PERL/C2/Variables-in-Perl/Assamese
From Script | Spoken-Tutorial
Revision as of 12:27, 17 July 2014 by PoojaMoolya (Talk | contribs)
|
|
---|---|
00:01 | Variables in 'Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables |
00:12 | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম আৰু |
00:18 | পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২ |
00:26 | মই ‘‘যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম । |
00:30 | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। |
00:34 | পাৰ্লত ‘‘Variables |
00:37 | ‘‘Variables সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয় |
00:44 | এবাৰ এটা ‘‘variable বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি |
00:50 | ‘‘Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars সংৰক্ষণ কৰিব পাৰে । |
00:56 | $ (dollar) চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables সমূহ বৰ্ণনা কৰা হয় । |
01:00 | এতিয়া ‘‘Variable Declaration চাওঁ আহক: |
01:03 | এটা ‘‘variableৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon |
01:09 | পাৰ্লত ‘‘Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore থাকে |
01:18 | আৰু বৰ্ণ, সংখ্যা, ‘‘underscore অথবা তিনিও একেলগে থাকিব পাৰে । |
01:24 | পাৰ্লত যিবোৰ ‘‘Variable ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে |
01:30 | সেইকাৰণত ‘‘variable বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে । |
01:34 | এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand |
01:44 | ‘‘ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক । |
01:50 | টেক্সট এদিটৰত ‘‘variables.pl ফাইল খুল খাব |
01:56 | পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl |
02:01 | ‘‘dollar priority semicolon -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক |
02:10 | আমি ‘‘variable priorityৰ বৰ্ণনা কৰিলো । |
02:13 | এটা ‘‘variable ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে । |
02:18 | আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে |
02:21 | এতিয়া আহক ‘‘variable priorityক এটা সংখ্যা দি চাওঁ |
02:25 | তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon |
02:32 | আৰু এন্টাৰ প্ৰেছ কৰক |
02:34 | তাৰ পাছত টাইপ কৰক |
02:36 | ‘‘print space double quote Value of variable is: dollar priority slash n ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
02:50 | ‘‘slash n হৈছে এটা নতুন বাক্য শাৰী |
02:53 | এতিয়া এই ফাইল খন ‘‘variables.plবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক |
03:02 | মোৰ ক্ষেত্ৰত ই ‘‘home/amol directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক । |
03:10 | এতিয়া ‘‘variables.pl ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক । |
03:18 | তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl |
03:27 | এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব |
03:32 | এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ |
03:36 | টাইপ কৰক ‘‘perl hyphen c variables dot pl |
03:42 | ‘‘Hyphen c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে |
03:49 | এতিয়া এন্টাৰ প্ৰেছ কৰক |
03:51 | ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই |
03:56 | এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
04:06 | আমি আওতপুত দেখা পাম । |
04:10 | আমি বৰ্ণনা কৰা ‘‘variableটোত আমি ‘‘stringমান দিব পাৰো । |
04:15 | এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ |
04:18 | ‘‘dollar priority equal to one;ৰ বিপৰীতে টাইপ কৰক |
04:22 | ‘‘dollar priority equal to একক কোটত high |
04:28 | মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয় |
04:34 | এটা ‘‘scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string', এটা সংখ্যা |
04:38 | ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক |
04:45 | ‘‘perl hyphen c variables dot pl এতিয়া এন্টাৰ প্ৰেছ কৰক । |
04:51 | আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই |
04:55 | লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ টাইপ কৰক । |
05:03 | আমি আওতপুত দেখা পাম। |
05:07 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
05:10 | এটা ডবল কোটত থকা (double-quoted) ‘‘stringsৰ ভিতৰত আমি এই ধৰণে ‘‘scalars ব্যৱহাৰ কৰিব পাৰিম |
05:15 | dollar priority in double quote String |
05:19 | ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক । |
05:22 | বহুকেইটা ‘‘ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক । |
05:27 | তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক |
05:31 | টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand টাইপ কৰি এন্টাৰ প্ৰেছ কৰক । |
05:42 | এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl ফাইলটি খুলিব । |
05:48 | এতিয়া টাইপ কৰক- |
05:50 | ‘‘dollar firstVar comma dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:00 | ‘‘dollar firstVar variableৰ মান ‘‘dollar secondVar ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক- |
06:07 | ‘‘dollar firstVar space equal to space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:19 | গণিতৰ বিভিন্ন কাৰ্য..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি । |
06:30 | পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক । |
06:34 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
06:36 | এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম, তাৰ বাবে টাইপ কৰক - |
06:41 | ‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:51 | এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
06:55 | ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক । |
07:17 | এতিয়া ফাইল সংৰক্ষণ কৰক । |
07:19 | এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক । |
07:23 | এই ধৰণৰ বাবে |
07:25 | ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
07:43 | মন কৰিব যে আমি ‘‘additionবোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই |
07:47 | আকৌ এবাৰ ‘‘addition ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
07:53 | ‘‘‘print double quote Addition is dollar addition slash n ঊৰ্ধ কমা বন্ধ কৰক semicolon |
08:05 | ফাইল সংৰক্ষণ কৰক । |
08:07 | এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক |
08:12 | perl hyphen c multivar dot pl |
08:18 | একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম । |
08:24 | তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl |
08:30 | আমি এটা আওতপুত দেখা পাম । |
08:34 | সমান্তৰাল ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক । |
08:38 | মই ইয়াতে ক'দ খিনি লিখিলো |
08:41 | এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক |
08:46 | এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব |
08:48 | perl hyphen c multivar dot pl |
08:54 | একো চিনটেক্স ইৰ'ৰ নাই |
08:55 | সেইবাবে আমি ‘‘perl multivar dot plবুলি লিপি খন একজিকিউট কৰিব পাৰিছো |
09:01 | একজিকিউট হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম । |
09:06 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
09:11 | আমি এই টিওটৰিয়েলত শিকিলো যে |
09:14 | পাৰ্লত ‘‘scalar variables সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি । |
09:18 | কাৰ্য্য |
09:20 | এটা ‘‘ভেৰিয়েবোলবুলি সংখ্যা বৰ্ণনা কৰা । |
09:22 | তাক ১০ মান এচাইন কৰক। |
09:24 | বৰ্ণনা কৰা ‘‘ভেৰিয়েবোলটি প্ৰীন্ট কৰক |
09:26 | দুটা ‘‘string variables বৰ্ণনা কৰক । |
09:29 | এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক। |
09:34 | এটাৰ পাছত সিতো, ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক |
09:38 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09:42 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । |
09:45 | যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:50 | Spoken Tutorial Project ৰ দলটিয়ে |
09:53 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09:56 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:01 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
10:08 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ । |
10:13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
10:23 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:29 | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।মই আম'ল ব্ৰহ্মাংকৰে বিদায় লৈছো । |
10:34 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |