Difference between revisions of "Java/C2/Arithmetic-Operations/Assamese"
From Script | Spoken-Tutorial
Line 42: | Line 42: | ||
| 00:42 | | 00:42 | ||
| ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে | | ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে | ||
− | |||
* প্লাছ চিহ্ন addition ৰ কাৰনে | * প্লাছ চিহ্ন addition ৰ কাৰনে | ||
Line 191: | Line 190: | ||
| 05:48 | | 05:48 | ||
| int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। | | int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
− | |||
|- | |- | ||
|06:09 | |06:09 | ||
Line 203: | Line 201: | ||
|06:19 | |06:19 | ||
|এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে | |এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে | ||
− | |||
|- | |- | ||
|06:25 | |06:25 | ||
Line 215: | Line 212: | ||
|06:38 | |06:38 | ||
|আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে | |আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে | ||
− | |||
|- | |- | ||
|06:50 | |06:50 | ||
|এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম | |এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম | ||
− | |||
|- | |- | ||
| 07:04 | | 07:04 | ||
Line 234: | Line 229: | ||
| 07:22 | | 07:22 | ||
| এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব. | | এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব. | ||
− | |||
|- | |- | ||
| 07:36 | | 07:36 | ||
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
− | |||
|- | |- | ||
| 07:40 | | 07:40 | ||
Line 249: | Line 242: | ||
| 07:44 | | 07:44 | ||
| ''' operator precedence, আৰু , ''' | | ''' operator precedence, আৰু , ''' | ||
− | |||
|- | |- | ||
| 07:45 | | 07:45 | ||
Line 258: | Line 250: | ||
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয., | | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয., | ||
'''modulo''' operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে . | '''modulo''' operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে . | ||
− | |||
|- | |- | ||
| 07:57 | | 07:57 | ||
Line 284: | Line 275: | ||
|08:14 | |08:14 | ||
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
− | |||
|- | |- | ||
| 08:18 | | 08:18 | ||
Line 291: | Line 281: | ||
| 08:24 | | 08:24 | ||
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
− | + | - | |
− | + | ||
| 08:29 | | 08:29 | ||
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
− | |||
|- | |- | ||
| 08:35 | | 08:35 |
Revision as of 11:19, 5 February 2014
Time' | Narration | ||
00:01 | জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম। | ||
00:05 | এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন Arithmetic Operations যেনে
Addition Subtraction Multiplication Division আৰু কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব | ||
00:16 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। | ||
00:24 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব | ||
00:28 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব | ||
00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | ||
00:42 | ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে
| ||
00:54 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম । | ||
01:05 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে | ||
01:10 | আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো। | ||
01:17 | এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক | ||
01:22 | int x = 5; | ||
01:26 | 'int y = 10;
int result | ||
01:35 | x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক সংৰক্ষণ কৰিব | ||
01:41 | সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result | ||
02:10 | Control S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11 | ||
02:17 | আমি দেখো যে যোগ কৰাৰ আউটপুটটো resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল | ||
02:24 | এতিয়া মানবোৰক সলনি কৰা যাওক x=75,y = 15 | ||
02:37 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
02:42 | অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে | ||
02:48 | এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক | ||
02:57 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
03:02 | অামি দেখো যে 75 plus -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে | ||
03:10 | এতিয়া বিয়োগ' চেস্তা কৰা যাওক y = 5'. x+y ক x-yলৈ সলনি কৰক | ||
03:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
03:32 | অামি দেখো যে 75 -5 ৰ আউটপুট প্ৰীন্ট কৰা হৈছে | ||
03:38 | এতিয়া multiplication চেস্তা কৰা যাওক . minus' ক asterisk লৈ সলনি কৰক | ||
03:46 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
03:52 | আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো | ||
03:58 | এতিয়া 'division চেস্তা কৰা যাওক . asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক
| ||
04:07 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
04:13 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় | ||
04:18 | এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় . | ||
04:24 | ৫ক ১০লৈ সলনি কৰক | ||
04:28 | ফলাফলটো ৭.৫ হব লাগিব | ||
04:30 | সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক | ||
04:43 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
04:50 | মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও | ||
04:57 | ইয়াৰ কাৰন হল, বিভাজনত মানে division থকা দুয়ো operandsবোৰ integers হয় | ||
05:01 | y ক float লৈ y=10f সলনি কৰা যাওক
| ||
05:15 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
| ||
05:21 | আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয় | ||
05:24 | মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব | ||
05:32 | এতিয়া আমি চাও কি হয়, যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে | ||
05:48 | int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
06:09 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় | ||
06:12 | এতিয়া minus ক slash এতালৈ সলনি কৰক | ||
06:19 | এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে | ||
06:25 | বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে | ||
06:30 | ৰান কৰা যাওক আৰু আউটপুট চাওক | ||
06:38 | আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে | ||
06:50 | এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম | ||
07:04 | প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও | ||
07:10 | ফাইলটো ৰান কৰা যাওক | ||
07:15 | আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়. | ||
07:22 | এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব. | ||
07:36 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
07:40 | আমি শিকিছো | ||
07:41 | জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে | ||
07:44 | operator precedence, আৰু , | ||
07:45 | কেনেকৈ ইয়াক বাতিল কৰে | ||
07:49 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয.,
modulo operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে . | ||
07:57 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
, তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] | ||
08:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
08:05 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
08:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
08:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | ||
08:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
08:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
08:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
- |
08:29 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:35 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
08:39 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |