LibreOffice Suite Base/C2/Modify-a-simple-form/Assamese

From Script | Spoken-Tutorial
Revision as of 17:02, 12 August 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cues
Narration


00:00 লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|


00:04 এই টিউটৰিয়েলত আমি ফৰ্ম এখন  ম’ডিফাই কৰাত, আমি ফৰ্মত ডেটা ভৰোৱা, ফৰ্ম এখন ম’ডিফাই কৰা শিকিম|


00:14 পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো|


00:22 আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো|


00:29 এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও চাও আহক|
00:39 প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই|
00:48 আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক|
00:52 যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি  লাইব্ৰেৰী ডেটাবেইছটো খোলিব পাৰো|
01:03 বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰো|
01:08 এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো|
01:12 আহক আমি বাও পেনেলত ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো|
01:18 লক্ষয় কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে|
01:28 ফৰ্ম নেইমত ৰাইট ক্লিক কৰক আৰু অপেনত ক্লিক কৰক|
01:33 এতিয়া, আমি বুকচ টেবোলৰ ফিল্ডৰ অনুৰুপ এখন ব্লো বেকগ্ৰাউণ্ডেৰে লেবেল আৰু টেক্সট বক্সৰ সৈতে নতুন ৱিণ্ড এখন দেখা পাও
01:46 আহক আমি প্ৰতিটো ফিল্ডলৈ যাবলৈ টেব কীটোত ক্লিক কৰো, আৰু আমি অন্তিম ফিল্ডটো পোৱাত বেইছে পৰৱৰ্তী ৰেক’ৰ্ডটো খোলে|
01:56 এই ধৰণে আমি ৰেক’ৰ্ড বোৰৰ মাজত বিচৰণ কৰিব পাৰো|
02:00 বা আমি ৰেক’ৰ্ডবোৰৰ মাজত নেভীগেইট কৰিবলৈ বটম টুলবাৰত থকা ক'লা ট্ৰায়াংগল আইকনটোও ব্যৱহাৰ কৰিব পাৰো|
02:10 নহবা, এটা নিৰ্দিষ্ট ৰেক’ৰ্ডলৈ যাবলৈ, বটম টুলবাৰত ৰেক’ৰ্ড নাম্বাৰটো টাইপ কৰক আৰু এন্টাৰ কী বা টেব কী দবাওক|
02:23 আহক আমি অন্তিম ৰেক’ৰ্ডলৈ যাওঁ যিটো হৈছে পঞ্চমটো ৰেক’ৰ্ড|
02:28 এতিয়া আমি এটা নতুন ৰেক’ৰ্ড যোগ কৰো|
02:34 এইটো কৰিবলৈ নিউ ৰেক’ৰ্ড আইকণত  ক্লিক কৰো, সেইটো বটম টুলবাৰত লাষ্ট ৰেক’ৰ্ড আইকনৰ সোঁফালে থকা দ্বিতীয়টো আইকন|
02:46 মন কৰক যে আমি খালি টেক্সট বক্স দেখিম আৰু বটমত (তলত)ৰেক’ৰ্ড নাম্বাৰটোৱে 6 দেখাইছে |
02:55 এতিয়া আমি নতুন বুকৰ বিষয়ক তথ্যসহ নতুন ৰেক’ৰ্ড যোগ কৰিবলৈ সাজো হয়|
03:03 আমি টাইটল টেক্সট বক্সত টাইপ কৰো “ 'Paradise Lost'” আৰু পিছৰ ফিল্ডলৈ নেভীগেইট কৰিবলৈ টেব কী ব্যৱহাৰ কৰিম|
03:16 আহক আমি অথৰৰ(author) বিপৰীতে 'John Milton'   টাইপ কৰো|
03:23 পাব্লিশ্ব ইয়েৰৰ বিপৰীতে '1975' লিখক
03:28 পাব্লিশ্বাৰৰ বিপৰীতে Oxford
03:31 আৰু 200 প্ৰাইচৰ বিপৰীতে|
03:36 তাত, বুকচ ডেটা এন্ট্ৰি ফৰ্ম ব্যৱহাৰ কৰি আমি এইয়া বুকচ টেবোলত এটা নিউ ৰেক’ৰ্ড প্রবেশ কৰালো|
03:46 আমি এতিয়া এই ৱিণ্ড’খন  বন্ধ কৰিম|
03:48 আমি এই ধৰণে আৰু অধিক ৰেক’ৰ্ড বা ডেটা যোগ কৰিব পাৰিম|
03:53
03:53 আমি অলপতে যোগ কৰা অন্তিম ৰেক’ৰ্ডটো বুকচ টেবোলখনত বেইছে আপডেইট কৰিলেনে নাই চাও|
04:02 এইটোৰ বাবে, লিবাৰ অফিচ বেইছৰ মুখ্য ৱিণ্ড’খনৰ সো পেনেলত থকা বুকচ টেইবলত ডাবল ক্লিক কৰো |
04:12 ফৰ্মখনৰ যোগেৰে অামি ভৰোৱা নতুন ৰেক’ৰ্ডটো ইয়াত লক্ষয় কৰক|
04:18 ঠিক অাছে, আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম|
04:22 ইয়াৰ পিছত, আমি শিকো আমাৰ ফৰ্মখনত কেনেকৈ কিছুমান সৰল ম’ডিফিকেশ্যন কৰিব পাৰি|
04:30 আমি বাওঁ পেনেলত থকা ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰিম|
04:37 আৰু ম’ডিফাই কৰিবলৈ “ 'Books Data Entry form'”খনত ৰাইট ক্লিক কৰি  আৰু তাৰ পিছত “edit” বাচি খোলক|
04:48 এখন পৰিচিত ৱিণ্ড এতিয়া খোলে|
04:51 যদিহে আপুনি “title” লেবেলত ক্লিক নকৰে, তেনেহলে আপুনি বহুতো সৰু সেউজীয়া বক্স দেখিবলৈ পাব যিবিলাকে লেবেল আৰু টেক্সট বক্সক আৱৰি ৰাখে|
05:03 ইয়াৰ অৰ্থ এয়ে যে আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’ত আছো|
05:08 আৰু আমি ফৰ্মখনৰ ৰূপ সজ্জা আৰু ইয়াৰ এলিমেন্ট আৰু ফাংকশ্যনেলিটিও ম’ডিফাই কৰিব পাৰিম|
05:17 উদাহৰন হিচাবে, আমি লেবেল আৰু টেক্সট বক্সবোৰৰ স্হান আৰু আকাৰ সলনি কৰিব পাৰো 
05:25 এইবিলাকক প্ৰপাৰ্টিজও বোলা হয়|
05:28 লেবেল টাইটলত ডাবল ক্লিক কৰক|
05:32 ই প্ৰপাৰ্টিজ নামৰ সৰু পপ আপ ৱিণ্ড’ এখন খুলিব|
05:38 ইয়াত বিভিন্ন এলিমেন্টবোৰ মন কৰক|
05:48 এতিয়া আমি “author” লেবেলত ক্লিক কৰো, মন কৰক যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই অথৰ লেবেলৰ প্ৰপাৰ্টিজবোৰ দেখাইছে|
06:01
06:02 সেয়ে, যেতিয়াই আমি ফৰ্ম খনত বিভিন্ন এলিমেন্টবোৰত ক্লিক কৰিম, আমি দেখো যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই ছিলেক্ট হোৱা এলিমেন্টবোৰৰ প্ৰপাৰ্টিজবোৰ দেখাইছে|
06:14 এতিয়া প্ৰপাৰ্টিজ ৱিণ্ড’ টাইটল Properties:MultiSelection হিচাপে দেখা গৈছে|
06:21 ইয়াৰ কাৰণ, আমি দেখো যে অথৰ লেবেল আৰু ইয়াৰ কাষত থকা টেক্সট বক্স সেউজীয়া বক্সৰ চেটৰ মাজত আৱদ্ধ হৈ আছে|
06:34 বেইছে স্বয়ংক্ৰিয়ভাৱে লেবেলবিলাক আৰু ফৰ্মত থকা সিহঁতৰ সংলগ্ন টেক্সট বক্সবিলাকক গ্ৰুপ কৰি পেলাইছে| আমি সেইবিলাকক আনগ্ৰুপ কৰিব পাৰো|
06:44 টাইটল লেবেলত ৰাইট ক্লিক কৰক, তাৰ পাছত বটমত থকা “Group'”-ত ক্লিক কৰক আৰু তাৰ পিছত “Ungroup”-ত ক্লিক কৰক|
06:54 এতিয়া আমি দেখো যে লেবেল টাইটল আৰু ইয়াৰ টেক্সট বক্সসমূহ আনগ্ৰুপ হৈছে|
07:02 এই ধৰণে আমি ফৰ্মখনত বিশিষ্ট এলিমেন্ট বোৰৰ প্ৰপাৰ্টিজ ম’ডিফাই কৰিব পাৰো|
07:10
07:10 পিছত আমি টাইটল টেক্সট বক্সটোত এটা টুল টিপ যোগ কৰো|
07:16 এতিয়া আমি প্ৰপাৰ্টিৰ্জ ৱিণ্ড’খনত তললৈ স্ক্ৰল কৰি যাম|
07:22 “Help text” লেবেলটো মন কৰক, আৰু ইয়াত আমি  'Enter the title of the book here' বোলি টাইপ কৰো|
07:32 এতিয়া, উপৰৰ ফাইল মেন্যুত থকা ছেভ আইকনত ক্লিক কৰি আমি ফৰ্মখন ছেভ কৰো. আৰু আমি এই ৱিণ্ড’খন বন্ধ কৰিম|
07:46 এতিয়া আমি ম’ডিফিকেশ্যন বোৰ কৰাৰ পিছত ফৰ্ম খন দেখিবলৈ কেনেকোৱা হৈছে চাও|
07:54 ইয়াৰ বাবে , বেইছৰ প্ৰধান ৱিণ্ড’ খনলৈ যাও, বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো|
08:03 আৰু সো পেনেলত থকা “Books Data Entry Form”ত ডাবল ক্লিক কৰিম|
08:10 আমি টাইটল লেবেল বা টেক্সট বক্সৰ উপৰত মাউছৰ পইন্টাৰদাল ৰাখিম|
08:17 মন কৰক যে এটা টুল টিপ প্ৰদৰ্শিত হৈছে, যিয়ে কয় 'Enter the title of the book here'|
08:24 গতিকে এতিয়া, আমি আমাৰ ফৰ্মখনত এটা সৰল ম’ডিফিকেশ্যন কৰা শিকিলো|
08:31 আমি বেইছ টিউট’ৰিয়েলৰ পৰৱৰ্তী অংশত ফৰ্ম এখনত আৰু অধিক ম’ডিফিকেশ্যন কৰিবলৈ শিকিম|
08:38 ইয়াতে এটা কাৰ্য আছে
08:41 মেম্বাৰচ টেইবলৰ বাবে এখন সৰল ফৰ্ম তৈয়াৰ কৰক|
08:46 এইখিনিতে লিবাৰ অফিচ বেইছত ফৰ্ম এখন ম’ডিফাই কৰা এই টিউট’ৰিয়েলৰ অন্ত পৰিছে|
08:52 চমুকৈ কবলৈ, আমি শিকিলো, ফৰ্মত ডেটা ভৰোৱা, আৰু ম’ডিফাই কৰা
09:00 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ এটা অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
09:12 এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে|
09:17 এই বিষয়ক অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:22 এইয়া মৌচুমী মেধীয়ে বিদায় লৈছে|
09:30 অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Mousumi, PoojaMoolya