Linux/C2/Redirection-Pipes/Assamese
From Script | Spoken-Tutorial
Time | Narration |
0:00:00 | ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক স্পকেন টিউটৰিয়েলৈ আপোনাক স্বাগতম জনাইছে৷ |
0:07:00 | মই ইউবান্টু ০৮ ব্যৱহাৰ কৰিছো৷ |
0:09:00 | ইতিমধ্যে আপেনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষেয় এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু মুল ধাৰণা আছে |
0:16:00 | ঘদি আপুনি আগ্ৰহী নিম্নাক্ত ৱেবচাইটত আন এক স্পকেন টিউটৰিয়েলেৰ ডৰিয়তে উপলব্ধ৷ |
0:22:00 | লিনাক্স, কেচ চেনচিটিড বুলি লক্ষ্য কৰিবা৷ |
0:25:00 | অন্য ধৰণেৰে উল্লেখ নকৰিলে এই টিউটৰিয়েলত ব্যৱহাৰ কৰা সকলো কামেই ই লৱাৰ কেছ৷ |
0:32:00 | লিনাক্সত আমি কৰ সৰহ সংখ্যাক কামেই টাৰমিনেলৰ ডৰিয়তে হয়৷ |
0:35:00 | ঘেতিয়া এটা কমাণ্ড আমি কাৰ্ঘ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ (ছপা কৰো৷ |
0:39:00 | ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷ |
0:41:00 | আমি সহজকৈ কি বৰ্ডৰ ‘ডেট’ টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷ |
0:46:00 | গতিকে আমি কি জৰিয়তে ঠিক মতে ইনপুত দিম৷ |
0:48:00 | একেধৰণেৰে আমি দেখোঘে আমাৰ কামাণ্ডৰ আউটপুটবোৰ টাৰমিনেল উইনদতও দেখা পোৱা গৈছে৷ |
0:56:00 | ধৰক কিছুমান কামাণ্ড কাৰ্ঘ্যকৰী কৰোতে কিছুমান দোষ ক্ৰটি ধৰা পৰে৷ |
0:59:00 | উদাহৰণ হিচাপে আমি ‘সিএটি’ স্পেছ এএএ টাইপ কৰি এন্টাৰটো প্ৰেছকৰো৷ |
1:05:00 | এতিয়া এএএ নামৰ কোনো ফাইলৰ স্থিতি নাই |
1:08:00 | গতিকে কোৱাৰ দৰে তাত এটা এৰৰ ডিচপ্লে হৈ থাকে৷ |
1:10:00 | এতিয়া এই ডুলটো টাৰমিনেল উইণ্ড’ত আহিব৷ গতিকে আমি টাৰমিনেলত ডুল ৰিপটিং এটা দেখিম৷ |
1:20:00 | এতিয়া ইনপুটিং, আউটপুটিং আৰু ডুল ৰিপটিং, কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্ঘ্য৷ |
1:24:00 | পুনৰ নিৰ্দেশৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব সেইকেইটা হ’ল ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷ |
1:31:00 | এটা লিনাক্স চেলে বেচৰ দৰে ইনপুট গ্ৰহণ কৰে আৰু আউটপুট এৰি দিয়ে চিকুৱেঞ্চৰ ৰুপত বা ষ্ট্ৰিমচ ৰ কেৰেক্তাৰৰ ৰুপত৷ |
1:37:00 | এটাৰ আগত বা পাছত প্ৰতিটো কেৰেক্টাৰেই স্বাধীন৷ |
1:41:00 | ফাইল ১০ টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমচবোৰ একচেচড কৰা হয়৷ |
1:44:00 | এইটোৰ লগত কোনো সম্পৰ্ক নাই, কেচুৱেল ষ্ট্ৰিম অব্ কেৰেক্টাৰ আহে বা নাহে বা কোনো ফাইললৈ ঘায় নে, এখন কীবৰ্ড, এখন উইণ্ড ইত্যাদি৷ |
1:51:00 | লিনাক্সত, সকলো খোলা প্ৰচেচৰ ফাইল ইন্টেজাৰ নম্বৰৰ লগত লগ হৈ থাকে৷ |
1:57:00 | এইবোৰ নাম্বাৰিক ডেলুচ ফাইল দেচক্ৰিপটৰচ বুলি জনা ঘায়৷ |
2:05:00 | লিনাক্স চেলবোৰে তিনিটা ষ্টেনৰ্ডাড আই/ও ষ্ট্ৰিম ব্যৱহাৰ কৰে৷ |
2:08:00 | প্ৰত্যেকেই পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ হৈ থাকে৷ |
2:12:00 | স্টিডিন হ’ল বিশেষ ইনপুট ষ্ট্ৰিমচ৷ |
2:15:00 | এইটোয়ে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে৷ |
2:17:00 | এইটোৰ ফাইল দেচক্ৰিপটৰ আছে৷ |
2:19:00 | stdout হ’ল বিশেষ আউটপুট ষ্ট্ৰিম |
2:22:00 | এইটোয়ে আউটপুটৰ পৰা কামাণ্ডচ্ প্ৰদৰ্শন কৰে৷ ইয়াৰ ফাইল দেচক্ৰিপটৰ আছে৷ |
2:26:00 | এচ ডি আৰ আৰ এটা বিশেষ ডুল ষ্ট্ৰিম৷ ই কমাণ্ডৰ পৰা ডুল ঘে ওলিয়াই দি প্ৰদৰ্শন কৰে৷ ইয়াত আছে ফাইল বিৱৰণকাৰী৷ |
2:36:00 | ইনপুট ষ্ট্ৰিমে ইনপুটটো প্ৰগ্ৰেমলৈ ঘোগান ধৰে৷ |
2:40:00 | ডিফল্টৰ ডৰিয়তে ইয়াৰক টাৰমিনেল কিষ্ট্ৰোকৰ পৰা লোৱা হয়৷ |
2:44:00 | টাৰমিনেলটো প্ৰকৃততে এটা এএছচিআই আই টাই ৰাইটাৰ আছিল বা ডিচপ্লে টাৰমিনেল৷ |
2:47:00 | কিন্তু এতিয়া এটা গ্ৰাফিকেল ডেক্সটপৰ ওপৰৰ বাবে এখন টেক্সট উইণ্ড৷ |
2:52:00 | আমি দেখো ঘে, ষ্ট্ৰিমচ বোৰ ফাইল কিছুমানৰ লগত ডিফল্টৰ দ্বাৰা সংঘোগ কৰা থাকে৷ |
2:56:00 | কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰটো সলনি কৰিব পাৰো৷ |
3:01:00 | এই প্ৰক্ৰিয়াটোক পুৰ্নিনিৰ্দেশ বুলি কোৱা হয়৷ |
3:04:00 | আমরা এই 3 প্রবাহ অন্যান্য ফাইল সাথে সংযোগ করতে পারবে. |
3:07:00 | এই প্রক্রিয়াটি ফেরৎ বলা হয়. |
3:09:00 | এতিয়া আমি চাম কেনেকৈ ষ্ট্ৰিমত পুননিৰ্দেশ কৰা হয়৷ |
3:14:00 | প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷ |
3:17:00 | we redirect standardin from a file, using the < (left angled bracket) operator. |
Let us see how. | |
এতিয়া আমি চাম কেনেকৈ৷ | |
3:22:00 | আমি জানো ঘে এটা ফাইলৰ সংখ্যা, শব্দ আৰু চৰিত্ৰ জানিবৰ বাবে আমি ডব্লিউ চি কমাণ্ড ব্যৱহাৰ কৰো৷ |
3:28:00 | টাৰমিনেল উইণ্ড’ত ডব্লিউ চিটো টাইপ কৰক৷ |
3:31:00 | এতিয়া এন্টাৰটো হেঁচি দিয়ক৷ |
3:32:00 | কি ঘটিল? আমি এটা ব্লিংকিং কচিৰ পাম৷ এইটো মানে কি বৰ্ডত এন্টাৰৰ প্ৰয়োজন৷ |
3:37:00 | কিছুমান এন্টাৰৰ টেক্সট কয়, ‘‘এই টিউটৰিলেয়টো বৰ প্ৰয়োনজনীয়৷’’ |
3:46:00 | এতিয়া এন্টাৰটো হেঁচি দিয়ক৷ |
3:48:00 | এতিয়া চিটিআৰএল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক৷ |
3:52:00 | এতিয়া আমি এন্টাৰড বুলি কামাণ্ড টোৱে কাম কৰিব৷ |
3:55:00 | কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুটত দিব৷ |
3:57:00 | এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷ |
4:01:00 | সেয়ে ইষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে৷ |
4:04:00 | এতিয়া কি বৰ্ডলৈ ডুল সংঘোগ কৰে৷ ষ্টেৰ্ডাড ইনপুত ষ্ট্ৰীম হব৷ গতিকে ডব্লিউ চত্ৰি কি বৰ্ডৰ পৰা ইনপুত লব৷ |
4:12:00 | Now if we write |
"wc space 'left-angled bracket" space test1 dot txt" | |
‘‘ডব্লিউ স্পেচ’’ লেফট এংগেল্ড ব্ৰেকেট স্পেচ জট টি এমটি৷ | |
4:19:00 | কি ঘটিল ঘে ফাইল টেষ্ট ১ ডট টিএক্সটিত ডব্লিউ সী এ লাইনৰ সংখ্যা, শব্দ আৰু চৰিত্ৰৰ বিষয়ে কব৷ |
4:27:00 | Now type |
"wc space test1 dot txt" | |
ডব্লিউ সী স্পেছ টেষ্ট ৰ ডট টেক্সট | |
4:34:00 | আমি একোটা ফলকে দেখিম৷ |
4:37:00 | গতিকে পাৰ্থক্যটো কি? |
4:39:00 | ঘেতিয়া আমি লিখো ডব্লিউ স্পেছ টেষ্ট ১ ডট টেক্সট কামাণ্ডটোৱে ফাইল টেষ্ট ১ ডট টেক্সট টো খোলে আৰু ইয়াৰ পৰা অধ্যয়ন কৰে৷ |
4:46:00 | কিন্তু ঘেতিয়া আমি লিখো ডব্লিউ সি স্পেছ লেক্ট এংগেলড ব্ৰেকেট টেষ্ট ১ ডট টেক্সট তেতিয়াও কোনো খুলিবলৈ নাপায়৷ |
4:53:00 | পৰিবৰ্ত্তে, ই ষ্টেনডাৰদিনৰ পৰা ইনপুটটো পিক আপ কৰাটো তদাৰক কৰে৷ |
4:57:00 | এতিয়া আমি ষ্টেনডাৰডিনটোক ফাইল টেষ্ট ১ ডট টেক্সট লৈ নিৰ্দ্দেশ দিলো৷ |
5:01:00 | গতিকে টেষ্ট ১ ৰপৰা কামাণ্ডটোৱে অধ্যয়ন কৰে৷ |
5:04:00 | কিন্তু আচলতে আকস্মিক বিষয় ঘে ডাটাটো ষ্টেণ্ডাৰদিনলৈ ক’ৰ পৰা আহিল৷ |
5:10:00 | গতিকে আমি দেখা পালো কেনেকৈ ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড এৰ’ৰ ৰি ডাইণেক্ট কৰে৷ |
5:12:00 | ধৰক, এফাইল ডেছক্ৰিপ্তৰটোলৈ চাই চিংগল ৰাইট-এংগেল ব্ৰেকেট ৰি ডাইৰেক্টছ আউটপুত ক্ৰম ফাইল ডেছক্ৰিপ্তৰ টো এ ফাইল৷ |
5:17:00 | ৰিডাইৰেক্ট আউটপুট বা এৰৰ টু এ ফাইল কৰিবলৈ দুই ধৰণৰ পথ আছে৷ |
5:20:00 | Suppose, n refers to the file descriptor. |
redirects output from file descriptor n to a file. | |
থেকে ফাইল বর্ণনাকারী n একটি ফাইল ফলাফল পুননির্দেশ. | |
5:29:00 | আপুনি ফাইল ক্ষমতা বিষয়ে লিখিবই লাগিব৷ |
5:32:00 | ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷ |
5:35:00 | ঘদি এইটোৰ স্থিতি থাকে স্থিতি মুক্ত সুচী বাস্তৰিকতে কোনো সাৱধান নো হোবাকৈ শেষ হৈ ঘায়৷ |
5:40:00 | এন ডাবল ৰাইট-এংগেল ব্ৰেকেটছ এ ফাইল ডেছক্ৰিপ্তৰ এন পৰা আউটপুতক এটা ফাইললৈ ৰি ডাইৰেক্ট কৰে৷ |
5:47:00 | আকৌ আপুনি ফাইলটোলৈ অধিকাৰ লিখিবই লাগিব৷ |
5:50:00 | ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷ |
5:52:00 | ঘদি এইটোৰ স্থিতিশীল, আউটপুটটো স্থিতিশীল ফাইলৰ লগত সংলগ্ন হৈ ঘায়৷ |
5:59:00 | n in n single right angle bracket or n double right angle bracket য়ে ফাইল ডেক্সক্ৰীপ্টৰক সূচায়৷ |
6:05:00 | ঘদি এইটো বাদ দিয়া হয়, তেতিয়া ষ্টেনডাৰ্ড আউটপুট ঘেনেফাইল ডেচক্ৰিপ্তৰটোক গ্ৰহণ কৰা হয়৷ |
6:10:00 | গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷ |
6:15:00 | কিন্তু এৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ আপুনি ৰাইট এংগোল ব্ৰেকেট বা ডাবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব৷ |
6:22:00 | এইটো আমি ব্যৱহাৰিক ডাৱে চাবলৈ চেষ্টা কৰিম৷ |
6:24:00 | শেষৰ উদাহৰনৰ পৰা আমি দেখিলো ঘে এটা ফাইলৰ ওপৰত ডব্লিউ সী কামাণ্ডটো বা ষ্টেন্ডাৰ্ডিন টো টাৰ্মিনেল উইনডত প্ৰদৰ্শিত |
6:31:00 | কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিছাৰো? |
6:34:00 | আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷ |
6:38:00 | ডুলৰ কৰিয়তে ডব্লিউ সী এষ্টেন্ডাৰ্ডআউটলৈ ইয়াৰ আউটপুট লিখে৷ |
6:42:00 | ষ্টেন্ডৰ্ডাআউটটো টাৰ্মিনেল লৈ ডু সংঘোগৰ দ্বাৰা হয়৷ |
6:45:00 | গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷ |
6:48:00 | কিন্তু ঘদি আমি ষ্টেণ্ডাৰ্ড আউটটো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব, পাৰো, তেতিয়া আউটপুতটো ডব্লিউ সী কামাণ্ডৰ পৰা সেই ফাইললৈ লিখিব৷ |
6:57:00 | Say we write |
"wc space test1 dot txt 'right-angled bracket' wc_results dot txt" . | |
"বাথরূম স্থান test1 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results". | |
7:09:00 | এন্টাৰ প্ৰেছ কৰক৷ |
7:11:00 | এতিয়া চাবৰ বাবে ঘ’ত এইটো সচাকৈয়ে ঘটিছে, সী-এ-টী কামাণ্ডৰ ৰিজাল্টৰ সূচীখন আমি প্ৰদৰ্শন কৰিব পাৰো৷ |
7:23:00 | হয়, ইয়াৰ আছে৷ |
7:24:00 | ধৰক একেখন ডাইৰাক্টৰীত আমি অন্য এটা ফাইল টেষ্ট ২ আছে৷ |
7:30:00 | Now we again execute the command with test2 file. We type |
"wc space test2 dot txt 'right-angled bracket' wc_results dot txt" | |
"বাথরূম স্থান test2 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results" | |
7:44:00 | গতিকে ফাইল ডব্লিউ সী ৰিজল্টবোৰৰ সুচীবোৰ অডাৰ ৰাইটেন হ’ল হেতেন৷ |
7:48:00 | এইটো চাওঁ আহক৷ |
7:56:00 | ইতিমধ্যে file wc underscore results dot txt" ৰ বৰ্ত্তমানৰ সূচীবোৰ নতুন সূচীবোৰ ওপৰাওপৰিকৈ লিখা নহয়৷ |
8:07:00 | wc underscore results dot txt ফাইলৰআগতে উপস্থিত থকা নতুন কনটেক্সটত অডাৰ ৰাইট কৰা নহব৷ |
8:15:00 | এইটোও আমি চাওঁ আহা৷ |
8:26:00 | বিশেষ ডুলটো একেদৰেই ৰিডাইৰেক্ট কৰা হৈছে৷ |
8:29:00 | মাত্ৰ পাৰ্থক্য এইটো ঘে ইয়া (আমি উল্লেখ কৰা প্ৰয়োজন ঘে) ৰাইট এনগেলে ব্ৰেকেট বা ডাবোল ৰাইট এংগোল ব্ৰেকেট চাইনৰ আগত বিশেষ ডুলৰ ফাইল দেচক্ৰিপ্টৰ নম্বৰটো উল্লেখ কৰা প্ৰয়োজন৷ |
8:38:00 | Like we know that their exists no file by the name aaa write the following |
"wc space aaa" | |
8:46:00 | চেলটোয়ে ডুলটো দিব এনে কোনো ফাইল বা ডাইৰেক্টৰি নাই৷ |
8:50:00 | এতিয়া আমি কোনো ডুল খবৰ স্ক্ৰিনত চাব নিবিচাৰো ৷ সিহঁতক কিছুমান অন্য বেলেগ ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷ |
8:55:00 | For this we may give the command |
"wc space aaa space 2 'right-anged bracket' errorlog dot txt" | |
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷ | |
9:06:00 | এতিয়া ডুলটো টাৰমিনেলত দেখুৱা নহ’ব বৰং এইটষা ফাইলৰ errorlog dot txt হে লিখিব৷ |
9:12:00 | we can see this by the command |
"cat space errorlog dot txt"
| |
9:22:00 | Now suppose that I make some other error by running the command |
"cat space bbb space 2 'right-angled bracket' errorlog dot txt". | |
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷ | |
9:34:00 | আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ |
9:39:00 | চোৱা cat space errorlog dot txt" |
9:46:00 | But what if we want to list all errors?? |
"wc space aaa space 2 'right-angled bracket' twice errorlog dot txt" | |
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷ | |
9:58:00 | আমি এইটো কেট কামাণ্ড ব্যৱহাৰ কৰি চেক কৰিম৷ |
10:06:00 | আমি দেখিছো কেনেকৈ তিনিটা ষ্ট্ৰিমে ষ্ট্ৰোণ্ডাৰ্ড আউট, ষ্টেণ্ডাৰ্ড ইন আৰু ষ্টেণ্ডাৰ্ড ইৰতে বেলেগ বেলেগ ৰিডাৰেক্টআৰু মেনপুলেট কৰিছে৷ কিন্তু প্ৰকৃত শক্তিটোক জুখিব ঘেতিয়া আমি ষ্ট্ৰিম কেইটাক একলগে মেনিপুলেট কৰিব পাৰোঁ৷ ঘিটো বেলেগ - বেলেগ ষ্ট্ৰিমক লগত সংঘুক্ত হৈ থাকে৷ |
10:20:00 | এই পদ্ধতিকটোক পাইপলাইনিং বোলে৷ |
10:22:00 | পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ |
10:25:00 | চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷ |
10:30:00 | It looks like |
কামাণ্ডডাৰটিকেল বাৰ কামাণ্ড হাইফনে অপচন ডাৰটিকেল বাৰ কামাণ্ড হাইফেন অপচন হাইফনে ডাৰটিকল বাৰ কামাণ্ড৷ | |
10:46:00 | ধৰক আমি মুঠ ফাইলৰ সংখ্যা আৰু কাৰেন্ট ডিৰেক্টৰীত থকা ডিৰেক্টৰীৰ কথা জানিবলৈ বিছাৰো৷ |
10:51:00 | What we can do? We know |
"ls space minus l" will list all files and directories of the present directory. | |
"ls space minus l" য়ে প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷ | |
10:58:00 | We can redirect the output to a file |
"ls space minus l 'right-angled bracket' files dot txt" | |
"ls space minus l 'right-angled bracket' files dot txt" | |
11:08:00 | Run "cat space files dot txt" |
11:14:00 | এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷ |
11:17:00 | গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জোখে আমি ফাইলচ ডট টেক্সট টো আমাৰ উদ্দশ্যৰ কামত ব্যৱহাৰ কৰিব৷ |
11:24:00 | এইটো আমি কৰিব পাৰো কামাণ্ডটো "wc space minus l files dot txt" ব্যৱহাৰ কৰি৷ |
11:32:00 | ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷ |
11:35:00 | প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ here files dot txt . |
11:40:00 | ঘদি প্ৰথম কামাণ্ডটোৱে কিছু তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অ প্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷ |
11:46:00 | ঘদি আমি চেইন চেডেৰেল কামাণ্ডো বিচাৰো এই পদ্ধতিটোলেহেম৷ |
11:50:00 | We can do it much easily using pipes like this . We write |
"ls space minus l 'vertical bar' wc space minus l" | |
"ls space minus l 'vertical bar' wc space minus l" | |
12:01:00 | আৰু অতি সহজতে আমি একোফল পাব পাৰো৷ |
12:06:00 | কামাণ্ডৰ বাবে ইনপুত হিচাপে কামাণ্ডৰ পৰা আউটপুতটো ঘায়৷ |
12:10:00 | পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷ |
12:15:00 | পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ ডিচপ্লেছৰ অধ্যয়ন৷ |
12:19:00 | টাইপ কৰক "cd space slash user slash bin". |
12:24:00 | গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷ |
12:28:00 | এতিয়া "ls minus l" ৰান কৰক৷ |
12:31:00 | আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰিবলৈ ব্যৱহাৰ কৰো তাক পাৰিম৷ |
12:37:00 | তালিকাৰমাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷ |
12:41:00 | ইয়াৰ পৰা উলাই আহিবলৈ ‘কিউ’ প্ৰেছ কৰক৷ |
12:45:00 | এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷ |
12:48:00 | আৰু বহুতো অধিক কামাণ্ড আছে৷ |
12:50:00 | তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷ |
12:54:00 | মেনটো ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷ |
12:58:00 | কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷ |
13:04:00 | এইটোৱে মোক টিউটৰিয়লৰ শেষলৈলৈ আনিব৷ |
13:07:00 | স্পকেন টিউটৰিয়েলছ টিটছাৰ প্ৰজেক্টৰ কথাৰ এটা অংশ ৰ জৰিয়তে শিক্ষা বিষয়ত নেচনেল মিচনে সমৰ্থন কৰিছে৷ |
13:15:00 | অধিক তথ্যৰ বাবে এই একে বিষয়ত নিম্নাক্ত লিংকত উপলব্ধ৷ |
13:19:00 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷ |