Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 168: Line 168:
 
||প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক  
 
||প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক  
  
| -
+
|-
  
 
|| 02,18
 
|| 02,18
Line 174: Line 174:
 
|| আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
 
|| আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
  
| -
+
|-
  
 
|| 02,25
 
|| 02,25
Line 180: Line 180:
 
|| আমি কোডটো ব্যাখ্যা কৰো.
 
|| আমি কোডটো ব্যাখ্যা কৰো.
  
| -
+
|-
  
 
|| 02,27
 
|| 02,27
Line 186: Line 186:
 
|| # সাইন তা পরে লেখা একটি লাইন মন্তব্য .  
 
|| # সাইন তা পরে লেখা একটি লাইন মন্তব্য .  
  
| -
+
|-
  
 
| 02,32
 
| 02,32
Line 192: Line 192:
 
|| ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়  
 
|| ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়  
  
| -
+
|-
  
 
|| 02,38
 
|| 02,38
Line 198: Line 198:
 
||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায়  
 
||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায়  
  
| -
+
|-
  
 
|| 02,43
 
|| 02,43
Line 205: Line 205:
  
  
| -
+
|-
  
 
|| 02,52
 
|| 02,52
Line 213: Line 213:
 
'''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্রিং " ''' লয়  
 
'''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্রিং " ''' লয়  
  
| -
+
|-
 
+
 
| 03,04
 
| 03,04
  
 
|| ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
 
|| ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
  
| -
+
|-
  
 
|| 03,11
 
|| 03,11
  
<nowiki>||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে
+
||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে
  
| -
+
|-
  
 
|| 03,17
 
|| 03,17
Line 231: Line 230:
 
||''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায়  
 
||''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায়  
  
| -
+
|-
  
 
|| 03,27
 
|| 03,27
Line 237: Line 236:
 
|| '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে  
 
|| '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে  
  
| -
+
|-
  
 
| 03,35
 
| 03,35
Line 244: Line 243:
  
  
| -
+
|-
  
 
| | 03,42  
 
| | 03,42  
Line 250: Line 249:
 
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে  
 
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে  
  
| -
+
|-
  
 
| | 03,52
 
| | 03,52
Line 256: Line 255:
 
| | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে.
 
| | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে.
  
| -
+
|-
  
 
| | 04,01
 
| | 04,01
Line 263: Line 262:
  
  
| -
+
|-
  
 
| 04,05
 
| 04,05
Line 270: Line 269:
  
  
| -
+
|-
  
 
| | 04,11
 
| | 04,11
Line 276: Line 275:
 
| | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে.
 
| | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে.
  
| -
+
|-
  
 
| 04,17
 
| 04,17
Line 282: Line 281:
 
| | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
 
| | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
  
| -
+
|-
  
 
| | 04,22
 
| | 04,22
Line 290: Line 289:
 
'''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক  
 
'''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক  
  
| -
+
|-
  
 
| | 04,26
 
| | 04,26
Line 297: Line 296:
  
  
| -
+
|-
  
 
| |04,29
 
| |04,29
Line 304: Line 303:
  
  
| -
+
|-
  
 
| 04,34
 
| 04,34
Line 310: Line 309:
 
| | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
 
| | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
  
| -
+
|-
  
 
| | 04,41
 
| | 04,41
Line 317: Line 316:
  
  
| -
+
|-
  
 
| | 04,46
 
| | 04,46
Line 323: Line 322:
 
| | ''for variable = start number to end number { Statement}'''
 
| | ''for variable = start number to end number { Statement}'''
  
| -
+
|-
  
 
| | 04,55
 
| | 04,55
Line 329: Line 328:
 
| | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও.
 
| | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও.
  
| -
+
|-
  
 
| 04,59
 
| 04,59
Line 336: Line 335:
  
  
| -
+
|-
  
 
| | 05,05
 
| | 05,05
Line 343: Line 342:
  
  
| -
+
|-
  
 
| 05,14
 
| 05,14
Line 350: Line 349:
  
  
| -
+
|-
  
 
| 05,20
 
| 05,20
Line 356: Line 355:
 
| | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
 
| | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
  
| -
+
|-
  
 
| | 05,25
 
| | 05,25
Line 362: Line 361:
 
| | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে  
 
| | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে  
  
| -
+
|-
  
 
| | 05,32
 
| | 05,32
Line 368: Line 367:
 
| | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
 
| | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
  
| -
+
|-
  
 
| | 05,34
 
| | 05,34
Line 374: Line 373:
 
| | # সাইন তা পরে লেখা একটি লাইন মন্তব্য .  
 
| | # সাইন তা পরে লেখা একটি লাইন মন্তব্য .  
  
| -
+
|-
  
 
| | 05,39
 
| | 05,39
Line 380: Line 379:
 
| |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে  
 
| |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে  
  
| -
+
|-
  
 
| | 05,44
 
| | 05,44
Line 386: Line 385:
 
| | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
 
| | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
  
| -
+
|-
  
 
| | 05,52
 
| | 05,52
Line 392: Line 391:
 
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে .
 
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে .
  
| -
+
|-
  
 
| | 06.01
 
| | 06.01
Line 398: Line 397:
 
| | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে.
 
| | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে.
  
| -
+
|-
  
 
| | 06,12
 
| | 06,12
Line 404: Line 403:
 
| | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
 
| | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
  
| -
+
|-
  
 
| | 06,19
 
| | 06,19
Line 412: Line 411:
 
''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে  
 
''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে  
  
| -
+
|-
  
 
| | 06,26
 
| | 06,26
Line 419: Line 418:
  
  
| -
+
|-
  
 
| | 06,34
 
| | 06,34
Line 425: Line 424:
 
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
 
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
  
| -
+
|-
  
 
| | 06,48
 
| | 06,48
Line 431: Line 430:
 
| | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে .
 
| | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে .
  
| -
+
|-
  
 
| 06,54
 
| 06,54
Line 437: Line 436:
 
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
 
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
  
| -
+
|-
  
 
| | 07,04
 
| | 07,04
Line 446: Line 445:
  
  
| -
+
|-
  
 
| | 07,13
 
| | 07,13
Line 453: Line 452:
  
  
| -
+
|-
  
 
| 07,17
 
| 07,17
Line 459: Line 458:
 
| | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়.  
 
| | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়.  
  
| -
+
|-
  
 
| 07,27
 
| 07,27
Line 465: Line 464:
 
| |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় .
 
| |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় .
  
| -
+
|-
  
 
| | 07,32  
 
| | 07,32  
Line 472: Line 471:
  
  
| -
+
|-
  
 
| | 07,37
 
| | 07,37
Line 478: Line 477:
 
| | আমি সংক্ষেপ কৰো.
 
| | আমি সংক্ষেপ কৰো.
  
| -
+
|-
  
 
| 07,40
 
| 07,40
Line 485: Line 484:
  
  
| -
+
|-
  
 
| 07,44
 
| 07,44
Line 491: Line 490:
 
| | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
 
| | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
  
| -
+
|-
  
 
| | 07,47
 
| | 07,47
Line 498: Line 497:
  
  
| -
+
|-
  
 
| 07,54
 
| 07,54
Line 505: Line 504:
  
  
| -
+
|-
  
 
| 07,58
 
| 07,58

Revision as of 16:42, 10 March 2014

Visual Cue Narration
00.01 নম্সকাৰ দৰ্শক সকল
00.03 KTurtleControl Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম
00.10 এই টিউটৰিয়েলত আমি শিকিম


00.13 'while' loop আৰু


00.15 'for' loop
00.17 এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো .
00.32 আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .


00.38 যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক


00.45 এতিয়া KTurtleৰ নতুন Application খোলা যাওক .


00.48 Dash homeত ক্লীক কৰক .


00.50 Search barত, লিখক KTurtle.


00.53 optionত ক্লীক কৰক. KTurtle Application খোলে.
00.59 এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
01.05 Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে


01.10 প্রোগ্রাম সঞ্চালনৰ নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
01.16 লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
01.25 Eg. “while” loop আৰু “for” loop
01.30 “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক
01.34 “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে
01.42 “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক


while loop condition {


do something


with loop increment variable

}

01.56 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
01.59 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো
02.07 ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
02.13 প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক
02,18 আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
02,25 আমি কোডটো ব্যাখ্যা কৰো.
02,27 # সাইন তা পরে লেখা একটি লাইন মন্তব্য .
02,32 ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়
02,38 reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায়
02,43 ' $ এক্স = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .


02,52 এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' keyword message " "

'“message” কমান্ডে ইনপুট হিচাবে ' " স্ট্রিং " লয়

03,04 ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
03,11 while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে
03,17 $x=$x+3' য়ে $x by 3 variable ৰ মান বঢ়ায়
03,27 ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03,35 Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .


03,42 forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে
03,52 print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে.
04,01 আমি প্রোগ্রামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক.


04,05 এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো .


04,11 ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে.
04,17 “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
04,22

“for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক

04,26 “for” লুপ এটা কাউন্টিং লুপ হয় .


04,29 প্রতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,


04,34 ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
04,41 “for” loop ৰ গঠনক ব্যাখ্যা কৰো .


04,46 for variable = start number to end number { Statement}'
04,55 আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও.
04,59 আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো


05,05 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো


05,14 অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.


05,20 প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
05,25 আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
05,32 প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
05,34 # সাইন তা পরে লেখা একটি লাইন মন্তব্য .
05,39 resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে
05,44 $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
05,52 for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে .
06.01 $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে.
06,12 ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
06,19

print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে

06,26 forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .


06,34 go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
06,48 “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে .
06,54 “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়
07,04 “print” কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়.


07,13 আমি প্রোগ্রামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো.


07,17 এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়.
07,27 Turtle য়ে কেনভাচত 15 steps আগলৈ যায় .
07,32 ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো


07,37 আমি সংক্ষেপ কৰো.
07,40 এই টিউটোৰিয়েলত আমি


07,44 “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
07,47 এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক


07,54 “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক


07,58 “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা


08.03 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।


08.08 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে


08.12 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08.17 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে


08.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।


08.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে


08.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08.36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।


08.41 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়


08.48 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।


08.54 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya