BASH/C3/Recursive-function/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, ৰিকাৰ্চিভ ফাংচন( Recursive function)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত, আমি শিকিম, |
00:10 | ৰিকাৰ্চিভ ফাংচন ( Recursive function) এটা কি হয়? |
00:12 | কিছু উদাহৰণৰ সহায়ত |
00:15 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ চেল স্ক্ৰিপতিং ইন বেচ (Shell Scripting in BASH)ৰ জ্ঞান থাকিব লাগিব |
00:20 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org |
00:27 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:29 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) |
00:33 | আৰু GNU BASH(বেচ) তাঙৰণ 4.2 |
00:37 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:44 | আহক আমি চাওঁ এটা ৰিকাৰ্চিভ ফাংচন ( Recursive function) কি হয়? |
00:48 | এটা ৰিকাৰ্চিভ ফাংচন (recursive function) হৈছে যি নিজকে কল কৰে |
00:52 | ৰিকাৰ্চন (Recursion ) হৈছে জটিল এলগৰিথিমক সৰল কৰিবলৈ এটা সহায়্কাৰী কৌশল |
00:59 | মই factorial(ফেক্তৰিয়েল).sh নামৰ ফাইল এটা খুলিম |
01:04 | মই কডটো এই ফাইলটোত লিখি থৈছো |
01:07 | এইটো হৈছে চিবেং শাৰী |
01:10 | ফেক্তৰিয়েল (factorial )টো হৈছে ফাংচন নেম (function name) |
01:12 | ইয়াৰ ভিতৰত,আমি “Inside factorial function” বাৰ্তা এটা ছপা কৰিম |
01:19 | এই ষ্টেতমেন্তটোৱে ইউজাৰৰ ইনপুত পঢ়িব আৰু মানটো ভেৰিয়েবল 'n' ত জমা কৰিব |
01:26 | ইয়াত আমাৰ ইফ-এলছ চৰ্ত (if-else condition) আছে |
01:30 | ইফ (If ) চৰ্তটোৱে 'n' ৰ মানটো শূণ্যৰ সমান হয় নেকি পৰীক্ষা কৰে |
01:36 | যদি সত্য হয়, ই "factorial value of n is 1" বাৰ্তাটো দৰ্শিত কৰিব |
01:42 | এইটো হৈছে ইফ (if) ষ্টেতমেন্তটোৰ এলছ (else) অংশ |
01:46 | ই ফেক্তৰিয়েল ফাংচন (factorial function)টোক কল কৰে |
01:50 | আৰু fi হৈছে ইফ-এলছ (if-else ) ষ্টেতমেন্তটোৰ শেষ |
01:55 | আহক আমি factorial(ফেক্তৰিয়েল).sh ফাইলটো ৰান কৰো |
01:59 | আপোনাৰ কীবৰ্ডত CTRL+ALT+T কীছ( keys) একেলগে টিপি টাৰমিনেল(terminal)টো খোলক |
02:07 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) factorial(ফেক্তৰিয়েল) dot(দত) sh |
02:15 | এন্টাৰ(Enter) টিপক |
02:17 | লিখক dot(দত) slash(শ্লাছ) factorial(ফেক্তৰিয়েল).sh |
02:21 | এন্টাৰ(Enter) টিপক |
02:24 | আমি দেখিম "Enter the number" |
02:26 | মই 0 এন্টাৰ কৰিম |
02:29 | আউতপুত(output)টো দৰ্শিত হৈছে যে: |
02:31 | factorial value of 0 is 1 |
02:35 | এতিয়া আপ এৰো (uparrow)কী টিপক । আগৰ কমান্ডটো পুনৰ মাতক |
02:40 | এন্টাৰ(Enter) টিপক |
02:42 | এইবাৰ,মই 5 এন্টাৰ কৰিম |
02:45 | এতিয়া আউতপুত(output)টো দৰ্শিত হৈছে যে: |
02:47 | Inside factorial function |
02:51 | আহক আমি ফেক্তৰিয়েল ফাংচন (factorial function)টোত কিছু অধিক যুক্তি সংযুক্ত কৰো |
02:56 | আমি সংখ্যা এটাৰ ফেক্তৰিয়েল (factorial)টো গণনা কৰিম |
03:01 | আমাৰ ক’ডটোলৈ ঘূৰি আহো |
03:03 | এতিয়া আহক আমি ফেক্তৰিয়েল ফাংচন (factorial function)টোৰ ভিতৰত থকা ইক’ ষ্টেতমেন্ত (echo statement )টো ক’ড ব্লকটোৰ সৈতে সলনি কৰো |
03:10 | ছেভ(Save)ত টিপক |
03:13 | temp (টেম্প)টো হৈছে এটা ভেৰিয়েবল আৰু ইউজাৰে এন্টাৰ কৰা মানটো জমা কৰে |
03:19 | ইফ (If ) চৰ্তটোৱে ভেৰিয়েবলটোৰ মানটো '1'ৰ সমান হয় নেকি পৰীক্ষা কৰে |
03:25 | যদি সত্য হয়, ই 1 ছপা কৰিব |
03:29 | এইটো হৈছে ইফ (if) ষ্টেতমেন্তটোৰ এলছ (else) অংশ |
03:33 | ই টেম্প(temp) ভেৰিয়েবলৰ মানৰ পৰা এক হ্ৰাস কৰে |
03:37 | আৰু ফলাফলটো ভেৰিয়েবল 'f'ত জমা কৰে |
03:42 | Variable(ভেৰিয়েবল) f এ ফেক্তৰিয়েল ফাংচন (factorial function)টোৰ আউতপুতটো জমা কৰে |
03:46 | এইটো এটা ৰিকাৰ্চিভ কল (recursive call) |
03:50 | ভেৰিয়েবল f আৰু tempৰ মান পূৰণ হয় আৰু f ত জমা হয় |
03:57 | তাৰপাছত আমি fৰ মানটো ছপা কৰো |
04:00 | ইফ-এলচ (if-else) ষ্টেতমেন্ত আৰু ফাংচন (function)ৰ শেষ |
04:05 | এতিয়া আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো |
04:08 | আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ বুজো |
04:12 | #n মানটো ইউজাৰৰ পৰা লোৱা হৈছে যি হৈছে n |
04:17 | #যদি এন্টাৰ কৰা মানটো শূন্যৰ সমান হয়,তেন্তে ই এটা বাৰ্তা ছপা কৰে |
04:24 | #অন্যথা ই ফেক্তৰিয়েল (factorial) ফাংচনটোলৈ যায় |
04:29 | #ইয়াত,যদি মানটো একৰ সমান হয় ,তেন্তে ই মান এক বুলি ছপা কৰে |
04:36 | #যদি নহয়,ই এটা ৰিকাৰ্ছিভ কল (recursive call ) নিৰ্মান কৰে যেতিয়ালৈকে মানটো একৰ সমান নহয় |
04:44 | # তাৰপাছত,সকলো বিলাক মান পূৰণ হয় আৰু দৰ্শিত হয় |
04:49 | এতিয়া আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহো |
04:52 | আপ এৰো (uparrow) কীটো টিপক |
04:54 | আগৰ কমান্ড ./factorial(ফেক্তৰিয়েল).sh ক পুনৰ মাতক |
04:58 | এন্টাৰ(Enter) টিপক |
05:00 | এতিয়া মই ইনপুট মান হিচাবে 5 এন্টাৰ কৰিম |
05:05 | আমি সংখ্যা 5 ৰ ফেক্তৰিয়েলটো (factorial ) পাম |
05:08 | সেইটো হৈছে 120 |
05:11 | আমি টাৰ্মিনেলত প্ৰোগ্ৰামটোৰ প্ৰবাহটো চাব পাৰো । প্ৰোগ্ৰামটোৰ গতিটো বিশ্লেষণ আৰু চিহ্নিত কৰো |
05:18 | আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো |
05:20 | আহক আমি মূলভাৱ চাওঁ |
05:21 | এই টিউটৰিয়েলত, আমি শিকিলো, |
05:23 | ৰিকাৰ্চিভ ফাংচন ( Recursive function) |
05:25 | কিছু উদাহৰণৰ সহায়ত |
05:28 | এটা অনুশিলনী হিচাবে, |
05:29 | এটা প্ৰোগ্ৰাম লিখক য’ত ৰিকাৰ্চিভ ফাংচনটোৱে N টা সংখ্যাৰ যোগফলটো গণনা কৰে |
05:36 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
05:39 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
05:43 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
05:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
05:53 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
05:58 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
06:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
06:10 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
06:18 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
06:24 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলসমূহে অৱ্দান(contributed) দিছে |
06:29 | মই মৌচম হাজৰিকা |
06:33 | সংযোগ কৰাৰ বাবে ধন্যবাদ |