LibreOffice-Suite-Writer/C4/Using-track-changes/Assamese
From Script | Spoken-Tutorial
Revision as of 11:20, 17 July 2014 by Pratik kamble (Talk | contribs)
TIME | NARRATION |
00:02 | Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ। |
00:03 | LibreOffice Writer-অৰ ট্ৰেক চেনজেচ হোৱাইল এডিটিং এ ডকুমেণ্টৰ কথন প্ৰশিক্ষণলৈ স্বাগতম। |
00:09 | এই প্ৰশিক্ষণত মই LibreOffice Writer-অত তথ্যবোৰৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াম। |
00:16 | আমি আ গৰে পৰা থকা এখন ডকুমেণ্ট খুলি— 5. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম। |
00:26 | এই বৈশিষ্ট্য ব্যৱহাৰ কৰি এজন পুনৰ-নীৰিক্ষকে মন্তব্য দিব পাৰে, লেখনি যোগ কৰিব পাৰে, আগেয়ে থকা লেখনি সাল-সলনি কৰিব পাৰে বা পুনৰাকৃতি দিব পাৰে, যিটো একেখন ডকুমেণ্টতে স্পষ্টকৈ দৰ্শনীয় হয়। |
00:40 | লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে। |
00:53 | আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব। |
00:57 | তেন্তে এই সকলোখিনি কেনেকৈ কৰা হয়, তাৰ বিষয়ে শিকোঁ আহক। |
01:02 | আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.34 ব্যৱহাৰ কৰিছোঁ। |
01:10 | এই প্ৰশিক্ষণত মই ইতিমধ্যে প্ৰস্তুত কৰি থোৱা কিছুমান তথ্যসূচী ব্যৱহাৰ কৰিম। সেইবোৰ হ’ল— |
01:16 | Seven reasons to adopt FOSS.odt আৰু Government support for FOSS in India.odt |
01:24 | আৰম্ভ কৰিবৰ কাৰণে Application Office আৰু LibreOffice Writer-অত ক্লিক কৰক। |
01:34 | Seven reasons to adopt FOSS.odt ফাইলটো খোলক। |
01:41 | ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক। |
01:53 | শ্ব’ অপশ্যনটোও চাই লওক। ই পাছৰ যিকোনো সম্পাদনা স্পষ্টকৈ লিখি ৰখাটো সক্ৰিয় কৰি তুলিব। |
02:01 | ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক। |
02:05 | আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”. |
02:36 | এণ্টাৰ টিপি দিয়ক 22. যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়। |
02:42 | লক্ষ্য কৰক যে লেখাখিনি এটা নতুন ৰঙত দেখা গৈছে। |
02:46 | এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। |
02:55 | এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব। |
03:08 | প্ৰথম শাৰীত থকা 'Available' বানানটো শুদ্ধ কৰক। আপুনি শুদ্ধ হোৱাটো লক্ষ্য কৰিব। |
03:17 | প্ৰথম পইণ্টটো ডিলিট কৰক - "It can be installed on all computers without restriction or needing to pay license fees to endorse". |
03:31 | লক্ষ্য কৰক যে নাইকিয়া কৰা কাৰ্যটোৱে প্ৰকৃততে শাৰীটো ডিলিট কৰা নাই, বৰং ডিলিট কৰাৰ পৰামৰ্শ দি ইয়াক চিহ্নিতহে কৰিছে। |
03:39 | ইয়াৰ ওপৰত কাৰ্চৰডাল ঘূৰাওক, তেতিয়া এটা বাৰ্তা দেখা পাম। ডিলিট কৰাৰ সময় আৰু তাৰিখৰ সৈতে— "Deleted Sriranjani"। |
03:49 | এইদৰেই এখন ডকুমেণ্টত থকা লেখাখিনিত সংযোগ কৰি, ডিলিট কৰি বা সালসলনি কৰি লেখালৈ পৰিৱৰ্তন আনিব পাৰি। |
04:00 | এজনতকৈ বেছি মানুহে একেখন ডকুমেণ্টকে সালসলনি কৰিব পাৰে। |
04:04 | এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়। |
04:13 | সালসলনি কৰা লেখাখিনিত মাউচ কাৰ্চৰডাল ঘূৰালে পুনৰ-নীৰিক্ষকজনৰ নামটো দেখুৱাব। |
04:19 | মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম। |
04:27 | "Government support for Foss in India.odt." ফাইলটো খোলোঁ। |
04:35 | এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ। |
04:42 | লেখাখিনিৰ ওপৰত মাউচ কাৰ্চৰডাল ঘূৰালে এটা বাৰ্তা পাম যে সংযুক্তি আৰু নাইকিয়াকৰণ গুৰুৰ দ্বাৰা কৰা হৈছে। |
04:52 | তলত এটা পইণ্ট সংযুক্ত কৰক— "CDAC, NIC, NRC-FOSS are institutions of Government of India which develop and promote FOSS." |
05:18 | আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ। |
05:24 | এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"। |
05:29 | এইদৰে লেখকৰ ওচৰলৈ যোৱাৰ আগতে এজনতকৈ অধিক মানুহে একেখন ডকুমেণ্টত সালসলনি ঘটাব পাৰে। |
05:34 | ডকুমেণ্টখন চেভ নকৰাকৈ বন্ধ কৰক। |
05:45 | আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম। |
05:50 | Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম। |
06:12 | পইণ্টটোলৈ যাওক আৰু ৰিজনচ্ বুলি লিখাখিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। |
06:22 | আপুনি পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ যোৱা দেখিব। |
06:28 | নিডচ্ বুলি সংযুক্ত কৰাকিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। আপুনি দেখিব যে পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ পৰিছে। |
06:39 | এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়। |
06:49 | পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে না ইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। |
07:01 | এইটোৱে পুনৰ-নীৰিক্ষকজনে নাইকিয়া কৰিব বিচৰা সালসলনি লেখকৰ দ্বাৰা অস্বীকাৰ কৰাব। |
07:09 | পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। |
07:24 | ইয়ে পুনৰ-নীৰিক্ষকজনে অন্তৰ্ভুক্ত কৰা লেখাখিনি নাইকিয়া কৰিব। |
07:27 | এইদৰে প্ৰতিটো অন্তৰ্ভুক্তি আৰু বৰ্জন লেখকজনৰ দ্বাৰা গ্ৰহণ বা অস্বীকাৰ হ’ব পাৰে। |
07:34 | শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক। |
07:56 | যেতিয়া আনচ্ছেক কৰা হ’ব, আৰু অধিক সালসলনি পৃথককৈ চিহ্নিত কৰা নহ’ব। |
08:00 | পুনৰ-নীৰিক্ষকে দিয়া মন্তব্যখিনি গ্ৰহণ বা অস্বীকাৰ কৰাৰ পাছত ফাইলটো চেভ হ’ল নে নাই অনুগ্ৰহ কৰি নিশ্চিত হৈ ল’ব। |
08:09 | ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। শেষত, নিৰ্দেশাৱলীখন। |
08:16 | এখন ডকুমেণ্ট খোলক আৰু ৰেকৰ্ড চেনজেচ অৱস্থাটোত বানান ভুলবোৰৰ শুদ্ধতা নিৰূপন কৰক। |
08:25 | মই ইতিমধ্যে নিৰ্দেশাৱলীখন প্ৰস্তুত কৰিছোঁ। |
08:31 | লৰ সংযোগত থকা ভিডিঅ’টো চাওক: ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে. |
08:36 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. |
08:40 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:44 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:48 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক. |
08:54 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে. |
09:03 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
09:14 | এই প্ৰশিক্ষণ IT দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.ধন্য়বাদ |