Linux/C2/Basics-of-System-Administration/Assamese

From Script | Spoken-Tutorial
Revision as of 15:52, 12 November 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search

Linux – Basics of System Administration

Time Narration

|- |00:02 |নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে।

|- |00:09 এই tutorial’ত আমি শিকিম-

|- |00:13 adduser

|- |00:14 su

|- |00:16 usermod

|- |00:17 userdel

|- |00:18 id

|- |00:19 du

|- |00:20 df

|- |00:22 মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।.

|- | 00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক।

|- |00:35 যিটো এই website’ত পোৱা যায়।

|- |00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ।

|- |00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব।

|- |00:53

“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে।

|- |01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত।

|- |01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও।

|- |01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে।

|- |01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম।

|- |01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷

|- |01:32 “Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি।

|- |01:45 মই আগতেই “Terminal” খুলি থৈছো।

|- |01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক।

|- |01:58 আপোনাক password খোজিব।

|- |02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম।

|- |02:07 Terminal’ত type কৰা password দেখা নেপায়।

|- |02:11 সেই কাৰণে password সাৱধানে type কৰিব।

|- |02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব।

|- |02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি।

|- |02:34 Command type কৰক।

|- |02:36 sudo space adduser space duck, আৰু Enter টিপক।.

|- |02:45 আমি “duck” নামৰ নতুন user এটা বনালো।

|- |02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়।

|- |02:58 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব।

|- |03:05 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম।

|- |03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক।

|- |03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ।

|- |03:26 |এতিয়া আমাৰ নতুন user’ৰ password update হ’ল।

|- |03:31 |আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব।

|- |03:35 |কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম।

|- |03:46 |Enter.

|- |03:47 |মই নিশ্বিত কৰিম “y” টিপি।

|- |03:51 |এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়।

|- |03:55 |ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই।

|- |04:00 |এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক

|- |04:04 |“ls space /(slash) home”

|- |04:09 |আৰু Enter টিপক।

|- |04:11 |Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়।

|- |04:17 |আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user।

|- |04:23 |ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও।

|- |04:26 |এতিয়া পাছৰ command’তো হ’ল “su”।

|- |04:30 |“su” মানে “Switch User”.

|- |04:34 |এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।.

|- |04:39 |ব’লক আমি এতিয়া Terminal যাও।

|- |04:43 |Command enter কৰক।

|- |04:45 |“su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক।

|- |04:53 |আপোনাক password খোজা হ’ব।

|- |04:56 |মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে।

|- |05:04 |অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়।

|- |05:14 |Logout কৰিবলৈ type কৰক

|- |05:17 |“logout” আৰু Enter টিপক।

|- |05:22 |এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত

|- | |“vinhai” হয়।

|- |05:31 |ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো।

|- |05:35 |“usermod” command’এ

|- |05:37 |super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে

|- |05:46 |Password নাইকিয়া কৰা।

|- |05:50 |Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা।

|- |05:55 |ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ।

|- |05:57 |মই terminal’লৈ গৈ লও।

|- |05:59 |User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক।

|- |06:05 |এতিয়া command prompt’ত, লিখক

|- |06:09 |sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck

|- |06:33 |আৰু Enter টিপক।

|- |06:37 |User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত।

|- |06:46 |আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে।

|- |06:52 |ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো।

|- |06:57 |“id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে।

|- |07:04 |User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।

|- |07:12 |Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।

|- |07:20 |এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো।

|- |07:22 |Terminal’ত type কৰক

|- |07:25 |“id” আৰু Enter টিপক।

|- |07:29 |এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো

|- |07:37 |অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো।

|- |07:43 |ব’লক আমি type কৰো, “id space -(hyphen)u”

|- |07:49 |আৰু enter টিপো।

|- |07:50 |এতিয়া আমি অকল userবোৰৰ id দেখা পাম।

|- |07:55 |কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?

|- |08:00 |সেয়া ওলিয়াবলৈ, আমি type কৰিম

|- |08:02 |“id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম।

|- |08:13 |এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম।

|- |08:20 |ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো।

|- |08:24 |Type কৰক “ id space -(hyphen)g”.

|- |08:29 |য়াতো আমি group idবোৰ দেখা পাম।

|- |08:32 |যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক

|- |08:38 |“id space -(hyphen) (capital)G” আৰু Enter টিপক।

|- |08:46 |অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো।

|- |08:50 |আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক।

|- |08:53 |এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে।

|- |08:57 |ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো।

|- |09:00 | “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো।

|- |09:07 |ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো।

|- |09:09 |ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.

|- |09:22 |মই -(hyphen)r option ব্যৱহাৰ কৰিছো।

|- |09:25 |এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়।

|- |09:30 |ব’লক Enter টিপি চাও্ঁ কি হয়।

|- |09:34 |এতিয়া user “duck” কাট খাই গ’ল।

|- |09:38 |Type কৰি পৰীক্ষন কৰক।

|- |09:41 |“ls space /(slash)home” আৰু Enter টিপক।

|- |09:47 |আমি গম পাম যে user account “duck” কাট খালে।

|- |09:53 |ব’লক আমি slides’লৈ ঘুৰি যাও।

|- |09:56 | Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du” ।

|- |10:03 |“df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে।

|- |10:08 |আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে।

|- |10:13 |অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক।

|- |10:19 |ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও।

|- |10:26 |অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক।

|- |10:33 |ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই।

|- |10:38 |It also shows the space mounted on in a human readable format.

|- |10:46 |ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো।

|- |10:50 |এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে।

|- |10:57 |যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ।

|- |11:04 |মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো।

|- |11:11 |“home folder” যাবলৈ terminal’ত type কৰক

|- |11:15 |“cd space /(slash) home” আৰু Enter টিপক।

|- |11:20 |তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক।

|- |11:33 |This command will give you a report on the txt files available in the directory along with its file sizes.

|- |11:43 |Assignment হিছাপে, command prompt’ত type কৰক

|- |11:47 |“du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়।

|- |11:59 |ব’লক আমি slides বুৰলৈ ঘূৰি যাও।

|- |12:01 |চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:

|- |12:03 |“adduser” command’এ নতুন user নায়।

|- |12:06 |“su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে।

|- |12:09 |“usermod” command’এ user account settings পৰিবৰ্তন কৰে।

|- |12:12 |“userdel” command’এ user account delete কৰে।

|- |12:15 | id command to know the information about user ids and group ids.

|- |12:20 |“df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়।

|- |12:24 |“du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়।

|- |12:27 |This brings us to the end of this tutorial on “Basics of system administration”

|- |12.33 |url’ত থকা video’এ

|- |12:37 |Spoken Tutorial project’ সাৰাংশ দিয়ে।

|- |12:40 |আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে।

|- |12:44 |আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব।

|- |12:53 |Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ। Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India.

|- |13:03 |More information is available on this url.

|- |13:08 |This script has been contributed by ----------------------(name of the translator) 13:12 and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching.

Contributors and Content Editors

Mousumi, Pratik kamble