LaTeX/C3/Feedback-diagram-with-Maths/Assamese
From Script | Spoken-Tutorial
Time | Narration | ||
---|---|---|---|
0:00 | Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম | ||
0:05 | এই প্ৰশিক্ষনত, মই, কেনেকই এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া আগবৰহাম | ||
0:11 | দ্বীতিয় বল্কটোত অন্ক উকটিবোৰ (mathematical expression) লক্ষয় কৰক | ||
0:16 | এই প্ৰশিক্ষন suwarলোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব | ||
0:23 | আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনt প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ হয় kori purbo (pasor) slidat figure eta toiyar korim | ||
0:36 | এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা (লোৱা) উচিত | ||
0:42 | আপোনাক এই প্ৰশিক্ষন খিকাবলৈ প্ৰয়োজন হোৱা সকলৱাবোৰ শিখনিটো (material) মোক কব দিয়ক | ||
0:48 | মই X fig , version 3.2 patch level 5 টো ৱয়বহাৰ কৰিম | ||
0:52 | আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে আটমিয়তা লাগিব | ||
0:56 | আপোনাক image cropping softwareটো লাগিব | ||
1:01 | pdfcrop এ Linux আৰু Mac OS X ট কাম কৰে. আমি এই প্ৰশিক্ষনত সেইতোউ dekhuam (খনগোৰি লম) | ||
1:09 | Windowsট Briss উ কাৰজকৰি হই, কিন্ত এই প্ৰশিক্ষনত dekhua (খনগোৰি লোৱা) নাই | ||
1:15 | Xfig টােলই যাউ | ||
1:19 | file টো বাচি laokলোৱা, টাৰ পাছত খোলা | ||
1:26 | যদি আমি listখনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষন t প্ৰস্তত কৰা “feedback.fig”file টো দেখা পাম, ইয়াত click কৰক | ||
1:42 | আমি এই box টোৰ ভিতৰত এই figure টো দেখিম | ||
1:45 | এইটোk খোলো | ||
1:53 | এইটোক ভিতৰলৈ আনি লোৱা jauk | ||
2:01 | এইটোক zoom উ কৰাkoru | ||
2:05 | file অত save as bikalpaটো ৱয়বহাৰ কৰি আমি এই figureটো maths বোলি sangrakhan(ৰাখি) kori থম | ||
2:20 | এইটোক খন্গৰক্ষন কৰি থউ | ||
2:24 | আমাৰ usorotএটিয়া file maths.fig আছে | ||
2:27 | “Edit টো বাচি লোৱা louk আৰু Plant লেখaটোত click কৰা korok | ||
2:34 | মোক মাউচটো ইয়ালৈ আনিব দিয়া. মোক এইটো delete কৰিব দিয়া আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়া | ||
2:50 | নিস্চিত হৈ লব যাতে যেতিয়া jeলিখাr smayat মাউচটো বক্চটোৰ ভিতৰত থাকে | ||
2:56 | "Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ প্ৰৰিৱত্তন কৰা | ||
3:01 | “done” অত কিল্ক কৰা | ||
3:07 | জিহেটো লিখোতে দিঘল hoi,এইটো অনয় bur r উপৰত upora উপৰী হই জাব | ||
3:12 | Likha kihini boxtur bahirat loi jau aru iyar soite kaam koru | ||
3:23 | মোক ইয়াত কিল্ক কৰিব দিয়া | ||
3:26 | মোক grid mode টো বাচি লব দিয়া | ||
3:31 | আামি iyate bisoraইয়াতো বিচাৰো জিকোনো প্ৰৰিৱত্তনৰ সৈতে এবাৰ সন্তূচত হোৱাৰ পিছত যিতো আমি ,আমি ইয়াক box টোt পুনৰ rakhiboকৰিব পাৰো | 3:39 | fileটো ৰাখি থোৱা |
3:44 | combined pdf and latex file বয়ৱহাৰ কৰি export কৰো | ||
3:51 | Export কৰো আহা *** | ||
4:03 | মই এটা ভুল হোৱা বাৰ্তা পাইচাে.কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে | ||
4:11 | মোক terminal লৈ জাব দিয়া | ||
4:13 | মই “ls -lrt” লিখিম | ||
4:21 | অামি file বোৰৰ এখন talika list পাম, ji একেবাৰে শেখৰ talika dekhuie | ||
4:26 | শেখৰ file দুটা হৈচে maths.pdf _t আৰু and maths.pdf | ||
4:33 | আমি “open maths.pdf” নি্ৰদেশটো দিউ আহা. | ||
4:42 | এইটো ভিতৰলৈ অনা যাউক | ||
4:45 | আমি mathematical expression টোৰ অবিহনে block diagramটো দেখা পাম | ||
4:50 | এইটো বন্দ কৰা | ||
4:52 | মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t টো চাব দিয়াu | ||
5:01 | এইটো দিয়া, মােক খুলিব দিয়া | ||
5:14 | অনুগ্ৰহ কৰি মন কৰিবা জে তোমাৰ বয়ৱহাৰ কাৰনে emacs নাই. | ||
5:17 | তুমি জিতুতে সুবিধা পাউ সেইটো editorবয়ৱহাৰ কৰিব পাৰা | ||
5:22 | তুমি দেখা পাবা জে “picture” environment টো ৱয়বহাৰ কৰা হইচে | ||
5:26 | ই “includegraphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে-আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব. | ||
5:41 | Atia aie tutoriat itimodhye toiyar hua maths-bp.tex filetu khulu | ||
5:59 | মই article class উ লইছো. | ||
6:02 | মই color আৰু graphicx packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t t বয়ৱহাৰ হৈছিল যিতো তুমি এবাৰ দেখা পাইছা | ||
6:15 | মই জিহেতো প্ৃছতা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই khali একো নথকা pagestyle বিচাৰু. | ||
6:20 | শেষত মই maths.pdf_t fileটো অন্তৰভুক্ত কৰিব বিচাৰু | ||
6: 27 | আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো invoke কৰো আহা. | ||
6:42 | আমি maths-bp.pdf প্ৰষ্তুট কৰা ব্ৰতাটো পাম | ||
6:48 | আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো | ||
6:58 | আমি বিচৰা fileটো আমি পাইছো.মোক এইটো zoom কৰিব দিয়া | ||
7:07 | এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি bloc টো ভিতৰলৈ নিউ আহা | ||
7:30 | save আৰু export কৰো আহা . এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতে আছে. | ||
7:38 | warning টো dismiss কৰি দিয়ো আহা. | ||
7:41 | এইটো মোক পুনৰ compile কৰিব দিয়া | ||
7:44 | fileটো থকা pdf browser অত clickকৰাে আহা | ||
7: 49 | এটিয়া আমি জি ধাৰনা বিছাৰিছিলো সেইধৰে boxটোৰ ভিতৰত mathematical expressionবোৰ dekha পাম | ||
7:56 | আমি জদী special flag খন বাছি নলউ তেন্তে কি হয় চাউ আহা. | ||
8:01 | মােক ইয়ালৈ আহিব দিয়া | ||
8:04 | মোক লেখাটো পৰিৱত্তন কৰিব দিয়া “Special Flag” k to “normal” লৈ সলনি কৰা | ||
8:25 | File অত গই save কৰা .export কৰা | ||
8:37 | মোক compile কৰিব দিয়া. আকৌ ইয়ালৗ আহিব দিয়া. | ||
8:41 | আামি বিচৰা মতে formulaটো আৰু নাই | ||
8:46 | “special flag” k পুনৰ “special” লই পৰিৱত্তন কৰা. | ||
9:03 | Save কৰা আৰু export কৰা | ||
9:12 | পুনৰ compile কৰা.চাবা জাতে fileটো আমি বিবৰা গথনটোত আছে | ||
9:18 | এই formulaটোৰakar অৱয়বটো (appearance) কিছু উন্নত কৰা যাউক | ||
9:22 | এই খেত্ৰত dfrac অৰ ৱয়বহাৰ e fraction টো rakarঅৱয়বটো বেছি ভাল দেখুৱাব | ||
9:28 | এইটোলৈ লক্ষৗ ৰাখি frac k to dfracলৌ সলনি কৰো আহা | ||
9:38 | ইয়াত কিল্ক কৰা. mouseটো boxটোৰ ভিতৰত ৰাখি থবা | ||
9:43 | ইয়াত d বহুৱা. সমপুন্ন হল. Save কৰা export কৰা | ||
9:52 | “pdflatex” ৱয়বহাৰ কৰি মোক আকৌ এবাৰ compile কৰি দিয়া. | ||
10:03 | আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাত্তা পাম | ||
10:11 | LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac commandটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোk অন্তৰভুত্ত নকৰিলো | ||
10:21 | আমি এইটোক maths-bp.tex fileটোত অন্তৰভুত্ত কৰিব লাগিব | ||
10:27 | এইটো কৰা যাউক.emacs লই জাউ বলা | ||
10:35 | “\usepackage{amsmath}” Enter টিপক | ||
10:41 | fileটো ৰাখি থুৱা যাউক.আকৌ এবাৰ compile কৰো আহা.প্ৰথমে বাহিৰলৈ জোৱা. | ||
10:49 | এতিয়া মোক পুনৰ compile কৰিব দিয়া. এতিয়া এইটো compile খনকলিত হল এইটোত কিল্ক কৰা যাউক | ||
10:59 | আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে | ||
11:03 | আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ খঙখিক প্ৰকাশবোৰ (mathematical expressions) স্থাপিত কৰা হয়, সেইতো শিকিলো palu | ||
11:11 | এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX commandবোৰ মোথেই বোজাই নিদিয়ে | ||
11:16 | বয়খাখৰনটো “pdflatex” commandটোয়ে কৰে | ||
11:20 | খঙকলনৰ সময়ত LaTeX commandsবোৰ শুধ অাৰু বিশ্বাস যোগয় হব লাগিব | ||
11:25 | এতিয়া অামি figureটোr চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম | ||
11:31 | মোক terminalলই যাব দিয়া | ||
11:33 | “pdfcrop maths-bp.pdf” নিদেশটো লিখি দিয়া . এইটো “maths-out.pdf” অত toiyar কৰা file | ||
11:53 | Pdfcropএ এই fileটোত এটা প্ৰষ্টা লিখি থকাটো কব | ||
11:57 | "pdfcrop” এ এটা input file লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা file টো output fileটোত লিখি দিয়ে. | ||
12:09 | মোৰ systemটোত ইতিমধয় “pdfcrop” টো install কৰা হইছে | ||
12:12 | যদি তোমাৰ এইটো নাই তেন্তে তুমি এইটো প্ৰথমে install কৰিব লাগিব | ||
12:15 | আমি এই output file টো “open maths-out.pdf" নিদেশ দি চাউ আহা | ||
12:15 | "open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম। | ||
12:29 | ইয়াক ভিতৰলৈ আনিম । | ||
12:31 | চিত্রটি এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে । | ||
12:34 | খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল। | ||
12:38 | আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো। | ||
12:42 | এটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক ।
এইটোকোও বন্ধ কৰা যাওক । | ||
12:52 | স্লাইডলৈ উভতি আহো । | ||
12:57 | খালি স্থান বোৰ অতৰুৱাবলৈও "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে। | ||
13:01 | এইটো লিনাক্স, Mac OS X আৰু উইন্ডোজটো কাম কৰে। | ||
13:08 | আমি Mac OS X -ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো. কিন্তু আমি এইটোক ইয়াত প্রদর্শন নকৰো । | ||
13:17 | আমি ইয়াতে এই টিউটোৰিয়ালটোৰ শেষলৈ আহিলো | ||
13:20 | আমাৰ উচৰত আপনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক । | ||
13:27 | বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক । | ||
13:30 | ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই। | ||
13:36 | বিভিন্ন চিত্র নির্মাণ কৰা চেষ্টা কৰক । library টো চাওক । | ||
13:41 | ইন্টাৰনেটে অনুসন্ধান কৰক আৰু Xfig প্রাসঙ্গিক তথ্য সিনাক্ত কৰক । | ||
13:47 | পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-এ উপলব্ধ । এইটিো ইয়াত উপস্থিত । | ||
14:02 | স্পকেন টিউটোৰিয়ালৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে । | ||
14:09 | আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা LaTeX শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো। | ||
14:19 | Mathematical Typesetting টিউটোৰিয়ালত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে । | ||
14:29 | টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় । | ||
14:38 | এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক । | ||
14:53 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
15:03 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | ||
15:12 | আমি আপোনাৰ অংশগ্রহণ আৰু প্রতিক্রিয়া স্বাগত জনাইছো. | ||
15:16 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |