Ruby/C3/for-and-each-Looping-Statements/Assamese

From Script | Spoken-Tutorial
Revision as of 16:39, 11 September 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search


Time' Narration
00.01 “Ruby”ৰ for আৰু each Loopsৰ টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।


00.05 এই টিওটৰিয়েলত আমি শিকিম
00.07 “loop” সংজ্ঞাৰ অৰ্থ
00.08 “Ruby”ত থকা ভিন্ন তৰহৰ লুপ
00.11 “for”লুপৰ ব্যৱহাৰ আৰু
00.12 “each” লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ
00.14 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.16 ‘‘উবুন্টু লিনাক্স 12.04
00.19 “Ruby” 1.9.3
00.22 এই টিওটৰিয়েল অনুকৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব ।
00.25 “Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.30 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷
00.34 “Ruby”ত “লুপ”ৰ অৰ্থ কি চাওঁ আহক ।
00.38 “লুপ” হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব ।
00.44 “Ruby”ত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে ।
00.47 for
00.48 each
00.49 while
00.49 until
00.50 এই টিওটৰিয়েলত আমি শিকিম forআৰু “ each লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ ।
00.55 আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম নিৰ্দেশিকাত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক ।
01.02 ttt, ruby hyphen tutorial, looping hyphen statements.
01.07 আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফ`ল্ডাৰ তৈয়াৰ কৰি লব ।
01.11 এটিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো ।
01.13 আহক আমি আগ বাঢ়ো ।
01.15 “Ruby”ত “ফৰ লুপ” ৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় -


01.19 for “variable” in “a collection of objects”


01.22 ruby code
01.23 end
01.25 উদাহৰণ এটা চাওঁ আহক ।
01.28 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.32 নাম ৰাখক “for hyphen loop dot rb”


01.36 মোৰ লগত “for” লুপৰ উদাহৰণ এটা আছে ।
01.39 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
01.44 মই এই উদাহৰণত “for” লুপ এটা ঘোষণা কৰিছো ।
01.47 আমাৰ লগত ১-২০ সংখ্যাৰ সংহতি এটা আছে ।
01.50 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো ।
01.55 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১-২০ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব ।
02.00 “for” লুপৰ ঘোষণাই ক’ডটো ১-২০ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে ।
02.07 “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।


02.14 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
02.17 “ruby space for hyphen loop dot rb” আৰু আওতপুত চাওঁক
02.22 আওতপুটত ১-২০ সংখ্যা লৈকে array দেখা পাব ।


02.26 এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম ।
02.31 যিটোয়ে ১-২০ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব ।
02.35 এটিয়া আমি “ফৰ লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম ।
02.41 এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক ।
02.44 ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্‍পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে ।
02.49 ইয়াত “ফৰ” লুপ ১-২০ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে প্ৰণয়ন হৈছে ।
02.55 আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় ।
02.59 আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় ।
03.04 “টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space for hyphen loop dot rb
03.13 আৰু আওতপুত চাওঁক ।
03.17 আওতপুটত এটিয়াও সংখ্যাৰ “এৰে” এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে ।
03.22 এতিয়া আপোনি আপোনাৰ নিজৰ “for” লুপ লিখিব পাৰিব লাগে ।
03.27 “each”'লুপৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় -
03.31 “a collection of objects” dot each do item
03.36 ruby code end
03.38 উদাহৰণ এটা চাওঁ আহক ।
03.42 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।


03.46 নাম ৰাখক “each hyphen loop dot rb”


03.50 মোৰ লগত each লুপৰ উদাহৰণ এটা আছে ।
03.53 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
03.58 মই এই উদাহৰণত 'each লুপ এটা ঘোষণা কৰিছো ।
04.03 আমাৰ লগত ১-২০ সংখ্যাৰ সংহতি এটা আছে ।
04.06 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা 'each লুপৰ ভিতৰত ঘোষণা কৰিলো ।
04.11 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১-২০ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব ।
04.17 “ইচ” লুপৰ ঘোষণাই ক’ডটো ১-২০ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে ।
04.23 “ইচ” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
04.30 টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb”
04.39 আৰু আওতপুত চাওঁক ।
04.43 আওতপুটত ১-২০ সংখ্যা লৈকে “এৰে” দেখা পাব ।
04.46 এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম ।
04.51 যিটোয়ে ১-২০ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব ।
04.54 এটিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম ।
05.00 এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক ।


05.04 ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্‍পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে ।
05.10 ইয়াত each' লুপ ১-২০ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে প্ৰণয়ন হৈছে ।
05.16 আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় ।
05.20 আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় ।
05.25 terminal(টাৰমিনেল)” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb”
05.34 আৰু আওতপুত চাওঁক ।
05.39 এতিয়া আপোনি আপোনাৰ নিজৰ each লুপ লিখিব পাৰিব লাগে ।
05.44 আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোন্টা লুপিং কনষ্ট্ৰাক্ট চয়ন কৰিম ?
05.48 forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰোমন্থন কৰো আহক ।
05.53 প্ৰথম উদাহৰণত for লুপ ব্যৱহাৰ কৰি ১-২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো ।
05.59 টাৰমিনেলত “ruby space for hyphen loop dot rb” সম্পাদন কৰি আওতপুত চাওঁক । ।
06.08 এটিয়া “gedit”টত থকা ক’দ চাওঁক ।
06.11 আপোনি যেতিয়া for loop ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে ।
06.16 আৰু each' বা for মাতক, আওতপুত একেটা উত্পন্ন হব ।
06.21 যিহেটো for ক’ল কৰিলে eachহে ক’ল হয়, সেইহে “ফৰ”ৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব ।
06.28 আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো ।
06.30 পৰ্য্যালোচনা কৰো আহক ।
06.32 আমি এই টিওটৰিয়েলত শিকিলো
06.33 for' লুপৰ ব্যৱহাৰ


06.35 “each” কনষ্ট্ৰাক্টৰ ব্যৱহাৰ
06.38 for ঠাইত each ব্যৱহাৰ কৰা উপলক্ষ্য
06.41 উপৰ’ৰ লুপিং কনষ্ট্ৰাক্ট’ৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ
06.45 কাৰ্য্য হিচাবে কৰক
06.47 উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰ’গ্ৰেম লিখক
06.50 এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১-২০’লৈ ইভিন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক
06.56 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07.00 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07.03 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।


07.08 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
07.11 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
07.14 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07.18 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07.23 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07.26 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
07.33 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
07.41 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble