LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Assamese
From Script | Spoken-Tutorial
| Visual Cues | Narration |
| 00.02 | নমস্কাৰ দৰ্শক সকল. LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00.08 | এই টিউটোৰিয়েলটিত আপোনি শিকিব: |
| 00.11 | বস্তূ কাট,কপি, পেস্ট কৰা। |
| 00.14 | হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা। |
| 00.17 | বস্তুবোৰ সুসজ্জিত কৰা। |
| 00.19 | বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা। |
| 00.21 | এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা। |
| 00.24 | এটা দলতে বস্তুবোৰ অতৰুৱা। |
| 00.28 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো। |
| 00.37 | ডেস্কটপত সংৰক্ষিত "WaterCycle" ফাইলটি খোলা যাওক। |
| 00.42 | এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো। |
| 00.47 | প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক |
| 00.54 | তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক। |
| 01.02 | কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো! |
| 01.05 | আমি কপি আৰু পেস্ট কৰা মেঘটি কত ? |
| 01.08 | কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়! |
| 01.13 | এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক। |
| 01.17 | একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক। |
| 01.21 | মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক। |
| 01.26 | আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক। |
| 01.30 | এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক। |
| 01.37 | আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো। |
| 01.41 | CTRL + C এটা বস্তু কপি কৰিবৰ বাবে। |
| 01.44 | Ctrl + V এটা বস্তু পেস্ট কৰিবৰ বাবে। |
| 01.47 | Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে। |
| 01.50 | মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক। |
| 01.55 | মেঘটি কপি কৰা হৈছে । |
| 01.57 | পেস্ট কৰিবৰ বাবে Ctrl V কী-দুটা একেলগে টিপক। |
| 02.02 | এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক । |
| 02.08 | এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । |
| 02.11 | আপোনি ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক । |
| 02.14 | প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক । |
| 02.18 | প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক । |
| 02.22 | চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে । |
| 02.25 | এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে। |
| 02.31 | যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক। |
| 02.36 | এই মেঘৰ আকাৰ হ্রাস কৰো । |
| 02.38 | সেয়ে প্রথমে এইটোক নির্বাচন কৰো । |
| 02.40 | এতিয়া handles বোৰ দেখা য়ায়. |
| 02.43 | পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা handlesৰ উপৰত স্থাপন কৰক. |
| 02.50 | এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক. |
| 02.57 | মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক |
| 03.00 | arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক |
| 03.04 | এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক |
| 03.07 | কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব । |
| 03.14 | এটিয়া,কীবোর্ডেৰ "শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক |
| 03.25 | যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব । |
| 03.32 | এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "Dynamic Resizing" বোলা হয় |
| 03.38 | ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো । |
| 03.42 | আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম । |
| 03.47 | একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক । |
| 03.52 | আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক। |
| 03.59 | ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক |
| 04.03 | লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো মাত্রা পৰিবর্তিত হয় । |
| 04.09 | “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় । |
| 04.16 | এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক । |
| 04.20 | মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক । |
| 04.29 | সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ । |
| 04.36 | একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক । |
| 04.44 | এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 04.49 | এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক । |
| 04.55 | “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক । |
| 04.58 | এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে। |
| 05.02 | “Send Backward” য়ে বর্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় । |
| 05.07 | এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 05.12 | context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক । |
| 05.18 | মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ৰ দুয়োটাৰ পিছত আছে । |
| 05.23 | “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় । |
| 05.28 | এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে । |
| 05.32 | মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক । |
| 05.40 | “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে । |
| 05.44 | তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক। |
| 05.52 | “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে। |
| 05.57 | এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক । |
| 06.01 | স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে । |
| 06.07 | পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক । |
| 06.10 | এই কামৰ বাবে, মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক । |
| 06.23 | এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক । |
| 06.26 | এটা বর্গাকাৰ, স্তাৰ, বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক। |
| 06.32 | প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটো বিকল্পত প্রয়োগ কৰক । |
| 06.38 | লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় । |
| 06.44 | এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক । |
| 06.53 | তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক । |
| 06.59 | আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি । |
| 07.05 | আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো। |
| 07.11 | এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে । |
| 07.15 | গছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক । |
| 07.21 | ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )" |
| 07.28 | পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক । |
| 07.35 | আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে । |
| 07.39 | দালত গাছৰ পাত যোগ কৰা যাওক । |
| 07.42 | অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক । |
| 07.45 | তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " . |
| 07.51 | এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক । |
| 08.01 | সেয়ে গছটোত পাত যোগ হৈ গৈছে ! |
| 08.04 | আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম । |
| 08.09 | আকৃতিটো নির্বাচন কৰক । |
| 08.11 | কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই দুটা কী টিপক । |
| 08.15 | তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই কী দুটি টিপক । |
| 08.19 | এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক । |
| 08.22 | আমি এটি গাছ অঙ্কন কৰিছো ! |
| 08.25 | এইবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ো । |
| 08.28 | মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়! |
| 08.32 | ইয়াত গছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 08.38 | গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক । |
| 08.41 | শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় । |
| 08.47 | এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় । |
| 08.53 | প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে । |
| 08.58 | তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক। |
| 09.02 | কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক । |
| 09.05 | এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় । |
| 09.11 | আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব। |
| 09.14 | নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে । |
| 09.20 | অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব। |
| 09.28 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক । |
| 09.32 | এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক । |
| 09.36 | হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ । |
| 09.40 | এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় । |
| 09.45 | এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈ, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক । |
| 09.52 | এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 09.56 | সিহতক আকৌ দলবদ্ধ কৰা যাওক । |
| 09.58 | Shift কী টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নির্বাচন কৰক । |
| 10.03 | সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' । |
| 10.06 | এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় । |
| 10.10 | সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক । |
| 10.17 | এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ? |
| 10.23 | আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় । |
| 10.30 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । |
| 10.33 | "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক । |
| 10.35 | লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় । |
| 10.39 | মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে । |
| 10.43 | উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো । |
| 10.51 | এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক । |
| 10.56 | এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়। |
| 11.02 | সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব । |
| 11.05 | দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" . |
| 11.13 | আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো । |
| 11.16 | গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক । |
| 11.21 | কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়। |
| 11.24 | এৰোটিক ভিতৰলৈ টানি আনক । |
| 11.26 | আমি সম্পূর্ণ গছৰ আকাৰ ছোটি কৰিছো ! |
| 11.29 | এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক । |
| 11.32 | গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক । |
| 11.39 | এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব । |
| 11.41 | এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম । |
| 11.45 | সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক । |
| 11.51 | মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে। |
| 11.55 | প্রতিটো গাছ নিজেই এটি দল হয়। |
| 11.58 | আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো। |
| 12.01 | এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক । |
| 12.04 | জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰো । |
| 12.12 | এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা "Basic shapes (বেসিক শেপস)" নির্বাচন কৰক । |
| 12.18 | ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক |
| 12.24 | এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো । |
| 12.28 | এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো । |
| 12.34 | "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক | |
| 12.42 | তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক । |
| 12.49 | এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবাহ জলৰ নিচিনা দেখে । |
| 12.56 | ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো। |
| 13.03 | অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক। |
| 13.07 | এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক। |
| 13.16 | সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক। |
| 13.18 | এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো। |
| 13.23 | ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে। |
| 13.26 | আপোনি নিজেই এই ছবি তৈয়াৰ কৰক। |
| 13.30 | ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। |
| 13.33 | এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে। আপোনি শিকিছে, |
| 13.39 | বস্তুক কাট, কপি, পেস্ট কৰা। |
| 13.42 | হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা । |
| 13.46 | বস্তু সুসজ্জিত কৰা |
| 13.48 | দলবদ্ধ আৰু দলমুক্ত কৰা। |
| 13.50 | এটি দলতে বস্তুবোৰক সম্পাদনা কৰা। |
| 13.53 | এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা। |
| 13.57 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 14.01 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 14.04 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 14.08 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 14.11 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 14.14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 14.18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 14.24 | কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ। |
| 14.28 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 14.36 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 14.47 | আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |