোনি... |
10:11 | এটা পঞ্চভুজ( pentagon) আঁকক। |
10:12 | আঁকিবলৈ Regular Polygon টুল ব্যবহাৰ কৰক। (Hint: sides=5) |
10:17 | পঞ্চভূজ- ৰ কোনো এটা দিশত উল্লম্ব দ্বিখণ্ডক(perpendicular bisector) আঁকক। |
10:21 | পঞ্চভূজ- ৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক। |
10:25 | বিন্দুৰ বাবে Trace On স্থাপন কৰক। |
10:27 | উল্লম্ব দ্বিখণ্ডকতৰ সাপেক্ষে বিন্দুৰ প্ৰতিফলন কৰক। |
10:31 | ছবি বিন্দুৰ বাবে Trace On স্থাপন কৰক। |
10:34 | আপোনি সঠিক প্ৰতিসাম্য ৰেখা নির্বাচন কৰিছেনে নে নাই ইয়াক চাবলৈ, পঞ্চভূজতৰ অনুসৰণ কৰক। |
10:44 | মূল পঞ্চভূজক এটা বিন্দুত 135°ত ঘড়িৰ কাঁটাৰ বিপৰীত ফালে ঘোৰাওক। |
10:49 | 3 গুণক দ্বাৰা বিন্দুত পঞ্চভূজক বিস্তাৰ(Dilate) কৰক। |
10:56 | নির্দেশিত কাম এইৰকমে দেখাত হোৱা উচিত। |
11:03 | এই urlত উপলব্ধ ভিডিওটো চাওক। |
11:06 | এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। |
11:09 | যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
11:12 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। |
11:17 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়। |
11:20 | আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
11:26 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। |
11:29 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
11:35 | এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
11:39 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |
Contributors and Content Editors
Madhurig, Minal, Mousumi, PoojaMoolya, Pratik kamble, Sandhya.np14