Difference between revisions of "Thunderbird/C2/How-to-Use-Thunderbird/Assamese"
Line 3: | Line 3: | ||
!Narration | !Narration | ||
|- | |- | ||
− | |||
− | |||
− | |||
|00.00 | |00.00 | ||
থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | ||
+ | |- | ||
|00.05 | |00.05 | ||
এই শিক্ষণত আমি শিকিম, কেনেকৈ: | এই শিক্ষণত আমি শিকিম, কেনেকৈ: | ||
+ | |- | ||
|00.07 | |00.07 | ||
লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | ||
+ | |- | ||
|00.10 | |00.10 | ||
মেচেজ কেনেকৈ টেগ কৰা হয়, | মেচেজ কেনেকৈ টেগ কৰা হয়, | ||
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | ||
+ | |- | ||
|00.17 | |00.17 | ||
আমি আৰু শিকিম: | আমি আৰু শিকিম: | ||
+ | |- | ||
|00.18 | |00.18 | ||
কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | ||
+ | |- | ||
|00.21 | |00.21 | ||
ফাইল কেনেকৈ এটাশ্ব কৰা হয় | ফাইল কেনেকৈ এটাশ্ব কৰা হয় | ||
+ | |- | ||
|00.22 | |00.22 | ||
মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | ||
+ | |- | ||
|00.24 | |00.24 | ||
কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | ||
+ | |- | ||
|00.27 | |00.27 | ||
ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | ||
+ | |- | ||
|00.36 | |00.36 | ||
− | যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | + | যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। |
− | + | ||
+ | |- | ||
|00.43 | |00.43 | ||
থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | ||
+ | |- | ||
|00.49 | |00.49 | ||
প্ৰথমতে Dash Home-অত ক্লিক কৰক। | প্ৰথমতে Dash Home-অত ক্লিক কৰক। | ||
+ | |- | ||
|00.52 | |00.52 | ||
প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | ||
+ | |- | ||
|00.57 | |00.57 | ||
Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | ||
+ | |- | ||
|01.01 | |01.01 | ||
ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | ||
+ | |- | ||
|01.06 | |01.06 | ||
এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | ||
+ | |- | ||
|01.09 | |01.09 | ||
আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | ||
+ | |- | ||
|01.12 | |01.12 | ||
ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | ||
+ | |- | ||
|01.14 | |01.14 | ||
লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | ||
+ | |- | ||
|01.19 | |01.19 | ||
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | ||
+ | |- | ||
|01.23 | |01.23 | ||
STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | ||
+ | |- | ||
|01.29 | |01.29 | ||
লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | ||
+ | |- | ||
|01.32 | |01.32 | ||
এইবিলাক এতিয়াও নপঢ়া মেচেজ। | এইবিলাক এতিয়াও নপঢ়া মেচেজ। | ||
+ | |- | ||
|01.35 | |01.35 | ||
Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | ||
+ | |- | ||
|01.41 | |01.41 | ||
আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | ||
+ | |- | ||
|01.45 | |01.45 | ||
ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | ||
+ | |- | ||
|01.49 | |01.49 | ||
ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | ||
+ | |- | ||
|01.52 | |01.52 | ||
মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | ||
+ | |- | ||
|01.57 | |01.57 | ||
Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | ||
+ | |- | ||
|02.01 | |02.01 | ||
এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | ||
+ | |- | ||
|02.06 | |02.06 | ||
এতিয়া, আহক বিষয় অনুযায়ী সজাও। | এতিয়া, আহক বিষয় অনুযায়ী সজাও। | ||
+ | |- | ||
|02.09 | |02.09 | ||
সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | ||
+ | |- | ||
|02.12 | |02.12 | ||
মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | ||
+ | |- | ||
|02.16 | |02.16 | ||
এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | ||
+ | |- | ||
|02.20 | |02.20 | ||
মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | ||
+ | |- | ||
|02.24 | |02.24 | ||
আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | ||
+ | |- | ||
|02.26 | |02.26 | ||
এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | ||
+ | |- | ||
|02.32 | |02.32 | ||
একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | ||
+ | |- | ||
|02.37 | |02.37 | ||
ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | ||
+ | |- | ||
|02.40 | |02.40 | ||
ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | ||
+ | |- | ||
|02.44 | |02.44 | ||
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | ||
+ | |- | ||
|02.51 | |02.51 | ||
লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | ||
+ | |- | ||
|02.54 | |02.54 | ||
তলৰ পেনেলখনত চাওক। | তলৰ পেনেলখনত চাওক। | ||
+ | |- | ||
|02.57 | |02.57 | ||
মেইলটো Important বুলি টেগ হৈছে। | মেইলটো Important বুলি টেগ হৈছে। | ||
+ | |- | ||
|03.00 | |03.00 | ||
টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | ||
+ | |- | ||
|03.04 | |03.04 | ||
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | ||
+ | |- | ||
|03.09 | |03.09 | ||
এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | ||
+ | |- | ||
|03.17 | |03.17 | ||
ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | ||
+ | |- | ||
|03.22 | |03.22 | ||
এইটো কৰা সম্ভৱ হ’ব নে? | এইটো কৰা সম্ভৱ হ’ব নে? | ||
+ | |- | ||
|03.25 | |03.25 | ||
মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | ||
+ | |- | ||
|03.31 | |03.31 | ||
টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | ||
+ | |- | ||
|03.37 | |03.37 | ||
কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | ||
+ | |- | ||
|03.42 | |03.42 | ||
আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | ||
+ | |- | ||
|03.45 | |03.45 | ||
এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | ||
+ | |- | ||
|03.49 | |03.49 | ||
এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | ||
+ | |- | ||
|03.52 | |03.52 | ||
মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | ||
+ | |- | ||
|03.57 | |03.57 | ||
এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | ||
+ | |- | ||
|04.02 | |04.02 | ||
পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | ||
+ | |- | ||
|04.10 | |04.10 | ||
সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | ||
+ | |- | ||
|04.14 | |04.14 | ||
ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | ||
+ | |- | ||
|04.21 | |04.21 | ||
মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | ||
+ | |- | ||
|04.24 | |04.24 | ||
গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | ||
+ | |- | ||
|04.33 | |04.33 | ||
গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | ||
+ | |- | ||
|04.38 | |04.38 | ||
থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | ||
+ | |- | ||
|04.45 | |04.45 | ||
এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | ||
+ | |- | ||
|04.50 | |04.50 | ||
এই শিক্ষণৰ বাবে: | এই শিক্ষণৰ বাবে: | ||
+ | |- | ||
|04.53 | |04.53 | ||
ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | ||
+ | |- | ||
|04.56 | |04.56 | ||
আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | ||
+ | |- | ||
|05.00 | |05.00 | ||
এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | ||
+ | |- | ||
|05.04 | |05.04 | ||
মেইলটোত দুবাৰ ক্লিক কৰক। | মেইলটোত দুবাৰ ক্লিক কৰক। | ||
+ | |- | ||
|05.06 | |05.06 | ||
মেইলটো অন্য এটা টেবত খোল খায়। | মেইলটো অন্য এটা টেবত খোল খায়। | ||
+ | |- | ||
|05.09 | |05.09 | ||
টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | ||
− | + | ||
+ | |- | ||
|05.15 | |05.15 | ||
Save Message As ডায়লগ বাকচটো খোল খায়। | Save Message As ডায়লগ বাকচটো খোল খায়। | ||
+ | |- | ||
|05.19 | |05.19 | ||
ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | ||
+ | |- | ||
|05.26 | |05.26 | ||
মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | ||
+ | |- | ||
|05.29 | |05.29 | ||
এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | ||
+ | |- | ||
|05.33 | |05.33 | ||
দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | ||
+ | |- | ||
|05.35 | |05.35 | ||
মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | ||
− | + | ||
+ | |- | ||
|05.40 | |05.40 | ||
এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | ||
+ | |- | ||
|05.42 | |05.42 | ||
আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | ||
+ | |- | ||
|05.46 | |05.46 | ||
টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | ||
+ | |- | ||
|05.52 | |05.52 | ||
মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | ||
+ | |- | ||
|05.56 | |05.56 | ||
থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | ||
+ | |- | ||
|06.01 | |06.01 | ||
মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | ||
+ | |- | ||
|06.04 | |06.04 | ||
মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | ||
+ | |- | ||
|06.13 | |06.13 | ||
আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | ||
+ | |- | ||
|06.20 | |06.20 | ||
Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | ||
+ | |- | ||
|06.23 | |06.23 | ||
এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | ||
+ | |- | ||
|06.29 | |06.29 | ||
Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | ||
+ | |- | ||
|06.36 | |06.36 | ||
এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | ||
+ | |- | ||
|06.39 | |06.39 | ||
ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | ||
+ | |- | ||
|06.46 | |06.46 | ||
মেইলটো এটা নতুন টেবত খোল খায়। | মেইলটো এটা নতুন টেবত খোল খায়। | ||
+ | |- | ||
|06.50 | |06.50 | ||
Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | ||
+ | |- | ||
|06.55 | |06.55 | ||
Print ডায়লগ বাকচটো ওলাই আহে। | Print ডায়লগ বাকচটো ওলাই আহে। | ||
+ | |- | ||
|06.58 | |06.58 | ||
আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | ||
+ | |- | ||
|07.08 | |07.08 | ||
Page Setup টেবত ক্লিক কৰক। | Page Setup টেবত ক্লিক কৰক। | ||
+ | |- | ||
|07.11 | |07.11 | ||
Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | ||
+ | |- | ||
|07.16 | |07.16 | ||
Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | ||
+ | |- | ||
|07.22 | |07.22 | ||
এতিয়া General টেবত ক্লিক কৰক। | এতিয়া General টেবত ক্লিক কৰক। | ||
+ | |- | ||
|07.25 | |07.25 | ||
Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | ||
+ | |- | ||
|07.31 | |07.31 | ||
যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | ||
+ | |- | ||
|07.38 | |07.38 | ||
Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | ||
+ | |- | ||
|07.46 | |07.46 | ||
এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | ||
+ | |- | ||
|07.51 | |07.51 | ||
আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | ||
+ | |- | ||
|07.54 | |07.54 | ||
মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | ||
+ | |- | ||
|08.00 | |08.00 | ||
To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | ||
+ | |- | ||
|08.06 | |08.06 | ||
লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | ||
+ | |- | ||
|08.11 | |08.11 | ||
Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | ||
+ | |- | ||
|08.16 | |08.16 | ||
টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | ||
+ | |- | ||
|08.23 | |08.23 | ||
ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | ||
+ | |- | ||
|08.34 | |08.34 | ||
ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | ||
+ | |- | ||
|08.44 | |08.44 | ||
এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | ||
+ | |- | ||
|08.56 | |08.56 | ||
এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | ||
+ | |- | ||
|08.59 | |08.59 | ||
য়াহু একাউণ্টটো বন্ধ কৰোঁ | য়াহু একাউণ্টটো বন্ধ কৰোঁ | ||
+ | |- | ||
|09.03 | |09.03 | ||
এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | ||
+ | |- | ||
|09.07 | |09.07 | ||
কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | ||
+ | |- | ||
|09.12 | |09.12 | ||
থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | ||
+ | |- | ||
|09.16 | |09.16 | ||
প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | ||
+ | |- | ||
|09.20 | |09.20 | ||
বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | ||
+ | |- | ||
|09.25 | |09.25 | ||
সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | ||
+ | |- | ||
|09.31 | |09.31 | ||
Account Settings ডায়লগ বাকচ ওলাই আহে। | Account Settings ডায়লগ বাকচ ওলাই আহে। | ||
+ | |- | ||
|09.35 | |09.35 | ||
বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | ||
+ | |- | ||
|09.43 | |09.43 | ||
Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | ||
+ | |- | ||
|09.48 | |09.48 | ||
এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | ||
+ | |- | ||
|09.53 | |09.53 | ||
যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | ||
+ | |- | ||
|09.57 | |09.57 | ||
Keep message archives in box-অত শুদ্ধ চিন দিয়ক | Keep message archives in box-অত শুদ্ধ চিন দিয়ক | ||
+ | |- | ||
|10.01 | |10.01 | ||
STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | ||
+ | |- | ||
|10.10 | |10.10 | ||
এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | ||
+ | |- | ||
|10.15 | |10.15 | ||
তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | ||
+ | |- | ||
|10.19 | |10.19 | ||
সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | ||
+ | |- | ||
|10.21 | |10.21 | ||
কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | ||
+ | |- | ||
|10.27 | |10.27 | ||
STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | ||
+ | |- | ||
|10.36 | |10.36 | ||
ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | ||
+ | |- | ||
|10.39 | |10.39 | ||
থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | ||
+ | |- | ||
|10.44 | |10.44 | ||
খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | ||
+ | |- | ||
|10.52 | |10.52 | ||
Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | ||
+ | |- | ||
|10.57 | |10.57 | ||
Activity Manager ডায়লগ বাকচ ওলাই আহে। | Activity Manager ডায়লগ বাকচ ওলাই আহে। | ||
+ | |- | ||
|11.01 | |11.01 | ||
আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | ||
+ | |- | ||
|11.05 | |11.05 | ||
Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | ||
+ | |- | ||
|11.09 | |11.09 | ||
− | থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | + | থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। |
− | + | ||
+ | |- | ||
|11.16 | |11.16 | ||
এই শিক্ষণত আমি শিকিলো: | এই শিক্ষণত আমি শিকিলো: | ||
+ | |- | ||
|11.20 | |11.20 | ||
লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | ||
+ | |- | ||
|11.23 | |11.23 | ||
মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | ||
+ | |- | ||
|11.28 | |11.28 | ||
আমি আৰু শিকিলো: | আমি আৰু শিকিলো: | ||
+ | |- | ||
|11.30 | |11.30 | ||
চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | ||
+ | |- | ||
|11.34 | |11.34 | ||
মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | ||
+ | |- | ||
|11.38 | |11.38 | ||
এতিয়া আপোনাৰ বাবে কাম। | এতিয়া আপোনাৰ বাবে কাম। | ||
+ | |- | ||
|11.41 | |11.41 | ||
থাণ্ডাৰবাৰ্ডত লগিন কৰক। | থাণ্ডাৰবাৰ্ডত লগিন কৰক। | ||
+ | |- | ||
|11.44 | |11.44 | ||
এটা মেচেজ থ্ৰেড চাওক। | এটা মেচেজ থ্ৰেড চাওক। | ||
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | ||
+ | |- | ||
|11.48 | |11.48 | ||
এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | ||
+ | |- | ||
|11.53 | |11.53 | ||
তাত থকা সকলোবোৰ অপশ্যন চাওক। | তাত থকা সকলোবোৰ অপশ্যন চাওক। | ||
+ | |- | ||
|11.56 | |11.56 | ||
Activity Manager ডায়লগ বাকচটো চাওক। | Activity Manager ডায়লগ বাকচটো চাওক। | ||
+ | |- | ||
|12.00 | |12.00 | ||
থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | ||
+ | |- | ||
|12.03 | |12.03 | ||
আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | ||
+ | |- | ||
|12.07 | |12.07 | ||
তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | ||
+ | |- | ||
|12.10 | |12.10 | ||
কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | ||
+ | |- | ||
|12.13 | |12.13 | ||
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
+ | |- | ||
|12.18 | |12.18 | ||
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
+ | |- | ||
|12.20 | |12.20 | ||
কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
+ | |- | ||
|12.23 | |12.23 | ||
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
+ | |- | ||
|12.27 | |12.27 | ||
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | ||
+ | |- | ||
|12.33 | |12.33 | ||
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
+ | |- | ||
|12.37 | |12.37 | ||
ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | ||
+ | |- | ||
|12.45 | |12.45 | ||
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
+ | |- | ||
|12.56 | |12.56 | ||
এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। | এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 12:51, 14 October 2013
Time | Narration |
---|---|
00.00
থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | |
00.05
এই শিক্ষণত আমি শিকিম, কেনেকৈ: | |
00.07
লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | |
00.10
মেচেজ কেনেকৈ টেগ কৰা হয়, Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | |
00.17
আমি আৰু শিকিম: | |
00.18
কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | |
00.21
ফাইল কেনেকৈ এটাশ্ব কৰা হয় | |
00.22
মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | |
00.24
কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | |
00.27
ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | |
00.36
যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | |
00.43
থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | |
00.49
প্ৰথমতে Dash Home-অত ক্লিক কৰক। | |
00.52
প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | |
00.57
Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | |
01.01
ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | |
01.06
এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | |
01.09
আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | |
01.12
ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | |
01.14
লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | |
01.19
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | |
01.23
STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | |
01.29
লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | |
01.32
এইবিলাক এতিয়াও নপঢ়া মেচেজ। | |
01.35
Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | |
01.41
আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | |
01.45
ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | |
01.49
ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | |
01.52
মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | |
01.57
Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | |
02.01
এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | |
02.06
এতিয়া, আহক বিষয় অনুযায়ী সজাও। | |
02.09
সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | |
02.12
মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | |
02.16
এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | |
02.20
মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | |
02.24
আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | |
02.26
এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | |
02.32
একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | |
02.37
ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | |
02.40
ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | |
02.44
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | |
02.51
লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | |
02.54
তলৰ পেনেলখনত চাওক। | |
02.57
মেইলটো Important বুলি টেগ হৈছে। | |
03.00
টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | |
03.04
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | |
03.09
এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | |
03.17
ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | |
03.22
এইটো কৰা সম্ভৱ হ’ব নে? | |
03.25
মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | |
03.31
টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | |
03.37
কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | |
03.42
আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | |
03.45
এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | |
03.49
এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | |
03.52
মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | |
03.57
এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | |
04.02
পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | |
04.10
সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | |
04.14
ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | |
04.21
মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | |
04.24
গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | |
04.33
গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | |
04.38
থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | |
04.45
এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | |
04.50
এই শিক্ষণৰ বাবে: | |
04.53
ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | |
04.56
আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | |
05.00
এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | |
05.04
মেইলটোত দুবাৰ ক্লিক কৰক। | |
05.06
মেইলটো অন্য এটা টেবত খোল খায়। | |
05.09
টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | |
05.15
Save Message As ডায়লগ বাকচটো খোল খায়। | |
05.19
ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | |
05.26
মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | |
05.29
এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | |
05.33
দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | |
05.35
মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | |
05.40
এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | |
05.42
আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | |
05.46
টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | |
05.52
মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | |
05.56
থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | |
06.01
মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | |
06.04
মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | |
06.13
আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | |
06.20
Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | |
06.23
এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | |
06.29
Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | |
06.36
এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | |
06.39
ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | |
06.46
মেইলটো এটা নতুন টেবত খোল খায়। | |
06.50
Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | |
06.55
Print ডায়লগ বাকচটো ওলাই আহে। | |
06.58
আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | |
07.08
Page Setup টেবত ক্লিক কৰক। | |
07.11
Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | |
07.16
Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | |
07.22
এতিয়া General টেবত ক্লিক কৰক। | |
07.25
Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | |
07.31
যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | |
07.38
Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | |
07.46
এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | |
07.51
আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | |
07.54
মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | |
08.00
To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | |
08.06
লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | |
08.11
Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | |
08.16
টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | |
08.23
ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | |
08.34
ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | |
08.44
এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | |
08.56
এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | |
08.59
য়াহু একাউণ্টটো বন্ধ কৰোঁ | |
09.03
এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | |
09.07
কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | |
09.12
থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | |
09.16
প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | |
09.20
বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | |
09.25
সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | |
09.31
Account Settings ডায়লগ বাকচ ওলাই আহে। | |
09.35
বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | |
09.43
Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | |
09.48
এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | |
09.53
যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | |
09.57
Keep message archives in box-অত শুদ্ধ চিন দিয়ক | |
10.01
STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | |
10.10
এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | |
10.15
তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | |
10.19
সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | |
10.21
কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | |
10.27
STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | |
10.36
ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | |
10.39
থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | |
10.44
খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | |
10.52
Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | |
10.57
Activity Manager ডায়লগ বাকচ ওলাই আহে। | |
11.01
আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | |
11.05
Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | |
11.09
থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | |
11.16
এই শিক্ষণত আমি শিকিলো: | |
11.20
লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | |
11.23
মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | |
11.28
আমি আৰু শিকিলো: | |
11.30
চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | |
11.34
মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | |
11.38
এতিয়া আপোনাৰ বাবে কাম। | |
11.41
থাণ্ডাৰবাৰ্ডত লগিন কৰক। | |
11.44
এটা মেচেজ থ্ৰেড চাওক। এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | |
11.48
এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | |
11.53
তাত থকা সকলোবোৰ অপশ্যন চাওক। | |
11.56
Activity Manager ডায়লগ বাকচটো চাওক। | |
12.00
থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | |
12.03
আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | |
12.07
তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | |
12.10
কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | |
12.13
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |
12.18
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | |
12.20
কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | |
12.23
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |
12.27
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | |
12.33
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |
12.37
ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | |
12.45
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |
12.56
এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |