Firefox/C3/Themes-Popup-blocking/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | মোজিলা ফায়াৰফক্সত থীমস এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। |
00:05 | এই টিউটোৰিয়েলত আমি শিকিম: থীমস, পার্সোনাস, মোজিলা ফায়াৰফক্সত অ্যাড (বিজ্ঞাপন) ব্লকিং। |
00:13 | মোজিলা ফায়াৰফক্সএ ব্যবহাৰকাৰীৰ পছন্দ বা প্রেফাৰেন্সেৰ অনুকুল কাস্টমাইজেসন প্রদান কৰে। |
00:20 | এটা কাস্টমাইজেসন হল থীমস। |
00:23 | এটা থীমে ফায়াৰফক্সৰ চেহাৰা সলনি কৰে। |
00:27 | পটভূমিৰ ৰং, বোতামৰ চেহাৰা আৰু লেআউট পৰিবর্তন কৰে। |
00:32 | এই টিউটোৰিয়েলত আমি উবুন্টু 10.04ত ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো। |
00:40 | এটা ফায়াৰফক্স ব্রাউজাৰ খুলো। |
00:43 | প্রথমে আমি শিকিম যে মোজিলা ফায়াৰফক্সৰ থীমক কিভাবে পৰিবর্তন কৰে। |
00:48 | প্রথমে, Load images automatically বিকল্প সক্রিয় কৰক, যাতে আমি ব্রাউজাৰত প্রদর্শিত ছবি দেখিবলৈ পাৰো। |
00:58 | Menu বাৰ পৰা, Edit আৰু তাৰপিছত Preferencesত টিপক। |
01:03 | Preferences ডায়ালগ বাক্সত, Content ট্যাব নির্বাচন কৰক। |
01:08 | Load images automatically বাক্স ছেক কৰক। |
01:12 | Closeত টিপক। |
01:14 | এতিয়া, URL বাৰত টিপক আৰু লিখক “addons.mozilla.org/firefox/themes” |
01:25 | Enter টিপক। |
01:27 | এইটোৱে আমাক Mozilla Firefox Add-ons এৰ বাবে Themes পৃষ্ঠালৈ লৈ যায়। |
01:32 | আমি ইয়াত থাম্বনেল হিসাবে অধিক সংখ্যায় থীমস দেখো। |
01:37 | থাম্বনেলে আপোনাক দেখায় যে থীম কিভাবে প্রদর্শিত হব। |
01:41 | ইয়াত আপোনি থীম চাবলৈ পাৰিব। |
01:43 | উপলব্ধ থীমসৰ শ্রেণী চাওক আৰু |
01:46 | অন্যান্য ব্যবহাৰকাৰীৰ দ্বাৰা প্রদত্ত ৰেটিং চাওক যোনে থীম ব্যবহাৰ কৰিছে। |
01:52 | আমি মাউসৰ সূচকক কিছু থীমসলৈ ঘোৰাও। |
01:57 | এতিয়া Shine Bright Skin থীমত টিপক। |
02:01 | এই পৃষ্ঠাত উপলব্ধ অনেক থীমৰ এইটো এটা। |
02:05 | Shine Bright Skin থীম পৃষ্ঠা প্রদর্শিত হয়। |
02:09 | Continue to Download বোতামত টিপক। |
02:12 | এইটোৱে আপোনাক থীম সম্পর্কে অতিৰিক্ত বিবৰণ প্রদত্তকাৰী পৃষ্ঠালৈ লৈ যায়। |
02:17 | থীম সংস্থাপিত কৰিবলৈ Add to Firefox বোতামত টিপক। |
02:22 | Add-on downloading প্রগতি বাৰ প্রদর্শিত হয়। |
02:27 | ইয়াৰ পিছত Software Installation নিশ্চিতকৰণ বার্তা প্রদর্শিত হয়। |
02:32 | Install Now ত টিপক। |
02:34 | এটা বার্তা প্রদর্শিত হব যি হল the theme will be installed once you restart Firefox. |
02:40 | Restart Now ত টিপক। |
02:43 | মোজিলা ফায়াৰফক্স বন্ধ হয়। |
02:46 | এইটোক পুনৰায় আৰম্ভ কৰিলে, নতুন থীম প্রয়োগ কৰা হয়। |
02:51 | আপোনাৰ থীমস পৃষ্ঠালৈ উভতি যাও। |
02:54 | এতিয়া আৰুএটা থীম নির্বাচন কৰো। |
02:57 | এই থীমে Add to Firefox বোতাম প্রদর্শন কৰে। |
03:01 | এইটোৱে নির্বাচিত থীম ডাউনলোড কৰিব। |
03:05 | এবাৰ ডাউনলোড সম্পন্ন হলে, এটা সতর্কতামূলক বার্তা উইন্ডো প্রদর্শিত হয়। |
03:10 | Install Now বোতামত টিপক। |
03:13 | আপোনাৰ ফায়াৰফক্স ব্রাউজাৰ পুনৰায় আৰম্ভ কৰাৰ অনুৰোধ জনোৱা হব। |
03:16 | Restart now বোতামত টিপক। |
03:19 | মোজিলা ফায়াৰফক্স বন্ধ হয়। |
03:22 | এইটো পুনৰায় আৰম্ভ হলে, নতুন থীম প্রয়োগ কৰা হয়। |
03:27 | সেয়ে আপোনি দেখিব যে, থীমে, ব্রাউজাৰৰ চেহাৰা উন্নত কৰিবলৈ সাহায্য কৰে। |
03:31 | এইটোৱে আপোনাৰ অনন্য পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰে। |
03:36 | যদি কোনো কাৰণে, আপোনি ডিফল্ট থীমলৈ উভতি যাব বিছাৰে, |
03:40 | তেনেহলে, Tools আৰু Add-onsত টিপক। |
03:44 | বাও প্যানেলত, Appearance ট্যাবত টিপক। |
03:48 | ইয়াত ডাউনলোড কৰা সকলো থীম দৃশ্যমান হয়। |
03:53 | ইয়াত Default Theme চাওক। |
03:56 | Enable বোতামত টিপক। |
03:59 | Restart now বোতামত টিপক। |
04:02 | মোজিলা ফায়াৰফক্স বন্ধ হৈ পুনৰায় আৰম্ভ হব। |
04:06 | পুনৰায় আৰম্ভ হলে, ডিফল্ট থীম আকৌ এবাৰ দৃশ্যমান হয়। |
04:12 | Add-ons ট্যাব বন্ধ কৰক। |
04:16 | পার্সোনাস ফায়াৰফক্সৰ বাবে বিনামূল্য, সংস্থাপিত কৰিবলৈ সহজ "skins". |
04:22 | পার্সোনাস প্লাসে অধিক নিয়ন্ত্রণৰ বাবে, |
04:26 | নতুন, জনপ্রিয়, আৰু আপোনাৰ নিজৰ প্রিয় পার্সোনাসৰ |
04:28 | সহজ উপলব্ধৰ (এক্সেসৰ) বাবে অন্তর্নিহিত কার্যকাৰিতা প্রসাৰিত কৰে। |
04:34 | URL বাৰত টিপক আৰু লিখক “addons.mozilla.org/firefox/personas”. |
04:44 | Enter টিপক। |
04:47 | এইটোৱে আমাক Mozilla Firefox Add-ons এৰ Personas পৃষ্ঠালৈ লৈ যায়। |
04:52 | আমি ইয়াত অধিক সংখ্যায়ৰ পার্সোনাস দেখো। |
04:56 | আপোনাৰ পছন্দৰ যিকোনো পার্সোনাত টিপক। |
05:01 | এইটোৱে আপোনাক সেই পৃষ্ঠালৈ লৈ যাব যিয়ে নির্বাচিত পার্সোনাৰ বিবৰণ দিয়ে। |
05:06 | Add to Firefox বোতামত টিপক। |
05:09 | সতর্কৰ বাবে উপৰত এটা নোটিফিকেশন বাৰ প্রদর্শিত হব যে নতুন থীম সংস্থাপিত হৈ গৈছে। |
05:16 | নোটিফিকেশন বাৰৰ সোফালে সৰু "X" চিহ্ন এৰ উপৰত টিপক। |
05:21 | ফায়াৰফক্সে স্বয়ংক্রিয়ভাবে এই পার্সোনা সংস্থাপিত কৰে। |
05:28 | প্রায়েই বিজ্ঞাপন আমাৰ ইন্টাৰনেট অভিজ্ঞতাৰ সৈতে হস্তক্ষেপ(interfere ) কৰে। |
05:32 | কিন্তু ইয়াত বিশেষ সফটওয়্যাৰ আছে যিয়ে বিজ্ঞাপন ব্লক কৰিবলৈ সাহায্য কৰে। |
05:36 | Adblock হল এই ধৰনৰ অ্যাড-অন। |
05:39 | Tools আৰু তাৰপিছত Add-onsত টিপক। |
05:43 | উপৰৰ সোফালে অংশত, সার্চ ট্যাবত Adblock বিচাৰক। Enter টিপক। |
05:51 | Ad blocking সফ্টওয়্যাৰৰ এটা তালিকা প্রদর্শিত হৈছে। |
05:55 | Adblock Plus এৰ বাবে Install বোতামত টিপক। |
05:59 | Adblock ডাউনলোড আৰম্ভ হয়। |
06:02 | হৈ গল। Ad blocker এতিয়া সংস্থাপিত হৈ গৈছে। |
06:06 | এটা নোটিফিকেশন বার্তা প্রদর্শিত হয় যি কয় যে, “Adblock will be installed after you restart Firefox”. |
06:14 | Restart now লিঙ্কত টিপক। |
06:17 | মোজিলা ফায়াৰফক্স বন্ধ হৈ পুনৰায় আৰম্ভ হব। |
06:21 | পুনৰায় আৰম্ভ হলে, অ্যাড ব্লকাৰ প্রভাবিত হব। |
06:25 | যদিও, অ্যাড ব্লকাৰ ব্যবহাৰৰ কিছু নেতিবাচক ফলাফল আছে। |
06:30 | যেতিয়া অ্যাড ব্লকাৰ অন থাকে,কিছু সাইটে প্রবেশৰ অনুমতি নিদিয়ে। |
06:35 | ইয়াৰ কাৰণ হল, অনেক বিনামূল্যৰ সাইটে অ্যাডৰ পৰা আয় উপার্জন কৰে। |
06:41 | অ্যাড ব্লকাৰে ব্রাউজাৰত প্রদর্শিত হোৱা কিছু সাইটবোৰক প্রতিৰোধ কৰিব পাৰে। |
06:46 | অ্যাড ব্লক কৰোতে এই ফ্যাকটৰবোৰ সাবধানেৰে বিচাৰ কৰা দৰকাৰ । |
06:51 | ইয়াতে টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:54 | এই টিউটোৰিয়েলত, আমি থীমস, পার্সোনাস, অ্যাড ব্লকিং সম্পর্কে শিকিছো। |
07:00 | এতিয়া নির্দেশিত কাম। |
07:03 | "NASA night launch" থীম সংস্থাপিত(Install) কৰক। |
07:06 | তাৰপিছত ডিফল্ট থীমলৈ উভতি যাওক। |
07:10 | yahoo.com ৰ পৰা প্রাপ্ত ফাইল নোহোৱাকৈ সকলো পপ আপোস ব্লক কৰক। |
07:15 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
07:18 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07:21 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
07:25 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
07:28 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
07:31 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07:35 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
07:41 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
07:45 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
07:53 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব |
07:56 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
08:04 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
08:08 | অংশগ্রহনৰ বাবে ধন্যবাদ। |