PHP-and-MySQL/C2/Loops-For-Statement/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে |
| 00:18 | গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
| 00:38 | গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
| 00:43 | এতিয়া আমি for (ফৰ) লিখিম |
| 00:53 | গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
| 01:03 | গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো |
| 01:13 | ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
| 01:22 | তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10 |
| 01:31 | তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে |
| 01:37 | গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1 |
| 01:47 | তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে |
| 01:52 | আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
| 01:55 | আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
| 01:59 | ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
| 02:02 | ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো |
| 02:07 | মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম |
| 02:10 | ৰিফ্ৰেচ (Refresh) |
| 02:12 | আপুনি আগবাঢ়ক |
| 02:17 | আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে |
| 02:25 | আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
| 02:28 | তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
| 02:36 | এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
| 02:37 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |