Java/C2/do-while/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00:01 | জাভাত do-while Loopৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম |
00:06 | এই টিউটোৰিয়েলত, আপোনি
do-while Loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব । |
00:12 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো। |
00:20 | এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:25 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:32 | ইয়াতে এটা do-while লুপৰ স্ট্রাকচাৰ আছে । |
00:37 | লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ। |
00:40 | ইয়াৰ দুটা অংশ আছে। |
00:42 | প্রথমটো হল loop running condition আৰু দ্বিতীয়টো হল loop variable. |
00:51 | একমাত্র পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে। |
00:58 | সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়। |
01:05 | এতিয়া এটা উদাহৰণ চাও। |
01:07 | Eclipse লৈ যাওক ।
|
01:11 | ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্রয়োজনীয় skeleton আছে । |
01:17 | আমি DoWhileDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো। |
01:22 | আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্রিন্ট কৰিব লৈছো। |
01:27 | লিখক |
01:29 | int n = 1 |
01:32 | n আমাৰ লুপ ভ্যাৰিয়েবল হব। |
01:36 | তাৰপিছত লিখক do |
01:40 | ওপেন আৰু ক্লোস ধনুর্বন্ধনী |
01:44 | ধনুর্বন্ধনীত System.out.println(n) |
01:55 | আমি nৰ মান প্রিন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1 |
02:05 | আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে |
02:08 | n ইস লেস দেন বা ইকুয়াল টু 10 হয়। |
02:10 | ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10) |
02:20 | আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। |
02:25 | আমি ক্ৰীয়াত কোডটো চাও। |
02:28 | সংৰক্ষণ কৰক ৰান কৰক। |
02:37 | আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্রিন্ট কৰা হৈছে। |
02:42 | এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে। |
02:47 | প্রথমে 1 প্রিন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়। |
02:52 | আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়। |
02:55 | যিহেতু এইটো true হয়. 2 প্রিন্ট হৈছে আৰু n ৰ মান 3 হৈছে। |
03:00 | আৰু সকলো 10টা সংখয়া প্রিন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়। |
03:06 | n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়। |
03:11 | এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্রমে প্রিন্ট কৰা হয়। |
03:17 | সেয়ে আমি 50ৰে আৰম্ভ কৰো। |
03:19 | n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক। |
03:23 | যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্রিমেন্ট কৰিম । |
03:29 | সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক । |
03:34 | আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্রেটাৰ দেন বা ইকুয়েল টু 40 হয়। |
03:40 | সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক। |
03:48 | এতিয়া আউটপুট চাও। |
03:50 | সংৰক্ষণ কৰক ৰান কৰক। |
03:57 | আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্রিন্ট কৰা হৈছে। |
04:02 | এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক। |
04:10 | প্রদত্ত সংখ্যায়, আমরা যাচাই করব যে এটি একটি নির্ভুল বর্গ কি নয়। |
04:15 | প্রথমে মেন মেথড মুছি পেলাওক। |
04:19 | তাৰপিছত লিখক int n = 25 |
04:25 | আমি চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়। |
04:32 | তাৰপিছত লিখক int x = 0 |
04:37 | যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম । |
04:44 | তাৰপিছত লিখক do |
04:46 | ওপেন এবং ক্লোস ধনুর্বন্ধনী |
04:49 | ধনুর্বন্ধনীত x = x + 1 |
04:55 | আৰু ধনুর্বন্ধনীৰ বাহিৰত |
04:58 | while, বন্ধনীত (x * x < n) |
05:06 | আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। |
05:10 | যেতিয়ালৈকেx * x < n হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব। |
05:16 | সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব। |
05:22 | যাৰ অর্থ হৈছে x * x, n ৰ সমান হব |
05:26 | অথবা ই nৰ ৰ পৰা ডাঙৰ হব। |
05:28 | x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব । |
05:32 | যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়। |
05:37 | সেয়ে শেষত, আমি কন্ডিশন প্রিন্ট কৰিম । |
05:47 | System.out.println(x * x == n) |
05:55 | আমি ক্ৰীয়াত কোডটো চাও। |
05:59 | সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true. |
06:07 | অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো। |
06:10 | n = 25 ক n = 49 লৈ সলনি কৰক। |
06:15 | সংৰক্ষণ কৰক ৰান কৰক। |
06:20 | আমি দেখো যে আমি আকৌ true পাও। |
06:23 | এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়। |
06:26 | 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু |
06:34 | আশানুৰুপে আমি false পাইছো । |
06:37 | এতিয়া চাও যে nৰ মান 0 হলে কি হয়। |
06:42 | n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্রাকৃতিক সংখ্যা নহয়, আমি false পাও। |
06:52 | কোডটো ৰান কৰো। |
06:54 | সংৰক্ষণ কৰক ৰান কৰক। |
07:00 | আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো । |
07:05 | এইটত হয় কাৰণ কন্ডিশনৰ আগতো |
07:08 | x * x < n প্ৰশিক্ষন কৰা যাই, xৰ মান বৃদ্ধি পায়, আৰু ই 1 হয়। |
07:16 | লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে। |
07:20 | এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়। |
07:26 | এইভাবে do-while loop এটা শ্রেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়। |
07:31 | বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে। |
07:37 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:40 | এই টিউটৰিয়েলত আমি শিকিছো |
07:42 | while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো। |
07:46 | এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্রশ্নটি সমাধান কৰক। |
07:50 | বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26 |
07:56 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:01 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:06 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:10 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:16 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:22 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:32 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:36 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |