PHP-and-MySQL/C2/XAMPP-in-Linux/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ । লিনাক্সত (Linux) XAMPP Installation(ইনস্তলেচন)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
| 00:05 | XAMPP হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package)
XAMPP গঠিত হৈছে
|
| 00:19 | পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল |
| 00:27 | XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ |
| 00:35 | মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো |
| 00:39 | আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব |
| 00:41 | লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে |
| 00:44 | লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে |
| 00:48 | http://www.apachefriends.org/en/xampp.html |
| 00:58 | ওৱেবচাইত (website) টোলৈ যাওঁক |
| 00:59 | উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ |
| 01:09 | আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম |
| 01:13 | আহক আমি ইয়াত টিপো |
| 01:14 | তললৈ যাওঁক আৰু দাউনল’দ কৰিবলৈ Step1ত টিপক |
| 01:19 | এতিয়া XAMPP Linux(লিনাক্স) 1.7.7ত টিপক আৰু ইয়াক দাউনল’দ কৰিবলৈ প্ৰদক্ষেপসমুহ অনুসৰণ কৰক |
| 01:26 | মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো |
| 01:30 | এতিয়া টাৰ্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কীজ একেলগে টিপক |
| 01:37 | পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে |
| 01:40 | কমান্ডটো লিখক । cd space(স্পেছ) Desktop(দেক্সট’প) আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক |
| 01:48 | ls কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
| 01:55 | XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ |
| 01:58 | কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt |
| 02:13 | চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
| 02:16 | দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে |
| 02:23 | শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো |
| 02:33 | এতিয়া, কমান্ডটো লিখক cd space(স্পেছ) /opt আৰু দাইৰেক্তৰীটো optলৈ সলাবলৈ এন্টাৰ টিপক |
| 02:43 | ls কমান্ডটো লিখক । আৰু opt দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
| 02:50 | XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল |
| 02:57 | কমান্ডটো লিখক । cd space(স্পেছ) lampp |
| 03:02 | ls কমান্ডটো লিখক আৰু lampp দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
| 03:09 | পাছৰ প্ৰদক্ষেপটো হৈছে XAMPPটো আৰম্ভ কৰা |
| 03:13 | কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট) আৰু এন্টাৰ টিপক |
| 03:27 | চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
| 03:32 | লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল |
| 03:36 | এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো |
| 03:40 | এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম |
| 03:43 | এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক |
| 03:55 | আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত http://localhost/xamppsplash.php URLটো দেখিব |
| 04:07 | ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম |
| 04:15 | এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব |
| 04:18 | টাৰ্মিনেলটোলৈ যাওঁক । cd space/opt/lampp/htdocs কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো /opt/lampp/htdocsলৈ সলাবলৈ এন্টাৰ টিপক |
| 04:36 | এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ |
| 04:39 | কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ) আৰু মাই হোমপেজ (myhomepage) দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
| 04:51 | ls কমান্ডটো লিখক আৰু htdocs দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
| 04:58 | কমান্ডটো লিখক । cd space(স্পেছ) myhomepage(মাই হোমপেজ) দাইৰেক্তৰী (directory)টো মাই হোমপেজ (myhomepage)লৈ সলাবলৈ এন্টাৰ টিপক |
| 05:08 | এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম |
| 05:12 | কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
| 05:32 | HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক |
| 05:37 | সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম |
| 05:43 | টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব |
| 05:49 | বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব |
| 05:54 | ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক । gedit উইন্দো (window) খন বন্ধ কৰক |
| 05:59 | ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক |
| 06:02 | http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক |
| 06:13 | আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে |
| 06:20 | গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো |
| 06:26 | শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম |
| 06:31 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্ধ কথাচিত্ৰটো চাব |
| 06:42 | এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ |
| 06:46 | আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে |
| 06:51 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে |
| 06:57 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ দিয়ে |
| 07:01 | অধিক জানিবলৈ, sptutemail@gmail.com ত যোগাযোগ কৰক |
| 07:06 | স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 07:11 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে |
| 07:17 | এই মিচনৰ বিষয়ে অধিক তথ্য , http://spoken-tutorial.org/NMEICT-Intro ত উপলব্ধ |
| 07:27 | আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি |
| 07:30 | সংযোগ কৰাৰ বাবে ধন্যবাদ |
| 07:32 | মই মৌচুম হাজৰিকা । শুভ বিদায় । |