Java/C2/Array-Operations/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00:02 | জাভাত Array Operations ৰ কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়ালত আপোনি শিকিব কিভাবে |
00:09 | class Arrays ইম্পোর্ট কৰে আৰু |
00:12 | অ্যাৰেত মৌলিক অপাৰেশন সম্পাদন কৰে। |
00:15 | এই টিউটোৰিয়ালত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
00:25 | টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত অ্যাৰে সম্পর্কে জনা উচিত। |
00:30 | যদি নাজানে তেনেহলে সঠিক টিউটোৰিয়েল চাওক |
00:35 | অ্যাৰে অপাৰেশনৰ বাবে মেথডবোৰ Class এত উপলব্ধ যাক Arrays বোলা হয়। |
00:40 | সেইবোৰক অ্যাক্সেস কৰিবলৈ, আমি সেই class টোক ইম্পোর্ট কৰিব লাগিব । |
00:43 | এইটোক এই স্টেটমেন্ট দ্বাৰা সম্পন্ন হয় import java.util.Arrays সেমিকোলন। |
00:50 | আমি ক্লাস পৰা মেথড এক্সেস কৰিব পাৰো |
00:52 | আমি এইটোক এটা ডট আৰু মেথডৰ নাম যোগ কৰি কৰো । |
00:56 | সেয়ে Arrays dot toString অর্থাত Arrays ক্লাসৰ পৰা toString মেথড। |
01:05 | এতিয়া Eclipse লৈ যাওক । |
01:08 | আমি ইতিমধ্যে ArraysDemo নামৰ ক্লাস তৈয়াৰ কৰিছো |
01:13 | এইটোৱে ক্লাস অ্যাৰে ইম্পোর্ট কৰো |
01:16 | ইম্পোর্ট স্টেটমেন্ট ক্লাস ডেফিনেশনৰ পূর্বে লেখা হৈছে। |
01:22 | সেয়ে পাবলিক ক্লাসৰ আগত লিখক , |
01:26 | import java.util.Arrays সেমিকোলন |
01:46 | এই স্টেটমেন্টে কয় যে জাভাত util নামৰ প্যাকেজ আছে যত অ্যাৰে ক্লাস আছে আৰু এইটো ইম্পোর্ট হব লাগিব। |
01:59 | এতিয়া এটা অ্যাৰে যোগ কৰা যাওক। |
02:01 | প্ৰধান ফাংশনত, লিখক |
02:03 | int marks ওপেন আৰু ক্লোস বর্গাকাৰবন্ধনী = বন্ধনীত 2, 7, 5, 4, 8 |
02:20 | অ্যাৰেৰ স্ট্ৰিং উপস্থাপনা পাবলৈ আৰু প্ৰিন্ট কৰিবলৈ আমি অ্যাৰে ক্লাসত উপলব্ধ এটা মেথড ব্যবহাৰ কৰিম । |
02:28 | সেয়ে লিখক String mStr = Arrays dot toString প্ৰথম বন্ধনী, বন্ধনীত অ্যাৰেৰ নাম যি হয় marks. |
02:50 | এতিয়া এই toString মেথডে অ্যাৰেৰ স্ট্ৰিং বিবৰন দিব। |
02:56 | আমি marks প্ৰিন্ট কৰিম । |
02:58 | সেয়ে লিখক System dot out dot println প্ৰথম বন্ধনীত লিখক mStr. |
03:12 | এতিয়া আউটপুটক দেখা যাওক সেয়ে প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক। |
03:18 | আমি আউটপুটত দেখিব পাৰো যে, toString মেথড অ্যাৰেৰ এটা স্ট্ৰিং বর্ণনা দিছে। |
03:26 | এতিয়া অ্যাৰেৰ এলিমেন্টৰ বর্গীকৰণ দেখা যাওক। |
03:31 | সেয়ে Arrays dot toString লাইনৰ আগত লিখক Arrays dot sort প্ৰথম বন্ধনীত অ্যাৰেৰ নাম যি হয় marks. |
03:46 | সেয়ে অ্যাৰে ক্লাসত থকা sort মেথডে, ইয়ালৈ পাস কৰা অ্যাৰো এলিমেন্টক বর্গীকৰণ কৰে। |
03:53 | এতিয়া আমি marks অ্যাৰেৰ এলিমেন্টক বর্গীকৰণ কৰিছো আৰু ইয়াৰ স্ট্ৰিং ৰুপক প্ৰিন্ট কৰিছো । |
04:04 | এতিয়া আউটপুটত চাওক , সেয়ে সংৰক্ষণ কৰে ৰান কৰক। |
04:11 | আমি যেনে আউটপুটত চাব পাৰো যে sort মেথডে অ্যাৰেতে ঊর্ধ্বক্ৰমে বর্গীকৰণ কৰা হৈছে। |
04:19 | মন কৰক যে sort মেথডে অ্যাৰেক নিজেই পৰিবর্তন কৰিছে। |
04:22 | এই ধৰনৰ শ্ৰেণীবিভাজনক ইনপ্লেস সর্টিং বোলা হয়। |
04:26 | ইয়াৰ অর্থ হৈছে যে অ্যাৰে যত এলিমেন্ট আছে শ্ৰেণীবিভাজনৰ পৰিনামৰ হিসাবে সলনি হৈছে। |
04:33 | পৰবর্তী মেথড যি আমি চাবলৈ যাও সেয়া হল fill. |
04:38 | fill মেথডে দুটি আর্গুমেন্ট লয়। |
04:43 | সর্টিং লাইনটো মুছি পেলাওক আৰু |
04:50 | লিখক Arrays dot fill বন্ধনীত অ্যাৰেৰ নাম যি হয় marks. |
05:05 | এইটো প্ৰথম আর্গুমেন্ট আৰু দ্বিতীয়টি হল মান যি অ্যাৰেত অন্তর্ভুক্ত হব লাগিব, আমি ইয়াত 6 লিখিম আৰু সেমিকোলন। সংৰক্ষণ কৰে ৰান কৰক। |
05:24 | আমি যেনে দেখিব পাৰো যে, যিহেতু নামটো যায়, fill মেথডে প্ৰদত্ত আর্গুমেন্ট সৈতে অ্যাৰেক পূর্ণ কৰে যি হয় 6. |
05:32 | পৰবর্তী মেথড যি আমি চাম সেয়া হল copyOf. |
05:37 | আমি marks অ্যাৰেৰ সকলো এলিমেন্টক marksCopy অ্যাৰেত কপি কৰিম। |
05:44 | সেয়ে arrays dot fill ক মুছি পেলাওক |
05:48 | আৰু লিখক int marksCopy [ ]; |
05:59 | পিছৰ লাইনত লিখক marksCopy = arrays. copyOf(marks, 5); |
06:25 | এই মেথডে দুটি আর্গুমেন্ট লয়। |
06:29 | প্ৰথম আর্গুমেন্টটো হল অ্যাৰেৰ নাম যৰ পৰা আপোনি এলিমেন্টবোৰ কপি কৰিব বিচাৰে যি হয় marks. |
06:39 | দ্বিতীয়টি হল কপি কৰিবলৈ কিছো এলিমেন্ট, ইয়াত আমি 5 কপি কৰিম। |
06:47 | তাৰপিছত arrays dot toString ত marks ক marksCopyলৈ সলনি কৰক । |
06:55 | এতিয়া প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক। |
07:01 | আমি দেখো যে marks অ্যাৰেৰ এলিমেন্টবোৰ marksCopy অ্যাৰে লৈ কপি কৰা হৈছে। |
07:10 | দেখা যাওক, কপি কৰিবলগিয়া এলিমেন্টৰ সংখ্যা যদি পৰিবর্তন কৰো, কি হয়। |
07:15 | 5 ক 3 লৈ পৰিবর্তন কৰো। |
07:19 | সংৰক্ষণ কৰে ৰান কৰক। |
07:24 | আমি দেখিব পাৰো যে প্ৰথম তিনটি এলিমেন্টহে কপি কৰা হৈছে। |
07:31 | অ্যাৰেত উপস্থিত কপি কৰা এলিমেন্টেৰ সংখ্যা সমুহ এলিমেন্টৰ সংখ্যাতকৈ অধিক হলে দেখা যাওক কি হয়। |
07:39 | সেয়ে 3 ক 8 লৈ পৰিবর্তন কৰক। |
07:44 | প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক। |
07:48 | আমি দেখো যে অতিৰিক্ত এলিমেন্টবোৰ ডিফল্ট মানলৈ সেট কৰা হৈছে, যি 0 হয়. |
07:54 | তাৰ পিছত আমি এটা শ্ৰেণীৰ মান কপি কৰা চাও। |
07:58 | সেয়ে copyOf ক copyOfRange লৈ সলনি কৰক আৰু 8 ক 1, 4 লৈ পৰিবর্তন কৰক । |
08:15 | এই মেথডে সকলো এলিমেন্টক index 1 পৰা আৰম্ভ কৰি আৰু index 3 লৈকে কপি কৰে। |
08:27 | সংৰক্ষণ কৰক ৰান কৰক |
08:31 | আমি যেনে দেখিব পাৰো যে, index 1পৰা 3 লৈকে এলিমেন্টবোৰ কপি কৰা হৈছে। |
08:39 | মন কৰক যে আমি আর্গুমেন্ট হিসাবে 1, 4 দিছো । |
08:47 | কিন্তু তাৰপিছতো index 4 ত এলিমেন্ট কপি কৰা হোৱা নাই। |
08:50 | এলিমেন্টবোৰ খালী index 3 লৈকেহে কপি কৰা হৈছে। ই এটা নির্দিষ্ট শ্ৰেণীৰ এটা indexৰ আগত ৰখে। |
09:01 | সেয়ে এই আচৰণে নিশ্চিত কৰে যে ৰেঞ্জৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে। |
09:07 | (0, 4) য়ে index 0 পৰা index 3 লৈ বোঝায়। |
09:12 | (4, 6) য়ে index 4 পৰা index 5লৈ বোঝায়। |
09:17 | সেয়ে ই (0, 4) + (4, 6) = (0, 5) ৰ ধৰনে আচৰণ কৰে। |
09:26 | আমৰা এই টিউটোৰিয়ালেৰ শেষলৈ চলে এসেছি। |
09:31 | এই টিউটোৰিয়েলত আমি শিকিছো |
09:33 | কিভাবে class Arraysক ইম্পোর্ট কৰে, |
09:36 | অ্যাৰে অপাৰেশন যেনে strings, sort, copy, fill সম্পাদন কৰা। |
09:44 | নির্দেশিত কাম হিসাবে, |
09:46 | Arrays.equals মেথডৰ সম্পর্কে পঢ়ক আৰু চাওক এইটোৱে কি কৰে। |
09:53 | স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, |
09:55 | এই লিঙ্কে উপলব্ধ ভিডিওটি চাওক। |
10:02 | এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়। |
10:05 | আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াক ডাউনলড কৰিও চাব পাৰে৷ |
10:09 | কথ্য টিউটোৰিয়াল প্ৰকল্প দল |
10:10 | কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰলে প্ৰশংসাপত্ৰ দেওয়া হয়। |
10:16 | এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক। |
10:22 | স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশ। এটি ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:31 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro |
10:39 | অংশগ্ৰহনেৰ জন্য ধন্যবাদ। |
10:43 | এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা যোগদান কৰা হৈছে আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |