GChemPaint/C2/Edit-Preferences-Templates-and-Residues/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল। GChemPaint ত Edit Preferences, Templates আৰু Residues ইয়াৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:10 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:13 | প্রেফেৰেন্সেস সম্পাদন কৰা। |
00:15 | টেমপ্লেট পৰিচালনা কৰা। |
00:17 | প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা। |
00:20 | নতুন টেমপ্লেট যোগ কৰা। |
00:24 | আমি আৰু শিকিম: |
00:26 | ৰেসিডিউৰ ব্যবহাৰ কৰা আৰু |
00:28 | তাক সম্পাদন কৰা। |
00:31 | ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04. |
00:38 | GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো। |
00:44 | এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ |
00:49 | GChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব। |
00:53 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক। |
00:59 | আমি নতুন GChemPaint এপ্লিকেশন খুলিছো। |
01:03 | প্রেফেৰেন্সেস সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো । |
01:07 | Edit মেনুলৈ যাওক, Preferences ইয়ালৈ গৈ ইয়াত টিপক। |
01:13 | GChemPaint Preferences উইন্ডো খোলে। |
01:16 | ইয়াত প্ৰথম ফিল্দটো Default Compression Level For GChemPaint Files, ফাইল সংৰক্ষণৰ বাবে ব্যবহৃত হয়। |
01:24 | ডিফল্টৰুপে, ই শূন্য হয়। |
01:28 | যদি শূন্য নহয়, gzip ব্যবহাৰ কৰি ফাইলটো সংকুচিত কৰা হব। |
01:33 | আমি অন্য টিউটোৰিয়েলত Invert wedge hashesৰ সম্পর্কে শিকিম। |
01:40 | GChemPaintত, প্রতিটো ডকুমেন্টৰ এটা সহযোগী থীম আছে। |
01:46 | Default Themeক, GChemPaint হিসাবে ৰাখক। |
01:50 | এতিয়া আমি Themes বিভাগৰ অধীনত Arrows সম্পর্কে বিস্তাৰিত বর্ণনা কৰিম। |
01:58 | টুল বাক্সত বিভিন্ন অ্যাৰো লক্ষ্য কৰক। |
02:02 | Add an arrow for an irreversible reaction. |
02:06 | Add a pair of Arrows for a reversible reaction. |
02:10 | Add an arrow for a retrosynthesis step. |
02:14 | Add a double headed arrow to represent mesomery. |
02:19 | এই 4 টা অ্যাৰো Display area ত যোগ কৰো। |
02:24 | Add an arrow for an irreversible reaction টুলত টিপক। |
02:28 | তাৰপিছত Display area ত টিপক। |
02:31 | একেইভাবে আমি Display area লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম। |
02:41 | Preferences ডায়লগ বাক্সত Themes ফীল্ডৰ পৰা Arrows নির্বাচন কৰক। |
02:47 | এটা প্রাসঙ্গিক মেনু খোলে। |
02:50 | ইয়াত আমি অ্যাৰোৰ দৈর্ঘ্য, প্রস্থ আৰু দূৰত্ব বৃদ্ধি বা হ্রাস কৰিবলৈ পাৰিম। |
02:57 | মাউসৰ দ্বাৰা আপ আৰু ডাউন অ্যাৰো ত্রিভুজত টিপক |
03:02 | আৰু Display area ত অ্যাৰোত হোৱা পৰিবর্তনবোৰ লক্ষ্য কৰক। |
03:10 | এতিয়া Arrow headsৰ সম্পর্কে শিকো। |
03:14 | A, B আৰু C ৰ ডিফল্ট মান ইয়াত প্রদর্শিত হৈছে। |
03:21 | A, B আৰু C প্যাৰামিটাৰে অ্যাৰো হেডাৰৰ আকৃতি সলাবলৈ সাহায্য কৰে। |
03:28 | প্রতিটো প্যাৰামিটাৰ বৃদ্ধি বা হ্রাস কৰক আৰু অ্যাৰো হেডত পৰিবর্তনবোৰ লক্ষ্য কৰক। |
03:38 | উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক। |
03:42 | Display area পৰিষ্কাৰ কৰক। |
03:46 | সকলো অবজেক্ট নিৰ্বাচন কৰিবলৈ CTRL +A টিপক। |
03:49 | Edit মেনুলৈ গৈ, Clear ত টিপক। |
03:53 | ইয়াৰ পিছত, টেমপ্লেট পৰিচালনা কৰা শিকো। |
03:58 | Use or manage templates টুলত টিপক। |
04:01 | তললৈ প্রোপার্টি ডায়লগ বাক্স প্রদর্শিত হয়। |
04:05 | প্রোপার্টি ডায়লগ বাক্সত ড্রপ ডাউন তালিকা সহ Templates আছে। |
04:10 | তালিকাত Amino acids, Aromatic hydrocarbons, Nucleic bases, Nucleosides' আৰু 'Saccharides আছে। |
04:19 | প্রতিটো বিকল্পৰ সাবমেনু আছে। |
04:23 | সাবমেনুৰ পৰা Aromatic Hydrocarbons নির্বাচন কৰি Benzene ত টিপক। |
04:31 | প্রোপার্টি পৃষ্ঠাত বেঞ্জিনৰ গঠন প্রদর্শিত হৈছে। |
04:35 | বেঞ্জিনৰ গঠন প্রদর্শন কৰিবলৈ Display area ত টিপক। |
04:40 | একেইভাবে Naphthalene ইয়াৰ গঠন নির্বাচন কৰি Display area ত টিপক। |
04:49 | Display area ত আপোনি নিজে নিজে অন্যান্য গঠন নির্বাচন কৰি ৰাখক। |
04:55 | ফাইলটো সংৰক্ষণ কৰক। |
04:57 | টুলবাৰ পৰা Save the current file আইকনত টিপক। |
05:01 | Save as ডায়লগ বাক্স খোলে। |
05:04 | ফাইলৰ নাম Benzene লিখক। Save বোতামত টিপক। |
05:10 | এতিয়া উপস্হিত থকা টেমপ্লেটৰ তালিকালৈ এটা নতুন টেমপ্লেট যোগ কৰা শিকো। |
05:16 | টুলবাৰ পৰা Open a file আইকনত টিপক। |
05:20 | ফাইল আৰু ফোল্ডাৰ সহ এটা উইন্ডো খোলে। |
05:24 | তালিকাৰ পৰা "hexane" নির্বাচন কৰক। |
05:27 | এতিয়া Open বোতামত টিপক। |
05:31 | টেমপ্লেট প্রোপার্টি পৃষ্ঠা পৰাAdd বোতামত টিপক। |
05:35 | New template পৃষ্ঠা খোলে। |
05:38 | প্রোপার্টি পৃষ্ঠাত দুটা ফীল্ড অাছে, সেইয়া হল - Name আৰু Category. |
05:42 | Category ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে। |
05:47 | আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ (Category') কৰিব পাৰি। |
05:52 | নতুন Category যোগ কৰিবলৈ টেক্সট ফীলডত Hydrocarbons লিখক। |
05:58 | Name ফীল্ডত যৌগৰ নাম “Hexane” লিখক। |
06:03 | Display area ত Hexane এৰ গঠনত টিপক। |
06:07 | এইটো New template প্রোপার্টি পৃষ্ঠাত প্রদর্শিত হয়। |
06:12 | OK বোতামত টিপক। |
06:15 | এতিয়া Templates ড্রপ ডাউনত টিপক। |
06:19 | ' Hydrocarbons নির্বাচন কৰক। |
06:22 | Template এৰ তালিকালৈ Hexane এৰ গঠন যুক্ত হৈছে। |
06:27 | এতিয়া নিজেই হাইড্রোকার্বনলৈ Octane গঠন যোগ কৰক। |
06:32 | hexane ফাইল বন্ধ কৰক। |
06:35 | ফাইল বন্ধ কৰিবলৈ File মেনুত গৈ Close ত টিপক। |
06:41 | Select one or more objects টুলত টিপি টেমপ্লেট প্রোপার্টি পৃষ্ঠা বন্ধ কৰক। |
06:47 | এতিয়া, Residuesৰ সম্পর্কে শিকো। |
06:51 | Residues এৰ ব্যবহাৰ |
06:53 | কার্বন চেইনৰ সৈতে যুক্ত ফাংশনেল গ্রুপৰ ধৰন জানিবলৈ, |
06:58 | ফাংশনেল গ্রুপৰ গঠন জানিবলৈ, |
07:01 | ডাটাবেসৰলৈ এটা নতুন ফাংশনেল গ্রুপ যোগ কৰিবলৈ, কৰা হয়। |
07:04 | Tools মেনুলৈ গৈ Edit residues ত টিপক। |
07:09 | Residues উইন্ডো খোলে। |
07:12 | ইয়াত তিনটা বোতাম আছে - New, Save আৰু Delete. |
07:18 | New বোতামত ড্রপ ডাউন তালিকা আছে। |
07:21 | তালিকাৰ পৰা n-Pr নির্বাচন কৰক। |
07:25 | Identity ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ Symbolআৰু Name প্রদর্শন কৰে। |
07:32 | Formula ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠন প্রদর্শন কৰে। |
07:38 | একেইভাবে, সেকেন্ডাৰি বিউটাইল (Secondary Butyl) এৰ বাবে s-Bu নির্বাচন কৰক। |
07:44 | Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক। |
07:52 | এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি (OH) গ্রুপ যুক্ত কৰো। |
07:57 | নতুন ৰেসিডিউ যোগ কৰিবলৈ New বোতামত টিপক। |
08:02 | Symbol ফীল্ডত O-H লিখক। |
08:06 | ইয়াৰ নাম Hydroxy দিয়ক। |
08:09 | Formula ট্যাবত টিপক। |
08:11 | বুলেটযুক্ত বন্দ এটা দেখিব। |
08:14 | বন্দৰ উচৰত কার্সাৰ ৰাখি ডাঙৰ হাতৰ O লিখক। |
08:19 | O আৰু Os এৰ সৈতে Submenu খোলে. O নির্বাচন কৰক। |
08:24 | O-H গ্রুপ বন্দৰ সৈতে যুক্ত হৈছে। |
08:28 | Save বোতামত টিপক। |
08:31 | এতিয়া তালিকা দেখিবলৈ Newবাটনত টিপক। |
08:35 | O-H ৰেসিডিউ তালিকালৈ যুক্ত হৈছে। |
08:40 | উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক। |
08:44 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:48 | সংক্ষেপে, |
08:50 | ইয়াত আমি শিকিছো: |
08:53 | প্রেফেৰেন্সেস সম্পাদন কৰা। |
08:55 | টেমপ্লেট পৰিচালনা কৰা। |
08:56 | প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা। |
08:59 | নতুন টেমপ্লেট যোগ কৰা। |
09:01 | ৰেসিডিউ ব্যবহাৰ কৰা আৰু তাক সম্পাদন কৰা। |
09:07 | টেমপ্লেটৰ তালিকাৰ পৰা Saccharides নির্বাচন আৰু ব্যবহাৰ কৰক। |
09:12 | অন্যান্য ৰেসিডিউ অন্বেষণ ( Explore ) কৰক। |
09:16 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
09:20 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:24 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:29 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09:33 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09:37 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09:45 | স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:50 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:57 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব। |
10:04 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |