Java-Business-Application/C2/Overview-of-Library-Management-System/Assamese
From Script | Spoken-Tutorial
Java-Business-Application/C2/Overview-of-Library-Management-System/English-timed
| |
|
| 00.00 | 'Overview of the Web Application – Library Management System ৰ স্পোকেন টিউটোৰিয়েল লৈ স্বাগতম। |
| 00.08 | এই টিউটৰিয়েলত আমি আপোনাক ৱেব এপ্লিকেচনৰ লগত পৰিচই কৰাই দিম। |
| 00.13 | এই চিৰিজত, অমি প্রমানসহ দেখুৱাম কেনেকে বেচিক ইনভেণ্টৰি চিচটেম সৃষ্টি কৰে। |
| 00.19 | আমি লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম উদাহৰণ ব্যবহাৰ কৰিম। |
| 00.24 | এই ছিৰিজ শিকিবলৈ আপোনাক |
| 00.27 | Netbeans IDE আৰু HTML ব্যৱহাৰ কৰি |
| 0.31 | Core Java জ্ঞান থাকিব লাগিব |
| 00.32 | যডি নাই, প্রাসংগিক নির্দেশনাৰ বাবে অনুগ্রহ কৰি আমাৰ ৱেবচাইট পৰিদর্শন কৰক। |
| 00.38 | এটিয়া চোৱা যাওক web application – the Library Management System. |
| 00.43 | লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম এটা চিচটেম য’ত |
| 00.46 | কিতাপবোৰ কার্যকাৰি কৰা আৰু উভটাই নিয়া নিয়ন্ত্রন কৰে |
| 00.50 | আৰু লাইব্ৰেৰী ব্যবহাৰ কৰোতা নিয়ন্ত্রন কৰে। |
| 00.54 | এটিয়া, কিয় আমাক লাইব্ৰেৰী মেনেজমেণ্টে চিচটেম লাগে? |
| 00.58 | এই চিচটেম ব্যাৰহাৰে সহাই কৰে- |
| 01.00 | লাইব্যৰীয়ানক কিতাপ বোৰ সহজ ভাৱে নিয়ন্ত্রন কৰিবলৈ। |
| 01.05 | মেমবাৰচিপ তথা এটা কেন্দ্রীয় চাৰভাৰেৰে চলাই যাবলৈ |
| 01.10 | সময় আৰু উৎসবোৰ সংৰখ্যণ কৰে আৰু |
| 01.13 | কামৰ বোজা কম কৰে |
| 01.15 | এটিয়া, আপোনাক সোনকালে চিচতেমটো দেখুৰাম। |
| 01.17 | ইয়াৰ বাবে, Netbeans IDE লৈ পৰিবর্তন কৰিব লাগিব। |
| 01.22 | আমাৰ ইয়াত বৰ সহজ চিচটেম আছে। |
| 01.24 | মই এটিয়া ‘MyFirstProject’ নামৰ প্রজেক্টটো চলাই যাম । |
| 01.30 | ব্রাউজাৰ উইনড’ খুলিলে। |
| 01.33 | আমি লাইব্ৰেৰী মেনেজম্টে চিচটেমৰ হোম পেজ দেখা পাম। |
| 01.38 | আমি ইয়াত এটা বৰ সহজ লোগিং ফ’ৰম দেখা পাম |
| 01.42 | এইটো এটা পেজৰ লিংক যাক কোৱা হয় ‘Visitor’s Home Page. ’। |
| 01.46 | লিংকটোত ক্লীক কৰক। |
| 01.48 | আমি লইব্যাৰীটোত থকা কিতাপৰ তালিকা খন চাব পাৰিম। |
| 01.53 | লাইব্রেৰীত বহুতো মেম্বাৰ থাকে। |
| 01.56 | এটেকে এটিয়া, মেম্বাৰ লোগিং কৰা হল যি আগতেই ব্যাবহাৰ কৰোতাত অন্তর্ভুক্ত আছে। |
| 02.03 | মই ‘“mdhusein”’ লোগিং কৰিম আৰু পাচৱর্ড দিম আৰু এণ্টাৰ টিপিম। |
| 02.10 | আমি দেখা পাম এটা Success Greeting Page। |
| 02.13 | আমি অলপতে ব্যবহাৰকাৰীয়ে ধাৰলৈ নিয়া কিতাপৰ লিয্ট দেখা পাম। |
| 02.18 | এতিয়া ল’গ আউট কৰো। |
| 02.21 | পিচত, লাইব্ৰেৰীয়ান হিচাবে লোগিং কৰিম যিটো এডমিন। |
| 02.26 | আমি লোগিং কৰিলে, আমি দেখা পাম Admin Section page। |
| 02.31 | ইয়াত আমি চাৰিতা ওপচন পাম। |
| 02.33 | প্রত্যেকটো চেষ্টা কৰা যাওক আৰু ফলাফল চোৱা যাওক। |
| 02.37 | প্রথমতে,আমি লিষ্ট বুকচ্ অপচনটো পচন্দ কৰিব পাৰিম। |
| 02.41 | যত আমি লাইব্রেৰীত থকা সকলো কিতাপৰ তথ্য পাম। |
| 02.46 | পিচত, আমাৰ উচৰত আছে List Borrowed Books। |
| 02.50 | ইয়াত আমি কিতাপ কার্যকাৰি কৰাৰ বিভিন্ন মেম্বাৰৰ লিষ্ট পাম। |
| 02.54 | আৰু পুৰণি ঘুৰাই দিয়া কিতাপৰ তাৰিখ পাম। |
| 02.59 | ইয়াৰ পাচত লিষ্ট ইউজাৰ ওপচন আছি। |
| 03.03 | ইয়াত ব্যবহাৰকাৰীৰ লিষ্ট পাম যি লাইব্রেৰীত অন্তার্ভূক্ট হৈ াছে। |
| 03.08 | গতিকে, ইয়াত আমাৰ Checkout/Return a Book আছে। |
| 03.12 | এই অপচনটোত ক্লীক কৰক। |
| 03.15 | এইটো ইণ্টাৰফেচ চেক আউট/ৰিটার্ন বুকলৈ। |
| 03.20 | এতিয়া লোগিং পেজলৈ ঘূৰি অহা হ’ল। |
| 03.23 | মনকৰক,আমাৰ নতুন ব্যবহাৰকাৰীৰ ৰেজিষ্টাৰৰও অপচন আছে। |
| 03.28 | ৰেজিষ্টাৰৰ বাবে ‘here’ত ক্লীক কৰক। |
| 03.31 | এইটো নতুন ব্যবহাৰকাৰীয়ে ৰেজিষ্টাৰ কৰিবলৈ এটা ৰেজিষ্ট্রেচন র্ফ’ম । |
| 03.35 | এতেকে, এইটো এটা সহজ ৱেব এপ্লিকেচনৰৰ ওপৰত পৰিদর্শনহে। |
| 03.39 | এই চিৰিজৰ শেষত, আপুনি এটা সহজ লাইব্রেৰী মেনেজমেণ্ত চিষ্টেম বনাব শিকিম। |
| 03.46 | আপুনি লগতে বিভিন্ন ফাংচন যোগ দিব পৰা হ’ব,যেনেকে কিতাপ বিচৰাৰ বাবে। |
| 03.53 | এই চিৰিজত- |
| 03.54 | আমি ইয়াত ব্যবহাৰ কৰো JSP আৰু servlets ৱেব এপ্লিকেচন বনাবলে। |
| 03.59 | আপুনি MVC architecture ও বহলাই শিকিব পাৰিব। |
| 04.04 | আপুনি যিকোনো ৱিব এপ্লিকেচন উন্নত কৰিব পাৰিব যিয়ে MVC পেটার্ন অনুসৰন কৰে। |
| 04.10 | স্পোকেন টিউটোৰিয়েল প্রজেক্টৰ আৰু অধিকৰ বাবে |
| 04.13 | তলৰ লিংকত দিয়া ভিডিঅ চাওক। |
| 04.16 | ইয়াত স্পোকেন টিউতোৰিয়েল প্রজেক্টৰ বহলাই বিবৰণ আছে। |
| 04.20 | আপোনাৰ যদি ভাল বেন্ডউইধ নাই, আপুনি ডাউনলোড কৰক আৰু চাওক। |
| 04.24 | স্পোকেন টিউটোৰিয়েল টীমে |
| 04.26 | স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি ওৱর্কচপ আয়োজন কৰে |
| 04.29 | চার্টিফিকেত দিয়ে যিয়ে অনলাইন টেষ্ট উত্তীর্ণ হয় |
| 04.32 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত contact@spoken-tutorial.org লিখক |
| 04.38 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 04.42 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 04.49 | এই মিচনৰ অধিক তথ্য আপুনি পাব |
| 04.52 | http://spoken-tutorial.org/NMEICT- Intro |
| 04.59 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
| 05.08 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
| 05.13 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |