PHP-and-MySQL/C3/MySQL-Part-8/Assamese

From Script | Spoken-Tutorial
Revision as of 10:56, 6 March 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 পুনৰ স্বাগতম ! আমাৰ পূৰ্বৰ টিউটৰিয়েলত, আমি কি সলাবলৈ গৈছো আৰু কেনেকৈ সলাম তাক প্ৰতিষ্ঠাপিত কৰিলো
00:09 আমি তাৰ সৈতে গৈছিলো
00:11 গতিকে, এতিয়া মই মোৰ ক’ড পৰীক্ষা কৰিম
00:13 যদি আমি আমাৰ দাতাবেচ চাওঁ, ইয়াত আমাৰ অতি কম ৰেকৰ্ডচ (records) আছে
00:17 মই ইয়াত ডেভিদৰ ৰেকৰ্ড নাইকীয়া কৰিম কাৰণ এইটো অন্য এটা টিউট’ৰিয়েলৰ
00:23 নাইকীয়া কৰাৰ পাছত, আমাৰ ওচৰত এলেক্স (Alex), কাইল (Kyle), ইমিলি (Emily) আৰু ডেল (Dale)ৰ ৰেকৰ্ডচ আছে
00:29 মই ইয়াত এটা উদাহৰণ হিচাবে কাইলৰ (Kyle's) ৰেকৰ্ড ব্যৱহাৰ কৰিম আৰু ইয়াক এটা নিৰ্দিষ্ট মানলৈ সলাম
00:34 আমি আমাৰ পৃষ্ঠা ৰিফ্ৰেছ (refresh) কৰিম আৰু ই আপদেত হোৱাতো নিশ্বিত কৰিম
00:38 মই কাইল ("Kyle") নিৰ্বাচিত কৰিম আৰু মই ইয়াক কাৰেণ ("Karen")লৈ সলাম আৰু মই চেঞ্জ (Change)ত টিপিম আৰু ইয়াত সকলো বিলাক অন্তৰধ্যান হৈছে
00:46 এতিয়া আমি আমাৰ টেবল (table)লৈ ঘূৰি আহিম আৰু ইয়াক ৰিফ্ৰেছ (refresh) কৰিবলৈ ব্ৰৌজ (Browse)ত টিপিম
00:50 আমি তললৈ যাম আৰু একো সলনি নোহোৱা পাম
00:58 মই ভাবো, মই এটা ভুল কৰিলো । মোৰ ভুলটো হৈছে এইটো আগতে নেম (name) আছিল আৰু এতিয়া মই ইয়াক ভেলু (value)লৈ সলাম
01:06 এইটো নেম (name)ৰ পৰিবৰ্তে ভেলু (value)লৈ সজোৱা দৰকাৰ
01:09 ভেলু (value)এ ইয়াত সকলো বিলাকৰ মানটো ধৰি ৰাখে যাক নিৰ্বাচিত কৰা হৈছে; গতিকে ভেলুটো হৈছে "$id"
01:15 যেতিয়া আমি আমাৰ ফৰ্ম (form) জমা কৰো, ই আহিব আৰু ভেলু (value)টো ইয়াত "id"ৰ ভিতৰত সংলগ্ন হৈ থাকিব
01:25 গতিকে, মই পালো আৰু ভুলটো শুধৰালো আৰু এতিয়া মই ঘূৰি যাম আৰু ৰিফ্ৰেছ (refresh) কৰিম
01:30 ইয়াত, মই পুনৰ কাইল ("Kyle")ক কাৰেণ ("Karen")লৈ সলাম । চেঞ্জ (Change)ত টিপি আপুনি চাব পাৰে যে একো হোৱা নাই
01:37 আনকি যেতিয়া মই মোৰ দাতাবেচত সোমাওঁ, আমি চাব পাৰো যে আমি এলেক্স, কাইল, ইমিলি আৰু দেল পালো
01:42 যিহেতু আমি কাইল ("Kyle")ক কাৰেণ ("Karen")লৈ সলালো, আমাৰ "id" এ দৃশ্যমান সলনি দেখাইছে
01:47 কিন্তু যেতিয়া আমি ব্ৰৌজ (Browse)ত টিপো আৰু তললৈ যাওঁ, আমি চাব পাৰো যে এতিয়া কাইল ("Kyle") কাৰেণ ("Karen")ৰ দ্বাৰা স্থানান্তৰ হৈছে
01:54 সেইদৰে, আপুনি লগতে ফৰ্মচ (forms) ব্যৱহাৰ কৰি মানসমূহ আপদেত কৰিব পাৰে
01:57 এইটো অতি সহজ, যেতিয়ালৈকে আপোনাৰ বিশেষ জ্ঞান থাকে

php চ’ফতওৱেৰ (software) কেনেকৈ নিপূনভাবে বস্তু ব্যৱহাৰ কৰা হয় কেনেকৈ বস্তু পৰীক্ষা কৰা হয় কেনেকৈ ইফ ষ্টেতমেন্তচ (if statements) ব্যৱহাৰ কৰা হয় ভেৰিয়েবলচ পঠোৱা নিৰ্দিষ্টভাবে ভেৰিয়েবল প’ষ্ট কৰা ইত্যাদি

