Linux/C2/Basic-Commands/Assamese
From Script | Spoken-Tutorial
Time | Narration |
0:00 | লিনাস্ক অপাৰেটিং চিষ্টেমত বন্ধু সকল আপোনাসবক স্বাগতম৷ |
0:05 | এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷ |
0:10 | মই ইউবুল্টো দিৰ পইন্ট ফ’ৰ ব্যৱহাৰ কৰিছো৷ |
0:12 | আদি ধৰি লৈছো ঘে কেনেকৈ লিনাস্ক অপাৰেটিং চিষ্টেম আৰম্ড কৰে তাক আপুনি জানে৷ |
0:17 | ঘদি আপোনি আগ্ৰহী তেন্তে এই অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি ৱেবছাইট http://spoken-tutorial.org ত উপলব্ধ৷ |
0:26 | এই টিউটৰিয়েলত আমি চাম ঘে কামাণ্ডচবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি? |
0:33 | তাৰ পিছত কামাণ্ড ব্যৱহাৰ কৰি কেনেকৈ লিনাক্সত সহায় পাব পাৰি তাক শিকিম৷ |
0:39 | এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি •’’ |
0:43 | সাধাৰণ ডাষাত ক’ব পাৰি ঘে লিনাক্স কামাণ্ডহ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷ |
0:52 | লিনাক্স কামাণ্ডবোৰ স্বাধীন আৰু চাৰিটা কেৰেকতকৈ দীঘলীয়া উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷ |
0:59 | কামাণ্ডৰোব ল’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচডিত্তিক এটা উদাহৰণ চাউ |
1:05 | এপ্লিকেচন মেনুলৈ ঘাওক৷ |
1:08 | একচ্চেৰিজ চিলেক্ট কৰি অপচনবোৰত থকা টাৰমিনেলত ক্লিক কৰক৷ |
1:14 | বা টাৰমিনেলত উইন্দো অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t প্ৰেছ কৰক৷ |
1:20 | এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডা কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷ |
1:29 | হু টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ |
1:34 | ইউজাৰৰ নাম লগ’ড ইন হোৱা আমি দেখিম৷ আচলতে অলপ আগতে কামাণ্ডড আৰু সেয়া চিষ্টমত হু লগ’দ ইন হোৱা দেখুৱায়৷ |
1:47 | প্ৰকৃত ইয়াৰ কাম হ’ল কামাণ্ডবোৰ একচনলৈ আনা ঘিবোৰ আছলতে কিছুমান আখৰহে৷ |
1:54 | এইটোৱেই কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম ঘাক shell বুলিও কোৱা হয়৷ |
1:59 | আমি প্ৰগাম হিচাপে এটা shell লব পাৰো ঘি লিনাস্ক আৰু আমাৰ মাজত ইন্টাৰফেচ হিছাপে তাকিব৷ |
2:08 | অপাৰেটিং চিষ্টেমৰ উলোৱা কামাণণ্ডবোৰ দিয়াৰ অনুমিত দিয়ে৷ |
2:13 | লিনাস্কত বিডিন্ন ধৰণৰ shell ইনষ্টল কৰা হয়, ইউজাৰ বিলাকে নিজৰ পচন্দমতে বাছি লব পৰাকৈ৷ |
2:22 | লিনাস্কতসদায় bin/sh ধৰণৰ উচ্চ খাপৰ SHell বোৰ ইনষ্টল কৰা হয় ঘাক bash কোৱা হয় GNU Bourne-Again SHell টো GNU ৰ পৰা tools ৰে পৰিপূৰ্ণ৷ |
2:35 | এই টিউটৰিয়েলত থকা কামাণ্ডবোৰ জেনেৰিক আৰু এইবোৰ অলপ বৰ্তনেৰে প্ৰায়বোৰ লিনাস্কত ৰান হয়৷ |
2:44 | ইয়াত আতি তথাপিও bash বোৰ shell হিচাপে ডেমচট্ৰেচন দিবলৈ ব্যৱহাৰ কৰিম৷ |
2:51 | কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷ |
2:58 | অন্য shell বোৰ ত অৰ্ন্টডূক্ত হয় ঘোনবোৰ প্ৰকৃত Bourne shell Unix shell, C Shell আৰু Korn shell ¸ |
3:08 | কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ |
3:11 | লৈ ঘাব লাগিব আৰু ডাঙৰ বৰ্ণৰ SHELL ত কামান্ড echo space dollar টাইপ লাগিব আৰু প্ৰেছ দবাব লাগিব৷ |
3:27 | স্বাডাবিকতে আউটপুট হৈছে /bin/bash আমাক bash shell দিয়ে৷ |
3:34 | এইটো এটা পথ ঘাব দ্বাৰা আমি বিডিন্ন ধৰণৰ shells একটিডেট কৰিব পাৰোঁ৷ |
3:42 | কামাণ্ডচ বোৰ প্ৰকৃততে ফাইলছ ধাৰণা কৰি থকা প্ৰগ্ৰেমছ প্ৰায়েই C ত লিখা হয়৷ |
3:47 | directories ত এইবোৰ কনটেইনিং কৰা হয়৷ ক’ত এই কমান্দবোকৰ জমা হৈ আছে তাক বিচাৰি উলিয়াবলৈ, আমি কমাণ্ড ব্যৱহাৰ কৰিব পাৰো৷ |
3:55 | কামান্ড প্ৰৰ্ম্পট টাইপ কৰক৷ Type--space-- ps আৰু এনটাৰ দবাওক৷ |
4:03 | এইটোৱে দেখাব ঘে টো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷ |
4:09 | ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell য়েডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইল তো বাছি ল’ব৷ |
4:18 | ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হবে, নহলে কামাণ্ড নট ফাউন্ড বুলি ডূল দেখৱাব৷ |
4:27 | PATH ডেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷ |
4:34 | এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ড’লাৰ PATH টাইপ কৰক৷ |
4:44 | ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷ |
4:52 | কামাণ্ডছৰ কথোপকঠনত, আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷ |
4:57 | লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷ |
5:02 | এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷ |
5:07 | এ অধিকাংশ commands এই প্রকৃতির হয়. কিন্তু কিছু commands যার আছে
shell মধ্যে বাস্তবায়ন এবং লিখিত তারা পৃথক files রূপে উপস্থিত না থাকার হয়. |
5:18 | এইবোৰ ইন্টাৰনেল কামাণ্ড৷ |
5:20 | কামাণ্ড, প্ৰকৃততে ইন্টাৰনেল কামাণ্ডহে ঘিবোৰ আমি পিছত দেখা পাম৷ |
5:25 | টাৰমিনেলৈ ঘাওক আৰ কামাণ্ড টাইপ কৰক৷ |
5:33 | type স্পেচ আৰু echo এন্টাৰ ডবাওক৷ |
5:40 | আউটপুট দেখায় একটি শেল বুলেটিন হিসাবে প্রতিধ্বনি. |
5:43 | সুতরাং পরিবর্তে একটি ফাইল নামকরণ এটা দেখানো যে echo কমান্ডের বাস্তবায়ন হল অভ্যন্তরীণ
শেল. সুতরাং অভ্যন্তরীণ কমান্ডের বলা হয়. |
5:56 | আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷ |
6:01 | কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব পাৰে, ঘিবোৰ ষ্পেচেৰে পৃথক হৈ থাকে৷ |
6:08 | প্রথম শব্দ দ্বিতীয় কেস ইন হল কমান্ডের প্রকৃত নাম যখন অন্যান্য শব্দের
হয় আর্গুমেন্ট. |
6:16 | এৰেঞ্জমেন্টবোৰ অপচন বা এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷ |
6:20 | এটা কামাণ্ডে অপচনৰ ওপৰত ডিত্তি কিৰ বিডিন্ন কাম কৰিব পাৰে৷ |
6:26 | সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক বা চৰ্ত অপচন্ বোলে৷ |
6:35 | ইন্টাৰনেট উইন্দোলৈ ঘাওক আৰু কামাণ্ডড টাইপ কৰি আউটপুট চাওক৷ |
6:40 | টাৰমিনেল উইন্ডোলৈ ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷ |
6:44 | এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ |
6:49 | আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷ |
6:55 | ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷ |
7:04 | টাৰমিনেল উইন্ডেলৈ ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷ |
7:11 | এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷ |
7:19 | আকৌ টাৰমিনেল ক্লিয়েৰ কৰিবলৈ clear টাইপ কৰক৷ |
7:23 | এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷ |
7:32 | |
7:40 | লিনাক্সত বহুত পৰিমানৰ কামাণ্ড থাকে৷ |
7:45 | ঘাৰ প্ৰত্যেকৰে বিডিন্ন অপচন থাকে৷ |
7:48 | কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম? |
7:55 | প্ৰত্যেকতে এইটো কৰিব লগা নহয়৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷ |
8:01 | man কামাণ্ড সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায়৷ |
8:08 | ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷ |
8:16 | আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷ |
8:30 | বাহিৰলৈ আহিবলৈ q ডবাওক৷ |
8:35 | man হ’ল চিষ্টেমৰ মেনৱেল পেজাৰ৷ দিয়াৰ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম উইটিলিটি বা ফাংচ’ন’ৰ নামহে৷ |
8:43 | এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷ |
8:49 | ঘদি এটা চেকচন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷ |
8:55 | ডিফল্ট উপলব্ধ বিভাগের সব, অনুসন্ধানের জন্য একটি প্রাক সংজ্ঞায়িত ক্রম অনুসরণ করতে এবং হল
শুধুমাত্র প্রদর্শন প্রথম পৃষ্ঠা পাওয়া যায়নি, এমনকি যদি কয়েকটি বিভাগে এ পৃষ্ঠায় উপস্থিত থাকে. |
9:07 | আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷ |
9:14 | টাৰমিনেললৈ ঘওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷ |
9:23 | ওলাই আহিবলৈ q পৰেচকৰক৷ |
9:26 | man কামাণ্ডৰ বহুত অপচন থাকে৷ |
9:30 | ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ বেতিয়াবা কি কৰিব লাগে জানো কিন্তুআদি তাৰ একজেক্ট কামাণ্ড নাজানো৷ তেতয়া আমি কৰিব লাগে৷ |
9:41 | man য়ে- k অপচন আবঢ়ায় ঘি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷ |
9:50 | উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷ |
9:56 | সেয়ে আমি কামাণ্ড প্ৰমটলৈ ঘাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷ |
10:12 | এখন আমরা কি আসলে আমরা প্রয়োজন দেখুন এই কমান্ড প্রত্যেক খঁজতে পারেন. |
10:17 | এই একেটা কামকে এপ্ৰপ’ছ কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷ |
10:21 | কামাণ্ডত প্ৰমট এপ্ৰপচ স্পেচ directories টাইপ কৰি এন্টাৰ ডবাই আউটপুট চাওক৷ |
10:36 | কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷ |
10:40 | সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f.ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷ |
10:52 | টাৰমিনেলৈ ঘাকে আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
10:58 | এতিয়া whatis স্পেচ ls  টাইপ কৰি এন্টাৰ দিয়ক৷ |
11:06 | কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷ |
11:13 | তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷ |
11:18 | কামাণ্ড প্ৰমটাল গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷ |
11:29 | মইস্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলাঅপচন দেখা পাওঁ৷ |
11:45 | এয়েই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ অংশটোৰ সকেলাখিনি৷ |
11:56 | তলত দিয়া লিংকটোত এই বিষয়ে আৰু বহুতো ইনফৰমেছন থাকিব৷ |
12:00 |
এই স্ক্ৰিপ্টটো - দ্বাৰা অনুদিত আৰু - ৰ (ঠাইৰ নাম) - দ্বাৰা (ৰেকৰ্ডাৰৰ নাম) (অনুবাদকৰ নাম) চাইনিং অফ৷ শুড বিদায়৷ |