Difference between revisions of "LibreOffice-Suite-Impress/C2/Inserting-Pictures-and-Objects/Assamese"
From Script | Spoken-Tutorial
Line 184: | Line 184: | ||
|03:53 | |03:53 | ||
||লিষ্টৰ পৰা চলাইদ এনটাইটল্ডটো চিলেক্ট কৰক৷ | ||লিষ্টৰ পৰা চলাইদ এনটাইটল্ডটো চিলেক্ট কৰক৷ | ||
− | |||
|- | |- | ||
Line 282: | Line 281: | ||
|05:54 | |05:54 | ||
||টেক্সটৰ ছেকেণ্ড লাইনটো চিলেক্ট কৰিবলৈ ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷ | ||টেক্সটৰ ছেকেণ্ড লাইনটো চিলেক্ট কৰিবলৈ ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷ | ||
− | |||
|- | |- |
Revision as of 15:29, 12 November 2013
Time | Narration |
00:00 | পিকচাৰ আৰু অৱজেক্টিডবোৰ ইঞ্চাৰ্ট কৰিবলৈ লিবাৰ অফিচ ইম্প্ৰেচ টিউটৰিয়ললৈ আপোনাক স্বাগতম৷ |
00:06 | এইটো টিউটৰিয়েলত কোনেকৈ পিকচাৰ আৰু অৱজেক্টবোৰ প্ৰেজেন্টেচনত ইনচাৰ্ট কৰি দেখুৱাই তাক আমি শিকিম৷ |
00:12 | পিকচাৰ আৰু অৱজেক্টবোৰ ফৰমেট কৰক৷ |
00:15 | প্ৰেজেন্টচনৰ ডিতৰ আৰু বাহিৰ ফালে হাইপাৰলিংক কৰক আৰু টেবুল ইনচাৰ্ট কৰক৷ |
00:20 | ইয়াত আমি ব্যৱহাৰ কৰিম ইউবুন্টো লিনাক্স ১০.০৪ আৰু লিবাৰ অফিচ চুইটডাৰচন ৩.৩.৪. |
00:29 | উৱাব ব্ৰাউচাৰৰ এেড্ৰচ বাৰত, ক্সিনত দেখুৱা URL টাইপ কৰক৷ |
00:34 | ইমেজত এইটো দেখা পাব৷ |
00:37 | এতিয়া ইমেজত ৰাইট-ক্লিক কৰক আৰু অপচনত চেড ইমেজ চুজ কৰক৷ |
00:41 | এটা ডাইলগ বক্স অপেন হ’ব৷ |
00:43 | ইতিমধ্যে নেম ফিল্ডত ডিচ প্লেইছ হৈ গৈছে৷ |
00:51 | মই ডেক্সটপৰ ল’কেচনটো চুজ কৰি চেড বুটনটো ক্লিক কৰিম৷ |
00:59 | আহক আমাৰ প্ৰেজেন্টেচনটো অপেন কৰো ঘিটো আমি আগতেই চেড কৰিছিলো৷ |
01:04 | এতিয়া আমি দেখিম কেনেকৈ এই প্ৰেজেন্টেচনটোত এটা পিকচাৰ এড কৰিব পাৰি৷ |
01:09 | এতিয়া আমি দেখিম এই প্ৰেজেন্টেচনটোত এটা পিকচাৰ এড কৰিব পাৰি৷ |
01:14 | এতিয়া ফ্ৰম ফাইল অপচনত ক্লিক কৰক৷ |
01:17 |
এটা ডাইলগ বক্স অপেন হ’ব৷ |
01:19 |
ঘিটোৰ পৰা আপুনি এটা পিকচাৰ ইনচাৰ্ট কৰিব বিচাৰে সেই ফল্ডাৰটো চুজ কৰক৷ |
01:23 | মই ডেক্সটপ ফল্ডাৰটো চুজ কৰিম৷ |
01:26 | এতিয়া ইনচাৰ্টলৈ ঘাবলৈ পিকচাৰ চুজ কৰক আৰু অপেন বুটন ক্লিক কৰক৷ |
01:31 | চলাইডত পিকচাৰ ইনচাৰ্ট কৰক৷ |
01:35 | চেঞ্জখিনি আনডো কৰক৷ |
01:37 | আমি এটা অন্য পথেৰে পিকচাৰ ইনচাৰ্ট কৰো৷ |
01:41 | চলাইড টাইল্ড ৰ পিছত এটা নতুন চলাইড ইনচাৰ্ট আৰু চলাইড ক্লিক কৰক৷ |
01:50 | টাইটল টেক্সট বক্সত ক্লিক কৰি লৈ টাইলটো পৰিৱৰ্তন কৰক৷ |
01:56 | ৪ আইকনৰ সৈতে মাজত থকা এটা ইমেল বক্স লক্ষ্য কৰক, সেইটো হৈছে ইনচাৰ্ট টোলবাৰ৷ |
02:03 | ইনচাৰ্ট টোলাবাৰৰ পৰা ইনচাৰ্ট পিকচাৰ আইকন ক্লিক কৰক৷ |
02:08 | এটা পিকচাৰ চুজ কৰি অপেন বুটনত ক্লিক কৰক৷ |
02:12 | লক্ষ্য কৰক ঘে ইনচাৰ্টেদ পিকচাৰটোয়ে প্ৰায় গোটেই চলাইডটো ক’ডাৰ কৰি আছে৷ |
02:17 | প্ৰথমতে ইয়াত ক্লিক কৰি আৰু কণ্ট্ৰল পইন্টবোৰ মেনিপুলেট কৰি আপুনি ইমেজৰ চাইজ আৰু চেপটো সলনি কৰিব পাৰে৷ |
02:27 | আমাৰ প্ৰেচেন্টেচনত থকা অন্যান্য অৱেজক্টবোৰ ঘেনে চাৰ্ট আৰু মোডি-ক্লিপবোৰ আমি সেই একেধৰণে ইনচাৰ্ট কৰিব পাৰো৷ |
02:35 | সকেলা সুবিধা জানি লওক৷ |
02:38 | এতিয়া কেনেকৈ হাইপাৰলিংক কৰিব পাৰি শিকো আহক৷ |
02:41 | হাইপাৰলিংকে এটা চলাইডৰ পৰা অন্য এটা চলাইডলৈ ঘাবলৈ বা এটা ছেৱব পেজ অপেন কৰিবলৈ বা প্ৰেজেন্টেচনৰ পৰা ডকুমেন্ট বনাবলৈ, সহজতে অনুমতি দিয়ে৷ |
02:49 | কেনেকৈ হাইপাবলিংক এটা প্ৰেজেন্টেচনৰ সৈতে থাকে সেইটো আমি প্ৰথমতে লক্ষ্য কৰিব লাগিব৷ |
02:54 | একটি স্লাইড খেতাবধারী সংক্ষিপ্ত বিবরণ পরে নতুন স্লাইড ঢোকান. |
03:02 | টাইটলটো ক্লিক কৰি টাইপ কৰক Table of contents. |
03:06 | text box অত িকলক কৰক আৰু এই দৰে succeeding slides অৰ টাইটেলচ বুৰ টাইপ কৰক |
03:14 | Open Source Funny |
Recommendation | |
03:24 | টেক্সটৰ পৰা Development up to Present লাইনটো চিলেক্ট কলক৷ |
03:28 | ইনচাৰ্ট আৰু হাইপাবলিংকত ক্লিক কৰক৷ |
03:31 | হাইপাবলিংক ডাইলগ বক্সটো এইটোৱে অপেন কৰিব৷ |
03:34 | পেনৰ বাওঁফালে থকা Document চিলেক্ট কৰক৷ এতিয়া Target in Document ফিল্ডৰ সোঁফালে থকা বাটনত ক্লিক কৰক৷ |
03:48 | প্ৰেজেন্টেচনত থকা চলাইদৰ তালিকাখন খোল খাব৷ |
03:53 | লিষ্টৰ পৰা চলাইদ এনটাইটল্ডটো চিলেক্ট কৰক৷ |
03:58 | এইখন লিষ্টৰ এপলাই বুটনটো আৰু ক্ল’জ বুটনটো ক্লিক কৰক৷ |
04:04 | পুনৰ হাইপাবলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্ল’জ বুটনটো ক্লিক কৰক৷ |
04:12 | চলাইডৰ ঘিকোনো ঠাইতে ক্লিক কৰক৷ |
04:14 | ঘেতিয়া আপুনি কাৰচাৰদাল টেক্সটখিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰচাৰ দাল এদাল পইন্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ’ব৷ |
04:20 | ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকিংটো সফল হ’ব |
04:24 | হাইপাৰ লিংকছ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট চলাইডলৈ লৈ ঘাব৷ |
04:29 | অন্য এটা ডকুমেন্ট হাইপাবলিংক কৰিবলৈ, কন্টেষ্ট চলাইদ টেবুল খনলৈ উডতি ঘাওঁ বলক৷ |
04:36 | এতিয়া এড কৰক অন্য লাইন আইটেম : এক্সটাৰনেল ডকুমেন্ট৷ |
04:40 | টেক্সটৰ লাইনটো চিলেক্ট কৰি ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷ |
04:45 | লেফ্ট পেনত ডকুমেন্ট চিলেক্ট কৰক৷ |
04:48 | ডকুমেন্ট পাথ ফিল্ডৰ সোঁফালে থকা ফ’ল্ডাৰ আইকনত ক্লিক কৰক৷ |
04:55 | হাইপাৰলিংক কৰিব বিচৰা ডকুমেন্টটো ক্লিক কৰক৷.
|
04:58 | আমি ৰিজিউম চুজ কৰিম Odt. |
05:07 | হাইপাৰলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্লজ বুটন ক্লিক কৰক৷ |
05:14 | চলাইডৰ ঘিকোনো ঠাইতেই ক্লিক কৰক৷ |
05:17 | ঘেতিয়া আপুনি কাৰচাৰদাল টেক্সটখিনিৰ উপৰেদি ঘুৰাই দিব তেতিয়া কাৰচাৰদাল এডাল পইন্টিং ফংগাৰলৈ পৰিৱৰ্তন হ’ব৷ |
05:22 | ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকটো সফল হ’ল৷ |
05:26 | এতিয়া হাইপাৰ লিংকদ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট ডকুমেন্ট লৈ ঘাব৷ |
05:31 | আমাৰ ক্ষেত্ৰত এইটোয়ে আমাক ৰিজিউম Odt লৈ ঘাব৷ |
05:37 | এটা উৱেব পেজলৈ হাইপাৰলিংকিং কৰা নিয়মটো একে ধৰণৰ৷ |
05:40 | প্ৰেজেন্টেচনৰ অন্তত এটা নিউ চলাইড ইনচাৰ্ট কৰক৷ |
05:43 | Essential Open Source Software টাইটলটেলা পৰিৱৰ্তন কৰক৷ |
05:48 | বডি টেক্সট বক্সত ইউবুন্টো লিবাৰ অফিচ টাইপ কৰক৷ |
05:54 | টেক্সটৰ ছেকেণ্ড লাইনটো চিলেক্ট কৰিবলৈ ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷ |
06:00 | লেফ্ট পেনত ইনটাৰনেট চিলেক্ট কৰক৷ |
06:03 | হাইপাৰলিংক টাইপ কৰিবলৈ উৱেব চিলেক্ট কৰক৷ |
06:07 | টাৰগেট ফিল্ডত টাইপ কৰক www.libre.office.org. |
06:16 | হাইপাৰলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্লজ বুটন ক্লিক কৰক৷ |
06:23 | চলাইডৰ ঘিকোনো ঠাইতে ক্লিক কৰক৷ |
06:26 | এতিয়া ঘেতিয়া আপুনি কাৰচাৰ দাল টেক্সট খিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰচাৰদাল এদাল পইন্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ’৷ব |
06:32 | ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকটো সফল হ’ব৷ |
06:37 | এতিয়া হাইপাৰ লিংকদ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট উৱেব পেজলৈ লৈ ঘাব৷ |
06:44 | শেষত স্তম্ড আৰু শাৰীত ডাটা অবগেনাইজ কৰিবলৈ টেবুলেবাৰ ব্যৱহাৰ হয়৷ |
06:49 | আঁহক এতিয়া শিকোঁ কেনেকৈ লিবাৰ অফিচ ইম্প্ৰেচত এটা টেবুল এড কৰা হয়৷ |
06:54 | চলাইদপেনৰ পৰা এনটাইটল্ড চলাইদটো Development up to Present চিলেক্ট কৰক৷ |
07:00 | টাচক্স পেনত থকা লেই আউচ চেক্সনৰ পৰা টাইটল আৰু -২ কন্টেন্ট আইকৰ চিলেক্ট কৰক৷ |
07:07 |
টেক্সট বক্সৰ বাওঁফালে থকা টেক্সটো চিলেক্ট কৰক৷ |
07:14 | আৰু ফন্ট চাইজ ২৬ লৈ কমাই আনক৷ |
07:17 | টেক্সট বক্সৰ সোঁফালে ইনচাৰ্ট টুলবাৰৰ মাজত থকা Insert Table আইকন ক্লিক কৰক৷ |
07:25 | প্ৰকৃততেক স্তম্ডৰ সংখ্যাবোৰ ৫ নাম্বাৰত আৰু শাৰীৰ সংখ্যাবোৰ ২ নাম্বাৰত ডিছপ্লেইদ হৈছে৷ |
07:33 | আমি স্তম্ডৰ সংখ্যৰবোৰ ২ লৈ আৰু শাৰীৰ সংখ্যাবোৰ ৫ লৈ সলনি কৰিব পাৰিম৷ |
07:41 | Ok বুটনত ক্লিক কৰক৷ |
07:44 | আহক টেবুলখন ডাঙৰ কৰো ঘাতে টেবুলখন পঢ়াৰ উপঘোগী হয়৷ |
07:49 | তলত দেখুৱাৰ দৰে টেবুলৰ দাতাবোৰ এন্টাৰ কৰক৷ |
07:51 | প্ৰয়োগ কৰা বছৰ শতাংশ |
07:56 | 2006 10% |
07:59 | 2007 20% |
08:02 | 2008 30% |
08:05 | 2009 40% |
08:08 | এতিয়া আহক আমি হেডাৰ স্তম্ডটো ব’ল্ড আৰু টেক্সট মাজলৈ আনিবলৈ ফ’ন্ট চেঞ্জ কৰো৷ |
08:17 | টেবুলৰ ৰং সলনি কৰিবলৈ প্ৰথমতে সকলো টেক্সট চিলেক্ট কৰক৷ |
08:22 | এতিয়া টাষ্ক পেনত থকা টেবুল ডিজাইন চেকচনৰ পৰা টেবুল ষ্টাইল চিলেক্ট কৰক৷ মই এইটো চিলেক্ট কৰিম৷ |
08:30 | এতিয়া টেবুল কেনেকুৱা দেখি তাক চাওক৷ |
08:33 | এয়েই এই টিউটৰিলেৰ শেষ৷ |
08:37 | সাংক্ষেপতে, এই টিউটৰিয়েলত আমি কেনেকৈ পিকচাৰ ইনচাৰ্ট আৰু ফ’ৰমেট কৰিব পাৰি তাক শিকিলো৷ |
08:43 |
প্ৰেজেন্টেচনৰ ডিতৰৰ আৰু বাহিৰৰ হাইপাৰলিংক কৰা টেবুল ইনচাৰ্ট কৰা৷ |
08:49 | এই অনুশীলনকাৰী টেষ্ট এচাইনমেন্টটো চেষ্টা কৰক৷ |
08:43 | নতুন প্ৰেজেন্টেচন এটা বনাওক৷ |
08:55 | তৃতীয়খন চলাইডত এটা পিকচাৰ ইনচাৰ্ট কৰক৷ |
08:58 | চতুৰ্থখন চলাইডত দুটা শৰী আৰু তিনিটা স্তম্ডঘুক্ত এখন টেবুল ক্ৰিয়েট কৰক৷ |
09:03 | দ্বিতীয় টেবুলখনৰ শাৰী আৰু দ্বিতীয়টো স্তম্ডত্ ‘‘চূৰইডত’’ টাইপ কৰক৷ এই টেক্সট তৃতীয়টো চলাইডৰ লগত হাইপাৰলিংক কৰক৷ |
09:14 | এই লিংকত থকা ডিডিঅ’টো চাওক৷ |
09:17 | এইটোৱে স্পকেন টিউটৰিয়েল প্ৰ’জেক্টটো চামাৰাইজ কৰে৷ |
09:20 | ঘদি আপোনাৰ ডাল বেণ্ডউইথ্ নাই, তেন্তে এইটো আপুনি ডাউনলোড কৰি চাব পাৰে৷ |
09:25 | স্পকেন টিউটিৰয়েলবোৰ ব্যৱহাৰ কৰি স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ টিম বোৰে কৰ্মশালাবোৰ আয়োজন কৰে৷ |
09:30 | ঘিঘোৰ অনলাইন টেষ্টত উৰ্ত্তীণ হয় তাক চাৰ্টিফিকেট প্ৰদান কৰে৷ |
09:34 | অধিক জানিবলৈ, লিখক ঘোগাঘোগ কৰক স্পকেন হাইফেন টিউটৰিয়েল ডট অ’ৰগ৷ |
09:41 | স্পকেন টিউটৰিয়েল প্ৰজেক্টটো হ’ল ট’ক টু এ টিছৰৰ প্ৰজেক্টৰ এটা ডাগ৷ |
09:46 | ঘাক নেচনেল মিচন অ’ন এডুকেচন থৰঅ’ ICT, MHRD, গ’ড’ৰ্ৰনমেন্ট অৱ্ ইণ্ডিয়াই চাপ’ৰ্ট কৰে৷ |
09:53 | অধিক জানিবলৈ লিখক, http://spokentutorial.org/NMEICT-Intro |
10:05 | এই টিউটৰিয়েলটো DesiCrew Solutions Pvt. Ltd. য়ে আগবঢ়ালে৷ |
10:11 | লগ্ দিয়াৰ বাবে ধন্যবাদ৷ |