Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese

From Script | Spoken-Tutorial
Revision as of 20:05, 22 September 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search

Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration

|-

|00.00

|টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।


|-

|00.04

|এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।

|-

|00.10

|আপুনি টাইপ কৰিব শিকিব -


|-

|00.12

|নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।


|-

|00.19

|আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।


|-

|00.25

|টাক্স টাইপিং কি?


|-

|00.27

|টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।


|-

|00.30

|ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।


|-

|00.38

|আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।


|-

|00.41

|আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।


|-

|00.46

|টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।


|-

|00.54

|এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।


|-

|01.02

|আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।


|-

|01.07

|Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।


|-

|01.16

|টাক্স টাইপিং খোলো আহক।


|-

|01.19

|প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।


|-

|01.26

|Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।


|-

|01.34

|লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।


|-

|01.39

|টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।


|-

|01.42

|টাক্স চাইপিঙৰ Window খোল খাব।


|-

|01.46

|টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।


|-

|01.50

|Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।

Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।


|-

|01.56

|Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।


|-

|02.01

|Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।


|-

|02.13

|Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।


|-

|02.16

|অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।


|-

|02.20

|Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।


|-

|02.23

|অনুশীলন সমূহ থকা Window খন খোল খাব।


|-

|02.26

|প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।


|-

|02.30

|basic_lesson_01.xml ত ক্লিক কৰক।


|-

|02.35

|ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।


|-

|02.41

|অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।


|-

|02.45

|কী-বোৰ্ড থকা window খন খোল খাব।


|-

|02.48

|আমি a আখৰটো টাইপ কৰিব শিকো।


|-

|02.52

|অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।


|-

|02.56

|টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।


|-

|03.01

|‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?


|-

|03.07

|আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।


|-

|03.10

|এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।


|-

|03.13

|এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।


|-

|03.19

|aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।


|-

|03.27

|কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।


|-

|03.35

|টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।


|-

|03.39

|কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।


|-

|03.51

|কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।


|-

|03.58

|টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।


|-

|04.02

|কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।


|-

|04.10

|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।


|-

|04.14

|কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।


|-

|04.21

|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।


|-

|04.27

|বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।


|-

|04.34

|উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।


|-

|04.39

|ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।


|-

|04.44

|কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।


|-

|04.52

|এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?


|-

|05.00

|লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।


|-

|05.10

|এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।


|-

|05.14

|এই ছৱিখন চাওক।


|-

|05.16

|ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -


|-

|05.21

|কনিষ্ঠ আঙুলি,

অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু

বৃষ্ঠাঙ্গুল


|-

|05.27

|কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।


|-

|05.32

|লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.35

|অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.38

|মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.41

|তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.44

|এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।


|-

|05.49

|লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.54

|অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।


|-

|05.56

|মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।


|-

|06.00

|তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।


|-

|06.03

|সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।


|-

|06.08

|হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।


|-

|06.14

|বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?


|-

|06.19

|অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।


|-

|06.23

|এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।


|-

|06.29

|এটিয়া টাইপিং আৰম্ভ কৰো আহক।


|-

|06.32

|আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।


|-

|06.39

|এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।


|- |06.42

|এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।


|-

|06.47

|‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।


|-

|06.53

|ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।


|-

|06.59

|আৰু কেইটামান আখৰ টাউপ কৰো আহক।


|-

|07.02

|এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।


|-

|07.07

|বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।


|-

|07.13

|Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।


|-

|07.17

|Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।


|-

|07.21

|CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।


|-

|07.26

|WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।


|-

|07.31

|Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।


|-

|07.34

|Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।


|-

|07.40

|main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।


|-

|07.45

|আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।


|-

|07.47

|প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।


|-

|07.52

|নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।


|-

|07.59

|টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।


|-

|08.03

|এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।


|-

|08.11

|অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।


|-

|08.13

|basic_lesson_02.xml আৰম্ভ কৰক।


|-

|08.19

|এই পাঠটো অনুশীলন কৰক।


|-

|08.21

|পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।


|-

|08.26

|এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।


|-

|08.30

|http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।


|-

|08.33

|ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।


|-

|08.36

|ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।


|-

|08.41

|কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে


|-

|08.43

|কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।


|-

|08.46

|online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।


|-

|08.50

|অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।


|-

|08.56

|কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।


|-

|09.00

|National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।


|-

|09.08

|এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।


|-

|09.19

|এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble, Sakinashaikh