PERL/C2/Variables-in-Perl/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00.01 | Variables in 'Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.06 | এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables |
00.12 | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম আৰু |
00.18 | পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২ |
00.26 | মই ‘‘যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম । |
00.30 | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। |
00.34 | পাৰ্লত ‘‘Variables |
00.37 | ‘‘Variables সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয় |
00.44 | এবাৰ এটা ‘‘variable বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি |
00.50 | ‘‘Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars সংৰক্ষণ কৰিব পাৰে । |
00.56 | $ (dollar) চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables সমূহ বৰ্ণনা কৰা হয় । |
01.00 | এতিয়া ‘‘Variable Declaration চাওঁ আহক: |
01.03 | এটা ‘‘variableৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon |
01.09 | পাৰ্লত ‘‘Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore থাকে |
01.18 | আৰু বৰ্ণ, সংখ্যা, ‘‘underscore অথবা তিনিও একেলগে থাকিব পাৰে । |
01.24 | পাৰ্লত যিবোৰ ‘‘Variable ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে |
01.30 | সেইকাৰণত ‘‘variable বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে । |
01.34 | এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand |
01.44 | ‘‘ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক । |
01.50 | টেক্সট এদিটৰত ‘‘variables.pl ফাইল খুল খাব |
01.56 | পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl |
02.01 | ‘‘dollar priority semicolon -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক |
02.10 | আমি ‘‘variable priorityৰ বৰ্ণনা কৰিলো । |
02.13 | এটা ‘‘variable ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে । |
02.18 | আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে |
02.21 | এতিয়া আহক ‘‘variable priorityক এটা সংখ্যা দি চাওঁ |
02.25 | তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon |
02.32 | আৰু এন্টাৰ প্ৰেছ কৰক |
02.34 | তাৰ পাছত টাইপ কৰক |
02.36 | ‘‘print space double quote Value of variable is: dollar priority slash n ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
02.50 | ‘‘slash n হৈছে এটা নতুন বাক্য শাৰী |
02.53 | এতিয়া এই ফাইল খন ‘‘variables.plবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক |
03.02 | মোৰ ক্ষেত্ৰত ই ‘‘home/amol directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক । |
03.10 | এতিয়া ‘‘variables.pl ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক । |
03.18 | তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl |
03.27 | এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব |
03.32 | এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ |
03.36 | টাইপ কৰক ‘‘perl hyphen c variables dot pl |
03.42 | ‘‘Hyphen c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে |
03.49 | এতিয়া এন্টাৰ প্ৰেছ কৰক |
03.51 | ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই |
03.56 | এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
04.06 | আমি আওতপুত দেখা পাম । |
04.10 | আমি বৰ্ণনা কৰা ‘‘variableটোত আমি ‘‘stringমান দিব পাৰো । |
04.15 | এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ |
04.18 | ‘‘dollar priority equal to one;ৰ বিপৰীতে টাইপ কৰক |
04.22 | ‘‘dollar priority equal to একক কোটত high |
04.28 | মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয় |
04.34 | এটা ‘‘scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string', এটা সংখ্যা |
04.38 | ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক |
04.45 | ‘‘perl hyphen c variables dot pl এতিয়া এন্টাৰ প্ৰেছ কৰক । |
04.51 | আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই |
04.55 | লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ টাইপ কৰক । |
05.03 | আমি আওতপুত দেখা পাম। |
05.07 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
05.10 | এটা ডবল কোটত থকা (double-quoted) ‘‘stringsৰ ভিতৰত আমি এই ধৰণে ‘‘scalars ব্যৱহাৰ কৰিব পাৰিম |
05.15 | dollar priority in double quote String |
05.19 | ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক । |
05.22 | বহুকেইটা ‘‘ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক । |
05.27 | তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক |
05.31 | টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand টাইপ কৰি এন্টাৰ প্ৰেছ কৰক । |
05.42 | এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl ফাইলটি খুলিব । |
05.48 | এতিয়া টাইপ কৰক- |
05.50 | ‘‘dollar firstVar comma dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06.00 | ‘‘dollar firstVar variableৰ মান ‘‘dollar secondVar ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক- |
06.07 | ‘‘dollar firstVar space equal to space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06.19 | গণিতৰ বিভিন্ন কাৰ্য..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি । |
06.30 | পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক । |
06.34 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
06.36 | এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম, তাৰ বাবে টাইপ কৰক - |
06.41 | ‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06.51 | এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
06.55 | ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক । |
07.17 | এতিয়া ফাইল সংৰক্ষণ কৰক । |
07.19 | এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক । |
07.23 | এই ধৰণৰ বাবে |
07.25 | ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
07.43 | মন কৰিব যে আমি ‘‘additionবোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই |
07.47 | আকৌ এবাৰ ‘‘addition ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
07.53 | ‘‘‘print double quote Addition is dollar addition slash n ঊৰ্ধ কমা বন্ধ কৰক semicolon |
08.05 | ফাইল সংৰক্ষণ কৰক । |
08.07 | এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক |
08.12 | perl hyphen c multivar dot pl |
08.18 | একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম । |
08.24 | তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl |
08.30 | আমি এটা আওতপুত দেখা পাম । |
08.34 | সমান্তৰাল ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক । |
08.38 | মই ইয়াতে ক'দ খিনি লিখিলো |
08.41 | এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক |
08.46 | এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব |
08.48 | perl hyphen c multivar dot pl |
08.54 | একো চিনটেক্স ইৰ'ৰ নাই |
08.55 | সেইবাবে আমি ‘‘perl multivar dot plবুলি লিপি খন একজিকিউট কৰিব পাৰিছো |
09.01 | একজিকিউট হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম । |
09.06 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
09.11 | আমি এই টিওটৰিয়েলত শিকিলো যে |
09.14 | পাৰ্লত ‘‘scalar variables সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি । |
09.18 | কাৰ্য্য |
09.20 | এটা ‘‘ভেৰিয়েবোলবুলি সংখ্যা বৰ্ণনা কৰা । |
09.22 | তাক ১০ মান এচাইন কৰক। |
09.24 | বৰ্ণনা কৰা ‘‘ভেৰিয়েবোলটি প্ৰীন্ট কৰক |
09.26 | দুটা ‘‘string variables বৰ্ণনা কৰক । |
09.29 | এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক। |
09.34 | এটাৰ পাছত সিতো, ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক |
09.38 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09.42 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । |
09.45 | যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09.50 | Spoken Tutorial Project ৰ দলটিয়ে |
09.53 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09.56 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10.01 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
10.08 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ । |
10.13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
10.23 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10.29 | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।মই আম'ল ব্ৰহ্মাংকৰে বিদায় লৈছো । |
10.34 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |