Advanced-Cpp/C2/Classes-And-Objects/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:01 | C++ত Classes আৰু Objectsৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:09 | Classes. |
00:11 | Objects. |
00:12 | Encapsulation আৰু |
00:14 | Data abstraction. |
00:16 | আমি এটা উদাহৰণ সাহায্যে এই কামটো কৰিম. |
00:20 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:23 | 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 |
00:28 | g++ compiler সংস্কৰণ 4.6.1 |
00:32 | আমি classes ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
00:36 | 'Class ' এটা keyword class ' ব্যবহাৰ কৰি নির্মিত হয় ' |
00:39 | ই 'data' আৰু functions ৰাখে |
00:42 | Class এ Code আৰু data সংযোগ কৰে. |
00:45 | Classৰ data আৰু functions ক Classৰ সদস্য হিসেবে বোলা হয় |
00:51 | আমি অবজেক্টলৈ যাও. |
00:53 | Objects বোৰ ভেৰিয়েবল হয় |
00:55 | সিহত 'class এটাৰ প্ৰতিলিপি হয়. |
00:58 | প্রত্যেকৰে properties আৰু behavior আছে. |
01:01 | Properties বোৰক data উপাদানৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়
আৰু |
01:06 | Behavior,ক methods' নামৰ সদস্য ফাংশনৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়. |
01:10 | এতিয়া এটা ক্লাছৰ বাবে আমি সিনট্যাক্স চাও |
01:14 | ইয়াতে, 'ক্লাছ এটাক সংজ্ঞায়িত কৰাত ব্যবহৃত হোৱা class, এটা সাংকেতিক শব্দ হয়. |
01:18 | Class-name এটা ক্লাছৰ নাম হয় |
01: 21 | Public, private আৰু protected এক্সেস specifier হয় |
01:26 | আৰু ইয়াতে আমি public, private আৰু protected হিসাবে ডেটা সদস্যক আৰু সদস্য ফাংশনক সংজ্ঞায়িত কৰিছো. |
01:34 | এই ভাবে যি আমি ক্লাছ বন্ধ কৰো. |
01:37 | এতিয়া আমি এটা উদাহৰণ চাও |
01:39 | আমি ইতিমধেয় সম্পাদকত (editor) কোডটো টাইপ কৰিছো. |
01:42 | আমি এইটো খুলিম. |
01:44 | মন কৰক যে, আমাৰ ফাইলৰ নাম class hyphen obj dot cpp হয় |
01:50 | এই উদাহৰণত আমি ক্লাছ ব্যবহাৰ কৰি এটা বর্গক্ষেত্রৰ এলাকা নিৰুপণ কৰিম. |
01:56 | আমি এতিয়া কোডটো ব্যাখ্যা কৰো. |
01:58 | এইটো আমাৰ হেডাৰ ফাইল iostream" ' হিচাবে. |
02:02 | ইয়াতে আমি std namespace ব্যবহাৰ কৰিছো |
02:06 | এইটো square নামৰ এটা classৰ দিক্লেয়াৰ কৰা হয়. |
02:10 | ইয়াত আমি কোনো access specifier ' দিক্লেয়াৰ কৰা নাই. |
02:14 | সেয়ে ডিফল্টৰুপে এইটো private হয়. |
02:17 | সেয়ে x ভেৰিয়েবল class squareৰ এটা private সদস্য হয় |
02:22 | এইটো public specifier হয়
|
02: 25 | ফাংশন area এটা public ফাংশন হয় |
02:28 | আৰু এই ভাবে যি আমি ক্লাস বন্ধ কৰো. |
02: 31 | এতিয়া access specifiers বিষয়ে আৰু জানিবলৈ আমাৰ স্লাইডবোৰলৈ উভতি যাও . |
02:36 | Public specifier |
02:39 | Public specifier এ ক্লাছৰ বাহিৰত data বোৰ ব্যবহাৰ কৰিবলৈ অনুমতি দিয়ে. |
02:44 | এটা 'Public ' সদস্যক প্রোগ্রামত যি কোনো স্থানত ব্যবহাৰ কৰিব পাৰি. |
02:49 | Private specifier |
02:51 | Private হিসাবে দিক্লেয়াৰ কৰা সদস্যক classৰ বাহিৰত ব্যবহৃত কৰিব নোৱাৰে |
02:57 | Private' সদস্যক মাত্র classৰ সদস্যবোৰ দ্বাৰাহে ব্যবহাৰ কৰিব পাৰি. |
03:03 | Protected specifier |
03:05 | Protected' সদস্য classৰ ' বাহিৰৰ পৰা ব্যবহাৰ কৰিব নোৱাৰে. |
03:10 | সিহত derived classৰ' দ্বাৰা ব্যবহাৰ কৰিব পাৰি. . |
03:13 | আমি প্রোগ্রামটোলৈ উভতি যাও. |
03:16 | ইয়াত এই স্টেতমেন্টত আমাৰ উচৰত 'class ' নাম আছে |
03:21 | scope resolution operator আৰু function ৰ নাম |
03:25 | আমি এই অপাৰেটৰটো ব্যবহাৰ কৰা আবশ্যক. |
03:27 | এইটোৱে সুনির্দিষ্ট কৰে যে ফাংশন area global ফাংশন নহয় |
03:33 | ই ক্লাছ squareৰ এটা সদস্য ফাংশন হয়. |
03:36 | ইয়াত আমি int a হিচাবে এটা আৰ্গিউমেন্ট পাছ কৰো. |
03:40 | এতিয়া আমি scope resolution operator ৰ সম্পর্কে আৰু জানিবলৈ স্লাইডলৈ উভতি যাও. |
03:46 | ইয়াক লোকাই থকা data উপলব্ধৰ বাবে ব্যবহাৰ কৰা হয়. |
03:49 | আমি একেই নামৰ ভেৰিয়েবল অথবা ফাংশনৰ উপলব্ধৰ বাবে scope resolution অপাৰেটৰ ব্যবহাৰ কৰো. |
03:56 | ধৰক local আৰু global ভেৰিয়েবলৰ একেই নাম আছে . |
04:01 | local ভেৰিয়েবলটোৱে অগ্রাধিকাৰ পায়. |
04:05 | আমি ::(scope resolution operator) ব্যবহাৰ কৰি global ভেৰিয়েবল উপলব্ধ কৰিব পাৰো . |
04:10 | এতিয়া আমাৰ প্ৰোগ্ৰামলৈ আহক. |
04:12 | ইয়াতে aৰ মান xত সংৰক্ষন কৰা আছে |
04:17 | তাৰপিছত অামি বর্গক্ষেত্রৰ এলাকালৈ উভতি আহো |
04:20 | ইয়াত x private সদস্য হয় |
04:22 | private পেৰামিটাৰ উপলব্ধৰ বাবে অামি public সদস্য a. ব্যবহাৰ কৰিছো |
04:27 | private সদস্য সদায়ে লোকাই থাকে. |
04:30 | এইটো আমাৰ main function. হয়. |
04:33 | ইয়াত, class square.ৰ অবজেক্ট sqr হয়. |
04:37 | আমি এনে ধৰনে যি object তৈয়াৰ কৰো. |
04:40 | object-name'ৰ পিছত class-name |
04:43 | ইয়াত আমি object sqr আৰু (dot)'. operator ব্যবহাৰ কৰি ফাংছন area কল কৰো |
04:50 | তাৰপিছত আমি 4 হিচাবে আৰ্গিউমেন্ট পাছ কৰো |
04:53 | আমি xৰ মান 4 হিচাবে সেট কৰো. |
04:57 | এইটো আমাৰ return স্টেতমেন্ট হয় |
04:59 | এতিয়া Saveত ক্লিক কৰক |
05:00 | আমি প্ৰোগ্ৰামটো সম্পাদনা কৰো. |
05:03 | আপোনাৰ কিবৰ্দত Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনোল ৱিন্দো খোলক |
05:11 | কম্পাইল কৰিবলৈ লিখক g++ স্পেচ class hyphen obj dot cpp স্পেচ hyphen o স্পেচ class |
05:20 | Enter টিপক |
05:22 | লিখক ./class(dot slash class) |
05:24 | Enter টিপক |
05:25 | আউপোটতো এনেধৰনে প্ৰদৰ্শন কৰা হব: |
05:28 | Area of the square is 16 |
05:30 | এতিয়া আমাৰ প্ৰোগ্ৰামলৈ উভতি যাও. |
05:35 | এতিয়ালৈকে আমি দেখিলো, |
05:37 | class.ত data আৰু functions একেলগে সংযুক্ত হয় |
05:41 | Class এটা একক ইউনিট হয়. |
05:44 | যত সিহতক ব্যবহাৰ কৰি data আৰু functionক দলবদ্ধ কৰা হয়. |
05:49 | এইটো প্রক্রিয়াক Encapsulation. বোলা হয় |
05:53 | তাৰপিছত আমি private আৰু public সদস্যৰ সৈতে ক্লাছ দেখিছো. |
05:59 | private data লোকাই থোৱা হৈছে. |
06:02 | ই class.ৰ বাহিৰত উপব্ধ নহয়. |
06:05 | এই প্রক্রিয়াটোক Data abstraction. বোলা হয় |
06:09 | interfaceটো দেখা গৈছে, কিন্তু সম্পাদনা কৰাটো লোকাই থোৱা হৈছে . |
06:14 | ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে |
06:17 | আমাৰ স্লাইদবোৰলৈ উভতি যাও . |
06:19 | সংক্ষেপ কৰো |
06:20 | এই টিউটৰিয়েলত আমি শিকিলো, |
06:23 | Encapsulation |
06:24 | Data Abstraction |
06:25 | Private members |
06:27 | int x; |
06:29 | Public ফাংছন |
06:30 | int area(int); |
06:32 | Classes |
06:33 | class square |
06:35 | object এটা তৈয়াৰ কৰিবলৈ |
06:37 | square sqr; |
06:39 | 'object'sqr dot area(); ব্যবহাৰ কৰি ফাংছন কল কৰা |
06:43 | এটা নিয়োগ হিচাবে |
06:44 | এটা দিয়া বৃত্তৰ পেৰিমিটাৰ (ঘেৰ) উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক
|
06:49 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
06:52 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:55 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:00 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:02 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
07:05 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
07:09 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:16 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:20 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:26 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:31 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |