Netbeans/C2/Handling-Images-in-a-Java-GUI-Application/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ। |
00:02 | Netbeans IDE দ্বাৰা Handling Images in a Java GUI Application, ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:10 | আমি ধৰি লও যে আপোনি netbeans সম্পর্কে কিছু জানে। |
00:15 | আমি এইটোও ধৰি লও যে আপোনি JFrame form ত text fields, buttons, menus, ইত্যাদি সম্পর্কে জানে। |
00:22 | নহলে, Netbeans সম্বন্ধিত টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইটত যাওক। |
00:29 | ইয়াতে, আমি ইমেজক হ্যান্ডেল কৰা সম্পর্কে বিস্তাৰিত ভাবে শিকিম। |
00:34 | স্যাম্পল GUI অ্যাপ্লিকেশনত তাৰ উপৰত কাম কৰা। |
00:39 | আমি ইয়াতে লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1 ব্যবহাৰ কৰিছো। |
00:52 | জাভা অ্যাপ্লিকেশনত ইমেজক হ্যান্ডেল আৰু অ্যাক্সেস কৰিবলৈ getResource () মেথড ব্যবহাৰ কৰা আদর্শ উপায়। |
00:59 | আমি শিকিম যে অ্যাপ্লিকেশনত কোডক, ইমেজৰ সৈতে তৈয়াৰ কৰিবলৈ IDE's GUI বিল্ডাৰ কিভাবে প্রয়োগ কৰে। |
01:07 | এটা ইমেজ চাবলৈ, Jlabel ইয়াৰ সৈতে সহজ Jframe কিভাবে বনায়। |
01:13 | এই টিউটোৰিয়েলত শিকিম: |
01:15 | অ্যাপ্লিকেশন ফর্ম তৈয়াৰ কৰা |
01:18 | ইমেজৰ বাবে প্যাকেট জোড়া। |
01:20 | লেবেলত ইমেজ প্রদর্শন কৰা। |
01:22 | mouse-events আৰু pop-ups বনোৱা। |
01:25 | অ্যাপ্লিকেশন বনোৱা আৰু ৰান কৰা। |
01:28 | এতিয়া স্যাম্পল অ্যাপ্লিকেশন বনাবলৈ IDE ত যাও। |
01:33 | File মেনুৰ পৰা New Project চয়ন কৰক। |
01:37 | Categoriesৰ পৰা Java চয়ন কৰক, Projectsৰ পৰা Java Application চয়ন কৰক আৰু Next ত টিপক। |
01:46 | Project Name ফীল্ডত লিখক ImageDisplayApp |
01:54 | Create Main Class চেক-বাক্স খালি কৰক। |
01:58 | নিশ্চিত কৰক যে Set as Main Project চেক-বাক্স নির্বাচিত আছে। |
02:03 | Finish ত টিপক। প্রজেক্ট IDE ত তৈয়াৰ হৈ গৈছে। |
02:08 | এই অংশত, আমি Jframe form বনাম আৰু ফর্মৰ বাবে Jlabel জুড়ক। |
02:14 | আগতে Jframe form বনাও। |
02:17 | Projects উইন্ডোত ImageDisplayApp নোড খুলক। |
02:23 | Source Packages নোডত সো ক্লিক কৰি New, Jframe form চয়ন কৰক। |
02:30 | Class Name ফীল্ডত লিখক ImageDisplay |
02:37 | Package ফীল্ডত লিখক org.me.myimageapp |
02:45 | Finish ত টিপক। |
02:48 | এতিয়া Jlabel যোগ কৰো। |
02:52 | Palette ত IDE ইয়াৰ সোফালে Label কম্পোনেন্ট চয়ন কৰক আৰু Jframe ত টানক। |
03:01 | এতিয়াৰ বাবে, আপোনাৰ ফর্ম এইৰকমে দেখাত উচিত। |
03:06 | অ্যাপ্লিকেশনত ইমেজ বা অন্য ৰিসোর্স ব্যবহাৰ কৰিলে সাধাৰণতে ৰিসোর্সৰ বাবে বেলেগ ভাবে জাভা প্যাকেজ বনাই। |
03:15 | আপোনাৰ লোকেল ফাইল সিস্টেমত, প্যাকেজ ফোল্ডাৰৰ সৈতে মিলে। |
03:19 | Projects উইন্ডোত org.me.myimageapp নোডত সো ক্লিক কৰক আৰু New > Java Package চয়ন কৰক। |
03:30 | New Package Wizard ত org.me.myimageapp ইয়াত resources যোগ কৰক। |
03:40 | নতুন প্যাকেজক এতিয়া org.me.myimageapp.resources বোলা হয়। |
03:47 | Finish ত টিপক। |
03:49 | Projects উইন্ডোত, ইমেজ জোড়াৰ সময়ত org.me.myimageapp.resources ত ইমেজ দেখা উচিত। |
03:59 | অ্যাপ্লিকেশনত ইমেজ Jlabel কম্পোনেন্টত এমবেড কৰা হব। |
04:04 | এতিয়া লেবেলত ইমেজ যোগ কৰো। |
04:08 | GUI designer ত, লেবেল চয়ন কৰক যি ফর্মৰ বাবে জুড়াইছিলে। |
04:14 | Properties উইন্ডোত palette ইয়াৰ তলত, উইন্ডোৰ সোফালে Icon প্রোপাৰটিত স্ক্রোল কৰক। |
04:23 | ellipsis (...) বা সোফালে তিনটা ডটসত টিপক। |
04:30 | Icon Property ডায়ালগ বাক্সত Import to Project ত টিপক। |
04:34 | file chooser ত, ইমেজ যুক্ত ফোল্ডাৰত নেভিগেট কৰক যি আপোনি ব্যবহাৰ কৰিবলৈ বিছাৰে। |
04:42 | Next ত টিপক। |
04:45 | wizard ইয়াৰ Select Target Folder পেজত Resources বাছক। |
04:49 | আৰু Finish ত টিপক। |
04:52 | Finishত টিপাৰ পিছত IDE প্রজেক্টত ইমেজ কপি কৰে। |
04:57 | সেয়ে, আপোনি যেতিয়া অ্যাপ্লিকেশনক বনাই ৰান কৰে ইমেজ বিতৰণ যোগ্য JAR ফাইলত অন্তর্ভুক্ত হৈ যায়। |
05:07 | ইয়াতে OK ত টিপক। |
05:11 | প্রজেক্ট নোডত সো ক্লিক কৰি Clean and Build বিকল্প চয়ন কৰক। |
05:18 | এতিয়া আপোনি Files মেনুত যাব পাৰে, আৰু build ফোল্ডাৰৰ ভিতৰত |
05:29 | dist ফোল্ডাৰত jar ফাইল দেখিব পাৰে। |
05:33 | imagedisplay ক্লাসত ইমেজ অ্যাক্সেস কৰিবলৈ ই কোড তৈয়াৰ কৰে। |
05:38 | এইটোৱে ফর্মৰ Design view ত লেবেলত ইমেজও প্রদর্শন কৰে। |
05:43 | এই মুহুর্তত ফর্মৰ চেহাৰা উন্নত কৰিবলৈ কিছু সহজ বস্তু কৰিব পাৰিম। |
05:48 | Properties উইন্ডোত Text প্রোপার্টি চয়ন কৰক। |
05:56 | আৰু jLabel1 মুছি দিয়ক। |
06:04 | এই ভ্যালুটো GUI Builder দ্বাৰা লেবেলৰ বাবে প্রদর্শিত টেক্সট ৰুপত তৈয়াৰ হৈ গৈছে। |
06:10 | যদিও টেক্সটৰ সলনি ইমজ প্রদর্শন কৰিবলৈ লেবেল ব্যবহাৰ কৰিছে। |
06:15 | সেয়ে এই টেক্সটৰ দৰকাৰ নাই। |
06:18 | এতিয়া, label ক ফর্মত মাঝত অনাৰ বাবে টানক। |
06:26 | GUI Designer ত Source ট্যাবত টিপক। |
06:30 | লাইনৰ বাবে তলত স্ক্রোল কৰক যি দেখায় যে Generated Code |
06:33 | কোডক দেখাবলৈ, Generated Code লাইনৰ বাওফালে আৰু plus sign (+)ত টিপক যি GUI Designerএ বনাইছে। |
06:42 | ইয়াত এইটো কী-লাইন হয়। |
06:49 | কাৰণ jLabel1 আইকন প্রোপার্টিৰ বাবে Property editor ব্যবহাৰ কৰিছে। IDEএ, section মেথড তৈয়াৰ কৰিছে। |
06:57 | সেই মেথডৰ প্যাৰামিটাৰত ImageIcon ইয়াৰ বেনামী আন্তৰিক ক্লাসত(anonymous inner class) getResource() মেথডৰ বাবে কল অন্তর্ভুক্ত কৰে। |
07:10 | এবাৰ ইমেজ জুড়া গলে, Design view ত ইমেজত সো ক্লিক কৰক। |
07:19 | Events > Mouse > mouseClicked ত টিপক। |
07:24 | ভিউ Source মোডত যায়। |
07:28 | ইয়াত mouse-click কৰাত কামবোৰ কাস্টমাইজ কৰিবলৈ কোড জুড়াব পাৰি। |
07:33 | pop-up তৈয়াৰ কৰিবলৈ কোডৰ কিছু লাইন যোগ কৰক, যেতিয়া ইমেজক GUI ত ক্লিক কৰা হয়। |
08:00 | এতিয়া পপ-আপ তৈয়াৰ কৰিবলৈ কোডৰ কিছু লাইন লিখিছো। |
08:05 | প্রথমে মই পপ-আপৰ বাবে নতুন Jframe বনাইছো। |
08:12 | আৰু defaultCloseOperation সেট কৰিছো। |
08:15 | আৰু অবশেষত pop-up ইয়াৰ বাবে টেক্সট প্রদান কৰিছো। |
08:24 | কোডৰ এই লাইন জোড়াৰ পিছত, ফাইলৰ আৰম্ভনিত দুটা স্টেটমেন্ট জুড়ি দৰকাৰী প্যাকেজ ইম্পোর্ট কৰক। |
08:36 | import javax.swing.*; |
08:45 | আৰু import java.awt.*; জুড়ক। |
08:53 | এইটোৱে এই প্রোগ্রামৰ বাবে দৰকাৰী প্যাকেজ ইম্পোর্ট কৰিব। |
08:59 | এতিয়া অ্যাপ্লিকেশনক তৈয়াৰ কৰি ৰান কৰো। |
09:02 | আমি ইমেজক অ্যাক্সেস আৰু প্রদর্শন কৰিবলৈ কোড তৈয়াৰ কৰিছো। |
09:07 | ইমেজ অ্যাক্সেস হৈছে কিনাই নিশ্চিত কৰিবলৈ অ্যাপ্লিকেশনক বনাই ৰান কৰক। |
09:12 | প্রথমে প্রজেক্ট Main classক সেট কৰা আবশ্যক। |
09:16 | Main class সেট কৰি প্রজেক্ট ৰান কৰিলে IDEএ জানে যে কোন ক্লাস ৰান কৰিব লাগে। |
09:21 | লগতে এইটোৱে নিশ্চিত কৰে যে অ্যাপ্লিকেশন JAR ফাইলত অ্যাপ্লিকেশন তৈয়াৰ কৰিলে Main class এলিমেন্ট তৈয়াৰ হয়। |
09:33 | প্রজেক্ট উইন্ডোত ImageDisplayApp প্রজেক্ট নোডত সো ক্লিক কৰি Properties চয়ন কৰক। |
09:41 | Project Properties ডায়ালগ বাক্সত, বাওফালে Run শ্রেণী চয়ন কৰক। |
09:47 | Main Class ফীল্ডৰ পিছত থাকা Browseত টিপক। |
09:51 | org.me.myimageapp.ImageDisplay চয়ন কৰি Select Main Class ত টিপক। |
10:01 | ইয়াত OK ত টিপক। |
10:05 | এতিয়া Project নোডত সো ক্লিক কৰি Clean & Build চয়ন কৰক। |
10:11 | আপোনি Files উইন্ডোত অ্যাপ্লিকেশনৰ Build প্রোপার্টিস দেখিব পাৰে। |
10:20 | Build ফোল্ডাৰত compiled ক্লাস সম্মিলিত কৰে। |
10:23 | dist ফোল্ডাৰত নিস্পাদন যোগ্য JAR ফাইল সম্মিলিত আছে, যত কম্পাইল ক্লাস আৰু ইমেজ আছে। |
10:32 | এতিয়া টুল বাৰ পৰা Run চয়ন কৰক। |
10:34 | আমাৰ আউটপুট উইন্ডো ইমেজৰ সৈতে খোলে। |
10:39 | মই এতিয়া এই ইমেজত টিপিম। |
10:42 | pop-up শীর্ষত দেখিব পাৰে, যি ইমেজৰ বর্ণন দেখাইছে। |
10:50 | নির্দেশিত কামৰ বাবে, |
10:54 | চাৰিটা ইমেজৰ সৈতে এটা অন্য GUI বনাওক, যেনে এই টিউটোৰিয়েলত দেখোৱা হৈছে। |
11:01 | প্রতিটো ইমেজৰ বাবে বিভিন্ন events নির্দিষ্ট কৰক যেনে keyboard event, mouse-motion event, mouse-click event, mouse-wheel event |
11:12 | মই আগেই নির্দেশিত কাম কৰিছো। |
11:17 | এই প্রজেক্ট ৰান কৰক। |
11:20 | আপোনাৰ নির্দেশিত কাম এইৰকমে হোৱা উচিত। |
11:26 | মই ইয়াতে নির্দেশিত কামৰ বাবে keyboard-events আৰু mouse events বনাইছো। |
11:34 | সেয়ে সংক্ষেপে: |
11:36 | Jframe ফর্ম বনাইছো, |
11:39 | ইমেজৰ বাবে প্যাকেজ যোগ কৰিছো, |
11:41 | লেবেলত ইমেজ দেখাইছো। |
11:44 | আৰু mouse events আৰু pop-ups ও বনাইছো। |
11:49 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
11:53 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
11:56 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
12:02 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
12:07 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
12:11 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
12:19 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
12:23 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
12:30 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
12:42 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
12:46 | অংশগ্রহনৰ বাবে ধন্যবাদ। |