Firefox/C4/Add-ons/Assamese
From Script | Spoken-Tutorial
Revision as of 10:15, 7 July 2015 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. মোজিলা ফায়াৰফক্সত অ্যাডভান্সড (উন্নত) ফায়াৰফক্স বৈশিষ্ট্য এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলত আমি অ্যাডভান্সড ফায়াৰফক্স বৈশিষ্ট্য সম্পর্কে শিকিম।
Quick find link Firefox Sync Plug-ins |
00:19 | ইয়াত আমি উবুন্টু 10.04 ত ফায়াৰফক্স 7.0 ব্যবহাৰ কৰিছো। |
00:26 | এতিয়া ফায়াৰফক্স ব্রাউজাৰ খোলক। |
00:29 | ডিফল্টৰুপে Yahoo হোম পেজ খোলে। |
00:33 | এতিয়া ফায়াৰফক্সত লিঙ্ক চাবলৈ শিকো। |
00:37 | ফায়াৰফক্সে আপোনাক ওয়েব পৃষ্ঠাত সার্চ বাৰ আৰু লিঙ্ক বিছাৰিবলৈ অনুমতি দিয়ে. |
00:43 | address বাৰত, লিখক WWW. Google.co.in আৰুenter টিপক। |
00:51 | লক্ষ্য কৰক যে কার্সাৰ এতিয়া Google সার্চ বাৰত আছে। |
00:58 | ইয়াৰ পিছত, সার্চ বাৰৰ বাহিৰত কার্সাৰদাল পৃষ্ঠাৰ কোনো এটা ঠাইত টিপক। |
01:04 | এতিয়া কীবোর্ডত apostrophe কী টিপক। |
01:09 | উইন্ডোৰ তলৰ বাওকোণত, সার্চ বাক্সত quick find links প্রদর্শিত হয়। |
01:16 | এই বাক্সত লিখক Bengali. লক্ষ্য কৰক যে Bengali লিঙ্ক লক্ষনীয় হয়। |
01:25 | আপোনি ওয়েব পৃষ্ঠাত লিঙ্কৰ বাবে দ্রুত আৰু সহজে অনুসন্ধান কৰিবলৈ পাৰিব। |
01:31 | ধৰক, আপোনি অন্য কোনো কম্পিউটাৰ বা মোবাইল ফোন নচিনা ডিভাইসৰ পৰা আপোনাৰ সেটিং আৰু প্রেফেৰেন্সেসৰ সৈতে ফায়াৰফক্চ ব্রাউজাৰ অ্যাক্সেস কৰিবলৈ বিছাৰে। এইটো কি সম্ভব হয় নে! |
01:43 | হ্য়! firefox sync featuresএ মোজিলা সার্ভাৰত bookmarks, history আৰুinstalled extensions ৰ নিচিনা আপোনাৰ সকলো ব্রাউজাৰৰ তথ্য সঞ্চিত কৰে। |
01:55 | আপোনি এই সার্ভাৰৰ সৈতে আপোনাৰ কম্পিউটাৰক sync কৰিবলৈ পাৰিব আৰু আপোনি আপোনাৰ ব্রাউজাৰ তথ্য অ্যাক্সেস কৰিবলৈ পাৰিব। |
02:02 | এতিয়া sync features (বৈশিষ্ট্য) সক্রিয় কৰক। |
02:06 | Menu বাৰ পৰা tools আৰুset up sync ত টিপক। Firefox sink setup ডায়লগ বাক্স প্রদর্শিত হয়। |
02:15 | যিহেতু আমি প্রথমবাৰৰ বাবে sync এৰ ব্যবহাৰ কৰিছো, create a new accountত টিপক। |
02:21 | account details ডায়লগ বাক্স প্রদর্শিত হয়। |
02:24 | এই টিউটোৰিয়েলৰ উদ্দেশ্যেৰ বাবে, আমি ইতিমধ্যে এটা gmail একাউন্ট বনাইছো। |
02:30 | ST.USERFF@gmail.com email address ক্ষেত্রত ST.USERFF@gmail.com লিখক। |
02:42 | choose a password ক্ষেত্রত, পাসওয়ার্ড লিখক। |
02:47 | confirm password ক্ষেত্রত, আৰু এবাৰ পাসওয়ার্ড লিখক। |
02:52 | ডিফল্টৰুপে সার্ভাৰ, firefox sync সার্ভাৰ নির্বাচিত হয়। |
02:58 | আমি সেটিংস পৰিবর্তন নকৰো। “terms of service” আৰু“privacy policy” বাক্স ছেক কৰক। |
03:08 | “next”ত টিপক। ফায়াৰফক্সে sync কী প্রদর্শন কৰে। |
03:11 | সেই মেশিনৰ পৰা sync অ্যাক্সেস কৰিবলৈ এইটোৱে কী হয় যি আপোনি আপোনাৰ সিস্টেমত ভৰাব লাগিব । |
03:18 | “save” বোতামত টিপক। প্রদর্শিত save sync কী ডায়লগ বাক্সত, |
03:24 | ডেস্কটপত ব্রাউজ কৰক। “save”ত টিপক। |
03:28 | firefox sync key.html ফাইলটো ডেস্কটপত HTML ফাইল হিসাবে সংৰক্ষিত হয়। |
03:35 | এই কীটো মন কৰক আৰু নম্বৰটো তাত সংৰক্ষণ কৰক, যৰ পৰা আপোনি সহজে পাব পাৰিব। |
03:41 | আপোনি এই কীটো নভৰোৱাকে অন্য কম্পিউটাৰ পৰা আপোনাৰ sync account এক্সেস কৰিবলৈ সক্ষম নহব। |
03:48 | nextত টিপক। confirm you are not a Robot ডায়লগ বাক্সত, |
03:53 | প্রদর্শিত শব্দ লিখক। সেটআপ সম্পূর্ণ হৈছে। |
03:59 | “firefox sync” সেটআপ ডায়লগ বাক্সৰ বাওফালে Sync Options বোতামত টিপক। |
04:06 | ইয়াত আপোনি আপোনাৰ Sync Options সেট কৰিবলৈ পাৰিব। |
04:09 | এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ডিফল্ট বিকল্প পৰিবর্তন নকৰো। “done”ত টিপক। |
04:17 | Nextত টিপক firefox বিষয়বস্তু পৰীক্ষা কৰক, ইয়াৰ পিছত finish বোতাম প্রদর্শিত হয়, “finish”ত টিপক। |
04:25 | আপোনি আপোনাৰ কম্পিউটাৰত ফায়াৰফক্স Sync সেটআপ কৰিছে |
04:29 | আৰু এতিয়া অন্য কম্পিউটাৰ পৰা ব্রাউজাৰ তথ্য কিভাবে এক্সেস কৰিব। |
04:35 | আপোনাৰ অন্য কম্পিউটাৰ বা ডিভাইস টুলত sync এৰ প্রয়োজন হব। |
04:40 | এই টিউটোৰিয়েলৰ উদ্দেশ্যেৰ বাবে, আমি স্লাইডত নির্দেশাবলী সূচীবদ্ধ কৰিম। |
04:46 | আপোনি আপোনাৰ অন্যান্য কম্পিউটাৰ বা ডিভাইসত sync কৰিবলৈ এই নির্দেশাবলী অনুসৰণ কৰিব পাৰিব। |
04:52 | অন্য কম্পিউটাৰ বা ডিভাইসত ফায়াৰফক্স ব্রাউজাৰ খোলক। |
04:57 | Menu বাৰ পৰা tools আৰুSetup Firefox Syncত টিপক। |
05:03 | I have a firefox sync accountত টিপক। আপোনাৰ email ID আৰুpassword লিখক। |
05:10 | আপোনাৰ sync' কী ভৰাওক। finishত' টিপক। |
05:15 | অন্য কম্পিউটাৰও sync হৈছে এতিয়া। আপোনি অন্য কম্পিউটাৰ টুলসৰ পৰা ব্রাউজাৰ তথ্য অ্যাক্সেস কৰিব পাৰিব। |
05:23 | আপোনি নতুন bookmark ও সংৰক্ষণ কৰিবলৈ পাৰিব আৰু ইয়াত আপোনাৰ preferences সলাব পাৰিব। |
05:28 | এই পৰিবর্তনবোৰ স্বয়ংভাবে sync managerত আপডেট হৈ যাব। |
05:34 | অবশেষত, শিকো যে sync manager'ত আপডেট কৰা তথ্য দি ' কিভাবে এটা মূল কম্পিউটাৰ sync কৰে। |
05:42 | এতিয়া Menu বাৰ পৰা, toolsত টিপক। |
05:46 | লক্ষ্য কৰক যে sync option এতিয়া sync now হিসাবে প্রদর্শিত হয়। |
05:51 | Sync manager ৰ সৈতে তথ্যক sync কৰিবলৈ, আপোনি এইটোত টিপিব পাৰিব। |
05:55 | আপোনি আপোনাৰ firefox sync account মুছি পেলাবলৈ বা sync data পৰিস্কাৰ কৰিবলৈ বিছাৰিব পাৰে। |
06:02 | আপোনি এইটো কিভাবে কৰিব? এইটো অত্যন্ত সহজ। |
06:06 | এটা নতুন ব্রাউজাৰ খোলক। এড্রেস বাৰত লিখক, https://account.services.mozilla.com. Enter টিপক। |
06:21 | Usernameত ST.USERFF@gmail.com লিখক। |
06:28 | এতিয়া Password লিখক। loginত টিপক। |
06:33 | Firefox Sync ওয়েবপেজ খোলে। |
06:36 | এতিয়া আপোনি ফায়াৰফক্স সেটিংস আৰু তথ্য পৰিবর্তন কৰিব পাৰিব। |
06:40 | এতিয়া এই পৃষ্ঠাৰ পৰা log out কৰো। |
06:43 | এতিয়া plug-ins সম্পর্কে শিকো। Plug-ins কি? |
06:49 | plug-in এটা সফটওয়্যাৰ প্রোগ্রাম হয়, যি ফায়াৰফক্স ব্রাউজাৰত নির্দিষ্ট বৈশিষ্ট্য যুক্ত কৰে। |
06:57 | যদিও, plug-ins, extensionsৰ পৰা ভিন্ন। |
07:00 | plug-ins হল অন্যান্য কোম্পানিৰ দ্বাৰা নির্মিত প্রোগ্রাম। |
07:04 | Plug-insএ, ফায়াৰফক্স ব্রাউজাৰত অন্য পক্ষৰ প্রোগ্রাম সম্পূৰ্ণ কৰে। |
07:10 | Plug-insএ আপোনাক ভিডিও চলাব দিয়ে, মাল্টি মিডিয়া কন্টেন্ট দেখায়, ভাইৰাস স্ক্যান সঞ্চালন আৰু ফায়াৰফক্সত অ্যানিমেশন ৰান কৰাৰ অনুমতি দিয়ে। |
07:21 | উদাহৰণস্বৰপে, Flash এটা plug-in হয়, যি আপোনি ভিডিও চাবলৈ আপোনাৰ ফায়াৰফক্স ব্রাউজাৰত সংস্থাপিত কৰিছিলো। |
07:28 | এতিয়া plug-ins চাও, যি ফায়াৰফক্সত সংস্থাপিত আছে। |
07:33 | Menu বাৰ পৰা tools আৰুAdd-onsত টিপক। |
07:38 | Add-ons Manager ট্যাব খোলে। বাওপ্যানেলৰ পৰা plug-insত টিপক। |
07:45 | এতিয়া সো প্যানেলে কম্পিউটাৰত সংস্থাপিত হোৱা plug-ins প্রদর্শন কৰে। |
07:50 | আৰুplug-ins কিভাবে সংস্থাপিত কৰে? |
07:53 | প্রতিটো plug-ins, প্রাসঙ্গিক ওয়েবসাইটৰ পৰা ডাউনলোড কৰ আৰু তাৰপিছত কম্পিউটাৰত সংস্থাপিত কৰক। |
08:01 | প্রত্যেক plug-ins ৰ বাবে ভিন্ন সংস্থাপন প্রক্রিয়া হব পাৰে। |
8:05 | মোজিলা ফায়াৰফক্সৰ বাবে উপলব্ধ plug-ins আৰু তাৰ সংস্থাপনৰ নির্দেশাবলী সম্পর্কে আৰো জানিবলৈ আনুগ্ৰহ কৰি mozilla ওয়েবসাইটত যাওক। |
08:16 | এই browser বন্ধ কৰক। |
08:19 | plug-ins অক্ষম কৰিবলৈ, কেবল disable বোতামত টিপক। |
08:24 | টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:27 | এই টিউটোৰিয়েলত আমি শিকিছো;
Quick find link Firefox Sync আৰুPlug-ins |
08:36 | নির্দেশিত কাম। |
08:38 | ফায়াৰফক্সৰ বাবে তিনটা plug-ins ডাউনলোড আৰু সংস্থাপিত কৰক। |
08:43 | ফায়াৰফক্স sync account তৈয়াৰ কৰক। অন্য কম্পিউটাৰ পৰা ফায়াৰফক্স ব্রাউজাৰ অ্যাক্সেস কৰক। |
08:50 | এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক। এইটোৱে Spoken Tutorial প্রকল্পৰ সাৰংস বোঝায়। |
08:56 | যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব। |
09:01 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:06 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে। |
09:10 | এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
09:16 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
09:21 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
09:28 | এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
09:31 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
09:36 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |