Java-Business-Application/C2/Creating-a-Java-web-project/Assamese

From Script | Spoken-Tutorial
Revision as of 12:03, 1 January 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Java-Business-Application/C2/Creating-a-Java-web-project/English-timed

Time
'
00.00 নমস্কাৰ দৰ্শক সকল. Creating a Java Web Projectৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম
00.06 এই টিউটৰিয়েলত আমি শিকিম
00.09 এটা জাভা ৱেব প্ৰজেক্ট সৃষ্টি কৰিবলৈ
00.12 দেপ্লইমেন্ট দেস্ক্ৰীপ্তৰ বিষয়ে
00.15 web.xml ফাইলৰ বিষয়ে
00.19 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.20 ""উবুন্তু ভাৰ্চন 12.04""
00.23 নেটবীন্চ IDE 7.3
00.26 JDK 1.7
00.28 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0
00.32 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে ।
00.35 এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ
00.39 Netbeans IDE আৰু HTMLব্যৱহাৰৰ দ্ৱাৰা
00.42 Core Java ৰ সামান্য জ্ঞান থকা উচিত ।
00.44 যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক ।
00.50 Netbeans IDE ব্যৱহাৰ কৰি এটা সৰল জাভা ৱেব প্ৰজেক্ট সৃষ্টি কৰিবলৈ শিকো আহক
00.56 তাৰ বাবে আমি Netbeans IDE লৈ যাও আহক
01.01 IDEৰ ওপৰৰ বাওঁ ফালে থকা ফাইলত ক্লিক কৰি New Projectত ক্লিক কৰিব
01.08 এখন নতুন প্ৰজেক্ট ৱিন্দৱ খোল খাব
01.12 শ্ৰেণী সমূহৰ পৰা জাভা ৱেব বাছনি কৰি প্ৰজেক্টৰ পৰা ৱেব এপ্পলিকেচন বাছনি কৰিব
01.18 তাৰ পাছত নেক্সট ক্লিক কৰিব
01.20 তাৰ পাছত যিখন ৱিন্দৱ খোল খাব
01.23 প্ৰজেক্টৰ নাম MyFirstProject বুলি টাইপ কৰিব
01.27 প্ৰজেক্টৰ স্হান আৰু ফলদাৰ যি দৰে আছে থাকিব দিয়ক
01.31 তাৰ পাছত Nextত ক্লিক কৰিব
01.35 চাৰ্ভাৰ হিচাপে GlassFish server বাচি লব
01.39 মন কৰিব যে ইয়াত Context Path হৈছে MyFirstProject, যিটো আমাৰ প্ৰজেক্টৰ নামৰ সৈতে একেই
01.47 এই বিষয়ে আমি বহলাই পঢ়িম
01.50 এতিয়া Nextত ক্লিক কৰিব আৰু তাৰ পাছত Finishত
01.55 Projects টেবত ক্লিক কৰিব
01.58 ইয়াত আমি My First Project বুলি এটা ৱেব এপ্লিকেচন আৰু লগতে বহুকেইটা বীভিন্ন ন’দ দেখা পাম ।
02.08 আমি এই ন’দ সমূহৰ বিষয়ে চিন্তা নকৰো
02.11 ইয়াত কি আছে চাও আহক
02.16 এতিয়া Deployment Descriptor কি হয় জানিবলৈ চেষ্টা কৰো আহক
02.21 এটা ৱেব এপ্লিকেচনৰ Deployment Descriptorয়ে :
02.25 ক্লাছ, সম্পদ(resources ) আৰু এপ্লিকেচনৰ (configuration )বহিৰ্গঠন আৰু
02.31 কিদৰে ৱেব চাৰ্ভাৰে এইখিনি ব্যৱহাৰ কৰি ৱেব ৰিকোৱেষ্ট সমূহ পৰিৱেশন কৰে আদি বুজাবলৈ চেষ্টা কৰে
02.37 এপ্লিকেচনৰ বাবে ৱেব চাৰ্ভাৰে এটা ৰিকোৱেষ্ট পাবলৈ সক্ষম হয়
02.42 deployment descriptor ব্যৱহাৰ কৰি ৰিকোৱেষ্টৰ URL মেপ কৰে
02.48 URLটো ৰিকোৱেষ্ট পৰিচালনা কৰিব পৰা ক’দ খিনিলৈ মেপ কৰি দিয়ে
02.52 web.xml বোলা ফাইল এটা হৈছে deployment descriptor
02.57 এতিয়া IDE লৈ ঘূৰি আহক
03.00 ইয়াত থকা ন’দ সমূহৰ ভিতৰত web.xml বোলা ফাইলটো বিচাৰি পোৱা নাযায়
03.07 ইয়াক বিচাৰিবলৈ IDE ৰ ওপৰৰ বাওঁ ফালে থকা ফাইলত ক্লিক কৰিব আৰু তাৰ পাছত নিউ ফাইলত
03.16 বীভিন্ন শ্ৰেণীৰ পৰা ৱেব বাচি ল’ব
03.19 আৰু ফাইল টাইপৰ পৰা Standard Deployment Descriptor(web.xml) বাচি ল’ব
03.25 তাৰ পাছত Nextত ক্লিক কৰিব
03.27 আৰু ক্লিক কৰিব Finishত
03.30 IDEৰ বাও ফালে থকা ফাইল টেবত ক্লিক কৰিব
03.34 ৱেব ন’দৰ WEB-INF ফল্দাৰৰ ভিতৰত web.xml ফাইল পোৱা যাব
03.42 আপুনি এতিয়া Source কদ খিনি দেখা পাব
03.46 ইয়াত এটা xml হেদাৰ আছে
03.50 আমি এটা ৱেব-এপ্প ন’দ দেখা পাম
03.53 এতিয়া আমি এপ্পলিকেচনটো ৰাণ কৰাবলৈ চেষ্টা কৰিম
03.57 MyFirstProjectত ৰাইট ক্লিক কৰিব
04.02 Clean and Buildত ক্লিক কৰিব
04.04 এনে কৰিলে আগৰ কম্পাইল হৈ থকা ফাইল আৰু বীভিন্ন আওতপুত সমূহ আতঁৰাই দিয়ে
04.10 ই এপ্পলিকেচনটো পুনৰ কম্পাইল কৰিব
04.14 MyFirstProjectত ৰাইট ক্লিক কৰিব আৰু তাৰ পাছত ৰাণত ক্লিক কৰিব
04.20 চাৰ্ভাৰ আৰম্ভ হোৱাৰ পাছত My first Project ৰাণ হৈছে
04.27 Hello World বুলি এখন ব্ৰাউচাৰ ৱিনডত প্ৰদৰ্শন হ’ব ।
04.32 আমি যেতিয়া প্ৰজেক্টটি ৰাণ কৰিম, ৱেব এপ্পলিকেচনটিয়ে আমি দেখা পাঠ খন অনুবাদ কৰে ।
04.39 পাঠ খন অনুবাদ কৰা URLটি লৈ মন কৰিব
04.44 ই হৈছে localhost : 8080/MyFirstProject
04.49 আমি যেতিয়া MyFirstProject ৰাণ কৰিম তেতিয়া এখন JSP পাঠত HelloWorld! বুলি প্ৰদৰ্শিত হ’ব
04.57 এতিয়া IDE লৈ ঘূৰি আহক
05.00 মন কৰিব WEB-INF ফল্দাৰৰ ভিতৰত index . jsp বোলা এটা ফাইল থাকিব
05.07 index.jspত দুবাৰ ক্লিক কৰিব
05.10 আমি ইয়াত এই ক’দ খিনিৰ উৎস দেখা পাম
05.12 ই এটা HTML টেগ থকা সৰল JSP পাঠ
05.17 ইয়াৰ শিৰোনাম হৈছে JSP Page আৰু ইয়াৰ শীৰ্ষ হৈছে Hello World
05.24 ৱেব এপ্পলিকেচনটো ৰাণ কৰিলে চাৰ্ভাৰে index.jsp ফাইল খন যোগান ধৰে
05.30 মনত পেলাব যে আগতে আমি ContextPath বুলি এটা বিষয়ে পঢ়ি আহিছো
05.36 আমি ContextPathটি MyFirstProject হিচাপে ধাৰ্য্য কৰি থৈছো
05.41 এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
05.44 URLটি টাইপ কৰিব localhost: 8080 বুলি আৰু এন্টাৰ প্ৰেছ কৰিব
05.50 আমি Glassfish serverৰ হম স্ক্ৰীণ দেখা পাম
05.56 এইটো মেচিনৰ 8080 হৈছে দিফল্ট পথ য’ত চাৰ্ভাৰ চলিব
06.01 উদাহৰণ স্বৰূপে এই Glassfish server বহু এপ্পলিকেচন চলি থাকিব পাৰে
06.08 এটা নিৰ্দিষ্ট এপ্পলিকেচন চলাবলৈ, সেই এপ্পলিকেচনৰ নামটো URLত টাইপ কৰিব
06.15 সেই সময়ত প্ৰস্ত্তুত কৰা নিৰ্দিষ্ট এপ্পলিকেচনটো টাইপ কৰিব
06.21 তাৰ বাবে আমি টাইপ কৰিম slash MyFirstProject
06.26 আৰু এন্টাৰ প্ৰেছ কৰিব
06.27 স্ক্ৰীণত Hello World প্ৰদৰ্শিত হ’ব
06.31 সাৰাংশ বৰ্ণনা কৰো আহক
06.32 এই টিওটৰিয়েলত আমি শিকিলো
06.35 এটা সৰল Java Web প্ৰজেক্ট সৃষ্টি কৰিবলৈ
06.38 এটা ৱেব প্ৰজেক্ট এক্সিকিউত কৰিবলৈ
06.41 আৰু web.xml ফাইলৰ বিষয়ে
06.44 এই স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে
06.46 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
06.50 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
06.54 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06.58 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
07.00 স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07.04 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07.07 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07.13 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07.17 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
07.23 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব
07.27 http://spoken-tutorial.org/NMEICT-Intro
07.34 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
07.44 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
07.48 এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi