LibreOffice Suite Base/C2/Modify-a-simple-form/Assamese
From Script | Spoken-Tutorial
Visual Cues
|
Narration
|
|
|
00:00
|
লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
|
|
|
00:04
|
এই টিউটৰিয়েলত আমি ফৰ্ম এখন ম’ডিফাই কৰাত, আমি ফৰ্মত ডেটা ভৰোৱা, ফৰ্ম এখন ম’ডিফাই কৰা শিকিম|
|
|
|
00:14
|
পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো|
|
|
|
00:22
|
আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো|
|
|
|
00:29
|
এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও চাও আহক|
|
|
|
00:39
|
প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই|
|
|
|
00:48
|
আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক|
|
|
|
00:52
|
যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি লাইব্ৰেৰী ডেটাবেইছটো খোলিব পাৰো|
|
|
|
01:03
|
বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰো|
|
|
|
01:08
|
এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো|
|
|
|
01:12
|
আহক আমি বাও পেনেলত ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো|
|
|
|
01:18
|
লক্ষয় কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে|
|
|
|
01:28
|
ফৰ্ম নেইমত ৰাইট ক্লিক কৰক আৰু অপেনত ক্লিক কৰক|
|
01:33
|
এতিয়া, আমি বুকচ টেবোলৰ ফিল্ডৰ অনুৰুপ এখন ব্লো বেকগ্ৰাউণ্ডেৰে লেবেল আৰু টেক্সট বক্সৰ সৈতে নতুন ৱিণ্ড এখন দেখা পাও
|
|
|
01:46
|
আহক আমি প্ৰতিটো ফিল্ডলৈ যাবলৈ টেব কীটোত ক্লিক কৰো, আৰু আমি অন্তিম ফিল্ডটো পোৱাত বেইছে পৰৱৰ্তী ৰেক’ৰ্ডটো খোলে|
|
01:56
|
এই ধৰণে আমি ৰেক’ৰ্ড বোৰৰ মাজত বিচৰণ কৰিব পাৰো|
|
|
|
02:00
|
বা আমি ৰেক’ৰ্ডবোৰৰ মাজত নেভীগেইট কৰিবলৈ বটম টুলবাৰত থকা ক'লা ট্ৰায়াংগল আইকনটোও ব্যৱহাৰ কৰিব পাৰো|
|
|
|
02:10
|
নহবা, এটা নিৰ্দিষ্ট ৰেক’ৰ্ডলৈ যাবলৈ, বটম টুলবাৰত ৰেক’ৰ্ড নাম্বাৰটো টাইপ কৰক আৰু এন্টাৰ কী বা টেব কী দবাওক|
|
|
|
02:23
|
আহক আমি অন্তিম ৰেক’ৰ্ডলৈ যাওঁ যিটো হৈছে পঞ্চমটো ৰেক’ৰ্ড|
|
|
|
02:28
|
এতিয়া আমি এটা নতুন ৰেক’ৰ্ড যোগ কৰো|
|
|
|
02:34
|
এইটো কৰিবলৈ নিউ ৰেক’ৰ্ড আইকণত ক্লিক কৰো, সেইটো বটম টুলবাৰত লাষ্ট ৰেক’ৰ্ড আইকনৰ সোঁফালে থকা দ্বিতীয়টো আইকন|
|
|
|
02:46
|
মন কৰক যে আমি খালি টেক্সট বক্স দেখিম আৰু বটমত (তলত)ৰেক’ৰ্ড নাম্বাৰটোৱে 6 দেখাইছে |
|
|
|
02:55
|
এতিয়া আমি নতুন বুকৰ বিষয়ক তথ্যসহ নতুন ৰেক’ৰ্ড যোগ কৰিবলৈ সাজো হয়|
|
|
|
03:03
|
আমি টাইটল টেক্সট বক্সত টাইপ কৰো “ 'Paradise Lost'” আৰু পিছৰ ফিল্ডলৈ নেভীগেইট কৰিবলৈ টেব কী ব্যৱহাৰ কৰিম|
|
|
|
03:16
|
আহক আমি অথৰৰ(author) বিপৰীতে 'John Milton' টাইপ কৰো|
|
|
|
03:23
|
পাব্লিশ্ব ইয়েৰৰ বিপৰীতে '1975' লিখক
|
|
|
03:28
|
পাব্লিশ্বাৰৰ বিপৰীতে Oxford
|
|
|
03:31
|
আৰু 200 প্ৰাইচৰ বিপৰীতে|
|
|
|
03:36
|
তাত, বুকচ ডেটা এন্ট্ৰি ফৰ্ম ব্যৱহাৰ কৰি আমি এইয়া বুকচ টেবোলত এটা নিউ ৰেক’ৰ্ড প্রবেশ কৰালো|
|
|
|
03:46
|
আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম|
|
|
|
03:48
|
আমি এই ধৰণে আৰু অধিক ৰেক’ৰ্ড বা ডেটা যোগ কৰিব পাৰিম|
|
03:53
|
|
03:53
|
আমি অলপতে যোগ কৰা অন্তিম ৰেক’ৰ্ডটো বুকচ টেবোলখনত বেইছে আপডেইট কৰিলেনে নাই চাও|
|
|
|
04:02
|
এইটোৰ বাবে, লিবাৰ অফিচ বেইছৰ মুখ্য ৱিণ্ড’খনৰ সো পেনেলত থকা বুকচ টেইবলত ডাবল ক্লিক কৰো |
|
|
|
04:12
|
ফৰ্মখনৰ যোগেৰে অামি ভৰোৱা নতুন ৰেক’ৰ্ডটো ইয়াত লক্ষয় কৰক|
|
|
|
04:18
|
ঠিক অাছে, আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম|
|
|
|
04:22
|
ইয়াৰ পিছত, আমি শিকো আমাৰ ফৰ্মখনত কেনেকৈ কিছুমান সৰল ম’ডিফিকেশ্যন কৰিব পাৰি|
|
|
|
04:30
|
আমি বাওঁ পেনেলত থকা ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰিম|
|
|
|
04:37
|
আৰু ম’ডিফাই কৰিবলৈ “ 'Books Data Entry form'”খনত ৰাইট ক্লিক কৰি আৰু তাৰ পিছত “edit” বাচি খোলক|
|
|
|
04:48
|
এখন পৰিচিত ৱিণ্ড এতিয়া খোলে|
|
|
|
04:51
|
যদিহে আপুনি “title” লেবেলত ক্লিক নকৰে, তেনেহলে আপুনি বহুতো সৰু সেউজীয়া বক্স দেখিবলৈ পাব যিবিলাকে লেবেল আৰু টেক্সট বক্সক আৱৰি ৰাখে|
|
|
|
05:03
|
ইয়াৰ অৰ্থ এয়ে যে আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’ত আছো|
|
|
|
05:08
|
আৰু আমি ফৰ্মখনৰ ৰূপ সজ্জা আৰু ইয়াৰ এলিমেন্ট আৰু ফাংকশ্যনেলিটিও ম’ডিফাই কৰিব পাৰিম|
|
05:17
|
উদাহৰন হিচাবে, আমি লেবেল আৰু টেক্সট বক্সবোৰৰ স্হান আৰু আকাৰ সলনি কৰিব পাৰো
|
|
|
05:25
|
এইবিলাকক প্ৰপাৰ্টিজও বোলা হয়|
|
|
|
05:28
|
লেবেল টাইটলত ডাবল ক্লিক কৰক|
|
|
|
05:32
|
ই প্ৰপাৰ্টিজ নামৰ সৰু পপ আপ ৱিণ্ড’ এখন খুলিব|
|
|
|
05:38
|
ইয়াত বিভিন্ন এলিমেন্টবোৰ মন কৰক|
|
|
|
05:48
|
এতিয়া আমি “author” লেবেলত ক্লিক কৰো, মন কৰক যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই অথৰ লেবেলৰ প্ৰপাৰ্টিজবোৰ দেখাইছে|
|
06:01
|
|
06:02
|
সেয়ে, যেতিয়াই আমি ফৰ্ম খনত বিভিন্ন এলিমেন্টবোৰত ক্লিক কৰিম, আমি দেখো যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই ছিলেক্ট হোৱা এলিমেন্টবোৰৰ প্ৰপাৰ্টিজবোৰ দেখাইছে|
|
|
|
06:14
|
এতিয়া প্ৰপাৰ্টিজ ৱিণ্ড’ টাইটল Properties:MultiSelection হিচাপে দেখা গৈছে|
|
|
|
06:21
|
ইয়াৰ কাৰণ, আমি দেখো যে অথৰ লেবেল আৰু ইয়াৰ কাষত থকা টেক্সট বক্স সেউজীয়া বক্সৰ চেটৰ মাজত আৱদ্ধ হৈ আছে|
|
|
|
06:34
|
বেইছে স্বয়ংক্ৰিয়ভাৱে লেবেলবিলাক আৰু ফৰ্মত থকা সিহঁতৰ সংলগ্ন টেক্সট বক্সবিলাকক গ্ৰুপ কৰি পেলাইছে| আমি সেইবিলাকক আনগ্ৰুপ কৰিব পাৰো|
|
|
|
06:44
|
টাইটল লেবেলত ৰাইট ক্লিক কৰক, তাৰ পাছত বটমত থকা “Group'”-ত ক্লিক কৰক আৰু তাৰ পিছত “Ungroup”-ত ক্লিক কৰক|
|
|
|
06:54
|
এতিয়া আমি দেখো যে লেবেল টাইটল আৰু ইয়াৰ টেক্সট বক্সসমূহ আনগ্ৰুপ হৈছে|
|
|
|
07:02
|
এই ধৰণে আমি ফৰ্মখনত বিশিষ্ট এলিমেন্ট বোৰৰ প্ৰপাৰ্টিজ ম’ডিফাই কৰিব পাৰো|
|
07:10
|
|
07:10
|
পিছত আমি টাইটল টেক্সট বক্সটোত এটা টুল টিপ যোগ কৰো|
|
|
|
07:16
|
এতিয়া আমি প্ৰপাৰ্টিৰ্জ ৱিণ্ড’খনত তললৈ স্ক্ৰল কৰি যাম|
|
|
|
07:22
|
“Help text” লেবেলটো মন কৰক, আৰু ইয়াত আমি 'Enter the title of the book here' বোলি টাইপ কৰো|
|
|
|
07:32
|
এতিয়া, উপৰৰ ফাইল মেন্যুত থকা ছেভ আইকনত ক্লিক কৰি আমি ফৰ্মখন ছেভ কৰো. আৰু আমি এই ৱিণ্ড’খন বন্ধ কৰিম|
|
|
|
07:46
|
এতিয়া আমি ম’ডিফিকেশ্যন বোৰ কৰাৰ পিছত ফৰ্ম খন দেখিবলৈ কেনেকোৱা হৈছে চাও|
|
|
|
07:54
|
ইয়াৰ বাবে , বেইছৰ প্ৰধান ৱিণ্ড’ খনলৈ যাও, বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো|
|
|
|
08:03
|
আৰু সো পেনেলত থকা “Books Data Entry Form”ত ডাবল ক্লিক কৰিম|
|
|
|
08:10
|
আমি টাইটল লেবেল বা টেক্সট বক্সৰ উপৰত মাউছৰ পইন্টাৰদাল ৰাখিম|
|
|
|
08:17
|
মন কৰক যে এটা টুল টিপ প্ৰদৰ্শিত হৈছে, যিয়ে কয় 'Enter the title of the book here'|
|
|
|
08:24
|
গতিকে এতিয়া, আমি আমাৰ ফৰ্মখনত এটা সৰল ম’ডিফিকেশ্যন কৰা শিকিলো|
|
|
|
08:31
|
আমি বেইছ টিউট’ৰিয়েলৰ পৰৱৰ্তী অংশত ফৰ্ম এখনত আৰু অধিক ম’ডিফিকেশ্যন কৰিবলৈ শিকিম|
|
|
|
08:38
|
ইয়াতে এটা কাৰ্য আছে
|
|
|
08:41
|
মেম্বাৰচ টেইবলৰ বাবে এখন সৰল ফৰ্ম তৈয়াৰ কৰক|
|
|
|
08:46
|
এইখিনিতে লিবাৰ অফিচ বেইছত ফৰ্ম এখন ম’ডিফাই কৰা এই টিউট’ৰিয়েলৰ অন্ত পৰিছে|
|
|
|
08:52
|
চমুকৈ কবলৈ, আমি শিকিলো, ফৰ্মত ডেটা ভৰোৱা, আৰু ম’ডিফাই কৰা
|
|
|
09:00
|
স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ এটা অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
|
|
|
09:12
|
এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে|
|
|
|
09:17
|
এই বিষয়ক অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
|
|
|
09:22
|
এইয়া মৌচুমী মেধীয়ে বিদায় লৈছে|
|
|
|
09:30
|
অংশ গ্ৰহণৰ বাবে ধন্যবাদ|
|