Ruby/C3/for-and-each-Looping-Statements/Assamese

From Script | Spoken-Tutorial
Revision as of 11:16, 6 March 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.01 “Ruby”ৰ for আৰু each Loopsৰ এই টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.05 এই টিওটৰিয়েলত আমি শিকিম
00.07 “loop” সংজ্ঞাৰ অৰ্থ “Ruby”ত থকা ভিন্ন ধৰনৰ লুপ
00.11 “for”লুপৰ ব্যৱহাৰ আৰু “each” লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ
00.14 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.16 ‘‘উবুন্টু লিনাক্স 12.04
00.19 “Ruby” 1.9.3
00.22 এই টিওটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব ।
00.25 “Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.30 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিব ৷
00.34 “Ruby”ত “লুপ”ৰ অৰ্থ কি চাওঁ আহক ।
00.38 “লুপ” হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব ।
00.44 “Ruby”ত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে ।
00.47 for each
00.49 ' while'until
00.50 এই টিওটৰিয়েলত আমি শিকিম forআৰু “ each লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম ডেৰেক্টৰিত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক ।
01.02 ttt, ruby হাইফেন tutorial, looping হাইফেন statements.
01.07 আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফ`ল্ডাৰ তৈয়াৰ কৰি লব ।
01.11 এতিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো ।
01.13 আহক আমি আগ বাঢ়ো ।
01.15 “Ruby”ত “ফৰ লুপ” ৰ চিন্টেক্স এই দৰে হয় -
01.19 for “variable” in “a collection of objects”
01.22 ' ruby code ' end
01.25 উদাহৰণ এটা চাওঁ আহক ।
01.28 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.32 নাম ৰাখক “for hyphen loop dot rb”
01.36 মোৰ লগত “for” লুপৰ উদাহৰণ এটা আছে ।
01.39 আপোনি এই টিওটৰিয়েল ৰখাই ক’ড টাইপ কৰি যাব পাৰে ।
01.44 মই এই উদাহৰণত “for” লুপ এটা ঘোষণা কৰিছো ।
01.47 আমাৰ লগত ১ৰ পৰা -২০ৰ লৈকে সংখ্যাৰ সংহতি এটা আছে ।
01.50 “i” নামৰ ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো ।
01.55 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১ৰ পৰা -২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব ।
02.00 “for” লুপৰ ঘোষণাই ক’ডটো ১ৰ পৰা -২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে ।
02.07 “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
02.14 এতিয়া “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক
02.17 “ruby space for hyphen loop dot rb” আৰু আওতপুত চাওঁক
02.22 আওতপুটত ১ৰ পৰা -২০ৰ সংখ্যা লৈকে array দেখা পাব ।
02.26 এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম ।
02.31 যিটোয়ে ১ৰ পৰা -২০ৰ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব ।
02.35 এটিয়া আমি “ফৰ লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম ।
02.41 এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক ।
02.44 ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্‍পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে ।
02.49 ইয়াত “ফৰ” লুপ ১ৰ পৰা -২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে ।
02.55 আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় ।
02.59 আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় ।
03.04 “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক “ruby স্পেচ for hyphen loop dot rb
03.13 আৰু আওতপুত চাওঁক ।
03.17 আওতপুটত এটিয়াও সংখ্যাৰ “এৰে” এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে ।
03.22 এতিয়া আপোনি আপোনাৰ নিজৰ “for” লুপ লিখিব পাৰিব লাগে ।
03.27 “each”' লুপৰ চিন্টেক্স এই দৰে হয় -
03.31 “a collection of objects” dot each do item
03.36 ruby code end
03.38 উদাহৰণ এটা চাই বোজো আহক ।
03.42 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
03.46 নাম ৰাখক “each hyphen loop dot rb”
03.50 মোৰ লগত each লুপৰ উদাহৰণ এটা আছে ।
03.53 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
03.58 মই এই উদাহৰণত 'each লুপ এটা ঘোষণা কৰিছো ।
04.03 আমাৰ লগত ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতি এটা আছে ।
04.06 “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা 'each লুপৰ ভিতৰত ঘোষণা কৰিলো ।
04.11 “i” নামৰ ল’কেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব ।
04.17 “ইচ” লুপৰ ডিক্লেৰেছনে (ঘোষণাই) ক’ডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগৰ উপৰত দোহাৰাই থকাত সহাই কৰে ।
04.23 “ইচ” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
04.30 টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb”
04.39 আৰু আওতপুত চাওঁক ।
04.43 আওতপুটত১ৰ পৰা ২০ৰ সংখ্যা লৈকে “এৰে” দেখা পাব ।
04.46 এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম ।
04.51 যিটোয়ে ১ৰ-২০ৰ পৰা সংখ্যা লৈকে সন্নিবিষ্ট কৰিব ।
04.54 এতিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জৰ বাবে উপয়োগ কৰা চাম।
05.00 এতিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক ।
05.04 ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্‍পৰ্যৰ সংগ্ৰহৰ অন্তিম এলিমেন্টো (অংশটো) সন্নিবিষ্ট নকৰে ।
05.10 ইয়াত each' লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে ।
05.16 আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় ।
05.20 আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় ।
05.25 terminal(টাৰমিনেল)” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb”
05.34 আৰু আওতপুত চাওঁক ।
05.39 এতিয়া আপোনি আপোনাৰ নিজৰ each লুপ লিখিব পাৰিব লাগে ।
05.44 আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোনতো লুপিং কনষ্ট্ৰাক্ট বাচনিকৰিম ?
05.48 forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰিকল মানে ৰোমন্থন কৰো আহক ।
05.53 প্ৰথম উদাহৰণত for লুপ ব্যৱহাৰ কৰি ১ৰ পৰা ২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো ।
05.59 টাৰমিনেলত “ruby space for hyphen loop dot rb” সম্পাদন কৰি আওতপুত চাওঁক । ।
06.08 এতিয়া “gedit”টত থকা ক’দ চাওঁক ।
06.11 আপোনি যেতিয়া for loop ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে ।
06.16 আৰু each' বা for কল কৰিলে , আওতপুত একেটা উত্পন্ন হব ।
06.21 যিহেটো for ক’ল কৰিলে eachহে ক’ল হয়, সেইহে “ফৰ”ৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব ।
06.28 আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো ।
06.30 পৰ্য্যালোচনা কৰো আহক ।
06.32 আমি এই টিওটৰিয়েলত শিকিলো
06.33 for' লুপৰ ব্যৱহাৰ
06.35 “each” কনষ্ট্ৰাক্টৰ ব্যৱহাৰ
06.38 for ইয়াৰ ঠাইত each ব্যৱহাৰ কৰা উপলক্ষ্য
06.41 উপৰ’ৰ লুপিং কনষ্ট্ৰাক্ট’ৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ
06.45 কাৰ্য্য হিচাবে কৰক
06.47 উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰ’গ্ৰেম লিখক
06.50 এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১ৰ পৰা ২০ৰ’লৈ ইভেন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক
06.56 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07.00 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07.03 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
07.08 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
07.11 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
07.14 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07.18 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07.23 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07.26 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
07.33 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
07.41 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble