PHP-and-MySQL/C4/Cookies-Part-2/Assamese
From Script | Spoken-Tutorial
Revision as of 11:00, 6 March 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | স্বাগতম । মূলভাব চাওঁ - কুকি (cookie) টিউট’ৰিয়েলটোৰ প্ৰথম অংশত, আমি কুকিজ (cookies) কেনেকৈ বনোৱা হয় , কুকিটোলৈ কেনেকৈ এটা এক্সপায়াৰি তাৰিখ দিয়া হয় আৰু কেনেকৈ নিৰ্দিষ্ট কুকিজ ছপা কৰা হয় শিকিলো |
00:13 | ইয়াত এই কমান্ড (command) ব্যৱ্হাৰ কৰি, লগতে কেনেকৈ আমি জমা কৰা প্ৰতিটো কুকি (cookie) ছপা কৰা হয় শিকিলো |
00:18 | গতিকে, আমি এই কুকিজ বনালো বুলি ভাবি লৈ, মই কৰিবলগা পাছৰ বস্তুটো হৈছে - ইয়াত এই নিৰ্দিষ্ট কুকি (cookie)টো ব্যৱ্হাৰ কৰিম যি মই বনালো, পৰীক্ষা কৰিবলৈ ই উপলদ্ধ হয় নে নহয় |
00:28 | তাক কৰিবলৈ, আমি isset() নামৰ এটা ফাংচন ব্যৱ্হাৰ কৰিম |
00:32 | ই মূলত এটা ট্ৰু (true) বা ফলচ (false) মান ঘূৰাই দিয়ে কিবাএটা সজোৱা হৈছে নে নাইৰ ওপৰত নিৰ্ভৰ কৰি |
00:37 | উদাহৰণস্বৰূপে, এটা কুকি । মই এটা ডলাৰ চিহ্ন তাৰপাছত আন্দাৰস্ক’ৰ কুকি (cookie) দিম |
00:42 | আৰু মই ইয়াত নেম ('name') দিম |
00:46 | গতিকে, যদি মই ইয়াক ইংৰাজী ভাষাত পঢ়ো তেন্তে মই ক’ম - |
00:49 | যদি কুকি নামটো সজোৱা হয় তেন্তে আমি কওঁ একৌ “কুকি (Cookie) ইজ (is) চেত (set)” |
00:57 | অন্যথা আমি উপভোক্তালৈ একৌ (echo) কৰিম যে “কুকি (Cookie) ইজ (is) নত (not) চেত (set)” |
01:01 | মই মোৰ কুকি (cookie) সজালো আৰু সকলোৱে কাম কৰি আছে বুলি ভাবি লৈ, যেতিয়া মই ইয়াক ৰিফ্ৰেছ কৰো মই বাৰ্তাটো পাওঁ যে “কুকি (Cookie) ইজ (is) চেত (set)” |
01:11 | এতিয়া মই আপোনাক কুকি (cookie) এটা কেনেকৈ আনচেত ('unset') কৰা হয় শিকাম |
01:14 | গতিকে, আহক কওঁ ইয়াত - আমাৰ ইফ (if) ষ্টেতমেন্তটোৰ আগতে, মই মোৰ কুকিটো আনচেত কৰিব বিচাৰো |
01:20 | গতিকে, কুকি এটা আনচেত কৰো গতিকে, এটাক নাম দিবলৈ, মই এই কুকি আনচেত কৰিম, |
01:25 | ভাবি লৈ যে যদি আপুনি এইটোক আনচেত কৰিবলৈ শিকে, আপুনি এইটোকো আনচেত কৰিব পাৰিব |
01:31 | গতিকে, মই এই নেম ("name") কুকি (cookie) আনচেত কৰিম |
01:34 | গতিকে, আনচেত কৰিবলৈ, আমি একেটা কমান্ড ব্যৱ্হাৰ কৰো আৰু সি হৈছে 'setcookie()' |
01:39 | গতিকে আমি কুকি এটা পুনৰ সজাইছো |
01:41 | ই একো অৰ্থ বুজোৱা নাই কিন্তু ই সোনকালে বুজাব |
01:45 | এতিয়া আমি কুকি নেমটো একো নোহোৱালৈ সজাম |
01:49 | আৰু আমাৰ এক্সপায়াৰি তাৰিখটো ইয়াত... |
01:51 | মই "$exp_আনচেত(unset)"ৰ সৈতে নতুন এটা বনাম |
01:55 | আৰু সি সমান হ’ব টাইম বিয়োগ 86400 |
02:01 | ইয়াত, আমি কৈছিলো যোগ যি বুজায় যে সময়টো ভবিষ্যতত |
02:05 | এতিয়া কুকিটোক এই ভেৰিয়েবলটোলৈ সজাই যি ভবিষ্যতত এটা সময়ক সূচায়, আমি প্ৰকৃততে কুকিটোক আনচেত কৰিছো |
02:13 | গতিকে । যদি মই কওঁ - কুকি এটা সজাওক যি ইতিমধ্যে উপলদ্ধ নেম নামেৰে, ন’ ভেলুলৈ ('no value') |
02:20 | আৰু “$exp_আনচেত(unset)” ভেৰিয়েবলটো ব্যৱ্হাৰ কৰক ইয়াক ভবিষ্যতত এটা সময়লৈ সজাবলৈ, যাৰদ্বাৰা আমাৰ কুকিটো আনচেত হয় ('unsetting') |
02:28 | গতিকে, এতিয়াৰ বাবে মই এই ক’ডৰ পৰা পৰিত্ৰাণ পাম আৰু এই পৃষ্ঠাটো চলাম, ঠিক আছে? |
02:34 | একো নহ’ল মোৰ কুকিটো আনচেত হ’ল বুলি ভাবিলৈ |
02:40 | এতিয়া মই এই ক’ডৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছো - গতিকে মই ইয়াক কমেন্ত (comment) কৰিম |
02:45 | আৰু মই মোৰ ইফ (if) ষ্টেতমেন্তটো পুনৰ পৃষ্ঠাটোত থ’ম |
02:48 | এতিয়া ধৰিলওঁ ই কয় - নেম কুকিটো সজোৱা হ’লনে? মই কুকিটো আনচেত কৰিম যি “কুকি (Cookie) ইজ (is) নত (not) চেত (set)” ফলাফলটো পাব লাগিব |
02:56 | আহক ৰিফ্ৰেছ কৰো আৰু আমি “কুকি (Cookie) ইজ (is) নত (not) চেত (set)” পালো |
03:02 | আৰু তাৰপাছত ইয়াৰ পৰা আপুনি ইয়াক পুনৰ সজাব পাৰে যদি আপুনি বিচাৰে আৰু আপুনি কুকিটোৰ মানসমূহ সলাব পাৰে |
03:08 | কুকি এটাৰ মানটো সলাবলৈ, আপুনি পুনৰ 'setcookie()' কমান্ডটো ব্যৱ্হাৰ কৰিব লাগিব |
03:13 | আপুনি ক’ব - চেত কুকি (set cookie) নেম ("name") আৰু ইয়াত এটা নতুন মান লিখক |
03:17 | গতিকে, কুকিজৰ (cookies) সৈতে কাম কৰিবলৈ কঠিন নহয় |
03:19 | ই এটা সহজ প্ৰক্ৰিয়া |
03:21 | আৰু phpত ই এটা অতিশয় দৰকাৰী বস্তু |
03:23 | গতিকে, আপোনাৰ হৃদয়ৰ বিষয়বস্তুলৈ ইয়াক ব্যৱ্হাৰ কৰক । ঠিক আছে । দৰ্শনৰ বাবে ধন্যবাদ |
03:27 | যদি আপোনাৰ কিবা প্ৰশ্ন আছে, অনুগ্ৰহ কৰি মোক জনাব |
03:30 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় |