02:15 আপুনি এই সকলো শিকিবলৈ সক্ষম হব যেতিয়া এই টিউট’ৰিয়েল সমূহৰ মূল তত্ত শিকিব
02:20 এতিয়াৰ বাবে, এই টিউটৰিয়েলত, আপুনি অন্তৰ্ভুক্তকৰন আৰু আপদেত কৰা আৰু সেইদৰেই শিকিলে
02:28 শেষত মই আপোনাক কেনেকৈ নাইকীয়া কৰা হয় দেখুৱাম
02:34 আপোনাক কেনেকৈ নাইকীয়া কৰা হয় দেখুৱাবলৈ, মই এই পৃষ্ঠাটো বন্ধ কৰিম আৰু এই বক্সটো আঁতৰাম আৰু ইয়াক সম্পাদন কৰিম
02:46 মই চেঞ্জ ("Change")ক দিলিতে ("Delete")ৰে সলনি কৰিম
02:49 ইয়াত মই ৰেকৰ্ডচ নাইকীয়া কৰিম য’ত আমি এটা নিৰ্দিষ্ট নাম দেখিম
02:55 এইটো কৰিবলৈ, মই ইয়াত লাষ্টনেম ("$lastname") যোগ কৰিম
03:01 এতিয়া আমি তাক ৰিচেন্দ (resend) নকৰো আৰু আহক আমি "mysql.php"লৈ ঘূৰি যাওঁ
03:08 ইয়াত, আমাৰ এতিয়া এলেক্স গেৰেট ("Alex Garrett"), কাৰেণ হেদেন ("Karen Headen") আছে যিটো মোৰ শেষৰ উদাহৰণটোৰ পৰা সলোৱা বা পৰিবৰ্তিত কৰা হৈছে
03:17 আমি কাৰেণ হেদেন ("Karen Headen")ত টিপিম আৰু আমি দিলিত ("Delete")ত টিপিম । ই ৰেকৰ্ডটো নাইকীয়া কৰিব
03:24 কিন্তু ই এই মূহুৰ্তত নাইকীয়া হোৱা নাই
03:27 আহক প্ৰথমে আমাৰ সকলো ৰেকৰ্ডচ অটুত হোৱাতো নিশ্বিত কৰো
03:31 ইয়াত আপুনি দেখাৰ দৰে, আমাৰ সকলো ৰেকৰ্ডচ অটুত আছে আৰু মই এটা নিৰ্দিষ্ট ৰেকৰ্ড নাইকীয়া কৰিবলৈ নিৰ্বাচিত কৰিম
03:37 ধৰক ইমিলি হেডেন ("Emily Headen") নাইকীয়া কৰো; গতিকে মই ইমিলি হেডেন ("Emily Headen")ৰ ৰেকৰ্ড নাইকীয়া কৰিবলৈ নিৰ্বাচিত কৰিম
03:45 এতিয়া আমি ইয়াক "mysql আন্দাৰস্ক’ৰ (underscore) দিলিত (delete).php" নামৰ এটা নতুন পৃষ্ঠাত জমা কৰিব লাগিব
03:52 ইয়াৰ বাবে, আমি এটা নতুন পৃষ্ঠা নিৰ্মান কৰিম, "mysql আন্দাৰস্কৰ (underscore) দিলিত (delete).php" হিচাবে সংৰক্ষণ কৰিম
03:59 আমি আগতে কৰাৰ দৰে একেদৰে কৰিম
04:03 আমি আমাৰ কানেক্ট ("connect")টো ৰিকুৱাইৰ (require) কৰিম, গতিকে আমি দাতাবেচৰ সৈতে সংযোগ কৰিব লাগিব
04:10 ক্ষমা কৰিব ! আহক তাক ৰিকুৱাইৰ (require) "কানেক্ট (connect).php" লৈ ঘূৰাই আনো আৰু আমি পুনৰ ভেৰিয়েবল বিলাক ভৰাম
04:22 গতিকে, আহক ইয়াত টুদিলিট ($todelete) লিখো আৰু সেইটো ইয়াত পুনৰ এটা "$_প’ষ্ট (POST)" ভেৰিয়েবলৰ সমান হ’ব
04:29 আমি এই ফৰ্ম (form) খন এই পৃষ্ঠাটোলৈ প’ষ্ট কৰিছো আৰু আহক আমি ইয়াত কিছু মান সলনি কৰো
04:34 আহক কওঁ টুদিলিট ("todelete")
04:37 গতিকে, আমি আমাৰ চিলেক্ত নেম (select name)ক টুদিলিট ("todelete")লৈ সলালো
04:41 এতিয়া, যদি আপুনি ইয়াত এই ফৰ্ম (form) খন এবাৰ ঘূৰাই চাই, মই আপোনাক ক’ড (code)টো পুনৰ দেখুৱাম
04:47 ইয়াত আমি চাব পাৰো যে আমাৰ ইয়াত প্ৰতিটো ৰেকৰ্ড (record)ৰ কেছৰ বাবে নেম (name) ভেলুজ আৰু id ভেলু আছে
04:54 যদি আামি ৰিফ্ৰেছ (refresh) কৰো, আমাৰ ফৰ্ম (form)ৰ নামটো হৈছে টুদিলিত ("todelete") আৰু আমি প্ৰত্যেক মানৰ একাউন্টলৈ তাক লৈছো
05:01 যদি ইমিলি (Emily)ৰ ৰেকৰ্ডটো নিৰ্বাচিত কৰা হয় আমি ৰেকৰ্ডটো নাইকীয়া কৰিম য’ত id টো 3ৰ সমান হয়
05:08 আহক আমাৰ ক’ডলৈ ঘূৰি যাওঁ আৰু ইয়াত আমাৰ প’ষ্ট (POST) ভেৰিয়েবল আছে
05:14 এতিয়া মই এইটো কেনেদৰে প্রক্রিয়াকৰণ হৈছে তাৰ এটা উদাহৰণ দিবলৈ একৌ (echo) কৰিম
05:20 আমাৰ ইয়াত ইমিলি হেডেন ("Emily Headen") আছে । আমাৰ তাত 3 আছে যি বুজাই যে আমি ইয়াক দাতাবেচ বা টেবলত থকা id 3 টো নাইকীয়া কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো
05:30 ইয়াত, আকৌ আমি এটা নতুন ভেৰিয়েবল বনাম আৰু মই ইয়াক "mysql আন্দাৰস্কৰ (underscore) কোৱেৰী (query)()" বুলি মাতিম
05:41 ইয়াৰ ভিতৰত । আমি ইয়াত এটা নতুন কমান্ডৰ সংহতি ব্যৱহাৰ কৰিম
05:45 আমি দিলিত ফৰ্ম ("DELETE FROM") লিখিম আৰু নিশ্বিতভাবে আমাৰ টেবল উল্লেখ কৰিম
05:52 আহক লিখো পিপল ("people") আৰু "হোৱেৰ (WHERE) id সমান (equals) টুদিলিত ("$todelete")
05:57 টুদিলিত ("$todelete") ভেৰিয়েবল যিটো হৈছে আমি এই তালিকা খনৰ পৰা নিৰ্বাচিত কৰা লোকজনৰ "id" টো
06:03 এতিয়া, আহক ইয়াক পৰীক্ষা কৰো । আহক কওঁ ইমিলি হেডেন ("Emily Headen")
06:08 আহক আমাৰ দাতাবেচত পৰীক্ষা কৰো যে ইমিলি হেডেন (Emily Headen)ৰ ৰেকৰ্ড এতিয়াওঁ উপলব্ধ নেকি
06:13 আহক ৰেকৰ্ডটো এতিয়াওঁ উপলব্ধ হয় নেকি চাবলৈ ৰিফ্ৰেছ (refresh) কৰো
06:17 যেতিয়া মই ইমিলি হেডেন ("Emily Headen")ত টিপিলো আৰু দিলিট (Delete)ত টিপিলো, একো নহ’ল
06:22 আমি একৌ কৰা নাই কিন্তু যেতিয়া আমি ৰিফ্ৰেছ কৰিবলৈ ব্ৰৌজ (Browse)ত টিপো, আমি চাব পাৰো যে ইমিলি (Emily)ৰ ৰেকৰ্ডটো দাতাবেচৰ পৰা নাইকীয়া হ’ল
06:30 গতিকে এই টিউটৰিয়েল সমূহত, মই আপোনাক এটা মূলতঃ কাম কৰা কমান্ড দেখুৱালো যেনে

কেনেকৈ দাতা ভৰ্তি কৰা হয় কেনেকৈ দাতা পঢ়া হয় কেনেকৈ পৰিবৰ্তন কৰা হয় কেনেকৈ দাতা নাইকীয়া কৰা হয় আৰু কেনেকৈ html ফৰ্মচত অন্তৰ্ভুক্ত কৰা হয়

06:43 যদি মই কিবা পাহৰিছো, অনুগ্ৰহ কৰি মোক জনাব আৰু মই ইয়াক এই টিউটৰিয়েলচৰ অংশ হিচাবে যোগ কৰিম
06:50 আপুনি মোৰ চেনেলৰ পৰা আপদেতচৰ বাবে চাবচক্ৰাইব কৰাটো নিশ্বিত কৰক
06:53 মই আশাকৰো আপুনি এই টিউটৰিয়েল সমূহ উপভোগ কৰিলে । দৰ্শনৰ বাবে ধন্যবাদ
06:55 মই মৌচুম হাজৰিকাই স্প'কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble