PERL/C2/Variables-in-Perl/Assamese

From Script | Spoken-Tutorial
Revision as of 17:43, 29 June 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Visual Cue
Narration
00.01 Variables in 'Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables
00.12 এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম আৰু


00.18 পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২


00.26 মই ‘‘যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম ।


00.30 আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে।


00.34 পাৰ্লত ‘‘Variables


00.37 ‘‘Variables সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয়
00.44 এবাৰ এটা ‘‘variable বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি
00.50 ‘‘Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars সংৰক্ষণ কৰিব পাৰে ।
00.56 $ (dollar) চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables সমূহ বৰ্ণনা কৰা হয় ।
01.00 এতিয়া ‘‘Variable Declaration চাওঁ আহক:
01.03 এটা ‘‘variableৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon


01.09 পাৰ্লত ‘‘Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore থাকে
01.18 আৰু বৰ্ণ, সংখ্যা, ‘‘underscore অথবা তিনিও একেলগে থাকিব পাৰে ।


01.24 পাৰ্লত যিবোৰ ‘‘Variable ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে
01.30 সেইকাৰণত ‘‘variable বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে ।
01.34 এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand


01.44 ‘‘ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক ।
01.50 টেক্সট এদিটৰত ‘‘variables.pl ফাইল খুল খাব
01.56 পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl
02.01 ‘‘dollar priority semicolon -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক


02.10 আমি ‘‘variable priorityৰ বৰ্ণনা কৰিলো ।
02.13 এটা ‘‘variable ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে ।
02.18 আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে
02.21 এতিয়া আহক ‘‘variable priorityক এটা সংখ্যা দি চাওঁ
02.25 তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon
02.32 আৰু এন্টাৰ প্ৰেছ কৰক
02.34 তাৰ পাছত টাইপ কৰক
02.36 ‘‘print space double quote Value of variable is: dollar priority slash n ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
02.50 ‘‘slash n হৈছে এটা নতুন বাক্য শাৰী


02.53 এতিয়া এই ফাইল খন ‘‘variables.plবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক
03.02 মোৰ ক্ষেত্ৰত ই ‘‘home/amol directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক ।
03.10 এতিয়া ‘‘variables.pl ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক ।
03.18 তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl
03.27 এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব
03.32 এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ
03.36 টাইপ কৰক ‘‘perl hyphen c variables dot pl
03.42 ‘‘Hyphen c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে
03.49 এতিয়া এন্টাৰ প্ৰেছ কৰক
03.51 ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই
03.56 এতিয়া পাৰ্ল লিপি খন execute কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ প্ৰেছ কৰক ।
04.06 আমি আওতপুত দেখা পাম ।
04.10 আমি বৰ্ণনা কৰা ‘‘variableটোত আমি ‘‘stringমান দিব পাৰো ।
04.15 এতিয়া টেক্সট এদিটৰ windowলৈ যাওঁ
04.18 ‘‘dollar priority equal to one;ৰ বিপৰীতে টাইপ কৰক
04.22 ‘‘dollar priority equal to in single quote high
04.28 মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে evaluate কৰা হয়
04.34 এটা ‘‘scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string', এটা সংখ্যা
04.38 ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক


04.45 ‘‘perl hyphen c variables dot pl এতিয়া এন্টাৰ প্ৰেছ কৰক ।
04.51 আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই
04.55 লিপি খন Execute কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ টাইপ কৰক ।
05.03 আমি আওতপুত দেখা পাম।
05.07 এতিয়া টেক্সট এদিতৰলৈ যাওক ।


05.10 এটা double-quoted ‘‘stringsৰ ভিতৰত আমি এই ধৰণে ‘‘scalars ব্যৱহাৰ কৰিব পাৰিম
05.15 dollar priority in double quote String


05.19 ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক ।
05.22 বহুকেইটা ‘‘variablesৰ বৰ্ণনা কৰিব শিকো আহক ।
05.27 তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক
05.31 টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand টাইপ কৰি এন্টাৰ প্ৰেছ কৰক ।


05.42 এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl ফাইলটি খুলিব ।
05.48 এতিয়া টাইপ কৰক-
05.50 ‘‘dollar firstVar comma dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06.00 ‘‘dollar firstVar variableৰ মান ‘‘dollar secondVar variableলৈ কপি কৰিবলৈ টাইপ কৰক-
06.07 ‘‘dollar firstVar space equal to space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06.19 গণিতৰ বিভিন্ন .karjya..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই variable সমূহত কৰিব পাৰি ।
06.30 পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক ।
06.34 এতিয়া টেক্সট এদিতৰলৈ যাওক ।
06.36 এতিয়া ১০ ৰ মানটি আমি দুয়োটা variableক দিম, তাৰ বাবে টাইপ কৰক -
06.41 ‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06.51 এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক ।
06.55 ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক ।
07.17 এতিয়া ফাইল সংৰক্ষণ কৰক ।
07.19 এতিয়া variableত থকা মান দুটা যোগ কৰক ।
07.23 এই ধৰণৰ বাবে
07.25 ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
07.43 মন কৰিব যে আমি ‘‘additionবোলা variableটি বৰ্ণনা কৰা নাই
07.47 আকৌ এবাৰ ‘‘addition variableৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক ।
07.53 ‘‘‘print double quote Addition is dollar addition slash n ঊৰ্ধ কমা বন্ধ কৰক semicolon
08.05 ফাইল সংৰক্ষণ কৰক ।
08.07 এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক
08.12 perl hyphen c multivar dot pl
08.18 একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন execute কৰিব পাৰিম ।
08.24 তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl


08.30 আমি এটা আওতপুত দেখা পাম ।
08.34 সমান্তৰাল ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক ।


08.38 মই ইয়াতে ক'দ খিনি লিখিলো
08.41 এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক
08.46 এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব
08.48 perl hyphen c multivar dot pl
08.54 একো চিনটেক্স ইৰ'ৰ নাই
08.55 সেইবাবে আমি ‘‘perl multivar dot plবুলি লিপি খন execute কৰিব পাৰিছো


09.01 execute হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম ।
09.06 আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো ।
09.11 আমি এই টিওটৰিয়েলত শিকিলো যে
09.14 পাৰ্লত ‘‘scalar variables সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি ।
09.18 কাৰ্য্য
09.20 এটা ‘‘variableবুলি সংখ্যা বৰ্ণনা কৰা ।
09.22 তাক ১০ মান এচাইন কৰক।
09.24 বৰ্ণনা কৰা ‘‘variableটি প্ৰীন্ট কৰক
09.26 দুটা ‘‘string variables বৰ্ণনা কৰক ।
09.29 এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক।
09.34 এটাৰ পাছত সিতো, variable ২টা প্ৰীন্ট কৰক


09.38 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।


09.42 Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।
09.45 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।


09.50 Spoken Tutorial Project ৰ দলটিয়ে
09.53 ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09.56 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।


10.01 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
10.08 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।


10.13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়


10.23 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro


10.29 আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।মই আম'ল ব্ৰহ্মাংকৰে বিদায় লৈছো ।


10.34 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya