Difference between revisions of "LibreOffice-Suite-Writer/C4/Using-track-changes-as-a-peer-review-or-collaborative-constructivist-tool-accepting-and-rejecting-changes/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 || TIME || NARRATION |- | 00.02 | Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ। |- | 00.03 | LibreOffice Write…') |
|||
| Line 25: | Line 25: | ||
|00.40 | |00.40 | ||
| লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে। | | লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে। | ||
| − | |||
|- | |- | ||
|00.53 | |00.53 | ||
|আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব। | |আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব। | ||
| − | |||
|- | |- | ||
| Line 67: | Line 65: | ||
|02.01 | |02.01 | ||
| ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক। | | ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক। | ||
| + | |||
|- | |- | ||
| 02.05 | | 02.05 | ||
| Line 83: | Line 82: | ||
|02.46 | |02.46 | ||
| এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। | | এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। | ||
| − | |||
|- | |- | ||
| 02.55 | | 02.55 | ||
| − | | এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। | + | | এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব। |
| − | + | ||
|- | |- | ||
|03.08 | |03.08 | ||
| Line 116: | Line 114: | ||
| 04.04 | | 04.04 | ||
| এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়। | | এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়। | ||
| − | |||
|- | |- | ||
| Line 125: | Line 122: | ||
| 04.19 | | 04.19 | ||
| মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম। | | মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম। | ||
| − | |||
|- | |- | ||
| Line 134: | Line 130: | ||
| 04.35 | | 04.35 | ||
| এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ। | | এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ। | ||
| − | |||
|- | |- | ||
| Line 147: | Line 142: | ||
| 05.18 | | 05.18 | ||
| আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ। | | আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ। | ||
| − | |||
|- | |- | ||
| 05.24 | | 05.24 | ||
| এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"। | | এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"। | ||
| − | |||
|- | |- | ||
| Line 165: | Line 158: | ||
| 05.45 | | 05.45 | ||
| আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম। | | আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম। | ||
| − | |||
|- | |- | ||
| 05.50 | | 05.50 | ||
| Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম। | | Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম। | ||
| − | |||
|- | |- | ||
| Line 186: | Line 177: | ||
| 06.39 | | 06.39 | ||
|এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়। | |এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়। | ||
| − | |||
|- | |- | ||
| 06.49 | | 06.49 | ||
| পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। | | পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। | ||
| − | |||
|- | |- | ||
| Line 200: | Line 189: | ||
| 07.09 | | 07.09 | ||
| পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। | | পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। | ||
| + | |||
|- | |- | ||
| 07.24 | | 07.24 | ||
| Line 211: | Line 201: | ||
|07.34 | |07.34 | ||
| শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক। | | শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক। | ||
| − | |||
|- | |- | ||
| Line 238: | Line 227: | ||
| 08.36 | | 08.36 | ||
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. | | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. | ||
| − | |||
|- | |- | ||
|08.40 | |08.40 | ||
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
| + | |||
|- | |- | ||
| 08.44 | | 08.44 | ||
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
| + | |||
|- | |- | ||
| 08.48 | | 08.48 | ||
| Line 253: | Line 243: | ||
| 08.54 | | 08.54 | ||
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে. | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে. | ||
| + | |||
|- | |- | ||
| 09.03 | | 09.03 | ||
Revision as of 17:45, 17 October 2013
| TIME | NARRATION |
| 00.02 | Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ। |
| 00.03 | LibreOffice Writer-অৰ ট্ৰেক চেনজেচ হোৱাইল এডিটিং এ ডকুমেণ্টৰ কথন প্ৰশিক্ষণলৈ স্বাগতম। |
| 00.09 | এই প্ৰশিক্ষণত মই LibreOffice Writer-অত তথ্যবোৰৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াম। |
| 00.16 | আমি আগৰে পৰা থকা এখন ডকুমেণ্ট খুলি— 5. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম। |
| 00.26 | এই বৈশিষ্ট্য ব্যৱহাৰ কৰি এজন পুনৰ-নীৰিক্ষকে মন্তব্য দিব পাৰে, লেখনি যোগ কৰিব পাৰে, আগেয়ে থকা লেখনি সাল-সলনি কৰিব পাৰে বা পুনৰাকৃতি দিব পাৰে, যিটো একেখন ডকুমেণ্টতে স্পষ্টকৈ দৰ্শনীয় হয়। |
| 00.40 | লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে। |
| 00.53 | আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব। |
| 00.57 | তেন্তে এই সকলোখিনি কেনেকৈ কৰা হয়, তাৰ বিষয়ে শিকোঁ আহক। |
| 01.02 | আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.34 ব্যৱহাৰ কৰিছোঁ। |
| 01.10 | এই প্ৰশিক্ষণত মই ইতিমধ্যে প্ৰস্তুত কৰি থোৱা কিছুমান তথ্যসূচী ব্যৱহাৰ কৰিম। সেইবোৰ হ’ল— |
| 01.16 | Seven reasons to adopt FOSS.odt আৰু Government support for FOSS in India.odt |
| 01.24 | আৰম্ভ কৰিবৰ কাৰণে Application Office আৰু LibreOffice Writer-অত ক্লিক কৰক। |
| 01.34 | Seven reasons to adopt FOSS.odt ফাইলটো খোলক। |
| 01.41 | ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক। |
| 01.53 | শ্ব’ অপশ্যনটোও চাই লওক। ই পাছৰ যিকোনো সম্পাদনা স্পষ্টকৈ লিখি ৰখাটো সক্ৰিয় কৰি তুলিব। |
| 02.01 | ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক। |
| 02.05 | আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”.
|
| 02.36 | এণ্টাৰ টিপি দিয়ক 22. যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়। |
| 02.42 | লক্ষ্য কৰক যে লেখাখিনি এটা নতুন ৰঙত দেখা গৈছে। |
| 02.46 | এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। |
| 02.55 | এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব। |
| 03.08 | প্ৰথম শাৰীত থকা 'Available' বানানটো শুদ্ধ কৰক। আপুনি শুদ্ধ হোৱাটো লক্ষ্য কৰিব। |
| 03.17 | প্ৰথম পইণ্টটো ডিলিট কৰক - "It can be installed on all computers without restriction or needing to pay license fees to endorse". |
| 03.31 | লক্ষ্য কৰক যে নাইকিয়া কৰা কাৰ্যটোৱে প্ৰকৃততে শাৰীটো ডিলিট কৰা নাই, বৰং ডিলিট কৰাৰ পৰামৰ্শ দি ইয়াক চিহ্নিতহে কৰিছে। |
| 03.39 | ইয়াৰ ওপৰত কাৰ্চৰডাল ঘূৰাওক, তেতিয়া এটা বাৰ্তা দেখা পাম। ডিলিট কৰাৰ সময় আৰু তাৰিখৰ সৈতে— "Deleted Sriranjani"। |
| 03.49 | এইদৰেই এখন ডকুমেণ্টত থকা লেখাখিনিত সংযোগ কৰি, ডিলিট কৰি বা সালসলনি কৰি লেখালৈ পৰিৱৰ্তন আনিব পাৰি। |
| 04.00 | এজনতকৈ বেছি মানুহে একেখন ডকুমেণ্টকে সালসলনি কৰিব পাৰে। |
| 04.04 | এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়। |
| 04.13 | সালসলনি কৰা লেখাখিনিত মাউচ কাৰ্চৰডাল ঘূৰালে পুনৰ-নীৰিক্ষকজনৰ নামটো দেখুৱাব। |
| 04.19 | মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম। |
| 04.27 | "Government support for Foss in India.odt." ফাইলটো খোলোঁ। |
| 04.35 | এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ। |
| 04.42 | লেখাখিনিৰ ওপৰত মাউচ কাৰ্চৰডাল ঘূৰালে এটা বাৰ্তা পাম যে সংযুক্তি আৰু নাইকিয়াকৰণ গুৰুৰ দ্বাৰা কৰা হৈছে। |
| 04.52 | তলত এটা পইণ্ট সংযুক্ত কৰক— "CDAC, NIC, NRC-FOSS are institutions of Government of India which develop and promote FOSS." |
| 05.18 | আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ। |
| 05.24 | এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"। |
| 05.29 | এইদৰে লেখকৰ ওচৰলৈ যোৱাৰ আগতে এজনতকৈ অধিক মানুহে একেখন ডকুমেণ্টত সালসলনি ঘটাব পাৰে। |
| 05.34 | ডকুমেণ্টখন চেভ নকৰাকৈ বন্ধ কৰক। |
| 05.45 | আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম। |
| 05.50 | Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম। |
| 06.12 | পইণ্টটোলৈ যাওক আৰু ৰিজনচ্ বুলি লিখাখিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। |
| 06.22 | আপুনি পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ যোৱা দেখিব। |
| 06.28 | নিডচ্ বুলি সংযুক্ত কৰাকিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। আপুনি দেখিব যে পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ পৰিছে। |
| 06.39 | এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়। |
| 06.49 | পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। |
| 07.01 | এইটোৱে পুনৰ-নীৰিক্ষকজনে নাইকিয়া কৰিব বিচৰা সালসলনি লেখকৰ দ্বাৰা অস্বীকাৰ কৰাব। |
| 07.09 | পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক। |
| 07.24 | ইয়ে পুনৰ-নীৰিক্ষকজনে অন্তৰ্ভুক্ত কৰা লেখাখিনি নাইকিয়া কৰিব। |
| 07.27 | এইদৰে প্ৰতিটো অন্তৰ্ভুক্তি আৰু বৰ্জন লেখকজনৰ দ্বাৰা গ্ৰহণ বা অস্বীকাৰ হ’ব পাৰে। |
| 07.34 | শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক। |
| 07.56 | যেতিয়া আনচ্ছেক কৰা হ’ব, আৰু অধিক সালসলনি পৃথককৈ চিহ্নিত কৰা নহ’ব। |
| 08.00 | পুনৰ-নীৰিক্ষকে দিয়া মন্তব্যখিনি গ্ৰহণ বা অস্বীকাৰ কৰাৰ পাছত ফাইলটো চেভ হ’ল নে নাই অনুগ্ৰহ কৰি নিশ্চিত হৈ ল’ব। |
| 08.09 | ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। শেষত, নিৰ্দেশাৱলীখন। |
| 08.16 | এখন ডকুমেণ্ট খোলক আৰু ৰেকৰ্ড চেনজেচ অৱস্থাটোত বানান ভুলবোৰৰ শুদ্ধতা নিৰূপন কৰক। |
| 08.25 | মই ইতিমধ্যে নিৰ্দেশাৱলীখন প্ৰস্তুত কৰিছোঁ। |
| 08.31 | লৰ সংযোগত থকা ভিডিঅ’টো চাওক: ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে. |
| 08.36 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. |
| 08.40 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 08.44 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 08.48 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক. |
| 08.54 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে. |
| 09.03 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 09.14 | এই প্ৰশিক্ষণ IT দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.ধন্য়বাদ |